Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ভাষা (Language)

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

ভাষা (Language)

ভাষা হৈছে আমাৰ চিন্তা প্ৰকাশ আৰু আনৰ চিন্তা বুজি পোৱাৰ এক মাধ্যম অৰ্থাৎ মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাকে ভাষা বোলে, ই সংস্কত শব্দ ভাষ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে উক্ত বা মাত কথা ভাষাৰ আধাৰ ভাৱ |


ভাষা হ'ল এক সাংকেতিক ব্যৱস্থা যাৰ সহায়ত মানুহে পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰে, ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয় ইয়াৰ আন বহুতো কাম আছে ।

 

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

ভাষা হ'ল এক সাংকেতিক ব্যৱস্থা যাৰ সহায়ত মানুহে পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰে, ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয় ইয়াৰ আন বহুতো কাম আছে ।

যেনে

ক) ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ভাষা
খ) সামাজিক জীৱনক অৰ্থ প্ৰদানৰ মাধ্যম হিচাপে ভাষা
গ) জ্ঞান আহৰণৰ মাধ্যম হিচাপে ভাষা
ঘ) সাহিত্য শিল্প সংস্কৃতি আৰু সভ্যতাৰ বিকাশত সহায়ক হিচাপে ভাষা
ঙ) লিপি হৈছে ভাষাৰ লিখিত ৰূপ
চ) ভাষা আৰু লিপিৰ মাজত নিদিষ্ট সম্পৰ্ক নাই যিকোনো ভাষা যিকোনো লিপিতে লিখিব পাৰি

 

 

YouTube : Assam TET Academy 

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

ভাষাৰ প্ৰকৃতি (Nature of Language)

1. ভাষা এটা মানসিক অনুষদ(Mental Faculty)
2. ভাষা এক সাংকেতিক প্ৰণালী 
3. ভাষা হ'ল যাদৃচ্ছিক
4. ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ বাহক
5. ভাষা চিৰস্থায়ী বা অবিৰত
6. ই মানসিক আৰু বৌদ্ধিক বিকাশৰ বাহক
7. ই সৃষ্টিশীল আৰু গতিশীল

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

ভাষাৰ বৈশিষ্ট্য (characteristics of language)

i. ভাষা এক কন্ঠ ধ্বনি
ii. ই এটা প্রণালী
iii. ভাষা এক খণ্ডিত
iv. ভাষাৰ অঢ় বা চিনাকী আছে
v. ই এক প্রকাৰক সংকেত
vi. ই যাদৃচ্ছিক অর্থাৎ ধ্বনি আৰু অর্থৰ মাজত কোনো সহজাত সম্বন্ধ নাই। কিন্তু ই ধৰি লোকা সম্বন্ধতে 
vii. ভাষা হৈছে আচৰণ।
viii. ভাষা হৈছে এক শিকন। ভাষাৰ কাম হ'ল বক্তাৰ ভাৱ শ্ৰুতাৰ ওচৰলৈ প্রেৰণ কৰা |

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

ভাষাৰ প্রধান কার্য
ভাষাৰ প্রধান কার্য তিনিটা

তথ্যমূলক  - ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলে তথ্য যোগানত সহায় কৰে

অনুভূতিমূলক  - ভাষাষ মাজেৰে মনৰ সুখ - দুখী, ভাৱ - অনুভূতি প্রকাশ কৰা

পৰিৱেশনমূলক  - ভাষাৰ মাজেকে সভ্যতা সংস্কৃতি প্রকাশৰ লগতে পৰস্পৰৰ ওচৰত ভদ্রতা, নম্রতা আদি প্রকাশ কৰা হয়

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

Q. ছাত্র - ছাত্রীসকলক সিহঁতৰ ভালকৈ দখল নথকা ভাষা এটাৰ মাধ্যমেৰে যদি শিক্ষাদান কৰা হয়, তেনেহ'লে (Dec 2018)

(1) প্রকৃত মনোযোগ সম্ভৱ নহ'ব
(2) ছাত্র-ছাত্রীব নুবুজাকৈ মুখস্থ কৰা অভ্যাস গড় ল'ব
(3) অধ্যয়নৰ প্ৰতি কচি হেৰুৱাৰ
(4) ওপৰৰ আটাইকেইটা


 

Q. ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ (Jan 2024)

(1) নিজাভাষা/প্রথম ভাষাব জ্ঞানে দ্বিতীয় ভাষা আহৰণত প্রভাব বিস্তাব কৰে
(2) নিজাভাষা/প্রথম ভাষাৰ দ্বিতীয় ভাষা শিকনৰ ক্ষেত্ৰত কোনো ভূমিকা নাই
(3) নিজাভাযা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
(4) প্রথম ভাষা শিকন আৰু দ্বিতীয় ভাষা সম্পূর্ণ সুকীয়া

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

Q. তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্রত শুদ্ধ নহয় (Jan 2024)

(1) চিহ্ন ভাষাৰ বহুতো প্রকাৰ থাকে
(2) চিহ্ন ভাষা এক স্বাভাবিক ভাষা
(3) চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
(4) চিহ্ন ভাষাৰ ব্যাকৰণ থাকে


 

Q. বোধবাদীসকলৰ (cognitivist) মতে শিশুৱে তেতিয়াহে ভাষা সফলভাবে শিকে (Dec 2019)

(1) যেতিয়া শিক্ষকে শ্রেণীটো নিজৰ নিয়ন্ত্রণত বাখে আৰু ছাত্র - ছাত্রীক কম সুযোগ প্রদান কৰে
(2) যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক ব্যাকৰণৰ নিয়মসমূহ কন্ঠস্থ কৰিবলৈ উৎসাহ যোগায়
(3) যেতিয়া ছাত্র - ছাত্রীয়ে ব্লেকব'র্ডব কথাবোৰ নিয়াৰিকৈ টোকা কৰি লয়
(4) যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কার্যসমূহ কৰিবলৈ উৎসাহিত কৰে

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

Q. পঠনৰ প্রাথমিক অবস্থাত শিক্ষকে গুৰুত্ব প্রদান কৰিবলগীয়া দিশটো হৈছে (Dec 2019)

(1) ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা
(2) পঠনৰ সাৱলীলতা
(3) বর্ণ - উচ্চাৰণ সংযোগৰ (letter-sound correspondence) উন্নতি
(4) পঠনৰ নির্ভুলতা


 

Q. সামগ্রিক ভাষা অভিগমন (Whole language approach) হৈছে (Jan 2024)

(1) অর্থ কেন্দ্রিক
(2) দক্ষতা কেন্দ্রিক
(3) শব্দ মিশ্রণ (blending sounds)
(4) ধ্বনি আৰু প্রতীকৰ সম্পর্ক অনুমান কৰা (infessing a sound-symbol relationship)

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Gmail : Assamtet2112@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved