Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 14

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET December 2018 : Assamese, Paper 2

 

1. এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমানত লেবেল লগাইছে। শিক্ষকজনৰ এই কার্যই ছাত্র-ছাত্রীসকলক প্রকৃত বস্তুবোৰ আৰু লেবেলত লিখা নামবোৰ সম্পর্কিত কৰাত সহায় কৰিব। এই কার্যটোবে ছাত্র-ছাত্রীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব (Jan 2021)

  • ব্যাকৰণ
  • লিখন দক্ষতা
  • শব্দ সম্ভাব
  • হস্তাক্ষৰ

 

2. ব্যাকৰণ শিক্ষাই বৃদ্ধি কৰে (Jan 2021)

  • সাক্ষৰতা
  • সঠিকতা বা শুদ্ধতা
  • অনর্গলতা
  • শব্দসম্ভাব

 

3. হৈছে শিশুৱে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অবচেতন প্রক্রিয়া (Jan 2021)

  • ভাষা শিকা
  • ভাষা আহৰণ
  • দ্বিতীয় ভাষা
  • ভাষিক সক্ষমতা বা দক্ষতা

 

4. এগৰাকী শিক্ষকে শ্রেণীকোঠালৈ ছোৱালীক পঢ়োৰা, ছোৱালীক বচোৱা” বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে আৰু ছাত্র-ছাত্রী বোৰক সেইখন মনোযোগেৰে লক্ষ্য কৰি বিষয়টোত এটা সৰু দফা লিখিবলৈ দিছে। ভাষাৰ শিক্ষকগৰাকীয়ে ব্যবহাৰ কৰা এই পোষ্টাৰখন হৈছে (Jan 2021)

  • বিশ্বাসযোগ্য (authentic) সামগ্রী
  • সংহত (integrated) সামগ্রী
  • বৈধ সামগ্রী
  • পেলনীয়া সামগ্রী

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়া
  • পাঠ্যপুথিৰ পাঠবোৰৰ শেষত দিয়া পাঠ - অনুশীলনবোৰ কৰা
  • সঠিকতা আৰু অনর্গলতা বৃদ্ধি কৰা
  • কম দামী অথবা বিনামূলীয়া শিক্ষন সামগ্রী ব্যৱহাৰ কৰা

 

6. এগৰাকী শিক্ষকে শ্রেণীকোঠাত কিছুমান পৰিস্থিতিৰ অভিনয় কৰিবলৈ দি ছাত্র-ছাত্রীৰ মাজত কথোপকথন তথা আদান-প্রদান কৰাইছে। তাৰ পাছত শিক্ষক গৰাকীয়ে তাৰ মাজৰ পৰা কিছুমান প্রাসংগিক সূত্র বাচি উলিয়াই সেইবোৰ অনুশীলন কৰিবলৈ দিছে। এইক্ষেত্রত শিক্ষকগৰাকীয়ে তলৰ কোনটো শিকাইছে (July 2019)

  • নিদানমূলক বা উপচাৰাত্মক ব্যাকৰণ শিক্ষা
  • একাকীত্বত ব্যাকৰণ শিক্ষা
  • প্রসংগ অনুসৰি ব্যাকৰণ শিক্ষা
  • নিগমনাত্মক পদ্ধতি বা বিযোগ পদ্ধতি

 

7. তলৰ কোনটো মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল লক্ষ্য নহয়

  • অনুকম্পামূলক
  • প্রতিবোধমূলক
  • সংৰক্ষণমূলক
  • প্রতিকাৰমূলক

 

8. শিক্ষার্থীৰ শ্রবণ-দক্ষতা (Listening Skills) জুখিব পাৰি (Dem 2019)

  • তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসনৰ যোগেদি
  • কাহিনী কথন আৰু বোধ ভিত্তিক (Comprehension based) প্রশ্ন উত্থাপন কৰি
  • নিৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্রদান কৰি
  • শিক্ষামূলক ভ্রমণলৈ নিয়া

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. আধুনিক মনোবিজ্ঞানভিত্তিক শিক্ষাক কোৱা হয়

  • শিশুকেন্দ্রিক শিক্ষা
  • শিক্ষার্থীকেন্দ্রিক শিক্ষা
  • অভিভাবককেন্দ্রিক শিক্ষা
  • বিদ্যালয়কেন্দ্রিক শিক্ষক

 

10. বিকাশৰ সন্ধিক্ষণৰ এক স্বৰূপ হ'ল

  • বাল্যকাল
  • বয়ঃসন্ধিকাল
  • প্রাপ্তবয়স্ক কাল
  • ওপৰৰ এটাও নহয়

 

11. শিক্ষা মনোবিজ্ঞানে এজন ব্যক্তিৰ জন্মৰ পৰা বৃদ্ধ বয়সলৈ শিক্ষা গ্রহণৰ অভিজ্ঞতাবোৰৰ বর্ণনা আৰু ব্যাখ্যা কৰে - এই ধাৰণা হ'ল

  • Skinner আৰু Crow-এ
  • Aliee Crow আৰু E. A. Peel-এ
  • Lister Crow আৰু Aliee Crow-এ
  • E. A. Portal-এ

 

12. এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষকে এটা পাঠ বা কাহিনী শিক্ষার্থীসকলক দিলে আৰু ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিবলৈ দিলে। শিক্ষকগৰাকী শিক্ষার্থীসকলৰ মনত কিহৰ বিকাশ ঘটাব বিচাৰিছিল (Jan 2024)

  • জটিল স্বাক্ষৰ দক্ষতা (Critical literacy skills)
  • সমীক্ষাত্মক শিকন কৌশল
  • জটিল ভাষা বিকাশ
  • উচ্চস্তৰীয় ভাষা দক্ষতা

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. পাঠ এটা সম্পূর্ণ কৰাৰ পাছত শিক্ষকে ছাত্র - ছাত্রীবোৰক পাঠটোত থকা বিভিন্ন ধৰণৰ বিশেষ্য পদবোৰ বাচি উলিয়াই দিয়া হোৱা বাকচৰ ভিতৰত (বর্গাকাৰ স্থানত) লিখিবলৈ দিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ (Jan 2021)

  • ব্যাকৰণৰ সূত্র মুখস্থ কৰাৰ
  • ব্যাকৰণ শিক্ষণৰ
  • ব্যাকৰণ অনুবাদ পদ্ধতিৰ
  • প্রসংগক্রমে বা প্ৰসংগানুসৰি ব্যাকৰণৰ

 

14. শিকাৰুক যেতিয়া বানান আৰু বিবামচিহ্ন (punctuation) উন্নত কৰিবলৈ শিকোৱা হয়, তেতিয়া সিহঁতৰ (Dec 2018)

  • শিকন ক্ষমতা তীক্ষ্ণ হয়
  • শুদ্ধতা বা নিখুঁটতা উন্নত হয়
  • সলসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনর্গলতা বর্দ্ধিত হয়
  • সৃষ্টিশীলতাই পুষ্টি পায়

 

15. ভাষাৰ শ্রেণী এটাত (constructivism)-ৰ অৰ্থ হৈছে- সংগঠনবাদ (Dec 2018)

  • ছাত্র - ছাত্রীসকলে বৈসাদৃশ্যমূলক বিভিন্ন ধৰণৰ নমুনা অধ্যয়ন কৰি এটা উপযুক্ত সমাধানত উপনীত হয়
  • ছাত্র - ছাত্রীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ সূত্ৰৰ সৃষ্টি কবে
  • ছাত্র - ছাত্রীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্রতিফলিত কৰে
  • ছাত্র-ছাত্রীসকলে নিজৰ শিকন-সামগ্রী প্রস্তুত কৰে আৰু প্রত্যক্ষ অভিজ্ঞতা লাভ কৰে

 

16. ছপা পাঠ্যপুথি ব্যৱহাৰ নকৰাকৈয়ে দ্বিতীয় ভাষা এটা শিকাত তলৰ কোনটো সহায়ক হয় (Dec 2018)

  • প্রাকৃতিক পদ্ধতি (Natural approach)
  • ভাষা নিমজ্জন (language immersion)
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • পৰিস্থিতিগত পদ্ধতি (situational approach)

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. ভাষাৰ শ্ৰেণীকোঠা এটাত ছাত্র - ছাত্রীক তলত দিয়া কোনটোৰ সুবিধা দিয়াটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • মূল্যায়ন কৰাৰ
  • অনুকৰণ কৰাৰ
  • ভাবৰ আদান - প্রদান কৰাৰ
  • ভুলবোৰ কম কৰাৰ

 

18. লিখনৰ Process approach-এ তলব কোনটো ক্রম অনুসৰণ কৰে (Jan 2021)
a. সম্পাদনা
b. মস্তিষ্কমস্থন
c. আওৰোৱা
d. খচৰা প্ৰস্তুতকৰণ

  • a,  b,  d
  • b,  c, a,  d
  • a, d,  c, b
  • b, d,  c, a

 

19. তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্রসূ (Jan 2021)

  • সাধু কথন
  • সাধু লিখন
  • ঘটনা এটাৰ বিৱৰণ দিয়া / কৰা
  • শ্রুতলিপি

 

20. এগৰাকী ভাষাৰ শিক্ষকে তেঁওৰ ছাত্র- ছাত্রীবোৰক নিজৰ নিজৰ পত্ৰাধাৰ বা পৰ্টফলিঅ'ত সিহঁতৰ পাঁচোটাকে আটাইতকৈ ভাল বস্তু ৰাখি বাকীবোৰ আঁতৰাই থ'বলৈ দিছে। তাৰ পাছত শিক্ষক গৰাকীয়ে সিহঁতৰ বাচনিৰ প্রতিক্রিয়া সুধিছে। এই প্রতিক্রিয়াটো হ'ব (Jan 2021)

  • সমপর্যায়ী বা সহপাঠী (পাৰস্পৰিক) মূল্যায়ন
  • স্ব-মূল্যায়ন
  • শিক্ষকৰ মূল্যায়ন
  • সংক্ষেপণ মূল্যায়ন

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত দিয়া সমলবোৰৰ ভিতৰত কোনটো প্ৰাৰম্ভিক স্তৰৰ ছাত্র-ছাত্রীক ভাষা শিকাওঁতে আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • শিশু সাহিত্য
  • বাতৰি কাকত
  • কম্পিউটাৰ
  • বিলিআ (relia) / বাস্তৱিক সামগ্রী

 

22. ছাত্র-ছাত্রীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কার্য আটাইতকৈ কম গুৰুত্বপূর্ণ (Jan 2021)

  • বস্তু এটাৰ বিৱৰণ দিয়া
  • সিহঁতৰ নিজৰ ভাষাত সাধু-এটা কোৱা
  • শিক্ষকৰ লগে লগে সাধুটো আঁওৰোৱা
  • ঘটনা এটা বর্ণনা কৰা

 

23. ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয় (Dec 2018)

  • প্রতিটো ভাষাৰে নিজস্ব গঠন থাকে
  • সংস্কৃতি আৰু সভ্যতাৰ লগত ভাষা সম্পর্কিত
  • ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে
  • ভাষা সংশ্লেষণৰ পৰা বিশ্লেষণলৈ যায়

 

24. শব্দভাণ্ডাৰ ব্যৱহাৰৰ ক্ষেত্ৰত, ব্যাকৰণে শিক্ষার্থীক কি কৰিবলৈ পথ দেখুৱায় (Aug 2023)

  • আভিধানিক বিষয়বোৰ অর্থবহ আৰু যোগাযোগাত্মক প্রকাশভংগীৰে যুক্ত কৰিব পৰা কৰে
  • শ্ৰৱণ তথা প্রবেশ বা ইন্সুটক মৌখিক আউট্ পুটলে পুনৰ কোৱা
  • ওপৰৰ শ্ৰেণীত আনুষ্ঠানিক লেখাৰ খচৰা প্রস্তুত কৰিব পৰা কৰি তোলে
  • আনুষ্ঠানিক পৰিৱেশত অতি শুদ্ধতা আত্মবিশ্বাসেৰে কথা ক'ব পৰা কৰে

 

25. এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ ছাত্র-ছাত্রীসমূহ লিখিত শিৰোনাম থকা চলচ্চিত্র এখন চাবলৈ দিছে। চলচ্চিত্ৰখনৰ কাহিনীভাগ তেঁওলোকৰ পাঠ্যপুথিত থকা পাঠ এটাৰ ভেটিত প্রস্তুত । লিখিত শিৰোনামেৰে সৈতে চলচ্চিত্ৰখন চাবলৈ দি শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ কি উৎসাহিত কৰিবলৈ চেষ্টা কৰিছে (Aug 2023)

  • শ্ৰৱণ কৌশল, সক্রিয় দর্শন আৰু ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ভৰযোগ্য ভাষা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আগ্রহী কৰি তোলা
  • সক্রিয় দর্শন আৰু শ্ৰৱণ
  • ছাত্র - ছাত্রীসকলক তেনে ধৰনৰ চলচ্চিত্ৰ আৰু বেছিকৈ চাবলৈ উৎসাহ দিয়া
  • মৌখিক ইংগিতৰ দ্বাৰা শ্ৰৱণ কৌশল, অভিনেতাসকলৰ কাৰ্যৰ শলাগ লোৱা আৰু সমালোচনা লিখা

 

26. উক্তি (A) : শৈশৱৰ আৰম্ভনি কালচোৱাত। শিশুরে বিশেষ্যতকৈ ক্রিয়াপদ। বেছিকৈ ব্যৱহাৰ কৰে আৰু ব্যাকৰণৰ নিয়মবোৰত গুৰুত্ব নিদিয়ে  (Aug 2023)
যুক্তি (R) : শিশুৰ শব্দভাণ্ডাৰ টনকিয়াল। নহয়
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-র শুদ্ধ ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ।
  • (A) আক উভয়ে শুদ্ধ আৰু R। হৈছে (A) 4 শুদ্ধ র‍্যাখ্যা

 

27. 'পটকলিঅ'-ৰ বিষয়ে তলৰ কোনটো বক্তব্য শুদ্ধ (July 2019)

  • ই লিখাৰ অভ্যাস বিকাশ কৰে
  • ইয়াব মুখ্য উদ্দেশ্য হৈছে ছাত্র-ছাত্রীব কার্য সংগ্রহ কৰি সেইবোৰ সুৰক্ষিত কৰি ৰখা
  • ই শিক্ষকৰ সময় বাহি কবে আৰু ছাত্র- ছাত্রীক ব্যস্ত কৰি ৰাখে
  • শিশু এটি অগ্রগতিব ঢাপবোৰৰ মাপ ৰাখিবলৈ শিক্ষকক সহায় কৰে

 

28. কৈশোৰ কাল হ'ল

  • অপৰাধ প্ৰৱণতাৰ কাল
  • স্বৰতিমূলক কাল
  • ধুমুহা আৰু পীড়নৰ কাল
  • ওপৰৰ এটাও নহয়

 

29. NCERTৰ প্রধান কার্যালয় অৱস্থিত

  • অসমত
  • কলকাতাত
  • কাহিলীপাৰাত
  • নতুন দিল্লীত

 

30. উচ্চ - প্রাথমিক বিদ্যালয়ৰ ওপৰত শ্ৰেণীৰ অথবা মাধ্যমিক স্তবব ছাত্র - ছাত্রীৰ মাজত ভাষাৰ প্ৰতি আগ্রহ জন্মাবৰ কাৰণে কি কৰাটো প্রয়োজনীয় (Dec 2018)

  • ছাত্র - ছাত্রীক কিতাপ পঢ়িবলৈ দিয়া
  • যিমান পাৰি সিমান মৌখিকভাৱে ব্যাখ্যা কৰা
  • বেছিকৈ শ্রুতলিপি দিয়া
  • ছাত্ৰ - ছাত্ৰীৰ ব্যাকৰণৰ জ্ঞান বৃদ্ধি কৰা

 

Previous .......     13      14      15       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved