Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 19

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 19

1. কৈশোৰ কাল সম্বন্ধে ৰুছো, ষ্টেনলিহল, ফ্রয়ড আদি চিন্তাবিদসকলে তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল

  • শুদ্ধ
  • অর্ধশুদ্ধ
  • অশুদ্ধ
  • ওপৰৰ দুজনে আগবঢ়াইছে

 

2. শিক্ষা মনোবিজ্ঞান হৈছে

  • এক আচৰণমূলক বিজ্ঞান
  • এক বস্তুনিষ্ঠ বিজ্ঞান
  • এক বিকাশশীল বিজ্ঞান
  • ওপৰৰ তিনিওটা

 

3. সপ্তম শ্রেণীৰ এজন শিক্ষকে এটা যুগ্ম-অভ্যাসনৰ বাবে দুগৰাকীকৈ শিক্ষার্থীৰ যুগ্মকক দহটা বাক্যৰ এটাকৈ কাহিনী দিলে। এটা দলে প্রথম বাক্যকেইটা পড়ি যায় আৰু আনটো দলে সেই বাক্যবোৰ লিখি খয়। তাৰ পাছত দ্বিতীয় গোটে কাহিনীটো পঢ়ে আৰু প্রথম গোটে লিখি খয়। এনেদৰে তেওঁলোকে কাহিনীটো সম্পূর্ণ কৰিলে। তাৰ পাছত তেওঁলোকে অনুবাদবোৰ মূলৰ সৈতে মিলাই চালে। এই কার্যটোক কি বুলি কোৱা হয়(Jan 2024)

  • সৌহার্দ্যমূলক লেখ
  • সৌহার্দামূলক শ্রৱণ
  • বাক্য়ৰ শ্রুতলিপি
  • পাৰস্পৰিক দ্রুতলিপি

 

4. তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্রত শুদ্ধ নহয় (Jan 2024)

  • চিহ্ন ভাষাৰ বহুতো প্রকাৰ থাকে
  • চিহ্ন ভাষা এক স্বাভাবিক ভাষা
  • চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
  • চিহ্ন ভাষাৰ ব্যাকৰণ থাকে

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ত্রিভাষা - সূত্রৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ (Jan 2024)

  • মাতৃভাষা/ঘৰুবা ভাষা/প্রথম ভাষা হিচাপে অঞ্চলিক ভাষা
  • ইংৰাজী/হিন্দী/ঘকবা ভাষা/প্রথম ভাষা হিচাপে আঞ্চলিক ভাষা
  • মাতৃভাষা/থবা ভাষা/প্রথম ভাষা হিচাপে হিন্দী
  • মাতৃভাষা/ঘকরা ভাষা/প্রথম ভাষা হিচাপে ইংৰাজী

 

6. পঠনৰ প্রাথমিক অবস্থাত শিক্ষকে গুৰুত্ব প্রদান কৰিবলগীয়া দিশটো হৈছে (Dem 2019)

  • ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা
  • পঠনৰ সাৱলীলতা
  • বর্ণ - উচ্চাৰণ সংযোগৰ (letter-sound correspondence) উন্নতি
  • পঠনৰ নির্ভুলতা

 

7. শ্রবণ আৰু পঠন হৈছে (Dem 2019)

  • গ্রহণাত্মক (Receptive) দক্ষতা
  • ব্যক্তকৰণ (Expressive) দক্ষতা
  • আকর্ষণীয় (Interesting) দক্ষতা
  • চিন্তামূলক (Thinking) দক্ষতা

 

8. ভাষাৰ বিষয়ে চিন্তা কৰা আৰু ক'ব পৰাৰ সামর্থটো হৈছে (Aug 2023)

  • ধাতুভাষিক সামর্থ
  • ধ্বনিতাত্ত্বিক সজাগতা
  • সুদক্ষ কথক
  • উদ্দামী সাক্ষৰতা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ভার্চুবেল ৰিয়েলিটি (virtual reality) হ'ল

  • কম্পিটাৰৰ যোগে দৃশ্যমান কৰিব পৰা অটা অগ্রগামী (advanced) আহিলা
  • দৃশ্যমান চিত্র থকা ফলক
  • টেলিফোন যোগে কৰা আলোচনা
  • দৃশ্যমান আলোচনা

 

10. বিষয়বস্তু - কেন্দ্রিক শিক্ষা - ব্যবস্থা হ'ল সেইটো, য'ত শিকন অভিজ্ঞতা সংগঠিত কৰা হয়

  • শিক্ষণীয় বিষয়বস্তুলৈ লক্ষ্য ৰাখি
  • শিক্ষাগত - কলা - কৌশললৈ লক্ষ্য ৰাখি
  • ছাত্রব কচিলৈ লক্ষ্য ৰাখি
  • শিক্ষকৰ বিষয়ৰ ওপৰত থকা দক্ষতালৈ লক্ষ্য ৰাখি

 

11. ব্যক্তিত্ব হৈছে এগৰাকী ব্যক্তিৰ

  • কিছু নির্বাচিত স্বভাৱ
  • মানসিক আচৰণৰ সমষ্টি
  • সুপ্ত গুণ
  • গুণাগুণসমূহৰ সমষ্টি

 

12. তলৰ কোনটো ব্যক্তিত্বৰ পৰিবেশীয় উপাদান

  • আবেগ
  • পৰিয়াল
  • স্নায়বিক গঠন
  • জৈৱ ৰাসায়নিক অৱস্থ

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. শিশুৰ ব্যক্তিত্বই বিকাশ লাভ কৰে

  • অন্ধকাৰ সমাজত
  • দুর্গম অঞ্চলত
  • বিদেশত
  • আপোন গৃহত

 

14. ভাষা আহৰণৰ সামাজিক আদান-প্রদান সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে (Jan 2021)

  • সামান্য বেছি স্তৰৰ জটিলতাৰ বোধগম্য input-ৰ সৈতে শিকাৰুক পৰিচয় কৰোৱা প্রয়োজনীয়
  • পাঠ্যতালিকাৰ বর্হিভূত বা অতিক্রমি ভাষাত গুৰুত্ব দিলে ভাষা শিকিব পৰা যায়
  • শিকাৰুৱে অনুকৰণ আৰু বাৰম্বাৰ অতিৰিক্ত ব্যৱহাৰৰ দ্বাৰা সুদৃঢ়ীকৰণৰ সুযোগ পালে ভাষা শিকিব পাৰে
  • আনৰ সৈতে অর্থোদ্ধাৰ আৰু আলোচনাৰ সুবিধা পালে ভাষা শিকাকরে ভাষা শিকিব পাৰে

 

15. এক উপদক্ষতা হিচাপে অনুমান (prediction) তলত দিয়া কোনটোৰ সৈতে জৰিত (Jan 2021)

  • খচৰা প্ৰস্তুতকৰণ
  • সাৰাংশকৰণ
  • টোকা তৈয়াৰ কৰা
  • পঠন

 

16. শিক্ষার্থীয়ে যেতিয়া ভাল চাকৰি পোৱাৰ উদ্দেশ্যৰে ভাষা এটা শিকে, তেতিয়া ভাষাটো শিকাৰ প্ৰেৰণা হয় (Jan 2021)

  • অন্তর্নিহিত বা আন্তৰিক (intrinsic)
  • বাহ্য (extrinsic)
  • চাকৰিকেন্দ্রিক
  • অহংভাৱকেন্দ্রিক

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. লিখন দক্ষতা বৃদ্ধিৰ কাৰণে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (July 2019)

  • ভাল হাতৰ আখৰ
  • শুদ্ধ বানান
  • নির্দেশ অনুসৰণ কৰি আৰু সঁজুলি ব্যৱহাৰ কৰি লিখা
  • নিজৰ অভিজ্ঞতা, ধাৰণা আৰু আদর্শ আদি প্রকাশ কৰি লিখা

 

18. সামজিকভাবে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আক লগতে মনোৰঞ্জনৰ কাৰণে পাঠ পঢ়া কার্যটো হৈছে (July 2019)

  • সঘন তথা পুংখানুপুংখ পঠন
  • বিস্তৃত পঠন
  • পূর্ব পঠন
  • উত্তৰ পঠন

 

19. মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত কৰিছিল

  • হান্টাৰ আয়োগে
  • বার্ষা আয়োগে
  • কোঠাৰ আয়োগে
  • ভাৰতীয় শিক্ষা আয়োগে

 

20. শিক্ষকে ছাত্র - ছাত্রীসকলক কিছুমান গোটত ভাগ। কৰি দিছে। এটা গোটে তেঁওলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাঁচোটাকৈ প্রশ্নোত্তৰ কৰিছে আৰু একেধৰনে আন এটা গোটৰ সৈতে প্রশ্নোত্তৰবোৰ সালসলনি কৰিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ (Aug 2023)

  • সহপাঠী মূল্যায়ন
  • স্ব-মূল্যায়ন
  • গঠন মূল্যায়ন
  • ফীডবেক

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত উল্লেখ কৰা প্রশ্নবোৰৰ ভিতৰত শিক্ষকে সোধা কোনটো প্রশ্নই বা কার্যই শ্রেণীত বহুভাষিকতা উৎসাহিত কৰে (Jan 2021)

  • বেলুন কিমান ওপৰলৈ উৰিব পাৰে
  • শাক-পাচলিবোৰ নাম তোমাৰ নিজৰ ভাষাত লিখা
  • তোমাৰ পোহনীয়া জীৱ-জন্তু আছেনে
  • তুমি আখৰবোৰ লিখিলানে

 

22. শিক্ষণৰ প্রধান নীতি হ'ল

  • অনুশীলনৰ নীতি
  • প্রস্তুতিৰ নীতি
  • ফলাফলৰ নীতি
  • ওপৰৰ আটাইবোৰ

 

23. শিক্ষাৰ লক্ষ্য কিহে স্থিৰ কৰে

  • বুৰঞ্জীয়ে
  • দর্শনে
  • শিক্ষকে
  • অভিভাবকে

 

24. শিশুৰ সৃজনী শক্তিৰ বিকাশ হয়

  • বাল্যকালত
  • উত্তৰ বাল্যকালত
  • পূর্ব বাল্যকালত
  • কৈশোৰকালত

 

25. তলত উল্লেখ কৰা কোনটো ভাষাৰ বৈশিষ্ট্য নহয় (Aug 2023)

  • ভাষা সাংকেতিক
  • ভাষা স্থবিৰ
  • ভাষা সামাজিক
  • ভাষা প্রণালীবদ্ধ

 

26. আস্তাভাষিক চিনাক্তকৰণ' (Interlingual identification) মানে কি (Jan 2024)

  • নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজৰ কিছুমান কথা সাদৃশ্যপূর্ণ বুলি থকা শিক্ষার্থীৰ ধাৰণা
  • নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজৰ কিছুমান কথা বৈসাদৃশ্যপূর্ণ বুলি থকা শিক্ষার্থীব ধাৰণা
  • নিজৰ ভাষাৰ জ্ঞানে দ্বিতীয় ভাষা শিক্ষণক প্রভাবিত কবে বুলি শিক্ষার্থীয়ে কৰা ধাৰণা
  • বিভিন্ন ভাষা শিক্ষণে বিভিন্ন দক্ষতাৰ বিকাশ ঘটায় বুলি শিক্ষার্থীৰ মনত থকা ধাৰণা

 

27. আন্তঃক্রিয়া পর্যায়ৰ শিক্ষণৰ লগত তলত উল্লেখ কৰা কোনটো জড়িত

  • শ্ৰেণীৰ আকাৰ আৰু ধৰণৰ উপলব্ধি কৰিবলৈ
  • কর্ম আৰু ইয়াৰ প্রতিক্রিয়া
  • শিকাৰুসকলক চিনাক্তকৰণ
  • ওপৰৰ আটাইকেইটা

 

28. শিক্ষাদানৰ পৰস্পৰ ক্রিয়াশীল পর্যায়ৰ মূল কার্য হ'ল

  • কৃতিত্ব তথা প্রতিক্রিয়াৰ বুজ লোবা
  • শিক্ষার্থীৰ সমস্যা চিনাক্তকৰণ কৰা
  • শ্রেণীৰ আকাৰ নিৰ্ধাৰণ কৰা
  • ওপৰৰ আটাইকেইটা

 

29. সামগ্রিকতাবাদৰ লগত তলৰ কোনজন মনোবিজ্ঞানী জড়িত নহয়

  • ক'হলাৰ
  • উইলিয়াম জেমচ
  • কফকা
  • ৱাৰ্থিমাৰ

 

30. শিক্ষার্থীৰ লেখন মূল্যায়নৰ ক্ষেত্রত অতি গুরুত্ব সহকাবে চাবলগীয়া দিশটো হ'ল (Dem 2019)

  • বর্ণাশুদ্ধি আৰু ব্যাকৰণ
  • ভাবনাৰ উপস্থাপন
  • শব্দব সীমাবদ্ধতা বক্ষণ
  • লিখনৰ ক্ষেত্রত জটুৱা ঠাঁচ আৰু খণ্ডবাক্য প্রয়োগ

 

Previous .......     18      19      20       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved