Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 6

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 6

1. ল'ৰা - ছোৱালীৰ স্বৰভংগ হয়

  • কৈশোৰ কালত
  • যৌৱন কালত
  • পূর্ব বাল্যকালত
  • উত্তৰ বাল্যকালত

 

2. উক্তি (A) : প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা আটাইতকৈ গুৰুত্বপূর্ণ (Aug 2023)
যুক্তি (R) : প্ৰাৰম্ভিক পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ অন্তৰ্ভূতি অপৰিহাৰ্য
উদ্ধৃত উক্তি মাৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ

  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A) -ৰ সঠিক ব্যাখ্যা
  • (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
  • (A) শুদ্ধ, (R) অশুদ্ধ

 

3. ব্যাকৰণৰ শিক্ষণ-শিকনৰ ব্যৱস্থাগত জ্ঞান (Procedural knowledge) হৈছে (Jan 2024)

  • কিদৰে ব্যাকৰণৰ প্রশ্নোত্তৰ কৰা হৈছে
  • বৈয়াকৰণিক উপকৰণসমূহৰ বিষয়ে জনা
  • ব্যাকৰণৰ নিয়মসমূহৰ জ্ঞান আহৰণ কৰা
  • ভাষা আৰু ইয়াৰ সংস্কৃতিৰ সম্পর্কে জ্ঞাত হোৱা

 

4. শব্দশৃংখলে (Crossword puzzle) তলব কোনটোৰ বিকাশত সহায় কৰে (Dem 2019)

  • শ্রবণ দক্ষতা
  • লিখন দক্ষতা
  • শব্দভাণ্ডাৰ
  • সাহিত্যিক অর্থ (Literary Meaning)

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. তলৰ কোনটো কালত কিশোৰ - কিশোৰীসকলৰ নৈতিক চেতনা অধিক শক্তিশালী হয়

  • শৈশৱ কালত
  • বাল্যকালত
  • কৈশোৰ কালত
  • প্রাপ্তবয়স্ক কালত

 

6. বিষয়বস্তুৰ উপৰিও শিক্ষকে

  • অভিভাবকৰ প্রয়োজনীয়তাক জনা উচিত
  • শিক্ষার্থীক জনা উচিত
  • সমাজক জনা উচিত
  • নিজক জনা উচিত

 

7. শিশুৰ আচৰণসমূহ অপৰাধমূলক হোৱাৰ ক্ষেত্ৰত

  • উচিত শিক্ষাই অৰিহণা যোগায়
  • শিক্ষাহীনতাই অৰিহণা যোগায়
  • পৰিৱেশে অৰিহণা যোগায়
  • ওপৰৰ কেইওটা

 

8. কোনখন গ্রন্থত এৰিষ্টটলে মনোবিজ্ঞানক এক পৃথক বিজ্ঞান হিচাপে উল্লেখ কৰিছে

  • De Anima
  • Emile
  • Psychologia
  • Poetics

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. কখন কার্য মূল্যায়ন কৰাৰ ক্ষেত্রত তলব কোনটোৰ প্রয়োজন নাই (Dem 2019)

  • শব্দৰ উচ্চাৰণ
  • প্রসংগ অনুসৰি উপযুক্ত ৰূপৰ (Form) ব্যৱহাৰ
  • অভিধান আৰু তথ্যকোষ (Thesauses) অৰ ব্যৱহাৰ
  • বক্তব্যৰ স্পষ্টতা

 

10. এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে (Dem 2019)

  • প্রত্যক্ষ পদ্ধতি (Direct Method)
  • ধ্বনিমূলক (Phonic) পদ্ধতি
  • সামগ্রিক ভাষা (Whole language)
  • আংশিক ভাষা (Part language)

 

11. প্রসংগ অনুসৰি ব্যাকৰণ (Grammar in Context) মানে হৈছে (Dem 2019)

  • অনুশীলন (drills) আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন
  • প্রথমতে ৰূপ (Form) আৰু তাৰ পাছত কার্যকাৰিতা শিকন
  • য'ত ৰূপ (Form) প্রথমতে প্রত্যক্ষ কৰা যায়, প্রথমে সেই স্বাভাবিক ভাষাৰ (Natural Language) উদাহৰণৰ পৰা শিকন আৰু তাৰ প্রসংগ অধ্যয়ন
  • শিক্ষার্থীয়ে পর্যায়ক্রমে বিকাশ সম্পর্কে বুজিব পৰাকৈ ৰূপৰ (Form) বিন্যাসিত (Structured manner) অধ্যয়ন

 

12. পাঠ্যপুথিৰ প্রণেতাসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ, কবিতা, বৃত্তান্ত আদি অন্তর্ভূক্ত কৰে। তেওঁলোকে বাতৰিকাকত, আলোচনী আদিৰ পৰাও মূল পাঠ অন্তর্ভুক্ত কৰে। কাৰণ (Dem 2019)

  • এইসমূহ প্রামাণিক আৰু ইয়াৰ ভাষা স্বাভাবিক (Natural)
  • পাঠ্যপুথিৰ প্রণেতাসকলে স্বতন্ত্র পাঠ (item) পচন্দ কৰে
  • এইসমূহ অনুশীলনীৰ বাবে সুবিধাজনক
  • এইসমূহ পঠনৰ বাবে সুবিধাজনক

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. এগৰাকী শিক্ষকে ষষ্ঠ শ্রেণীব শ্রেণীকোঠাত পাকঘৰৰ সামগ্রীসমূহৰ বর্ণনামূলক লিখনৰ যোগেদি শব্দভাণ্ডাবৰ জ্ঞান দিবলৈ শ্রেণীলৈ চামুচ, কাঁহিবাতি, বাকচ, কেৰাহী আদি আনি প্রদর্শন কৰিছে। ভাষা শিক্ষণৰ ক্ষেত্রত এই সামগ্রীবোৰক কি বুলি জনা। (Jan 2024)

  • শিক্ষন সামগ্রী
  • বন্ধন সামগ্রী
  • বিলিয়া (Realia)
  • বাস্তৱ জীৱনৰ কার্য

 

14. ঘোষিত জ্ঞান (Declarative knowledge) (Jan 2024)

  • ভাষাৰ শব্দ উচ্চাবণ কৰিবলৈ শিকা
  • ব্যাকৰণৰ বিষয় সম্পর্কে জনা
  • ব্যাকৰণৰ বিষয়ত ভুল চিনাক্ত কৰিব জনা
  • বৈয়াকৰণিক বিষয় কিন্দৰে লিখিব লাগে সেয়া জনা

 

15. শিক্ষাদানক ত্রিপাক্ষিক প্রক্রিয়া বুলি কোৱা হয় কাৰণ এই প্ৰক্ৰিয়াৰ লগত জড়িত

  • শিকাক, শিক্ষক আৰু পাঠ্যক্রম
  • শিক্ষক, শিক্ষার্থী আৰু অভিভাৱক
  • শিশু, শিক্ষক আৰু লিখন সামগ্রী
  • শিক্ষক, শিক্ষার্থী আৰু বিদ্যালয়

 

16. শিক্ষণৰ প্রধান নীতি হ'ল

  • অনুশীলনৰ নীতি
  • ফলাফলৰ নীতি
  • প্রস্তুতিৰ নীতি
  • ওপৰৰ আটাইকেইটা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. নিষৰ পঠনৰ যোগেদি শিক্ষার্থীয়ে তলৰ কোনটো কথা কমকৈ আহৰণ কৰিব পাৰে (Dem 2019)

  • শব্দভাণ্ডাৰ
  • ব্যাকৰণ
  • কথন কৌশল
  • পঠন কৌশল

 

18. Psychology শব্দটোৰ উৎপত্তি হৈছে দুটা গ্রীক শব্দ

  • Psycho আৰু logy-ৰ পৰা
  • Psyche আৰু logos-ৰ পৰা
  • Psycho আৰু logos-ৰ পৰা
  • Psyche আৰু lagos-ৰ পৰা

 

19. মনোবিজ্ঞান হ'ল

  • শৰীৰ বিজ্ঞান
  • মানসিক বিকাৰগ্ৰস্তৰ বিজ্ঞান
  • মানসিক চিকিৎসা
  • আচৰণৰ বিজ্ঞান

 

20. এগৰাকী শিক্ষকে তেওঁৰ ছাত্র - ছাত্রীসকলৰ শিকন - ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্রশ্ন প্রস্তুত কৰিছে। তেওঁ এটা পেৰাগ্রাফৰ অন্তৰ্ভূক্ত বাক্যসমূহৰ পৰা প্ৰতি পাঁচ নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু ছাত্র - ছাত্রীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটোক কি বুলি কোৱা হয় (Dem 2019)

  • পঠন বোধ (Reading Comprehension)
  • শব্দভাণ্ডাৰ পৰীক্ষণ (Vocabulary testing)
  • খালী ঠাই পূৰণ কৰা (Fill in the blanks)
  • ক্ল'জ টেষ্ট

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. সাহিত্যক ভাষাৰ পাঠ্যক্রমত অন্তর্ভুক্তিকৰণৰ ক্ষেত্রত তলব কোনটো কম গুৰুত্বপূর্ণ (Dem 2019)

  • ই মাত্র শ্রৱণ আৰু কথন দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে
  • ই এক প্রমাণসিদ্ধ সমল
  • ই ছাত্র - ছাত্রীক আন সংস্কৃতি সম্পর্কে জ্ঞান লাভত সহায় কৰে
  • ই ছাত্র - ছাত্রীক ব্যক্তিগত সহাৰি প্রদানত সহায় কৰে

 

22. NCF-2005 ৰ নির্দেশাবলীত তলৰ কোনটো অন্তর্ভুক্ত নহয় (Dem 2019)

  • বিদ্যালয়ৰ বাহিৰত জীৱনৰ সৈতে জ্ঞানৰ সম্পর্ক স্থাপন কৰা
  • পুনৰাবৃত্ত প্রক্রিয়াৰ (rote method) পৰা শিকনক আঁতৰাই অনাটো নিশ্চিত কৰা
  • পাঠ্যক্রম পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে
  • পৰীক্ষা অধিক নমনীয় আৰু শ্রেণীকোঠাৰ জীৱনৰ সৈতে সংহত (integrated) কৰা

 

23. ভাষা কুশলতা তথা দক্ষতা সন্দর্ভত তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় (Dec 2018)

  • ভাষা কুশলতা তথা দক্ষতা বৃদ্ধিৰ কাৰণে অনুশীলনতকৈ ভাষাৰ নীতিবোৰ অধিক গুৰুত্বপূর্ণ
  • শিশুৱে কেৱল, শ্ৰৱণ কথন - পঠন - লিখন, এইটো ক্রমতে শিকে
  • বিদ্যালয়ত পঠন আৰু লিখন দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া উচিত
  • ভাষাৰ চাৰিওটা দক্ষতা ইটোৰ লগত সিটো সম্পর্কিত

 

24. শিক্ষাদানৰ নিৰাময় কর্ম সম্পাদন হয়

  • পুনৰ উৎপাদন প্রক্রিয়া সংগঠিত কৰিবলৈ
  • শিক্ষাদান কৌশল অধিকভাৱে ব্যৱহাৰিক কৰাৰ বাবে
  • ক আৰু খ দুয়োটা
  • ওপৰৰ এটাও নহয়

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. শিক্ষাদান প্রক্রিয়াৰ পৰিৱর্তনীয় মূল কাম হ'ল

  • চিনাক্তকৰণ
  • মূল্যায়ন
  • উপশমন বা প্ৰতিকাৰক
  • ওপৰৰ তিনিওটা

 

26. সংযোগবাদ শিক্ষণৰ উদ্ভাবক হ'ল

  • থর্ণডাইক
  • ফ্রয়েড
  • গেইটচ
  • আর্নেষ্ট জনচ

 

27. যিটো ভাষাৰ ব্যাকৰণ শিশুরে নাজানে, সেই ভাষাটোকে সিহঁতে সোনকালে শিকে।” এই কথাষাৰ কোনে কৈছিল (Dec 2018)

  • মহর্ষি পতঞ্জলি
  • লর্ড চুইট
  • লর্ড মেকালে
  • জাঁ পীয়াযে

 

CTET Questions Paper 1 & 2

CTET Dec 2018 Download
CTET July 2019 Download
CTET Dec 2019 Download
CTET Jan 2021 Download
CTET Dec 2021 Download
CTET Dec 2022 Download
CTET Aug 2023 Download
CTET Jan 2024 Download
CTET July 2024 Download
CTET Jan 2025 Download

 

28. শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতিটো হ'ল

  • প্রদর্শনমূলক পদ্ধতি
  • আলোচনা পদ্ধতি
  • প্রকল্প পদ্ধতি
  • বক্তৃতা পদ্ধতি

 

29. তলত দিয়া কোনধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নির্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নির্মাণ কৰে (Aug 2023)

  • উদ্‌দামী সাক্ষৰতা
  • উদ্যামী (Emergent) সমাধান
  • উদ্দামী পাঠ্যক্রম
  • উদ্দামী গুণ বা ধর্ম

 

30. এগৰাকী আইতাকে সৰু ল'ৰা - ছোৱালীৰ কিতাপৰ পৰা সধু পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেঁও শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায় । ল'ৰা - ছোৱালীবোৰো এই প্রক্রিয়াটোত খুব সক্রিয়ভাৱ জড়িত হৈ পৰে। আইতাকগৰাকীৰ এই কৌশলটো হৈছে  (Aug 2023)

  • ডাঙৰকৈ শব্দ কৰি কৰা পঠন
  • আদর্শ পঠন
  • অংশাদাৰী বা সমিল-মিল পঠন
  • বচনমূলক পঠন

 

Previous .......     5      6      7       ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved