Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 7

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 7

1. এগৰাকী শিক্ষকে ন-শিকাকক ছবি আঁকি বং কৰিবলৈ উৎসাহিত কৰিছে। এইক্ষেত্রত শিক্ষক গৰাকীয়ে (Jan 2021)

  • শ্রেণীকোঠাটো নীৰব হৈ থাকিবৰ কাৰণে ন-শিকাকহঁতক ব্যস্ত বাগিছে
  • ন-শিকাকহঁতৰ সূক্ষ্ম 'মটৰ ক্ষমতা' (motor skill)-ৰ বিকাশ কৰিছে
  • উদীয়মান শিশুশিল্পীক সুযোগ দিছে
  • সাধাৰণভাবে শিকাৰুক কার্য এটাত জৰিত কৰিছে

 

2. তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোবে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে (Jan 2021)

  • এককভাবে আৰু সমবেতভাবে কবিতা আবৃত্তি কৰে
  • চৰিত্ৰ ৰূপায়নৰ খেল বা নাটক (role play) ত অংশগ্রহণ কৰা
  • শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথিৰ পাঠ এটা আওৰোৱাঁ
  • শিক্ষকৰ লগে লগে শব্দবোৰৰ শুদ্ধ উচ্চাৰণ সমবেত স্বৰত অনুশীলন কৰা

 

3. শিশুৰ বোধজনিত অগ্রগতি আৰু ভাষা (Jan 2024)

  • উদ্দীপক সঁহাৰি আৰু অনুকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কৰ সৈতে জড়িত
  • মানে বুজিব লাগে যে, এগৰাকী জন্ম হৈছে ভাষা পাৰদর্শিতা প্রদর্শনৰ এটা আহিলাৰ সৈতে
  • প্রগতিব কোনো সম্পর্ক নাই।
  • শিশু এটা ডাঙৰ দীঘল হোৱা সমাজ এখনৰ সংস্কৃতি আৰু গোষ্ঠীসমূহৰ সৈতে নিকট সম্পর্কযুক্ত

 

4. বিশেষভাবে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা অনুশীলনত প্রয়োজন হয় (Dec 2018)

  • চিন্তাৰ মৌলিকতাৰ
  • প্রতীকি ভাষাব প্রয়োগব
  • শুদ্ধ শব্দসম্ভাবৰ ব্যৱহাৰৰ
  • ভাল হাতৰ আখৰব

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ভাষা শিক্ষাৰ কোনটো পদ্ধতিয়ে ভাষাৰ শ্রেণীকোঠাত মাতৃভাষাৰ প্রয়োগ বাৰণ কৰে (July 2019)

  • প্রত্যক্ষ পদ্ধতি
  • শ্রব্যভাষিক পদ্ধতি
  • Immersion পদ্ধতি
  • প্রাকৃতিক পদ্ধতি

 

6. ভাষাৰ শিক্ষক এজনে শিক্ষাদান কৰোঁতে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰা উদাহৰণ দিছে। এই পদ্ধতিটো হৈছে (July 2019)

  • বিজ্ঞান আৰু ভাষা শিক্ষা
  • পাঠ্যক্রম অতিক্রমি শিক্ষা
  • TPR পদ্ধতি
  • CLT পদ্ধতি

 

7. মনোযোগে শিক্ষণীয় বিষয়বস্তুৰ

  • জ্ঞান বৃদ্ধি কৰে
  • বুদ্ধি বৃদ্ধি কৰে
  • স্পষ্টতা বৃদ্ধি কৰে
  • অস্পষ্টতা বৃদ্ধি কৰে

 

8. আগ্রহ হ'ল শিক্ষাব

  • আদি আৰু অন্ত স্বৰূপ
  • ফলাফলৰ মাপকাঠী
  • সফলতা আৰু বিফলতাৰ স্বৰূপ
  • সমস্ত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. আগ্রহ আৰু মনোযোগ একেটা মুদ্রাৰে ইপিঠি সিপিঠি স্বৰূপ - বুলি কৈছিল

  • স্কিনাৰে
  • মেকডুগেলে
  • পেভলভে
  • ৰুছোৱে

 

10. শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে

  • ব্যক্তিৰ ব্যৱহাৰিক প্রক্রিয়াক
  • ব্যক্তিৰ আকাংক্ষাক
  • ব্যক্তিৰ সমাযোজন প্রক্রিয়াক
  • ব্যক্তিৰ সামাজিক প্রক্রিয়াক

 

11. তলৰ কোনগৰাকীয়ে বিচাৰ - বিশ্লেষণ কৰি বিকাশৰ স্তৰসমূহ অধিক সুক্ষ্মভাৱে বিভাজন কৰিছিল

  • পণ্ডিত জৱাহৰলাল নেহৰুৱে
  • ড' সর্বপল্লী ৰাধাকৃষ্ণণে
  • জন ব্রেটলিয়ে
  • মনোবিজ্ঞানী ৰেমন্টে

 

12. শিক্ষা মনোবিজ্ঞানৰ পিতৃ স্বৰূপে অভিহিত কৰা হয়

  • চিগমাণ্ড ফ্রয়েডক
  • মেকডুগেলক
  • ৰুছোক
  • পেষ্টালজীক

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. ক্রেতা বা গ্ৰাহকৰ সৈতে গতানুগতিক ব্যৱসায়িক ভাব বিনিময় বা কথোপকথনত শিকাৰুক পাৰ্গত কৰি তোলাৰ উদ্দেশ্যৰে পাঠ পৰিকল্পনা কৰোতে তলত দিয়া কোনটো পাঠ বিধা লক্ষ্য কৰা হয় (Aug 2023)

  • প্রতিবেদন
  • বর্ণনাকৰণ
  • নিবন্ধ
  • চিঠি লিখন

 

14. দ্বিতীয় মানৰ ছাত্ৰ - ছাত্ৰীয়ে - এই মোৰ দুই বাহু, দুই ভৰি মোৰ - শিশু পদ্যটো গাইছে আৰু গোৱাৰ লগে লগে পদ্যটোত উল্লেখ থকা ধৰণে। অংগ-প্রত্যংগ-বোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে। এইক্ষেত্রত শিক্ষকে কোন পদ্ধতিৰ ব্যৱহাৰ কৰি এনেধৰণে শিকাইছে (Aug 2023)

  • সাৰগ্ৰাহী বা বর্ণিল
  • শ্রব্যভাষিক
  • যোগাযোগমূলক ভাষা শিক্ষণ
  • সম্পূর্ণ শাৰীৰীক সঁহাৰি

 

15. চেতনৰ প্ৰথম ভাষা ভোজপুৰী। কিন্তু তামিলনাডুলৈ অহাৰে পৰা সি ভোজপুৰীৰ পৰিৱৰ্তে ইংৰাজী ক'বলগা হয়। এনে পৰিস্থিতিত, নতুন দ্বিতীয় ভাষাটোৱে নিজৰ ভাষাটোৰ স্থান লোৱালৈ হৈছে (Aug 2023)

  • ভাষা মিশ্রণ (Code-mixing)
  • বিয়োগমুখী (subtractive) দ্বিভাষিকতা
  • ভাগ্নি সঞ্চৰণ (Code-switching)
  • দ্বিভাষিকতা

 

16. তলৰ কোনগৰাকীয়ে শিশুসকলক তেওঁলোকৰ নিজস্ব স্বভাব অনুযায়ী শিক্ষা প্রদান কৰিব লাগে বুলি কৈছিল

  • পেষ্টালজী
  • ফ্রৱেল
  • ৰুছো
  • চক্রেটিছ

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. তলৰ কোনটো উক্তি শুদ্ধ

  • শিক্ষা মনোবিজ্ঞান এক বিকাশশীল বিজ্ঞান
  • শিক্ষা মনোবিজ্ঞান হৈছে এক বস্তুনিষ্ঠ বিজ্ঞান
  • শিক্ষা মনোবিজ্ঞান এক সমাজমূলক বিজ্ঞান
  • ওপৰব তিনিওটা

 

18. তলৰ কোনটো বিষয় মনোবিজ্ঞানৰ দ্বাৰা নির্ধাবিত নহয়

  • আচৰণৰ অধ্যয়ন
  • শিক্ষা পদ্ধতি
  • পাঠ্যক্রম
  • শিক্ষাৰ লক্ষ্য

 

19. মনোবিজ্ঞানৰ আদি প্রণেতা হিচাপে কাক বিবেচনা কৰা হয়

  • পেষ্টালজী
  • থ'র্ণডাইক
  • এৰিষ্টটল
  • ৰুছো

 

20. তলত দিয়া ফোনটো কৰিলে শিকাৰৰ মাজত সৃজনশীলতা বৃদ্ধি খৰতকীয়া কৰিব (July 2019)

  • শিকাৰুক পৰীক্ষাত ভাল নম্বৰ পাবলৈ প্রশিক্ষণ দিলে
  • শিকাৰুৰ নিজৰ নিজৰ পাৰদৰ্শিতা অনুসৰি মুক্তভাবে লিখাৰ সুযোগ দিলে
  • ছাত্র - ছাত্রীক নীতিকথামূলক সাধু বা কাহিনী পঢ়িবলৈ আৰু লিখিবলৈ দিলে
  • ছাত্র - ছাত্রীক শিকন কার্যত আকর্ষণ সৃষ্টি কৰিবলৈ ক'লে

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. ভাষাত 'Mind mapping' বুলিলে কি বুজায় (July 2019)

  • মনৰ চিত্র অংকন কৰা
  • পদ্যটো বা সাধুটোত বর্ণনা কৰা অঞ্চলটোৰ মানচিত্র অংকন কৰা
  • দুঃসাহসিক কার্যব এক প্রস্তুতি কৰিব ছাত্র- ছাত্রীক সেইবিষয়ে লিখিবলৈ দিয়া
  • ছাত্র-ছাত্রী নতুন নতুন ধাৰণা সৃষ্টি কৰিবলৈ, বুজি পাবলৈ আৰু সেইবোৰ সংযোগ কৰিবলৈ দিয়া

 

22. প্রতিটো শিক্ষা সদনৰ শেষত শিক্ষকে শিকাৰৰ শ্ৰৱণ, কথন পঠন আৰু লিখন দক্ষতাৰ অগ্রগতিৰ পৰীক্ষা লয়। এনে ধৰণৰ পৰীক্ষাৰ উদ্দেশ্য হ'ল

  • শিক্ষার্থীৰ ভাষা শিক্ষাৰ অগ্রগতিৰ বুজ লোৱা
  • শিক্ষকক পাঠ্যক্ৰমৰ উদ্দেশ্য সমূহৰ বুজোৱাত সহায় কৰা
  • শিকাৰুৰ সামগ্রিক দক্ষতাৰ বুজ লোৱা
  • ভাষা শিক্ষাৰ প্রতি ছাত্র - ছাত্ৰীৰ মনোভাব বা দৃষ্টিভংগী কেনেকুৱা সেই কথা নির্ণয় কৰা

 

23. যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত, সেই বিশেষ লক্ষণৰ সমষ্টিকে ব্যক্তিত্ব বোলা হয় - এই কথাষাৰ কৈছিল

  • নিউমেয়াৰে
  • আলপোর্টে
  • বৰিঙে
  • কার্লয়ুঙে

 

24. মানসিক স্বাস্থ্যবিজ্ঞান জন্মদাতা হ'ল

  • ৰুছো
  • ডব্লিউ বিয়াৰ
  • ফ্রয়েড
  • আলেকজেণ্ডাৰ

 

25. তলৰ কোনটো মানসিকভাবে সুস্থ ব্যক্তিৰ বৈশিষ্ট্য নহয়

  • বিশৃংখল জীৱন
  • আনন্দময় জীৱন
  • আত্ম মূল্যায়ন
  • ঘ) সমাযোজন ক্ষমতা

 

26. শিশুৰ ভাষা আহৰণ প্রক্রিয়াটোত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে (Jan 2021)

  • শিক্ষকে
  • পৰিয়ালে
  • বিদ্যালয়ে
  • গণ মাধ্যমে

 

27. ব্যাকৰণৰ নিয়মবোৰ মনত ৰখাই এই পদ্ধতিটোৰ সাৰ। পদ্ধতিটো হৈছে (Jan 2021)

  • গঠনাত্মক পদ্ধতি
  • প্রত্যক্ষ পদ্ধতি
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • প্রাকৃতিক পদ্ধতি

 

28. তলত উল্লেখ কৰা কোনটো মাতৃভাষা শিক্ষণৰ জ্ঞানৰ উদ্দেশ্য নহয় (Dec 2018)

  • ভাষাৰ উপাদানৰ পর্যাপ্ত জ্ঞান লাভ কৰা
  • বিষয়বস্তুৰ জ্ঞান লাভ কৰা
  • উচ্চাৰণৰ জ্ঞান লাভ কৰা
  • ভাষাটোত বিভিন্ন ধৰণৰ লিখনৰ জ্ঞান লাভ কৰা

 

29. শিশুৰ ব্যক্তিত্বৰ বিকাশত সর্বপ্রথম আৰু সর্বপ্রধান প্রভাৱ পেলায়

  • তেওঁৰ চৌপাশৰ সমাজখনে
  • আপোন ঘৰখনে
  • বিদ্যালয়ে
  • ওচৰ - চুবুৰীয়াই

 

30. ব্যক্তিসত্তা বিভিন্ন উপাদানৰ কেৱল মাত্র যোগফল নহয়, ইয়াৰ এক সমন্বয়হে - এই উক্তি হ'ল

  • কার্লযুঙৰ
  • উডৱৰ্থৰ
  • আলপোর্টৰ
  • মানৰ

 

Previous .......     6      7           ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved