Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

পৰিসংখ্যা : অনুশীলনী 14.3

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

দশম শ্ৰেণী গণিত - পৰিসংখ্যা : অনুশীলনী 14.3

       এই পাঠ্যাংশ SCERT Class 10 Mathematics বইৰ অধ্যায় 14 : পৰিসংখ্যা বিষয়ক চমু বিৱৰণ আৰু সমস্যাসমূহৰ সমাধানসমূহ লৈ কেন্দ্ৰিত। অনুশীলনী - 14.3 পৰিসংখ্যা অধ্যায়ৰ গুৰুত্বপূৰ্ণ অনুশীলনীসমূহৰ অন্যতম, য’ত ছাত্ৰ-ছাত্ৰীয়ে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু গাণিতিক মাধ্য় (mean), মধ্যমা (median), আৰু বহুলক (mode) আদিৰ ওপৰত গভীৰ জ্ঞান লাভ কৰে।  এই অনুশীলনীৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা সম্পৰ্কীয় ধাৰণা স্পষ্ট কৰা আৰু তথ্যানুসন্ধানমূলক দক্ষতা উন্নত কৰা। অনুশীলনী - 14.3 ৰ সমস্যাবোৰ বিশেষকৈ তথ্যৰ ফ্রিকুৱেঞ্চি টেবুল নিৰ্ণয়, গড় গণনা আৰু তথ্য বিশ্লেষণৰ ওপৰত আধাৰিত।

সংঘবদ্ধ তথ্যৰ মধ্যমা (Median of Grouped Data)

 

মধ্যমা = l + (
   n/2 - cf     f
) × h

 

l = শ্ৰেণীৰ নিম্ন সীমা (f বাৰংবাৰতাৰ শ্ৰেণীৰ অন্তৰাল নিম্নসীমাটো)
cf = শ্ৰেণীৰ পূৰ্ববর্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা (f বাৰংবাৰতা ৰ ওপৰৰ সংখ্যা কেইটাৰ যোগফল)
n = বাৰংবাৰতাৰ মুঠ সংখ্যা
f = শ্ৰেণীৰ বাৰংবাৰতা ( বাৰংবাৰতাৰ আটাইতকৈ ডাঙৰ সংখ্যা )
h = শ্রেণী দৈর্ঘ্য
শ্রেণী অন্তৰালৰ দৈর্ঘ্য (h) = শ্ৰেণীৰ উচ্চ সীমা - নিম্ন সীমা

 

 

NCERT Solutions Class 10 Maths Chapters and Solutions
 
HSLC Final প্ৰশ্নকাকত (সাধাৰণ গণিত)
  HSLC Question Paper - 2016
HSLC Question Paper - 2017
HSLC Question Paper - 2018
HSLC Question Paper - 2019
HSLC Question Paper - 2020
HSLC Question Paper - 2021
HSLC Question Paper - 2022
HSLC Question Paper - 2023
HSLC Question Paper - 2024
HSLC Question Paper - Coming Soon
 
0. পুনৰালোচনা
  MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী : R - 1
অনুশীলনী : R - 2
অনুশীলনী : R - 3
অনুশীলনী : R - 4
অনুশীলনী : R - 5
 
1. বাস্তৱ সংখ্যা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 1.1
অনুশীলনী 1.2
অনুশীলনী 1.3
অনুশীলনী 1.4
 
2. বহুপদ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 2.1
অনুশীলনী 2.2
অনুশীলনী 2.3
 
 
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 3.1
অনুশীলনী 3.2
অনুশীলনী 3.3
অনুশীলনী 3.4
অনুশীলনী 3.5
অনুশীলনী 3.6
 
4. দ্বিঘাত সমীকৰণ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 4.1
অনুশীলনী 4.2
অনুশীলনী 4.3
অনুশীলনী 4.4
 
5. সমান্তৰ প্ৰগতি
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 5.1
অনুশীলনী 5.2
অনুশীলনী 5.3
 
6. ত্ৰিভুজ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 6.1
অনুশীলনী 6.2
অনুশীলনী 6.3
অনুশীলনী 6.4
অনুশীলনী 6.5
 
7. স্থানাংক জ্যামিতি নিয়ম
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 7.1
অনুশীলনী 7.2
অনুশীলনী 7.3
 
8. ত্ৰিকোণমিতিৰ পৰিচয় নিয়ম
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 8.1
অনুশীলনী 8.2
অনুশীলনী 8.3
অনুশীলনী 8.4
 
10. বৃত্ত
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 10.1
অনুশীলনী 10.2
 
11. অংকন
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 11.1
অনুশীলনী 11.2
 
12. বৃত্ত সম্বন্ধীয় কালি
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 12.1
অনুশীলনী 12.2
 
13. পৃষ্ঠকালি আৰু আয়তন
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 13.1
অনুশীলনী 13.2
অনুশীলনী 13.3
অনুশীলনী 13.4
 
14. পৰিসংখ্যা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 14.1
অনুশীলনী 14.2
অনুশীলনী 14.3
অনুশীলনী 14.4
 
15. সম্ভাৱিতা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 15.1

 

অনুশীলনী 14.3

1. এটা অঞ্চলৰ 68 জন গ্রাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰংবাৰতা বিভাজন তলত দিয়া হ'ল। তথ্যৰ মধ্যমা, মাধ্য আৰু বহুলক উলিওৱা আৰু তুলনা কৰা।

মাহেকত খৰচ (ইউনিটত) গ্রাহকৰ সংখ্যা
65 - 85 4
85 - 105 5
105 - 125 13
125 - 145 20
145 - 165 14
165 - 185 8
185 - 205 4

সমাধান :

f = 20
cf = 13 + 5 + 4 = 22
l = 125
h = 20 (85 - 62)
n = 68

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 125 + (
   68/2 - 22     20
) × 20
  = 125 + (
   34 - 22     20
) × 20
  = 125 + (
   12     20
) × 20
  = 125 +  
   240     20
 
  = 125 +   12
  = 137

তথ্যৰ মধ্যমা = 137 ইউনিটত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

2. তলৰ বিভাজনৰ মধ্যমা যদি 28.5, তেন্তে x আৰু y ৰ মান উলিওৱা।

শ্রেণী অন্তৰাল বাৰংবাৰতা
0 - 10 5
10 - 20 x
20 - 30 20
30 - 40 15
40 - 50 y
50 - 60 5
মুঠ 60

সমাধান :

f = 20
cf = x + 5
l = 20
h = 10 (10 - 0)
n = 60

মধ্যমা = 28.5

x + y + 45 = 60
x + y = 60 - 45
x + y = 15 ----------- (1)

মধ্যমা = l + (
   n/2 - cf     f
) × h
28.5 = 20 + (
   60/2 - (x +5)     20
) × 10
28.5 = 20 + (
   30 - x - 5     20
) × 10
28.5 = 20 + (
   25 - x     20
) × 10
28.5 - 20 =   +  
   (25 - x )10     20
 
8.5 ×20 = 250 - 10x
170 = 250 - 10x
10x = 250 - 170
10x = 80
x = 8

⇒(1) = 8 + y = 15
⇒ y = 15 - 8
⇒ y = 7

.'. x = 8
   y = 7

 

3. সকলো জীৱনবীমা সদসাই 100 জন পলিছি গ্রাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায়। মধ্যমা বয়স উলিওৱা, যদি 18 ৰ পৰা 60 বছৰ কম বয়সৰ ব্যক্তিকহে পলিছি দিয়ে।

বয়স (বছৰ) পলিছি থকা গ্রাহকৰ সংখ্যা
20 বছৰৰ কম 2
25 বছৰৰ কম 6
30 বছৰৰ কম 24
35 বছৰৰ কম 45
40 বছৰৰ কম 78
45 বছৰৰ কম 89
50 বছৰৰ কম 92
55 বছৰৰ কম 98
60 বছৰৰ কম 100

সমাধান :

বয়স (বছৰ) শ্রেণী অন্তৰাল পলিছি থকা গ্রাহকৰ সংখ্যা বাৰংবাৰতা
20 বছৰৰ কম 18 - 20 2 2
25 বছৰৰ কম 20 - 25 6 4
30 বছৰৰ কম 25 - 30 24 18
35 বছৰৰ কম 30 - 35 45 21
40 বছৰৰ কম 35 - 40 78 33
45 বছৰৰ কম 40 - 45 89 11
50 বছৰৰ কম 45 - 50 92 3
55 বছৰৰ কম 50 - 55 98 6
60 বছৰৰ কম 55 - 60 100 2

f = 33
cf = 21 + 18 + 4 + 2 = 45
l = 35
h = 5 (25 - 20)
n = 100

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 35 + (
   100/2 - 45     33
) × 5
  = 35 + (
   50 - 45    33
) × 5
  = 35 + (
   5     33 
) × 5
  = 35 +  
   25   33
 
  = 35 +   0.757  
  = 35.757

বয়স মধ্যমা = 35.757 বছৰ

 

SCERT Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

4. এজোপা উদ্ভিদৰ 40 টা পাতৰ দৈর্ঘ্য আসন্ন মিলিমিটাৰত জোখা হৈছে আৰু প্রাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে।

দৈর্ঘ্য (মিঃমিঃত) পাতৰ সংখ্যা
118 - 126 3
127 - 135 5
136 - 144 9
145 - 153 12
154 - 162 5
163 - 171 4
172 - 180 2

পাতৰ মধ্যমা দৈর্ঘ্য নির্ণয় কৰা।

(ইংগিতঃ তথ্যসমূহ অবিচ্ছিন্ন শ্ৰেণীলৈ পৰিবৰ্তন কৰিব লাগিব যিহেতু মধ্যমা নির্ণয়ৰ সূত্ৰটো অবিচ্ছিন্ন শ্রেণীত ধৰা হৈছে। শ্রেণীসমূহ সেয়ে পৰিবৰ্তিত হ'ব- 117.5 - 126.5, 126.5 -135.5,..., 171.5 - 180.5.)

সমাধান :

f = 12
cf = 9 + 5 + 3 = 17
l = 144.5
h = 9
n = 40

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 144.5 + (
   40/2 - 17     12
) × 9
  = 144.5 + (
   20 - 17     12
) × 9
  = 144.5 + (
   3    12
) × 9
  = 144.5 +  
   27   12
 
  = 144.5 +   2.25  
  = 146.75

দৈর্ঘ্যৰ মধ্যমা = 146.75 মিঃমিঃ

 

 

5. 400 টা নিয়ন লেম্পৰ আয়ুস কাল তলৰ তালিকাত বিভাজন কৰি দিয়া হৈছে।

আয়ুস কাল (ঘণ্টাত) লেম্পৰ সংজ্ঞা
1500 - 2000 14
2000 - 2500 56
2500 - 3000 60
3000 - 3500 86
3500 - 4000 74
4000 - 4500 62
4500 - 5000 48

এটা লেম্পৰ মধ্যমা আয়ুস কাল উলিওৱা।

সমাধান :

f = 86
cf = 60 + 56 + 14 = 130
l = 3000
h = 500 (2000 - 1500)
n = 400

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 3000 + (
   400/2 - 130     86
) × 500
  = 3000 + (
   200 - 130     86
) × 500
  = 3000 + (
   70    86 
) × 500
  = 3000 +  
   35000     86 
  = 3000 +   406.98  
  = 3406.98

আয়ুস কালৰ মধ্যমা = 3406.98 ঘণ্টা

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

6. এখন স্থানীয় টেলিফোন ডায়েৰীৰপৰা 100 জন ব্যক্তিৰ উপাধি যাদুচ্ছিকভাবে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালাৰ আখৰৰ সংখ্যা বাৰংবাৰতা বিভাজন কৰি তলত দিয়া হ'ল।

আখৰৰ সংখ্যা উপাধিৰ সংখ্যা
1 - 4 6
4 - 7 30
7 - 10 40
10 - 13 16
13 - 16 4
16 - 19 4

উপাধিবোৰৰ মধ্যমা আখৰৰ সংখ্যা নিৰ্ণয় কৰা। উপাধিবোৰৰ মাধ্য আখৰৰ সংখ্যা উলিওৱা। উপাধিৰ বহুলক আকাৰ উলিওৱা।

সমাধান :

f = 40
cf = 30 + 6 = 36
l = 7
h = 3
n = 100

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 7 + (
   100/2 - 36     40
) × 3
  = 7 + (
   50 - 36     40
) × 3
  = 7 + (
   14     40
) × 3
  = 7 +  
   42    40
 
  = 7 +   1.05  
  = 8.05

মধ্যমা = 8.05

 

7. তলৰ বিভাজনে এটা শ্ৰেণীকোঠাৰ 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজন নিৰূপণ কৰে। ছাত্ৰৰ মধ্যমা ওজন নির্ণয় কৰা।

ওজন (কিঃগ্রাঃত) ছাত্র-ছাত্রীৰ সংখ্যা
40 - 45 2
45 - 50 3
50 - 55 8
55 - 60 6
60 - 65 6
65 - 70 3
70 - 75 2

সমাধান :

f = 8
cf = 3 + 2 = 5
l = 50
h = 5
n = 30

মধ্যমা = l + (
   n/2 - cf     f
) × h
  = 50 + (
   30/2 - 5     8
) × 5
  = 50 + (
   15 - 5     8
) × 5
  = 50 + (
   10     8
) × 5
  = 50 +  
   50   8
 
  = 50 +   6.25  
  = 56.25

তথ্যৰ মধ্যমা = 56.25 কিঃগ্রাঃ

 

পৰিসংখ্যা : অনুশীলনী
14.1 14.2 14.3 14.4

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved