Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 13

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 13

1. দক্ষতা বিকাশৰ বাবে মগজুসক্রিয় কৰণ (simulation) পদ্ধতি ব্যবহাৰ কৰা শিক্ষক প্রশিক্ষণ হৈছে

  • পাঠৰ আঁচনি প্রস্তুত কৰণ
  • হাতে - কামে দেখুৱাই দিয়া ভিডিঅ' প্রদর্শন
  • বক্তৃতাৰ টোকা প্রস্তুত কৰণ
  • সূক্ষ্ম শিক্ষণ

 

2. তলৰ কোনটো শিক্ষণৰ পদ্ধতি

  • অনুকৰণ পদ্ধতি
  • প্রচেষ্টা আৰু ভুল পদ্ধতি
  • অন্তর্দর্শন পদ্ধতি
  • ওপৰৰ তিনিওটা

 

3. অন্তর্দশন শিক্ষা তত্ত্বৰ সমর্থক বিজ্ঞানীসকল হ'ল

  • প্রকৃতিবাদী
  • আচৰণবাদী
  • সংযোগবাদী
  • সামগ্রিকতাবাদী

 

4. তলৰ কোনটো মানসিকভাবে স্বাস্থ্যবান লোকৰ লক্ষণ

  • পর্যাপ্ত পৰিমাণৰ আত্ম মূল্যাংকন
  • পর্যাপ্ত পৰিমাণৰ নিৰাপত্তা আনুভব
  • পর্যাপ্ত পৰিমাণৰ স্বতঃস্ফূর্তি আৰু ভাব প্রৱণতা
  • ওপৰৰ তিনিওটা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. তলৰ কোনটো নীতি প্রাথমিক স্তৰৰ (Foundation stage) পাঠ্যপুথি প্রস্তুতকৰণৰ নীতি নহয় (Jan 2024)

  • পাঠ্যসূচী নীতি (Curriculum principle)
  • উপস্থাপন নীতি (Presentation principle)
  • অপৰিবর্তনীয় নীতি (Concrete principle)
  • কাৰিকৰী নীতি (Technology principle)

 

6. শিক্ষা মূলতে প্রতিষ্ঠিত

  • পৰিবেশৰ ওপৰত
  • কলাৰ ওপৰত
  • বিজ্ঞানৰ ওপৰত
  • দর্শনৰ ওপৰত

 

7. এটা আদর্শ শ্রেণীকোঠাত ছাত্র - ছাত্রী থাকিব লাগে

  • ৫০ জন
  • ৩০ জন
  • ৪০ জন
  • ২০ জন

 

8. পঠনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনটো কৌশল অনুমান - ভিত্তিক উপলব্ধিৰ লগত জড়িত

  • পৰিচ্ছেদত প্রদত্ত কথাৰ সহায়ত পৰিচ্ছেদত নথকা কথাৰ বিষয়ে ধাৰণা কৰা
  • পঠন পৰিচ্ছেদৰ বিভিন্ন অংশত সিচৰিত হৈ থকা তথ্য সংলগ্ন কৰা
  • পঠন অনুচ্ছেদৰ পৰা কি তথ্য পাব সেই সম্পর্কে বুদ্ধিদীপ্ত পূর্বানুমান কৰা
  • অপৰিচিত শব্দৰ অৰ্থ অন্বেষণ কৰায়

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. অচিনাকি বা নজনা প্রসংগ একোটাকো ধৰি বিভিন্ন সানমিহলি প্ৰসংগৰ আলোচনাত ভাগ লৈ সক্রিয় প্রদর্শন এটা কার্যকৰী কৰাত জৰিত মূল উপাদানটো হৈছে

  • পঠন
  • অন্য এক দৃষ্টিভংগীৰে পুনর্লিখন
  • অন্তজোল বা ইন্টাৰনেট খোচৰা কাৰ্য্য
  • মৌখিক বার্তা বিনিময়

 

10. তলৰ কোনটো প্রাথমিক স্তৰত গ্রন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয় (Jan 2024)
গ্রন্থাগাৰক মাত্র গ্রন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে, বৰং-

  • শিক্ষার্থীক শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰি
  • কিতাপৰ সৈতে ব্যস্ত ৰাখিব পৰা সক্রিয় বাতাবৰণ হিচাপে ভাবিব পাৰি
  • শিক্ষক আৰু অন্যান্য জেষ্ঠ্যসকল গ্রন্থাগাৰৰ পঠন অভ্যাসৰ আদর্শ হ'ব পাৰে
  • পাঠ্যপুথিৰ সবর পঠন গ্রন্থাগাৰতে ভালদৰে কৰিব পাৰি

 

11. বর্ণবোধ আয়ত্তকৰণৰ বাবে তলৰ কোনটো প্রযোজ্য (Jan 2024)

  • ধ্বনিজ্ঞান আৰু সাৱলীলতা
  • বিসংকেতিকৰণ আৰু বোধজ্ঞান
  • বর্ণ চিনাক্তকৰণ আৰু গঢ় চিনাক্তকৰণ
  • নিখুঁটতা আৰু ধ্বনি বোধজ্ঞান

 

12. উক্তি (A) : প্রাথমিক পর্যায়ত পঠন আৰু লিখন দক্ষতাই সমালোচনাত্মক বা সুবিবেচক চিন্তনত সহায় কৰে (Aug 2023)
যুক্তি (R) : সমালোচনাত্মক বা সুবিবেচক চিন্তন হৈছে পঠন আৰু লিখন দক্ষতাৰে এক উপদক্ষতা

ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ

  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) শুদ্ধ, (R) অশুদ্ধ

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. তলৰ কোনটো শিক্ষাগ্রহণৰ বৈশিষ্ট্য নহয়

  • শিক্ষাগ্রহণ উদ্দেশ্যপূর্ণ
  • শিক্ষাগ্রহণ দুৰ্বলীৰ বাবে কঠিন প্রক্রিয়া
  • শিক্ষাগ্রহণ বিকাশ প্রক্রিয়া
  • শিক্ষাগ্রহণ সমাযোজন প্রক্রিয়া

 

14. অভিজ্ঞতাৰ মাধ্যমত এজনৰ আচৰণ শিক্ষণে সংশোধন কৰে বুলি কৈছে

  • গেছল্টে
  • গেইটচে
  • স্কীমেনে
  • হেনৰি গেৰেটে

 

15. শৈক্ষিক উদ্দেশ্যৰ প্রজ্ঞাত্মক ক্ষেত্র, আনুভূতিক ক্ষেত্র, মনোদৈহিক ক্ষেত্ৰৰ ধাৰণা প্রকাশ কৰিছিল

  • বি. এছ ব্লুম
  • জন ডিউ
  • থ'র্ণভাইক
  • পেভলভ

 

16. শিক্ষাদানৰ পৰ্যায় হ'ল

  • প্রাক-প্রস্তুতিৰ অৱস্থা
  • পাৰস্পৰিক ক্রিয়াৰ অৱস্থা
  • উত্তৰ শিক্ষাদান প্রস্তুতিৰ অৱস্থা
  • ওপৰৰ তিনিওটা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. তলত দিয়া কোনটো ভাষা শিক্ষাৰ উদ্দেশ্য নহয় (Dec 2018)

  • চিন্তাৰ অভিব্যক্তি
  • ভাষাৰ বোধ
  • লিখন দক্ষতা
  • সৃজনশীলতা

 

18. পত্রাধান (Portfolio) কিহৰ উদাহৰণ (Dem 2019)

  • আত্ম মূল্যায়ন
  • শিক্ষক মূল্যায়ন (Teacher assessment)
  • আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা
  • ৰাজ্যিক পৰিষদ (State Board) অৰ মূল্যায়ন

 

19. তলৰ কোনটো বিস্তৃত অধ্যয়নৰ (Extensive reading) সৈতে জড়িত নহয় (Dem 2019)

  • ই পঠনব আনন্দ ব্যাপকৰূপত প্রদান কৰে
  • ই গভীৰ অর্থবোধৰ বাবে সুক্ষ্মতম সবিশেষসহ অধ্যয়নৰ সুবিধা দিয়ে
  • ই ভাষা শিকনৰ উত্তৰণ ঘটায়
  • ই পাঠৰ সামগ্রিক বোধৰ বাবে কৰা পঠন

 

20. ব্যক্তিত্বৰ মানৱীয়তাবাদী তত্ত্ব আগবঢ়াইছিল

  • কার্ল ৰ'জাৰ
  • ফ্ৰয়ড
  • উডৱর্থ
  • বৰিং

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. ভাষাৰ ব্যাকৰণ শিক্ষাই তলব কোনটো উন্নত কৰাত সহায় কৰে (Dec 2018)

  • শুদ্ধতা
  • অনর্গলতা
  • সংখ্যাত্মকতা
  • সাক্ষৰতা

 

22. তলত দিয়া কোনটো লিখন প্রথাৰ অন্তর্ভুক্ত (Dec 2018)

  • কাহিনীৰ ধাৰণা
  • কল্পনা
  • বিৰাম চিহ্ন (punctuation) ৰ শুদ্ধ প্রয়োগ
  • ভাল শব্দসম্ভাব

 

23. ভাষা মূল্যায়নৰ মুখ্য উদ্দেশ্য (Dec 2018)

  • শিক্ষার্থীৰ ভুলবোৰ বিচাৰি উলিওৱা
  • ছাত্র-ছাত্রীব পদোন্নতিৰ কাৰণে প্রদর্শনব বিচাৰ কৰা
  • ছাত্র-ছাত্রীৰ কৃতকার্যতাৰ হিচাপ লোৱা
  • শিকন-অম্ভব (gaps in learning) চিহ্নিত কৰি তাৰ নিদান বা উপচাৰৰ ব্যৱস্থা কৰা

 

24. তলৰ ফোনটো উৎপাদন পদ্ধতিৰ (Product approach) বাবে শুদ্ধ নহয় (Dem 2019)

  • ই সম্পূর্ণভাবে শিক্ষক কেন্দ্রিক
  • ই আচৰণাত্মক আৰ্হিৰ ওপৰত নিৰ্ভৰশীল
  • ই সর্বশেষ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়ে
  • ই উৎপাদন আৰু ধাৰণাৰ উদ্‌গমনত গুৰুত্ব দিয়ে

 

25. শিক্ষণৰ বাবে অভিৰোচন

  • প্রয়োজনীয়
  • অপ্রয়োজনীয়
  • শিক্ষকৰ ওপৰত নিৰ্ভৰশীল
  • শিক্ষার্থীৰ ওপৰত নির্ভৰশীল

 

26. ডাঃ মাৰিয়া মন্টেশ্বৰীয়ে উদ্ভাৱন কৰা পদ্ধতিটো হৈছে

  • অনুশীলন পদ্ধতি
  • মন্টেশ্বৰী পদ্ধতি
  • অনুবন্ধন পদ্ধতি
  • দার্শনিক পদ্ধতি

 

27. আলোচ্য বিষয়ৰ বিপৰীত প্ৰসংগৰ সৈতে শিক্ষার্থীক মুখামুখি কৰাই মূল বিষয়টো সম্পর্কে ধাৰণা কৰিবলৈ দিয়া এটা পৰিবেশ সৃষ্টি কৰা হৈছে। এনেদবে শিক্ষার্থীক শিকোরা কার্যটোক কি কোৱা হয় (Jan 2024)

  • সমালোচনামূলক বিশ্লেষণ
  • ব্যৱস্থাকেন্দ্রিক শিক্ষণ কৌশল (Process based pedagogy)
  • সমালোচনাত্মক অক্ষৰ জ্ঞান (Critical Literacy)
  • অক্ষৰ জ্ঞানৰ বিকাশ (Literacy development)

 

28. এগৰাকী শিক্ষকে পঞ্চমমানৰ ছাত্র - ছাত্রীক মুক্ত লিখন কার্য এটা দিব বিচাৰিছে। এই ক্ষেত্রত তেঁও কোনটোত গুৰুত্ব দিয়া উচিত (Aug 2023)

  • ভাল হস্তাক্ষৰ
  • বিষয়বস্তুৰ সঠিকতা
  • বিষয়বস্তুৰ সাৱলীলতা
  • সাৱলীলতা আৰু সঠিকতা দুয়োটা

 

29. সমাজ অধ্যয়নৰ শ্রেণী এটাত শিক্ষার্থীসকলে শ্রেণীকোঠান বক্তৃতাৰ মূল কথাবোৰ টুকি ধৰি বক্তৃতাটোৰ মূল বিষয়বোৰ সম্পর্কে ধাৰণা এটা ধৰি ৰাখিছে। এই দক্ষতাটোক কি বুলি কোৱা হয় (Jan 2024)

  • অধ্যয়ন দক্ষতা
  • লিখন দক্ষতা
  • শ্রৱণ দক্ষতা
  • বোসজনিত দক্ষতা

 

30. দ্রুত পঠনৰ উদ্দেশ্য হৈছে (Dec 2018)

  • আগ্রহ উদ্রেক কৰা
  • নির্দিষ্ট বিষয় - বর্ণন জনা
  • বিস্তৃত পাঠ
  • তথা বিচৰা

 

Previous .......     12      13      14       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved