Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 3

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 3

1. অপৰাধ প্রৱণতা হ'ল

  • কর্মমুখী হ'বলৈ সৃষ্টি হোৱা একপ্ৰকাৰৰ এলাহ
  • একপ্রকাৰৰ হতাশা
  • জীৱনৰ প্রতি ঋণাত্মক দৃষ্টিভংগী
  • এবিধ সামাজিক ব্যাধি

 

2. ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ (Jan 2024)

  • নিজাভাষা/প্রথম ভাষাব জ্ঞানে দ্বিতীয় ভাষা আহৰণত প্রভাব বিস্তাব কৰে
  • নিজাভাষা/প্রথম ভাষাৰ দ্বিতীয় ভাষা শিকনৰ ক্ষেত্ৰত কোনো ভূমিকা নাই
  • নিজাভাযা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
  • প্রথম ভাষা শিকন আৰু দ্বিতীয় ভাষা সম্পূর্ণ সুকীয়া

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. ভাৰতীয় সংবিধানৰ ৩৪৩ (২) অনুচ্ছেদ অনুসৰি (Dem 2019)  

  • হিন্দী এটা ৰাজভাষা
  • হিন্দী এটা সহযোগী ৰাজভাষা
  • ইংৰাজী এটা ৰাজভাষা
  • ইংৰাজী এটা সহযোগী ৰাজভাষা    

 

4. শিক্ষা মনোবিজ্ঞান হৈছে শিক্ষাৰ বিজ্ঞান যাক শিক্ষাৰ প্ৰক্ৰিয়া আৰু উৎপাদকন বিকাশৰ বাবে বিজ্ঞানসন্মতভাবে প্রয়োগ কৰিব পাৰি - এই উক্তিটো কাৰ  

  • Skinner - ৰ
  • Stephen - ৰ
  • E. A. Peel - ৰ
  • E. A. Portal - ৰ

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. কৈশোৰ কাল সম্বন্ধে ৰুছো, ষ্টেনলিহল, ফ্রয়ড আদি চিন্তাবিদসকলে তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল

  • শুদ্ধ
  • অর্ধশুদ্ধ
  • অশুদ্ধ
  • ওপৰৰ দুজনে আগবঢ়াইছে

 

6. শিক্ষা মনোবিজ্ঞান হৈছে

  • এক আচৰণমূলক বিজ্ঞান
  • এক বস্তুনিষ্ঠ বিজ্ঞান
  • এক বিকাশশীল বিজ্ঞান
  • ওপৰৰ তিনিওটা
 

7. সপ্তম শ্রেণীৰ এজন শিক্ষকে এটা যুগ্ম-অভ্যাসনৰ বাবে দুগৰাকীকৈ শিক্ষার্থীৰ যুগ্মকক দহটা বাক্যৰ এটাকৈ কাহিনী দিলে। এটা দলে প্রথম বাক্যকেইটা পড়ি যায় আৰু আনটো দলে সেই বাক্যবোৰ লিখি খয়। তাৰ পাছত দ্বিতীয় গোটে কাহিনীটো পঢ়ে আৰু প্রথম গোটে লিখি খয়। এনেদৰে তেওঁলোকে কাহিনীটো সম্পূর্ণ কৰিলে। তাৰ পাছত তেওঁলোকে অনুবাদবোৰ মূলৰ সৈতে মিলাই চালে। এই কার্যটোক কি বুলি কোৱা হয়(Jan 2024)

  • সৌহার্দ্যমূলক লেখ
  • সৌহার্দামূলক শ্রৱণ
  • বাক্য়ৰ শ্রুতলিপি
  • পাৰস্পৰিক দ্রুতলিপি

 

8. তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্রত শুদ্ধ নহয় (Jan 2024)

  • চিহ্ন ভাষাৰ বহুতো প্রকাৰ থাকে
  • চিহ্ন ভাষা এক স্বাভাবিক ভাষা
  • চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
  • চিহ্ন ভাষাৰ ব্যাকৰণ থাকে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ত্রিভাষা - সূত্রৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ (Jan 2024)

  • মাতৃভাষা/ঘৰুবা ভাষা/প্রথম ভাষা হিচাপে অঞ্চলিক ভাষা
  • ইংৰাজী/হিন্দী/ঘকবা ভাষা/প্রথম ভাষা হিচাপে আঞ্চলিক ভাষা
  • মাতৃভাষা/থবা ভাষা/প্রথম ভাষা হিচাপে হিন্দী
  • মাতৃভাষা/ঘকরা ভাষা/প্রথম ভাষা হিচাপে ইংৰাজী

 

10. পঠনৰ প্রাথমিক অবস্থাত শিক্ষকে গুৰুত্ব প্রদান কৰিবলগীয়া দিশটো হৈছে (Dem 2019)

  • ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা
  • পঠনৰ সাৱলীলতা
  • বর্ণ - উচ্চাৰণ সংযোগৰ (letter-sound correspondence) উন্নতি
  • পঠনৰ নির্ভুলতা

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

11. শ্রবণ আৰু পঠন হৈছে (Dem 2019)

  • গ্রহণাত্মক (Receptive) দক্ষতা
  • ব্যক্তকৰণ (Expressive) দক্ষতা
  • আকর্ষণীয় (Interesting) দক্ষতা
  • চিন্তামূলক (Thinking) দক্ষতা

 

12. কবিতা পডুবাওতে তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূর্ণ দিশ (July 2019)

  • প্ৰতিটো কবিতাবে এটোই নিশ্চিত অর্থ থাকে
  • কবিতাৰ এটাতকৈ অধিক অর্থ থাকিব পাৰে
  • কবিতাই সামাজিক সমস্যা প্রতিফলিত নকৰে
  • কবিতাই কোনো আৱেগিক দিশ প্রতিফলিত নকৰে

 

13. কোনটো কালত ল'ৰা - ছোৱালীৰ মনত বিমূর্ত চিন্তাৰ ক্ষমতা আয়ত্বলৈ আহে আৰু বিশ্লেষণাত্মক ভাবধাৰাৰ বিকাশ ঘটাৰ লগতে স্মৃতিশক্তিও বৃদ্ধি হয়

  • বাল্যকালত
  • কৈশোৰ কালত
  • শৈশৱ কালত
  • প্রাপ্তবয়স্ক কালত

 

14. শিক্ষক এগৰাকীৰ শিক্ষা মনোবিজ্ঞানৰ জ্ঞানৰ প্রয়োজন; কাৰণ

  • শিক্ষার্থীৰ মাজৰ ব্যক্তি পার্থক্যক বুজি উঠিবৰ বাবে
  • শিশুৰ প্ৰকৃতিৰ জ্ঞান লাভৰ বাবে
  • আগ্রহ আৰু অভিৰোচন সৃষ্টিৰ বাবে
  • ওপৰৰ তিনিওটা

 

15. কৈশোৰ কাল হৈছে সাংঘাটিক ধুমুহা আৰু পীড়নৰ সময় - এই ধাৰণা হ'ল

  • ষ্টেনলিহলৰ
  • ৰুছোৰ
  • পেভলভৰ
  • স্কিনাৰৰ

 

16. এগৰাকী শিক্ষকে প্রতিবেদন লিখিবলৈ শিকাওতে ছাত্র-ছাত্রীব মাজত বাতৰি কাকতৰ কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে। শিক্ষকগৰাকীয়ে ছাত্র-ছাত্রীক প্রতিবেদন পঢ়িবলৈ দিছে আৰু সেই বিষয়ে সিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে। এই পৰিস্থিতিত শিক্ষকজনে ব্যবহাৰ কৰা বাতৰি কাকতৰ কাটি বখা টুকুৰাবোৰ হৈছে  (July 2019)

  • এবিধ শিক্ষণ সঁজুলি
  • এবিধ শিকন সঁজুলি
  • TLM (Teaching Material) Learning
  • শিক্ষণ পদ্ধতি টি

 

17. ভাৰতত কিমানটা ভাষা পৰিয়াল আছে (July 2019)

  • চাৰিটা
  • ছটা
  • আঠটা
  • দহটা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

18. নতুন লিখকসকলক তেওঁলোকৰ প্রয়োজন অনুসৰি শিক্ষকে প্রদান কৰিবলগীয়া সহাবি হৈছে (Dem 2019)

  • তেওঁলোকৰ লেখাৰ বৈয়াকৰণিক ত্রুটি সম্পর্কত সবিশেষ (Feedback) প্রদান। প্রতিক্রিয়া
  • তেওঁলোকৰ লেখনীৰ উদ্ধৃতিসহ বিশেষ মন্তব্য প্রদান কৰি তেওঁলোকে ভাল কাম কৰা বুলি প্রশংসা কৰা
  • ভুলবোৰত গুৰুত্ব নিদিবলৈ পৰামর্শ দিয়া
  • শ্রেণীকোঠাত ভালকৈ নেলেখাটোক আধাৰ কৰি গ্রেড প্রদান কৰি

 

19. ক্যুচিয়াছ আছিল (Jan 2024)

  • মানৱ জাতিৰ আটাইতকৈ প্রভাবশালী শিক্ষকসকলৰ এজন
  • মুদ্রণ যন্ত্রব উদ্ভাৱক
  • কাগজৰ উদ্ভাৱক
  • চীনা সম্রাট

 

20. তলৰ কোনটো পদ্ধতিয়ে মৌখিক অনুশীলন আৰু 'ভাষাৰ আনুষ্ঠানিক সমলসমূহ আয়ত্তকৰণ' ভাষা অধ্যয়নৰ বাবে অত্যাবশ্যকীয় হিচাপে গণ্য কৰে (Jan 2024)

  • শ্রব্যভাষিকতা (Audiolingualism)
  • যোগাযোগমূলক ভাষা শিক্ষন
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • সম্পূর্ণ শাৰীৰিক সহাৰি

 

21. ৰাষ্ট্রীয় শিক্ষা নীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্রত তলৰ কোনটো কথা শুদ্ধ নহয় (Jan 2024)

  • ত্রি - ভাষা সূত্ৰৰ ভিতৰত এটা ধ্রুপদী ভাষা শিকা
  • মাতৃভাষা/ঘৰুৱা ভাষা ত্রি - ভাষা সূত্রব অধীনত শিকা
  • ত্রি - ভাষা সূত্ৰৰ অধীনত ভাৰতীয় ভাষা শিকা
  • ত্রি - ভাষা সূত্রব অধীনত ইংৰাজী ভাষা শিকা)

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

22. Logos মানে হ'ল

  • বিজ্ঞান
  • মন
  • মানসিকতা
  • আত্মা

 

23. মনোযোগ হ'ল কোনো বস্তুত মনক কেন্দ্রিভূত কৰাৰ এক প্রক্রিয়া - এই উক্তিটো কোনে কৈছিল

  • ৰিকেটে
  • ৰুছোৱে
  • ড্রেভাৰে
  • পেভলভে

 

24. শিশুৰ মনোযোগ হ'ল

  • সচেতন
  • ইচ্ছাকৃত
  • বৌদ্ধিক
  • অনিচ্ছাকৃত

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. আগ্রহ হ'ল

  • মনোযোগৰ এক লুপ্ত অৱস্থা
  • মনোযোগৰ এক সুপ্ত অৱস্থা
  • উচ্চ মানসিক স্তবৰ এক জাগ্রত অৱস্থা
  • ওপৰৰ কেইটা

 

26. তলৰ কোনটো ত্রি-ভাষা সুত্রৰ ক্ষেত্ৰত সত্য (Jan 2024)

  • শিশু এটাই ইংৰাজী বা ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তব সমাপ্ত কৰালৈকে দুটা বা অধিক ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজ্য ভাষাত প্রাথমিক শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তবব শিক্ষা শেষ বৰালৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজভাযা হিন্দীত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰলৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুৱেই মাতৃভাষা বা ঘৰুৱা ভাষাত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰ পর্যন্ত অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব

 

27. ভাষাব দক্ষতা কেনেদবে ফলপ্ৰসূৰূপে শিকিব পৰা যায় আটাইতকৈ (Aug 2023)

  • ভাষাৰ প্ৰত্যাহ্বানপূর্ণ আৰু যান্ত্রিক অনুশীলনৰ সহায়ত
  • যদিহে শিক্ষকগৰাকীয়ে এটা সময়ত এটা মাত্র দক্ষতা শিকোৱাত গুরুত্ব দিয়ে
  • সংহতিপূর্ণ ধৰণে আগবাঢ়ি
  • কেরল লিখিত পৰীক্ষা আৰু প্রদত্ত কার্যৰ দ্বাৰা

 

28. শিক্ষার্থীয়ে বৰ্ণনাৰ দক্ষতা বুজি পাইছে নে নাই জানিবৰ কাৰণে শিক্ষকে তেঁওলোকক কি কৰিবলৈ দিয়া উচিত (Aug 2023)

  • শিক্ষার্থীসকল অভিভূত হোৱা বা আশ্চর্যচকিত হোৱা অভিজ্ঞতা এটাৰ বিষয়ে ক'বলৈ দিয়া
  • পাঠটোত থকা ক্রিয়া আৰু বিশেষণ পদসমূহ ঘূৰণীয়াকৈ চিহ্নিত কৰা
  • শব্দ বৰ্ণনৰ ভুলবোৰ শুধৰাবলৈ দিয়া
  • সাধু এটা পঢ়িবলৈ দিয়া আৰু বোধক্ষমতাভিত্তিক প্ৰশ্নৰ উত্তৰ দিবলৈ দিয়া

 

29. মনোযোগৰ বাহ্যিক কাৰণ নহয়

  • আগ্রহ
  • প্রবৃত্তি
  • আবেগ
  • ওপৰৰ এটাও নহয়

30. শিক্ষকে তৃতীয় শ্রেণীৰ শিক্ষার্থীসকলক এটা খাম প্রস্তুত কৰিবলৈ দিছে আৰু শিক্ষার্থীসকলে এই নির্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্রেণী এটাত এই কার্যই ছাত্র-ছাত্রীসকলক সহায় কৰিব (Dem 2019)

  • লিখন দক্ষতা বিকাশৰ ক্ষেত্রত
  • কথন দক্ষতা বিকাশৰ ক্ষেত্রত
  • শ্রবণ দক্ষতা বিকাশৰ ক্ষেত্রত
  • সৃজনীশীলতা বিকাশৰ ক্ষেত্ৰত

 

Previous ......      2      3      4       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved