Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 18

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 18

1. ভাষাৰ এগৰাকী শিক্ষকে শিকাৰুৰ শ্ৰৱণ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰে (Aug 2023)

  • পৰোক্ষভাৱে বা নিষ্ক্রিয়ৰূপে শুনা সকলোবোৰ শুনিবলৈ দি
  • শ্ৰেণীকোঠাৰ বাহিৰে - ভিতৰে অনবৰতে ছাত্ৰ - ছাত্ৰীৰ সৈতে কথা পাত
  • ভাষা শিকাৰ অন্য দক্ষতাবোৰত গুৰুত্ব আৰোপ নকৰি কেৱল শ্ৰৱণ শিকাত গুৰুত্ব দি
  • বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছমানত ছাত্ৰ - ছাত্ৰীৰ জড়িত কৰোবাৰ দ্বাৰা

 

2. গঠনমূলক পৰীক্ষণ হৈছে  (Aug 2023)

  • পৰিৱৰ্তন সাপেক্ষ নহয়
  • শিক্ষণ - শিকন প্রক্রিয়াটো সংঘটিত বোৰ
  • (৫) চলি থকা বিকাশ আৰু উন্নীতকৰণ (উন্নয়ন) ৰ লগত জড়িত
  • বিষয় এটাৰ বা বেছি এটাৰ নির্দিষ্ট স্তৰ এটা সম্পন্ন কৰা

 

3. বিধানমূলক বা উপচাৰাত্মক শিক্ষণ পদ্ধতিয়ে (Dec 2018)

  • সমস্যা চিহ্নিত কৰাৰ জটিলতাৰ স্তৰ বৃদ্ধি কৰে
  • সমস্যা দূৰ কৰাত কৃতকার্য কৰি তোলে
  • সমস্যাবোৰ সানমিহলি ৰূপত পৰিবেশন কৰে
  • সমস্যাবোৰৰ কাৰণে ভাষা নীতি বা ভাষা সিদ্ধান্তৰ জ্ঞান প্রদান কৰে

 

4. তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দসম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্রসূ উপায় (Aug 2023)

  • ব্লেকবোর্ডত শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়া
  • নতুন শব্দবোৰৰ বিপৰীত অর্থসূচক শব্দবোৰ কৈ সিহঁতৰ ভাষাত সেইবোৰৰ অর্থ কোৱা
  • শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা ডাঙি ধৰা
  • যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয়, সেইবোৰ ব্যাখ্যা কৰা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ৰাষ্ট্রীয় শিক্ষা নীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্রত তলৰ কোনটো কথা শুদ্ধ নহয় (Jan 2024)

  • ত্রি - ভাষা সূত্ৰৰ ভিতৰত এটা ধ্রুপদী ভাষা শিকা
  • মাতৃভাষা/ঘৰুৱা ভাষা ত্রি - ভাষা সূত্রব অধীনত শিকা
  • ত্রি - ভাষা সূত্ৰৰ অধীনত ভাৰতীয় ভাষা শিকা
  • ত্রি - ভাষা সূত্রব অধীনত ইংৰাজী ভাষা শিকা

 

6. Logos মানে হ'ল

  • বিজ্ঞান
  • মন
  • মানসিকতা
  • আত্মা

 

7. মনোযোগ হ'ল কোনো বস্তুত মনক কেন্দ্রিভূত কৰাৰ এক প্রক্রিয়া - এই উক্তিটো কোনে কৈছিল

  • ৰিকেটে
  • ৰুছোৱে
  • ড্রেভাৰে
  • পেভলভে

 

8. তলৰ কোনটো সফল কথন অনুশীলনৰ এটা লক্ষণ (Dem 2019)

  • শিক্ষার্থীৰ অসমান অংশগ্রহণ
  • শিক্ষার্থীক বার্তালাপ কৰিবলৈ সুযোগ প্রদান কৰা অনুশীলন
  • শিক্ষার্থীক মাত্র লক্ষ্যভাষাত বার্তালাপ কৰিবলৈ দিয়া
  • মনোযোগ বিচৰাসকলক শ্রেণীকোঠাৰ ফলপ্রসু পৰিচালনাৰ বাবে অধিক কথা কোৱাৰ সুযোগ দিব লাগে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ভাষা আহৰণ হৈছে (Dec 2018)

  • কেৱল প্রয়োজনীয় শব্দসম্ভাৰৰ ব্যৱহাৰ
  • শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিবেশক উদগনি যোগোৱা এক কৌশল
  • ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি
  • মানৱ মস্তিষ্কৰ প্রকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্রক্রিয়া

 

10. ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদবে শিকাব পাৰে (Dec 2018)

  • দ্রুতলিপি দি
  • শিশুহঁতক পৰিপাটিকৈ লিখিবলৈ দি
  • মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাকক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি
  • শিকাকক নিবন্ধ শিকিবলৈ দি

 

11. ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায় (Dec 2018)

  • ছাত্র - ছাত্রীৰ সৈতে কথা পাতি
  • ছাত্র - ছাত্রীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি
  • ভুল আঙুলিয়াই সেইবোৰ ঠাইতে শুধৰাই দি
  • কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি

 

12. ভাবিগঙ্কিৰ (Vygotsky) মতে ভাষা শিকাব ক্ষেত্রত হৈছে এটা অত্যাবশ্যকীৰ উপকৰণ (Dem 2019)

  • সামাজিক বার্তা বিনিময়
  • পাঠ্যপুথি
  • ৰেডিঅ'
  • অভিধান

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. বিস্তৃত অধ্যয়নে ছাত্র - ছাত্রীৰ আগ্রহ ধাবিত কৰে (Dem 2019)

  • অচিনাকি শব্দৰ অৰ্থ উদ্ধাৰ কৰাৰ প্রতি
  • পাঠত থকা ব্যাকৰণগত উপকৰণসমূহৰ ব্যৱহাৰৰ প্রতি
  • কবিতা আবৃত্তিৰ প্রতি
  • পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্রতি

 

14. ব্যক্তিত্ব শব্দটোৰ পৰিৱৰ্তে বর্তমান মনোবিজ্ঞানত ব্যৱহাৰ হোৱা শব্দটো হৈছে

  • প্রবৃত্তি
  • ব্যক্তিসত্তা
  • চৰিত্র
  • অৱয়ব

 

15. ব্যক্তিত্বৰ পৰিপূর্ণ সংজ্ঞা হিচাপে তলৰ কোনজন মনোবিজ্ঞানীৰ সংজ্ঞাক বিবেচনা কৰা হয়

  • পেভলভ
  • উডৱর্থ
  • স্কিনাৰ
  • আলপোর্ট

 

16. ব্যক্তিত্ব হ'ল ব্যক্তিৰ পৰিবেশৰ লগত বিশেষধৰণৰ সংগতিপূর্ণ উপযোজন - এই উক্তিটো হ'ল

  • বৰিঙৰ
  • কার্লযুক্তৰ
  • ৰুছোৰ
  • ৰবার্ট ব্রাউনৰ

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. শিক্ষাদানৰ আনুষ্ঠানিক ধাৰাটোৰ প্রয়োজন হয়

  • ন শিকাৰুসকলৰ বাবে
  • বিদ্যালয় ত্যাগ কৰা সকলৰ বাবে
  • অশিক্ষিতসকলক শিক্ষিত কৰাৰ বাবে
  • ওপৰৰ তিনিওটা

 

18. উচ্চ পর্যায়ৰ কর্মভিত্তিক জ্ঞান সংঘবদ্ধ হৈ থাকে

  • অনুবন্ধনৰ লগত
  • জ্ঞান পর্যায়ত
  • প্রশিক্ষণৰ লগত
  • নির্দেশনাৰ লগত

 

19. শিক্ষাদান আৰু আহৰণ প্রক্রিয়াৰ ঘাই কৌশল হ'ল

  • প্রতিক্রিয়া
  • প্রশ্নকৰণ
  • বাক্যসাজন
  • উত্তৰ প্রদান

 

20. নিম্নলিখিত কোনটো শিক্ষণ-শিকন জটিলতাক শব্দজ্ঞান পদ্ধতি (পুৰণি পদ্ধতি)বে সমাধান কৰা হয়  (Dec 2018)

  • বাক্য গঠনৰ ক্ৰমত সহায়
  • শুদ্ধ উচ্চাৰণ
  • ছাত্র - ছাত্রীযে ব্যাখ্যা কৰাৰ জটিলতাৰ সন্মুখীন নহয়
  • ওপৰৰ আটাইকেইটা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত দিয়া কোনটো কৌশল উদ্দেশ্যৰ সৈতে সম্পর্কিত নহয় (Dec 2018)

  • পঠন
  • লিখন
  • শ্রবণ
  • ভাষাত ৰূপ

 

22. সামগ্রিক ভাষা অভিগমন (Whole language approach) হৈছে (Jan 2024)

  • অর্থ কেন্দ্রিক
  • দক্ষতা কেন্দ্রিক
  • শব্দ মিশ্রণ (blending sounds)
  • ধ্বনি আৰু প্রতীকৰ সম্পর্ক অনুমান কৰা (infusing a sound-symbol relationship)

 

23. শিক্ষাদান হ'ল

  • নির্দেশনা বা নির্দেশনাত্মক শিক্ষণ
  • শিক্ষণৰ প্রক্রিয়াকৰণ
  • আন্তঃব্যক্তিগত প্রভাৱৰ কলা
  • ওপৰৰ এটাও নহয়

 

24. বৈষম্যমূলক শিক্ষণ তুলনামূলকভাবে জড়িত হৈ থাকে

  • জ্ঞান পর্যায়ত
  • স্মৃতি পর্যায়ত
  • বোধ পর্যায়ত
  • প্রতিফলন পর্যায়ত

 

25. মনোবিজ্ঞানী আর্ণেষ্ট জ'ন্‌চৰ মতে মানুহৰ জীৱনটোক কেইটা ভাগত ভাগ কৰিব পাৰি

  • এটা
  • দুটা
  • তিনিটা
  • চাৰিটা

 

26. শিক্ষা মনোবিজ্ঞানে বুজাত সহায় কৰে

  • পৰিৱেশৰ প্রকৃতি
  • সমাজৰ আচৰণ
  • শিশুৰ প্রকৃতি
  • শিক্ষনীয় বিষয়বস্তু

 

27. অপৰাধ প্রৱণতা হ'ল

  • কর্মমুখী হ'বলৈ সৃষ্টি হোৱা একপ্ৰকাৰৰ এলাহ
  • একপ্রকাৰৰ হতাশা
  • জীৱনৰ প্রতি ঋণাত্মক দৃষ্টিভংগী
  • এবিধ সামাজিক ব্যাধি

 

28. ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ (Jan 2024)

  • নিজাভাষা/প্রথম ভাষাব জ্ঞানে দ্বিতীয় ভাষা আহৰণত প্রভাব বিস্তাব কৰে
  • নিজাভাষা/প্রথম ভাষাৰ দ্বিতীয় ভাষা শিকনৰ ক্ষেত্ৰত কোনো ভূমিকা নাই
  • নিজাভাযা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
  • প্রথম ভাষা শিকন আৰু দ্বিতীয় ভাষা সম্পূর্ণ সুকীয়া

 

29. ভাৰতীয় সংবিধানৰ ৩৪৩ (২) অনুচ্ছেদ অনুসৰি (Dem 2019)

  • হিন্দী এটা ৰাজভাষা
  • হিন্দী এটা সহযোগী ৰাজভাষা
  • ইংৰাজী এটা ৰাজভাষা
  • ইংৰাজী এটা সহযোগী ৰাজভাষা

 

30. শিক্ষা মনোবিজ্ঞান হৈছে শিক্ষাৰ বিজ্ঞান যাক শিক্ষাৰ প্ৰক্ৰিয়া আৰু উৎপাদকন বিকাশৰ বাবে বিজ্ঞানসন্মতভাবে প্রয়োগ কৰিব পাৰি - এই উক্তিটো কাৰ

  • Skinner - ৰ
  • Stephen - ৰ
  • E. A. Peel - ৰ
  • E. A. Portal - ৰ

 

Previous .......     17      18      19       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved