Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 2

1. এটি শিশুৱে তাৰ ভাষাৰ শ্ৰেণীকোঠাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে শিক্ষকে কেতিয়াবা সিহঁতক চকু মুদি বেগ এটাৰ পৰা কিবা বস্তু এটা উলিয়াবলৈ দিয়ে আৰু বস্তুটো চুই চাই সেইটোৰ বিষয়ে বর্ণনা কৰিবলৈ দিয়ে। এই খেলটো খেলি শিকিবলৈ ভাল শিশুটিৰ মন্তব্যৰ পৰা তাৰ শিকন অগ্রাধিকাৰ (preference of learning) কি সেয়া চিহ্নিত কৰাঁ (Aug 2023)

  • মই চলা-ফিৰা কৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই শুনিলৈ পালে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই যেতিয়া অনুকৰণ কৰোঁ, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
  • মই যেতিয়া বস্তু এটা দেখা পাঁও, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ

 

2. মই যেতিয়া কিবা অর্থ বুজি নাপাঁও, তেতিয়া মই কিতাপৰ পাত লুটিয়াওঁ  (Aug 2023)
উদ্ধৃত উদাহৰণৰ উক্তিটো পটা আৰু শিক্ষার্থীয়ে কি কৰে আৰু কি কৌশল অৱলম্বন কৰে তাৰে সৈতে মিল থকা কৌশলটো বাছি উলিওৱা

  • প্রসংগ - সামগ্ৰীৰ ব্যৱহাৰ কৰা
  • অনুশীলন কৰাৰ সুযোগ গ্রহণ কৰা
  • দ্বিধাগ্রস্ত মানসিক অবস্থা
  • শব্দবিন্যাসত গুরুত্ব দিয়া

 

3. পঞ্চম মানৰ লিখন মূল্যায়ন এটাত শিক্ষার্থীয়ে পাঠকক অনুপ্রাণিত কৰাকৈ ভাষা ব্যৱহাৰ কৰিব লাগে। লিখন কার্যটোত শিক্ষার্থীগৰাকীৰ পৰা কি আশা কৰা যাব

  • পুংখানুপুংখ বিববণ দিয়াটো
  • নির্দেশমূলক সাৰাংশ এটা দিয়াটো
  • বিশ্বাসযোগ্য মত এটা দিব পৰাটো
  • কাল্পনিক ঘটনা এটা লিখাৰ প্ৰয়াস কৰাটো

 

4. কেনে ধৰনৰ প্রশ্নই শিশুৰ চিন্তা কৰাৰ দক্ষতা বৃদ্ধি কৰে

  • ব্যক্তিগত সঁহাৰিৰ প্ৰশ্ন
  • তথ্যভিত্তিক প্রশ্ন
    আবদ্ধ উত্তৰৰ প্ৰশ্ন
  • সম্পূর্ণ পাঠ্যপুথি আধাৰিত

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. 'কাহিনী কথন' (story telling) ক কি ক্ষেত্রত এটা শিক্ষণ আহিলা হিচাপে প্রয়োগ কৰা হয় (Dem 2019)

  • শিক্ষার্থীক শ্রৱণ কার্যত জড়িত কৰিবলৈ
  • শিক্ষার্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ
  • ভাষা আৰু বর্ণবোধ দক্ষতা (Literacy Skill) বিকাশ সাধিবলৈ
  • শ্রেণীকোঠাত শৃংখলাবদ্ধতা বর্তাই ৰাখিবলৈ

 

6. অপৰাধমূলক আচৰণ সাধাৰণতে অধিক প্রদর্শন হয়

  • ল'ৰাৰ
  • ছোৱালীৰ
  • ল'ৰা - ছোৱালী উভয়ৰ
  • ওপৰৰ এটাও নহয়

 

7. মনোবিশ্লেষণ পদ্ধতিৰ প্ৰৱৰ্তক হ'ল

  • এৰিষ্টটল
  • চিগমাণ্ড ফ্রয়েড
  • পেষ্টালজী
  • উইলিয়াম মেকভূগেল

 

8. আৱেগ প্ৰৱণতাৰ মাত্রা বৃদ্ধি হয়

  • কেঁচুৱা অৱস্থাত
  • বাল্যকালত
  • কৈশোৰ কালত
  • প্রাপ্তবয়স্ক হোৱাৰ পাছত

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

9. Emile গ্ৰন্থৰ ৰচক কোন

  • ৰুছো
  • ফ্রৱেল
  • পেভলভ
  • মণ্টেচৰী

 

10. ৰুছোৰ মতে আগতীয়া কৈশোৰ কাল আৰু শেহতীয়া কৈশোৰ কালৰ বয়সৰ সীমা

  • আগতীয়া কৈশোৰ কাল : ১২ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৫ বছৰৰ পৰা ২০ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ১০ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ৮ বছৰৰ পৰা ১৬ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৬ বছৰৰ পৰা ২৪ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৯ বছৰৰ পৰা ২১ বছৰ বয়সলৈ

 

11. ছাত্র-ছাত্রীৰ লিখন দক্ষতাৰ মূল্যায়ন কৰোঁতে শিক্ষকে তলৰ কোনটোত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে (July 2019)

  • ফুলাম ভাষাৰ ব্যৱহাৰ
  • শুদ্ধ বানান
  • ব্যাকৰণগতভাবে শুদ্ধ বাক্য গাঁঠনি
  • ভাব তথা ধাৰণাৰ প্রকাশ

 

12. এটা শিক্ষা পদ্ধতিত শিক্ষকে নিজৰ সৈতে চাৰিগৰাকী শিক্ষার্থীক লৈ এটা সহযোগিতামূলক শিবন গোট গঠন কৰিলে। তেওঁলোকন মাজত পাঠ্যপুথিৰ পৃষ্ঠাৰ বিষয়ে আলোচনা আৰম্ভ হ'ল আৰু সমীপ্যসূচক অগ্রগতিৰ এক ক্ষেত্র তৈয়াৰ হ'ল, য'ত ৰচনা পড়ন দক্ষতা বৃদ্ধি পালে। এই পদ্ধতিটো হৈছে (Jan 2024)

  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • গঠনমূলক অভিগমন
  • পাৰস্পৰিক শিক্ষণ
  • আর্হি পঠন

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

13. এগৰাকী শিক্ষকে শ্রেণীকোঠাত শ্রবণ কার্য এটা কৰোৱাবলৈ লৈছে। এই কাৰ্যৰ বাবে শিক্ষকগৰাকীয়ে শিক্ষার্থীক কিছুমান অন্বেষণমূলক প্রশ্নৰ দ্বাৰা আগ্রহ জন্মাব পৰা আৰু আলোচনা কৰিব পৰা মস্তিষ্কমস্থনকাৰী / মনোমন্থনকাৰী কাৰ্যৰ পৰিকল্পনা কৰিছে। শিক্ষক গৰাকীৰ এই প্রস্তুতি বা পৰিকল্পনা হৈছে (Jan 2021)

  • পূর্ব-শ্রবণ কার্য
  • শ্ৰৱণৰত কার্য
  • পশ্চ-শ্রবণ কার্য
  • শ্রবন কার্যৰ পশ্চাদ ক্রিয়া

 

14. ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যবহাৰ কৰাৰ সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ (Jan 2021)

  • এই কার্যই শিশুবোৰৰ ছবিবোৰ লক্ষ্য কৰিবলৈ সুযোগ দিয়ে
  • এই কার্যই শিশুহঁতক ছবিবোৰৰ আধাৰত লিখিবলৈ তথা নিজকে প্রকাশ কৰিলৈ সুযোগ দিয়ে
  • এই কার্যই শিশুহঁতক কল্পনাৰ আৰু সৃষ্টিশীলতাৰ জগতখনত ঠাই দিয়ে
  • এই কার্যই শিশুহঁতৰ শ্রৱণ ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিয়ে

 

15. সাক্ষৰতাৰ আদিস্তৰ বা উদগম পর্যায়ত ও আনকি লিখনৰ অন্তর্গত হয় (Jan 2021)

  • আখৰ সজা
  • শব্দ লিখা
  • বাক্য গঠন কৰা
  • ছবি আঁকা

 

16. বৈদ্যুতিক - শিক্ষা (E-learning) হ'ল

  • দূৰ - সংযোগী শিক্ষা
  • যন্ত্রপাতিৰ সক্ৰিয়া আৰু সুসংহত ব্যৱহাৰৰ যেগে ভাষা শিক্ষা
  • শিকন ব্যৱস্থাৰ লগত আধুনিক কলা - কৌশলক সুসংযোগিত কৰি কৰা শিক্ষাদান
  • তথ্য চিত্র প্রদর্শন যোগে শিক্ষা দান

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. যদি শিক্ষকে তামিল ভাষাৰ পঠন অনুশীলনীৰ কাৰণে নির্ভৰযোগ্য বা বিশ্বস্ত পাঠ সন্নিবিষ্ট কৰিব খোজে তেনেহলে তেওঁ তলৰ কোনটো বিষয়ক বাদ দি আন বিষয় ল'ব পাৰে

  • কোনো এখন তামিল বাতৰি কাকত
  • তামিল ভাষালৈ অনুবাদ কৰা আদর্শ পাঠৰ ওপৰত ইংৰাজী বাতৰি কাকতত লিখা প্রবন্ধ
  • তামিলনাডুৰ কোনো কোম্পানীয়ে যুগুত কৰা চাকৰিৰ দৰ্খাস্তৰ প্ৰপত্ৰ
  • কোইজুটিৰ চহৰত ব্যৱহৃত পথ-সংকেত (road sogn)ৰ ফটো

 

18. তলৰ কোনটো ভাষাগত ভাব বিনিময় প্রণালী নহয়

  • কথিত শব্দৰ প্রয়োগ
  • সংখ্যা বুজোৱা শব্দৰ প্রয়োগ
  • অঙ্গী - ভঙ্গীৰ ব্যৱহাৰ
  • লিখিত শব্দৰ ব্যৱহাৰ

 

19. ভাষা শিক্ষণত শ্রব্য-দৃশ্য সামগ্রীসমূহ কিহৰ কাৰণে ব্যবহৃত হয় (Dec 2018)

  • উচ্চাৰণ শুধৰাবলৈ
  • লেখা শুধৰাবলৈ
  • পঠন শুধৰাবলৈ
  • ওপৰৰ এটাও নহয়

 

20. শব্দ এটাৰ অৰ্থ স্পষ্ট কৰি দিয়াতকৈ বেছি ভাল পদ্ধতিটো হৈছে (Dec 2018)

  • শব্দটো ব্যাখ্যা কৰা
  • অভিধান খুলি চোৱা
  • শব্দটো ব্যাক্যত ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক তাব অর্থ নিজেই অনুমান কৰি লোৱাৰ সুযোগ দিয়া
  • ভাষা শিকনৰ জৰিয়তে শব্দটোৰ অর্থ স্পষ্ট কৰি দি

 

21. মনোযোগ ধৰি ৰাখিবৰ বাবে উপযুক্ত ব্যৱস্থা হ'ল

  • অভিৰোচন
  • অভ্যাস গঠন
  • পৰিৱেশ সৃষ্টি
  • ওপৰৰ তিনিওটা

 

22. পৰিষ্কাৰ - পৰিচ্ছন্নতাই আগ্রহক

  • প্রভাৱিত নকৰে
  • প্রভাবিত কৰে
  • আগ্রহক দমন কৰে
  • ওপৰৰ তিনিওটা

 

23. তলত দিয়া উদ্দেশ্যবোৰৰ কোনটোৰ কাৰণে ভাষা শিকাৰ আৱশ্যকতা নাই (Dec 2018)

  • জীৱনৰ বিভিন্ন স্তৰবোৰ জানিবলৈ
  • ভাষা বোধ আয়ত্ত কৰিবলৈ
  • অভ্যন্তৰৰ স্বৰ শুনিব আৰু ক'বৰ কাৰণে
  • জীৱনৰ বিভিন্ন প্রয়োজন পূর্ব কৰিবলৈ

 

24. নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে (Dec 2018)

  • এক আদেশাত্মক কার্য
  • এক নির্দেশমূলক কার্য
  • এক নঞর্থক কার্য
  • এক সৈদ্ধান্তিক কার্য

 

25. তলৰ কোনটো শিক্ষাৰ নতুন ধাৰা নহয়

  • শাৰীৰিক শিক্ষা
  • পৰিবেশ শিক্ষা
  • ধর্মীয় শিক্ষা
  • জনসংখ্যা শিক্ষা

 

26. তলৰ কোনটো শিক্ষণৰ প্ৰকাৰ নহয়

  • নিদানমূলক শিক্ষণ
  • জ্ঞানমূলক শিক্ষণ
  • বোধমূলক শিক্ষণ
  • কৌশল বা সঞ্চালনমূলক শিক্ষণ

 

27. কাব্য এগৰাকী ভাষা - শিক্ষয়িত্রী। তেওঁ ছাত্র - ছাত্রীসকলক বিভিন্ন বিষয়ৰ লগত সম্পর্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰশব্দসমূহ (befriend words) (অর্থাৎ যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে) বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটোক কি বুলি কোৱা হয় (Dem 2019)

  • সহযোজন (Collocation)
  • শব্দজাল (Word Web)
  • শব্দ খেল (Word play)
  • শব্দগঠন (Word formation)

 

28. শ্রৱণ - দর্শন আহিলাসমূহৰ এটা বৈশিষ্ট্য হ'ল

  • শ্রৱণ - দর্শন আহিলাই শিক্ষকৰ বোধশক্তিৰ বিকাশত অৰিহণা যোগায়
  • উর্ধমুখী কিন্তু স্তব্ধ প্রক্রিয়া
  • সংবেদশীল এক দ্রুত প্রক্রিয়া
  • শিক্ষার্থী অবিহনে শিক্ষা প্রদানত শিক্ষকৰ প্রতি বিশেষ অৰিহণা আগবঢ়ায়

 

29. প্রাচীন মনোবিদসকলে মনোযোগক অভিহিত কৰিছিল

  • শাৰীৰিক শক্তি বুলি
  • মানসিক শক্তি বুলি
  • অক্ষয় শক্তি বুলি
  • ওপৰৰ তিনিওটা

 

30. ভাৰাদ্ভুত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্রত্যাহ্বান হিচাপে ধৰা নহয় (Dec 2018)

  • এই বিষয়ে মানুহৰ অজ্ঞতা
  • সা - সুবিধাৰ অভাৱ
  • এই ধাৰণাত থকা দ্বার্থকতা
  • অনুবাদৰ জটিলতা

 

Previous .......     1      2      3       ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved