| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 2
Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Chapter | Click Here |
CTET Asamese Chapter, Paper 2
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
CTET Assamese MCQ with Detailed Answers, Part 3
1. এগৰাকী শিক্ষকে পঞ্চম শ্রেণীৰ শিক্ষার্থীক এটা গল্প খৰতকীয়াকৈ পঢ়িবলৈ দি তাৰ চাৰিখন ছবি শৃংখলাবদ্ধ ৰূপত সজাবলৈ দিলে। এই কার্যৰ উদ্দেশ্য হৈছে (Jan 2024)
2. শিক্ষাদান প্রক্রিয়াৰ বিজ্ঞানসম্মত স্তৰ
3. কোনটো পদ্ধতি/অভিগমে শিক্ষার্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে (Jan 2024)
4. শিক্ষণৰ দৃষ্টিৰে এগৰাকী ভাষা - শিক্ষকে শিশুব ভুলসমূহ চাব লাগে (Dem 2019)
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
5. তলত উল্লেখিত কোনটো কথাৰ ওপৰত সম্বন্ধ স্থাপন কৰি শিক্ষাদানৰ অৰ্থ নির্ণয় কৰিব পাৰি
6. শিক্ষাদানৰ পাৰস্পৰিক ক্রিয়া পর্যায়ত কর্ম প্রক্রিয়াৰ খলপটো জড়িত হৈ থাকে
7. অবিৰত আৰু শিকলিসদৃশ শিক্ষণৰ ধাৰণাবোৰ হ'ল
8. প্রাথমিক বিদ্যালয়ৰ ছাত্র - ছাত্রীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো কৌশল আটাইতকৈ উপযোগী (Dec 2018)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
9. কোনটো কার্যই কখন কৌশল অভ্যসনক বেছিকৈ সহায় কৰে (Dem 2019)
10. পঠনৰ কোনটো পর্যায়ত শিক্ষার্থীয়ে পূর্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞান তথা শ্রেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হয় (Dem 2019)
11. ৰবার্ট গজনেৰ মতে শিক্ষণ অৱস্থাৰ মুখ্য ধৰণ হ'ল
12. প্রশিক্ষণে সহায় কৰে
Mock Tests of CTET Assamese, Paper II
Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 2 | Test - 1 |
| CTET Assamese, Paper 2 | Test - 2 |
| CTET Assamese, Paper 2 | Test - 3 |
| CTET Assamese, Paper 2 | Test - 4 |
| CTET Assamese, Paper 2 | Test - 5 |
| CTET Assamese, Paper 2 | More Test |
13. ইন্দ্রিয় জ্ঞান আৰু মূল্যবোধ গঠন হয়
14. কি ঘটিছিল, কেতিয়া ঘটিছিল, ক'ত ঘটিছিল, কার্যটিৰ উত্তেজক (stimulus) আৰু কেনেদবে কার্যটি সমাপ্ত হল এই সকলো কথা সামবি তথ্য সমৃদ্ধ ৰূপত শব্দৰ যোগেদি কৰা বর্ণনাক কোৱা হয় (Dem 2019)
15. তলৰ কোনটো মন্তব্য শুদ্ধ (Dem 2019)
16. অষ্টম শ্রেণীব এগবাকী শিক্ষকে ইংৰাজী ভাষাত পাঁচোটা বাক্য দুবাৰকৈ কৈ শিক্ষার্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে। তাৰ পাছত শিক্ষার্থীসকলক কিছুমান গোটত ভাগ কবি পূর্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে ওচৰ চপা বাক্যকেইটামান লিখিবলৈ দিলে। এই কার্যটোক কি বুলি জনা যায় (Jan 2024)
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
17. বিদ্যায়তনিক ভাষাত দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্রত প্রয়োজনীয় ভাষাৰ ক্ষেত্রক সূচায় (Jan 2024)
18. শিকাৰৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফীডবেক (feed back) দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্রসূ (Jan 2021)
19. শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্রশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব (Jan 2021)
20. ব্যক্তিত্বৰ বিকাশত তলৰ কোনটো দিশৰ প্ৰভাৱ অধিক স্পষ্ট
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
21. তলৰ কোনটো মানসিক ৰোগৰ লক্ষণ নহয়
22. শিশু বিকাশ তলৰ কোনটোৰ সৈতে আন্তঃসম্বন্ধীয় নহয়
23. শিক্ষাৰ উদ্দেশ্য হ'ল
24. দলানুগত্য কোনটো কালৰ বৈশিষ্ট্য
25. শিকাৰুৰ বাস্তৱ জীবনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি ভাষাৰ ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত তলৰ কোনটো অভিগম/পদ্ধতি প্রয়োগ কৰা হয় (Jan 2024)
26. এগৰাকী শিক্ষকে শিক্ষার্থী সকলক নিজৰ বহীবোৰ পাৰস্পৰিকভাবে সলাই লৈ ইজনক সিজনৰ কামবোৰ পৰীক্ষা কৰিবলৈ দিছে। এই কার্যৰ উদ্দেশ্য হৈছে (Jan 2024)
27. ভাৰতীয় শিশু এটাই কি ভাষা শিকাটো প্রয়োজনীয় (Dec 2018)
28. কখন দক্ষতাৰ ক্ষেত্রত তলৰ কোনটো গুৰুত্বপূর্ণ (July 2019)
29. ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ Psychoanalytical Theory হ'ল
30. এগৰাকী ভাষা শিক্ষকে প্রথমতে ইংৰাজীত এটা কাহিনী শুনালে। তাৰ পাছত শিক্ষার্থীক কাহিনীটো নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাত কৈ শ্রেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এই ধৰণৰ শিক্ষা দানব কৌশলক কোৱা হয় (Jan 2024)
| Previous | ....... 2 3 4 ....... | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved