Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 11

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 11

1. এজনে দ্বিতীয় ভাষা ভালকৈ শিকিব পাৰে (Jan 2024)

  • য'ত ব্যাকৰণত অধিক মনোনিবেশ কৰিব পাৰি আৰু শিক্ষকৰ সহায় লাভ কৰা যায়
  • নিজৰ সমাজৰ নিজা ভাষা কওঁতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি
  • শ্রব্যভাষিক পদ্ধতি হিচাপে সংলাপ পুনৰোক্তি আৰু অভ্যাস কৰি
  • লক্ষ্যভাষাৰ কথন পাঠ্যক্রম এটা গ্রহণ কৰি

 

2. ব্যাকৰণ শিকোৱাৰ এটা ফলপ্রসূ পদ্ধতি বা উপায় হৈছে (Jan 2021)

  • উদাহৰণেৰে সৈতে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা
  • পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা
  • নির্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণৰ নিয়ম শিকোৱা
  • ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা

 

3. 'সামাজিক আদান-প্রদান'-ৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পর্কিত (Jan 2021)

  • পানিনি
  • স্কিনাৰ
  • ৱাইগটস্কী
  • ক'লবার্গ

 

4. অনর্গলতা (Fluency)-ৰ অর্থ হৈছে (Jan 2021)

  • নির্ভুলভাবে লিখা
  • ব্যাকৰণৰ নিয়মবোৰ ব্যাখ্যা কৰি ব্যৱহাৰ কৰা
  • বাক্যবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা
  • যথোচিতভাবে নিজৰ ভাব প্রকাশ কৰিব পৰাকৈ কোৱা, পঢ়া আৰু লিখা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ব্যক্তিত্ব হ'ল এজন ব্যক্তিৰ আচৰণৰ সামগ্রিক প্রকৃতি - এই উক্তি হ'ল

  • বৰিঙৰ
  • উডৱর্থৰ
  • কার্লয়ুঙৰ
  • ৰুছোৰ

 

6. ব্যক্তিত্বৰ কোনটো তত্ত্বই প্রথম প্রসিদ্ধি লাভ কৰিছিল

  • চেলডনৰ তত্ত্ব
  • ফ্রয়ডৰ মনোবিশ্লেষণ তত্ত্ব
  • গলৰ মস্তিষ্ক তত্ত্ব
  • কার্লঙৰ তত্ত্ব

 

7. Psychological Types গ্রন্থৰ লেখক হ'ল

  • ৰুছো
  • ফ্রয়ড
  • কার্লয়ুং
  • আলপোর্ট

 

8. সমল হিচাপে বহুভাষিকতা ৰ অৰ্থ হৈছে (Jan 2021)

  • কেইবাটাও ভাষা শিকা
  • শিশুৰ ভাষাটোত প্রতিটো শব্দৰে সমার্থসূচক শব্দ শিকোৱা
  • পাঠ্যতালিকা অতিক্রমি ভাষা শিকোৱা
  • শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ত্রুটিপূর্ণ পঠন অভ্যাসৰ এটা কাৰক হৈছে (Dec 2018)

  • বহুভাষিকতা
  • দ্বিভাষিকতা
  • শ্রেণীকোঠাত বেছি ছাত্র-ছাত্রীৰ ভিৰ
  • পড়ি যাওঁতে তর্জনী আঙুলিটো ব্যৱহাৰ কবি শাৰীবোৰত চকু ফুৰোৱা

 

10. তলৰ কোনটোক বাদ দি বাকীবোৰ পৰস্পৰৰ সহযোগত চলা দলগত শিকন প্রক্রিয়াৰ লগত ঘনিষ্ঠভাবে জড়িত

  • শিকাকৰ অভ্যাসৰৰ কাৰণে যথেষ্ট সময় প্রদান
  • হাই - উকমিবিহীন শৃংখলাবদ্ধ শ্রেণী
  • শিক্ষক - কেন্দ্রিক প্রশিক্ষণৰ বিকল্প
  • হতাশ শিকাৰুক উদগনি দিবৰ বাবে সহপাঠীক জড়িত কৰা

 

11. একেটা শিক্ষানুষ্ঠানৰ ভিতৰতেশিক্ষাগত সম্পদৰ ভাগ বটোৱাৰা কৰা যোগাযোগ কৌশলক কোৱা হয়

  • ডেলনেট
  • ইন্টাৰনেট
  • এৰনেট
  • ইন্ট্রানেট

 

12. এটা ভাষা শিকোৱাৰ ফলপ্রসূ পাঠ এটাৰ আৰম্ভণি হয় (Dec 2018)

  • শিকিবলগীয়া প্রস্তুতকৰণত তালিকা বিষয়বোৰৰ
  • সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্র-ছাত্রীক কার্য দি অনুপ্রেৰিত কৰি
  • পাঠটোৰ প্ৰসংগ উত্থাপন কৰি
  • ব্লেক বোর্ডত লিখি

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. তোমাৰ অঞ্চললৈ এজনী ছোৱালী হিন্দী ভাষা বলয়ৰ আহি তোমাৰ ভাষাটো ব্যৱহাৰ কৰোঁতে ভুল কৰিছে। এই ক্ষেত্ৰত এগৰাকী ভাষাৰ শিক্ষক হিচাপে তলত দিয়া কোনটো উক্তিক তুমি শুদ্ধ বুলি বিবেচনা কৰিবা (Dec 2018)

  • ছোৱালীজনীক তাই কৰা ভুলবোৰ বাৰে বাৰে সোঁৱৰাই দিব লাগিব
  • তাইক ভাষাটো ব্যৱহাৰ কৰাৰ আৰু বেছি সুযোগ দিব লাগিব
  • নতুন ভাষাটো প্রতিদিনে আধাঘন্টাকৈ অনুশীলন কৰিবলৈ তাইক কোৱা উচিত
  • নতুন ভাষাটো প্রয়োগ কৰোঁতে তাইৰ মাতৃভাষাৰ প্ৰভাৱ পৰিবলৈ দিব নালাগিব

 

14. ভাষাৰ সন্দৰ্ভত বচনাত্মক ধবণৰ পৰীক্ষাৰ সুবিধা তলত দিয়া কোনটো (Dec 2018)

  • ই শিশু এটাৰ চিন্তাক শংখলাবদ্ধ কবি লিখিত ভাষাত প্রকাশ কৰাৰ ক্ষমতা মূল্যায়নত সহায় কৰে
  • ই ছাত্র - ছাত্রীৰ পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্ন শিকাত সহায় কৰে
  • ছাত্র - ছাত্রীসকলে পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্নৰহে প্রস্তুতি কৰিব লাগে কাৰণে সময় ৰাহি হয়
  • ই এনে পৰীক্ষাই সমগ্র পাঠ্যক্রম সামৰি লয়

 

15. নির্দেশনা আক শিক্ষাদানৰ মাজত কোনটো দিশত সাদৃশ্য প্রদর্শিত হয়

  • পুনৰ উৎপাদন, পুনৰ প্ৰয়োগ আৰু সূচীৰ মাজত
  • কিতাপ আৰু অর্থনীতিৰ মাজত
  • সূচীপত্র আৰু ভিত্তি দুয়োটাত
  • ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতি আৰু ভুটানৰ শিক্ষা পদ্ধতিৰ মাজত

 

16. এগৰাকী শিক্ষকে উৎপাদন পদ্ধতিৰ (Product Approach) দৃষ্টিৰে লিখন কার্য সূচনা কৰিবলৈ যাওঁতে তলৰ কোনটো ব্যবহাৰ কৰিব নালাগে (Dem 2019)

  • মস্তিষ্ক মন্থন
  • টোকা শ্রুতলিপি দিয়া
  • খচৰা লিখন
  • আর্হি কাকত পৰীক্ষণ

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. যেতিয়া এটি শিশুক এটা নির্ভাবিত বিষয়ক লৈ এটা চুটি কবিতা লিখিবলৈ দিয়া হয় তেতিয়া তেওঁ ব্যবহাৰ কৰে (Dem 2019)

  • সৃজনীমূলক চিন্তা
  • সহমর্মী চিন্তা
  • সহানুভূতিসম্পন্ন চিন্তা
  • সাংস্কৃতিক চিন্তা

 

18. কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্রক্রিয়াটোক কোৱা হয় (Dem 2019)

  • শৰীৰৰ ভাষা (Body language)
  • কথন কৌশল (Mechanics of Speaking)
  • ভাষাৰ কার্যকাৰিতা (Language Function)
  • ভাষাৰ ব্যৱহাৰ (Language in Use)

 

19. ভাৰতৰ প্রাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন গৃহীত হৈছিল

  • ২০০৮ চনত
  • ২০১০ চনত
  • ২০০৯ চনত
  • ২০১২ চনত

 

20. ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত (Dec 2018)

  • স্পষ্ট ব্যাখ্যাৰ দ্বাৰা
  • নিৰলে বা একান্তত
  • একত্ৰিত ধৰণেৰে
  • অনুকৰণৰ দ্বাৰা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত উল্লেখ কৰা কোনটো এটা শিক্ষণ পদ্ধতি (Dec 2018)

  • চয়ন পদ্ধতি
  • ৰাপ বা কচি পদ্ধতি
  • অনুপ্ৰেৰণা পদ্ধতি
  • ওপৰৰ আটাইকেইটা

 

22. ডাঃ মাৰিয়া মন্টেশ্বৰী হ'ল

  • এগৰাকী ছুইচ দার্শনিক
  • এগৰাকী ব্রিটিছ মনোবিজ্ঞানী
  • এগৰাকী ভাৰতীয় মনোবিজ্ঞানী
  • এগৰাকী ইটালিয়ান মনোবিজ্ঞানী

 

23. শিকোৱা কৌশল বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে

  • শুদ্ধ
  • অশুদ্ধ
  • অর্ধশুদ্ধ
  • ওপৰৰ এটাও নহয়

 

24. কৰ্মৰ মাজেৰে শিক্ষা প্রদান কৰা পদ্ধতিব উদ্ভাৱক আছিল প্রখ্যাত প্রকৃতিবাদী দার্শনিক

  • পেভলভ
  • উডৱর্থ
  • ৰুছো
  • ষ্টেলিন

 

25. বিইগৎজ্জীব (Vygotsky) স্কাফ'ল্ডিং প্রমেয় (Scaffolding hypothesis) মতে এগৰাকী শিক্ষকে ভাষাৰ শিক্ষার্থীসকলক দুজনীয়াকৈ বা গোট বান্ধি কাম কৰাৰ সুযোগ দিব লাগে। কাৰণ (Dem 2019)

  • তেতিয়া শিক্ষকে সুচাৰুভাবে কার্যটি চম্ভালিব পাৰে
  • ছাত্র - ছাত্রীৰ মাজত চলা ভাব বিনিময়ে শিক্ষকক সকাহ দিয়ে
  • সামূহিক ভাব বিনিময়ে শিকনৰ উদ্‌গমন ঘটাব পৰাকৈ প্ৰকৃত অৰ্থৰ সন্ধান দিয়ে
  • এনে সামূহিক ভাব বিনিময়ে ছাত্র - ছাত্রীক ভাষা-শিকনৰ পৰা নিলগাই আনে

 

26. শিকোৱা প্রক্রিয়া সম্পর্কে হার্বার্টে আগবঢ়োৱা সপোনকেইটা হৈছে

  • প্রাক-প্রাথমিক, প্রাথমিক আৰু উচ্চশিক্ষা
  • মূল্যাংকন, সামৰণি
  • প্রস্তুতি প্রদান, মূল্যাংকন, সামৰণি
  • সুস্পষ্টতা, সংযোগ, প্রণালী আৰু পদ্ধতি

 

27. ভাষা শিক্ষণত আভ্যন্তৰীকৰণ (internaliza- tion)-ৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশ হৈছে (Dec 2018)

  • শ্রৱণ আৰু পঠন
  • কেৱল শ্ৰৱণ
  • কেৱল পঠন
  • কেৱল লিখন

 

28. ভাষা শিক্ষণত শিকন-সামগ্রীৰ (learning material) আটাইতকৈ গুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে (Dec 2018)

  • কম সময়তে অধিক জ্ঞানৰ যোগান ধৰা
  • শিকন - সামগ্রীৰ কঠিন স্থানবোৰ উপযুক্ত ব্যাখ্যা কৰা
  • পাঠৰ প্রতি শিক্ষার্থীৰ মনোযোগ আকর্ষণ কৰা
  • শিকাওঁতে শিক্ষকৰ কষ্ট হ্রাস কৰা

 

29. শিক্ষণৰ সমস্যা সমাধানটো সৃষ্টি হয়

  • স্মৃতি পর্যায়ত
  • প্রতিফলন পর্যায়ত
  • বোধ পর্যায়ত
  • জ্ঞান পর্যায়ত

 

30. এটা নির্দিষ্ট উদ্দেশ্য নিহীত পঠন কার্যত শিক্ষার্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ পঢ়িবলৈ দিয়া হৈছে। ই হৈছে (Jan 2024)

  • ঐকান্তিক পঠন (Intensive Reading)
  • আনন্দদায়ক পঠন (Pleasure Reading)
  • বিস্তৃত পঠন (Extensive Reading)
  • নির্দেশিত পঠন (Guided Reading)

 

 

Previous .......     10      11      12       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved