SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায়ৰ পৃষ্ঠা ১৪ ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।

অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
প্ৰশ্নাৱলী, Page No - 14
1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাই অক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
Answer : (i) (a) আৰু (b)
2. Fe2O3 + 2Al -----→ Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
Answer : (d) এটা অপসবণ বিক্রিয়াৰ
3. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
Answer : (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?
YouTube Channel
| Assam TET Academy | Subscribe Now |
5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সম্ভলন কৰা।
(a) হাইড্র'জেন গেছে নাইট্রি'জেনৰে সৈতে লগ হৈ এম'নিয়া প্রস্তুত কৰে।
(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ফ্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্র'ক্সাইড আৰু হাইড্র'জেন গেছ উৎপন্ন কৰে।
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।
(a) HNO3 + Ca(OH)2 → Ca(NO3)2 + H₂о
(b) NaOH + H₂SO₄ → Na₂SO₄ + H2O
(c) NaCl + AgNO3 → AgCl + NaNO3
(d) BaCl2 + H₂SO₄ → BaSO4 + HCl
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্র'ক্সাইড + কার্বন ডাই অস্কাইড → কেলছিয়াম কার্বনেট + পানী
(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ
(c) এলুমিনিয়াম + ক'পাৰ ক্ল'ৰাইড → এলুমিনিয়াম ক্ল'ৰাইড + ক'পাৰ
(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড
৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্র'মাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) → পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্র'মাইড (s)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)
(c) হাইড্র'জেন (g) + ক্ল'ৰিন(g) → হাইড্র'জেন ক্ল'ৰাইড (g)
(d) মেগনেছিয়াম (s) + হাইড্র'ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র'জেন (g)
9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা । উদাহৰণ দিয়া।
10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা।
11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপৰীত বোলা হয় কিয় । এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।
12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা



13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পার্থক্য কি ? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।
Answer :
| অপসৰণ বিক্ৰিয়া | দ্বিঅপসৰণ বিক্ৰিয়া |
| i. যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে | | a. যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে | |
| ii. অধঃক্ষেপৰ সৃষ্টি নহয় | | b. অধঃক্ষেপৰ সৃষ্টি হয় | |
অপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
Zn + CuSO4 → ZnSO4 + Cu
দ্বিঅপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
AgNO3 + NaCl → AgCl + NaNO3
| SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ MCQ Paper (Total Questions - 45) | ||
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৬ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৭ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৮ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৯ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২০ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২১ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২২ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৩ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৪ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৫ | Test | |
14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে'ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা।
15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।
16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
(a) জাৰণ
(b) বিজাৰণ
17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
NCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G.Science | S.Science | Adv. Maths |
| Geography | E.Grammar | অ. ব্যাকৰণ |
| IT(Computer) |
||
18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?
19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?
20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন
(b) চৰ্বিৰ দুৰ্গন্ধিতা
| অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : প্ৰশ্নাৱলী | |||
| Page No - 6 | Page No - 10 | Page No - 13 | Page No - 14 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved