Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 4

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 4

1. ভাৰতবৰ্ষৰ চৰকাৰী শিক্ষাৰ পাঠ্যক্রম প্রস্তুত কৰা সংস্থাটো হ'ল

  • NCERT
  • NCTE
  • HRMS
  • CBSE

 

2. ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ

  • স্বকীয় বৈশিষ্ট্য
  • সুপ্ত বৈশিষ্ট্য
  • সক্রিয় বৈশিষ্ট্য
  • নিষ্ক্রিয় বৈশিষ্ট্য

 

3. দ্বিতীয় মানত পঢ়ি থকা শিশু প্ৰতিৰ মাকে শিক্ষকক কৈছে যে শিশুটিয়ে কেতিয়াবা আগতে কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কৈ দিয়ে। এয়া কেনেকৈ সম্ভর হয়? মাক গৰাকীক শিক্ষক। গৰাকীয়ে দিয়া শুদ্ধ উত্তৰটো হ'ব (Aug 2023)

  • সৈদ্ধান্তিক অভিগম বা পদ্ধতি অনুসৰি, শিশুৰে নতুন ভাষা আৱিষ্কাৰ কৰিব পাৰে
  • ডাঙৰক অনুকৰণ কৰিয়েই শিশুৱে ভাষা শিকে
  • মানৱ মস্তিষ্ক ভাষা শিকাৰ উপযোগীকে জন্মগতভাবেই সজ্জিত হয়
  • শিশু এটিৰ ভাষাৰ বিকাশ সবলীকৰণ কৰিলে শিশুটিয়ে ভাষা শিকে

 

4. ছাত্র বা ছাত্রী এগৰাকীয়ে যেতিয়া 'স্কেনিং' কৰে, তেতিয়া তেওঁ

  • পাঠ এটাত চকু ফুৰাই তাৰ সাৰমৰ্ম উলিয়ায়
  • পাঠ এটাৰ অপ্রাসংগিক বর্ণনাবোৰ বাদ দি ক্ষিপ্রতাবে নির্দিষ্ট তথ্য বিচাৰি উলিয়ায়
  • প্রাসংগিক তথ্য পঠনৰ পৰা লিখিত ৰূপলৈ ৰূপান্তৰ কৰে
  • তথ্যবোৰ সংগঠিত আৰু সূচীত কৰিবৰ বাবে পাঠটো পঢ়ে

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. শিকাৰুৰ আচৰণ ভংগী জানিবৰ বাবে আটাইতকৈ কার্যকৰী উপায়টো হৈছে

  • সাৰমর্মমূলক পৰীক্ষা
  • সৰু সৰু আমোদজনক ঘটনাৰ তথ্য বা এনেকড'টেল ৰেকৰ্ড
  • পর্টফলিঅ'
  • বিভাগীয়া পৰীক্ষা

 

6. দ্বিতীয় মানৰ ছাত্র - ছাত্রীয়ে কোন মানদণ্ডৰ পাঠ স্বতন্ত্রভাবে পঢ়িব পাৰিছে সেয়া শিক্ষকে চিহ্নিত কৰিবৰ বাবে তলৰ কোনটো আভাস লক্ষ্য কৰিব লাগিব

  • বর্ণনাৰ সৈতে পৰিচ্ছেদ মিলোৱা কার্য
  • একোটা পৰিচ্ছদৰ সাৰাংশ প্রস্তুত কৰাটো
  • ছপা আখৰবোৰ ছাত্ৰ-ছাত্ৰীয়ে চকুৰে চাই পঢ়ি যায় কিন্তু কঠিন পালেই আঙুলি ব্যবহাৰ কৰে
  • সম্পর্ক স্থাপনৰ বাবে সর্বনাম, যোজক অব্যয়ৰ ব্যৱহাৰ

 

7. একেটা কথিত বা নিদের্শিত ধাৰনাৰ ভিতৰতে একভাষী এজনে যেতিয়া ভাষাৰ ব্যৱহাৰ আনুষ্ঠানিক' ধৰনৰ পৰা অনানুষ্ঠানিক ধৰণলৈ সলনি কৰে, তেঁও তলত দিয়া কোনটোত জড়িত হৈ পৰে (Aug 2023)

  • ভাষা মিশ্রণ (Code-mixing)
  • ভাষা সঞ্চাৰণ
  • উপভাষা
  • সমাজ ভাষা বিজ্ঞান

 

8. নিম্ন শ্রেণীৰ শ্ৰেণীকোঠাত ওমলা পদ্য বা হন্দব মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে। কাৰণ (Jan 2021)

  • এনে পদ্যবোবে শিকাকক লক্ষ্য ভাষাটো কোৱাৰ সুবিধা দিয়ে
  • এনে পদ্যবোৰে শিকাৰুক নিয়মানুবর্তিতা শিকায়
  • এনে পদ্যবোৰৰ জৰিয়তে শিকাকরে লক্ষ্যভাষাটোৰ ব্যাকৰণ শিকিব পাৰে
  • এনে পদ্যবোৰে শিকাৰুক জটিল শব্দবোৰ ব্যাখ্যা কৰি বাক্য গঠন কৰাত সহায় কৰে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. দ্বিতীয় শ্রেণীৰ ছাত্র-ছাত্রী কিছুমানে কিছুমান বিশিষ্ট ধ্বনি (phoneme) উচ্চাৰণ কৰাত অসুবিধা পাইছে। এই অসুবিধা দূৰ কৰিবৰ কাৰণে শিক্ষকে তলত দিয়া কোনটো কৌশল ব্যৱহাৰ কৰিলে আটাইতকৈ ফলপ্রসূ হ'ব (Jan 2021)

  • মানৱ বাগযন্ত্রৰ ছবি আঁকি উচ্চাৰণৰ স্থান সমূহ বুজাই দিয়া
  • নূন্যতম বিৰোধী শব্দৰ যোৰা (minimal pair) ব্যৱহাৰ কৰি, অর্থাৎ ধ্বনিৰ মিল থকা একেধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি ছাত্র-ছাত্রীক শব্দবোৰত থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিবলৈ দিয়া
  • বিশিষ্ট ধ্বনিবোৰৰ তলত আঁচ টানি সেইবোৰৰ ব্যৱহাৰ ব্যাখ্যা কৰি ডাঙৰকৈ শব্দ কবি পাঠটো পঢ়া
  • ছাত্র-ছাত্রীবোৰৰ এই অসুবিধা দূৰ হোৱাকৈ বাৰম্বাৰ আঁওৰাই পঢ়াৰ অনুশীলন তথা অভ্যাস কৰোৱাব লাগে

 

10. ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হৈছে (Jan 2021)

  • নির্গম (inductive) পদ্ধতি
  • আগম (deductive) পদ্ধতি
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • প্রত্যক্ষ পদ্ধতি

 

11. ভাষা এটাৰ আহৰণ কেনেদৰে কৰা হয় (Jan 2021)

  • স্বাভাবিক কথোপকথন বা আদান- প্রদানমূলক পৰিৰ্মেশত ভাষাটো ব্যৱহাৰ কৰাৰ দ্বাৰা
  • ভাষাটোৰ গঠন ব্যাখ্যা কৰি
  • ভাষাটোব সাহিত্য পঢ়ি
  • ভাষাটো কোৱা লোকসকলৰ কলা- সংস্কৃতিৰ বিষয়ে জনা / শিকাৰ দ্বাৰা

 

12. উক্তি (A) : জন্মগতভাবে বা জিনীয়ভাবে নির্ধাৰিত বাবেই শিকাৰুৱে ভাষা শিকে আৰু পৰিৱেশে এইক্ষেত্ৰত কোনো ভূমিকা পালন নকৰে (Aug 2023)
যুক্তি (R): শিকাৰুকেন্দ্রীক শ্ৰেণীকোঠাৰ পৰিৱেশে ভাষাৰ আহৰণত বিস্তৰ প্রভাৱ পেলায়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ

  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা।
  • (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R). (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়।
  • (A) শুদ্ধ, (R) অশুদ্ধ।

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. যি প্রসংগত শব্দ এটা ব্যৱহৃত হয় তাৰে পৰা শব্দটোৰ অৰ্থ অনুমান কৰাৰ পঠনৰ ধৰণটো হৈছে (Aug 2023)

  • গঠনাত্মক পদ্ধতি
  • যোগাযোগমূলক পদ্ধতি
  • উর্দ্ধগামী পদ্ধতি
  • সামগ্রিক ভাষা পদ্ধতি

 

14. শৈক্ষিক উদ্দেশ্যসমূহৰ আধাৰত শিক্ষণক ভাগ কৰা হয়

  • দর্শন সম্বন্ধীয়, মনোবৈজ্ঞানিক আৰু সাংস্কৃতিক
  • প্রজ্ঞাত্মক, আনুভূতিক আৰু সংক্রিয়াত্মক
  • আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক
  • ওপৰৰ আটাইকেইটা

 

15. শৈক্ষিক সংগঠনক সম্বন্ধিত কৰিবলৈ তলত দিয়া কোনটো ধৰণেৰে শিক্ষাদানক শ্রেণীভুক্ত কৰিব পাৰি

  • আনুষ্ঠানিক আৰু অগতানুগতিক
  • শিক্ষাকেন্দ্রিক আৰু জ্ঞানকেন্দ্রিক
  • আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক
  • আনুষ্ঠানিক, অনানুষ্ঠানিক, বিদ্যালয়কেন্দ্রিক, অবিদ্যালয়কেন্দ্রিক আৰু অগতানুগতিক

 

16. প্রাথমিক পর্যায়ত সাধু আৰু পদাৰ ক্ষেত্রত কোনটো দিশ আটাইতকৈ গুরুত্বপূর্ণ বুলি তুমি বিবেচনা কৰিবা (Dec 2018)

  • সাধু আৰু পদ্যবোৰ নীতিশিক্ষামূলক হোৱা উচিত
  • সাধু আৰু পদ্যবোব শব্দসম্ভাৰত সমৃদ্ধ হোৱা
  • বিভিন্ন গুরুত্বপূর্ণ। নাম আৰু উদাহৰণৰ পুনৰাবৃত্তি হোৱা উচিত
  • সেইবোৰ মহত্বপূর্ণ লেখক বা কবিৰ দ্বাৰা লিখা হোৱা উচিত

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. বোধবাদীসকলৰ (cognitivist) মতে শিশুৱে তেতিয়াহে ভাষা সফলভাবে শিকে (Dem 2019)

  • যেতিয়া শিক্ষকে শ্রেণীটো নিজৰ নিয়ন্ত্রণত বাখে আৰু ছাত্র - ছাত্রীক কম সুযোগ প্রদান কৰে
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক ব্যাকৰণৰ নিয়মসমূহ কন্ঠস্থ কৰিবলৈ উৎসাহ যোগায়
  • যেতিয়া ছাত্র - ছাত্রীয়ে ব্লেকব'র্ডব কথাবোৰ নিয়াৰিকৈ টোকা কৰি লয়
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কার্যসমূহ কৰিবলৈ উৎসাহিত কৰে

 

18. এগৰাকী ভাল শ্রোতাই (Dem 2019)

  • এটা শব্দ কিদৰে উচ্চাৰণ কৰিব লাগে বুজে
  • কিদৰে অভিপ্রেত উদ্দেশ্য ব্যৱহৃত হৈছে চিহ্নিত কৰিব পাবে
  • উত্থাপিত প্রশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰে
  • প্রতিটো শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে

 

19. তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয়

  • শিকাৰুসকলৰ অসুবিধা আঁতৰ কৰা
  • শ্রেণীকক্ষৰ শিকাৰৰ সমস্যা দূৰ কৰা
  • শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূক শক্তিশালী কৰা
  • শিক্ষাৰ্থীসকলৰ আবেগক দমন কৰি ৰখা

 

20. নির্দেশনা শিক্ষাদানৰ এটা

  • অনর্থক অংগ
  • অপৰিহার্য অংগ
  • গৌণ অংগ
  • ওপৰৰ আটইকেইটা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. ফলপ্রসূ শিক্ষাদানৰ বাবে শিক্ষণ সঁজুলিৰ

  • প্রয়োজন
  • অপ্রয়োজন
  • কেতিয়াবা প্রয়োজন
  • ওপৰৰ এটাও নহয়

 

22. অভিৰোচনৰ ক্ষেত্ৰত শিক্ষকৰ কৰ্তব্য হ'ল

  • খেলাৰ যোগে শিকা পদ্ধতিৰ প্ৰয়োগ কৰা
  • আগ্রহ সৃষ্টি কৰা
  • শিক্ষার্থীসকলক শিকিবৰ বাবে উৎসাহ যোগোৱা
  • ওপৰৰ তিনিওটা

 

23. ভাষা শিকণত সামাজিক আদান প্রদানে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এই বাক্যটো তলৰ কোনজন ভাষাবিদৰ লগত জৰিত (July 2019)

  • ছমস্কী
  • পীয়াযে
  • ৱাইগটস্কী
  • স্কিনাৰ

 

24. বয়ঃসন্ধিকাল হ'ল শৈশৱকালৰ পুনৰাবৃত্তি - এই মতামত হ'ল

  • ৰেমণ্টৰ
  • আৰ্ণেষ্ট জনচৰ
  • চার্লচ স্পিয়েৰমেনৰ
  • মাৰিয়া মণ্টেশ্বৰীৰ

 

25. মই শিক্ষাক মনোবিজ্ঞানসম্মত কৰিব খোজো - কথাষাৰ কোনে কৈছিল

  • ফ্রয়ডে
  • পেষ্টালজীয়ে
  • স্কিনাৰে
  • ৰুছোই

 

26. তলৰ কোনটো শিকন দক্ষতা (Study skill) নহয় (Dem 2019)

  • বক্তৃতাৰ পৰা টোকা (Note) লেখন
  • পঠনৰ সময়ত টোকা প্রস্তুত কৰণ
  • সাৰাংশ (Synopsis) লেখন
  • কোনো অনুষ্ঠানৰ কাৰ্যসূচী (agenda) লেখন

 

27. নৈদানিক শিক্ষা প্রযোজ্য হয় (Jan 2024)

  • যিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্রয়োজন
  • শিক্ষকে একাংশ বিশেষ শিক্ষার্থীন বাবে নিজব শিক্ষণ সলনি কৰিব বিচাৰে
  • শিক্ষার্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ/শিকন কৌশল সলনি বা উন্নত কৰিব বিচাৰে
  • ভাষাৰ কাকতত শিক্ষার্থী আক শিক্ষকে বেছিনম্বব পাব বিচাৰে

 

28. সপ্তম শ্রেণীব ছাত্র ইলমে কানাড়া, মাবাঠী, হিন্দী আৰু ইংবাজী ভাষা জানে। তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাতোঁতে এই চাৰিওটা ভাষা নিঃসংকোচে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ত তেওঁ হিন্দী, কানাড়া আৰু ইংৰাজী ব্যবহাৰ কবে, কাবণ, তেওঁৰ বন্ধু আৰু শিক্ষকসকলে এই তিনিটা ভাষা ভালকৈ বুজি পায়। এই অভ্যাসটোক কি বুলি জনা যায় (Jan 2024)

  • আন্তস্ত্র ভাষিক দক্ষতা (Translingual ability)
  • ভাষা মিশ্রণ (Code meshing)
  • ভাষা সঞ্চকণ (Code moving)
  • আন্তজ্ঞ ভাষা (Inter language)

 

29. দক্ষ পঠন (Skilled Reading) নহয় (Dem 2019)

  • গঠনমূলক (constructive)
  • কল্পনামূলক (imaginative)
  • বিকাশমূলক (progressive)
  • চিন্তামূলক (deliberate)

 

30. তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যবহাৰ কৰাৰ ক্ষেত্রত শুদ্ধ নহয় (Dem 2019)

  • ই শিক্ষার্থীসকলক শিকিবলৈ, চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰক্ষা কৰিবলৈ সহায় কৰে
  • ই শিক্ষার্থীসকলৰ অর্থগ্রহণ কৰিব পৰা প্রক্রিয়াত ইতিবাচক ভূমিকা গ্রহণ কৰে
  • মাতৃভাষাই শিক্ষণৰ বাবে এখন বহল। ক্ষেত্র মুকলি কৰে
  • ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে

 

Previous .......     3      4      5       ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved