Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 10

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 10

1. ষষ্ঠ শ্রেণীৰ ছাত্রী শ্রেয়াই দেউতাকৰ চাকৰিৰ স্থান সলনি হোৱা বাবে পাঞ্জাবৰ জলন্ধবৰ পৰা তামিলনাড়ুন মাডুবাইলৈ যাব লগা হ'ল। তেওঁ মাতৃভাষা পাঞ্জাবী আক বিদ্যালয়ৰ ভাষা ইংৰাজী জানিছিল। পাছত তেওঁ চুবুৰীয়াসকলৰ পৰা তামিল ক'বলৈ আৰু পঢ়িবলৈ শিকিছে। তেওঁ বর্তমান জনা ভাষা কেইটাৰ আধাৰত তলৰ কোনটো উক্তি শুদ্ধ (Jan 2024)

  • তেওঁ পাজারী আৰু ইংৰাজী ভাষা-আহবণৰ যোগেদি আৰু তামিল ভাষা - শিক্ষণৰ যোগেদি আহৰণ কৰিছে
  • তেওঁৰ তামিল ভাষা ভাষা-আহবণৰ ভিতৰত পৰে আৰু ইংৰাজী আৰু পাঞ্জাবী ভাষা ভাষা - শিক্ষণৰ ভিতৰত পৰে
  • তিনিওটা ভাষা পাঞ্জাবী, তামিল আৰু ইবোজী তেওঁ ভাষা - শিক্ষণৰ যোগেদি শিকে
  • তেওঁৰ বাবে ইবোজী ভাষা-আহরণ, পাঞ্জাবী আৰু তামিল ভাষা - শিক্ষণ

 

2. তলৰ কোনটো ত্রি-ভাষা সুত্রৰ ক্ষেত্ৰত সত্য (Jan 2024)

  • শিশু এটাই ইংৰাজী বা ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তব সমাপ্ত কৰালৈকে দুটা বা অধিক ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজ্য ভাষাত প্রাথমিক শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তবব শিক্ষা শেষ বৰালৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুবেই ৰাজভাযা হিন্দীত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰলৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
  • প্রত্যেক শিশুৱেই মাতৃভাষা বা ঘৰুৱা ভাষাত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰ পর্যন্ত অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব

 

3. ভাষাৰ দক্ষতা কেনেদবে ফলপ্ৰসূৰূপে শিকিব পৰা যায় আটাইতকৈ (Aug 2023)

  • ভাষাৰ প্ৰত্যাহ্বানপূর্ণ আৰু যান্ত্রিক অনুশীলনৰ সহায়ত
  • যদিহে শিক্ষকগৰাকীয়ে এটা সময়ত এটা মাত্র দক্ষতা শিকোৱাত গুরুত্ব দিয়ে
  • সংহতিপূর্ণ ধৰণে আগবাঢ়ি
  • কেরল লিখিত পৰীক্ষা আৰু প্রদত্ত কার্যৰ দ্বাৰা

 

4. শিক্ষার্থীয়ে বৰ্ণনাৰ দক্ষতা বুজি পাইছে নে নাই জানিবৰ কাৰণে শিক্ষকে তেঁওলোকক কি কৰিবলৈ দিয়া উচিত (Aug 2023)

  • শিক্ষার্থীসকল অভিভূত হোৱা বা আশ্চর্যচকিত হোৱা অভিজ্ঞতা এটাৰ বিষয়ে ক'বলৈ দিয়া
  • পাঠটোত থকা ক্রিয়া আৰু বিশেষণ পদসমূহ ঘূৰণীয়াকৈ চিহ্নিত কৰা
  • শব্দ বৰ্ণনৰ ভুলবোৰ শুধৰাবলৈ দিয়া
  • সাধু এটা পঢ়িবলৈ দিয়া আৰু বোধক্ষমতাভিত্তিক প্ৰশ্নৰ উত্তৰ দিবলৈ দিয়া

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. মনোযোগৰ বাহ্যিক কাৰণ নহয়

  • আগ্রহ
  • প্রবৃত্তি
  • আবেগ
  • ওপৰৰ এটাও নহয়

 

6. শিক্ষকে তৃতীয় শ্রেণীৰ শিক্ষার্থীসকলক এটা খাম প্রস্তুত কৰিবলৈ দিছে আৰু শিক্ষার্থীসকলে এই নির্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্রেণী এটাত এই কার্যই ছাত্র-ছাত্রীসকলক সহায় কৰিব (Dem 2019)

  • লিখন দক্ষতা বিকাশৰ ক্ষেত্রত
  • কথন দক্ষতা বিকাশৰ ক্ষেত্রত
  • শ্রবণ দক্ষতা বিকাশৰ ক্ষেত্রত
  • সৃজনীশীলতা বিকাশৰ ক্ষেত্ৰত

 

7. . তলত দিয়া কোনটো উপচাৰাত্মক বা নিদানমূলক শিক্ষণৰ ক্ষেত্ৰত শুদ্ধ (Aug 2023)

  • প্রদর্শন বা ফলাফল উন্নীত কৰিবলৈ সহায় কৰা
  • পিছপৰা শিক্ষার্থীৰ প্রতি অনুকম্পা ৰখা
  • ফলাফল ভাল হ'বলৈ অতিৰিক্ত নম্বৰ দিয়া
  • বিশেষ শিশুক বিশেষ গুৰুত্ব দিয়া

 

8 . উক্তি (A) : ইংৰাজী ভাৰতৰ সহযোগী দপ্তৰীয় ভাষা (Aug 2023)
যুক্তি (R) : ভাৰতৰ বিদ্যালয়সমূহৰ বিদেশী ভাষা হিচাপে ইংৰাজী পঢ়োৱা হয়।
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাঁচি উলিওৱাঁ ।

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. কেইটা বস্তুৰ ওপৰত একে সময়তে মনোযোগ প্রদান কৰিব পাৰি

  • এটা
  • দুটা
  • তিনিটা
  • অনির্ধাৰিত

 

10. মনোযোগক বিবেচনা কৰিব পাৰি

  • সচেতনতাৰ সামৰণি বুলি
  • সচেতনতাৰ কেন্দ্রবিন্দু বুলি
  • সচেতনতাৰ বহিঃসীমা বুলি
  • ওপৰৰ আটাইকেইটা

 

11. মনোযোগৰ বাহ্যিক কাৰকবোৰ নিৰ্ভৰশীল

  • মানসিক সংগঠনৰ ওপৰত
  • পৰিবেশৰ বস্তু, বিষয় আৰু পৰিস্থিতিৰ ওপৰত
  • ব্যক্তিৰ আভ্যন্তৰীণ গুৰুত্বৰ ওপৰত
  • ওপৰৰ তিনিওটা

 

12. আগ্রহ হ'ল মানসিক মানসিক প্রৱণতাৰ এক গতিশীল অৱস্থা - এই উক্তিটো হ'ল

  • ড্রেভাৰৰ
  • জে এছ ব্রাউনৰ
  • টেলফোর্ডৰ
  • মেকডুগেলৰ

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. ভাষা শিকন হৈছে এক বিস্তৃত প্রক্রিয়া, যিটো জন্মৰ লগে লগে আৰম্ভ হয় আৰু গোটেই জীৱন জুৰি চলি থাকে - এই অভিমতটোৰ সৈতে তুমি একমত নে একমত নহয় (Jan 2024)

  • মই একমত
  • মই আংশিকভাৱে একমত
  • মই একমত নহয়
  • মই আংশিকভাৱে একমত নহয়

 

14. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে পটুতা বা দক্ষতা পৰীক্ষা (proficiency test) কৰা হয় (Aug 2023)

  • শিকাৰু উপনীত হোৱা ভাষাৰ স্তৰটোৰ
  • শিকাৰুক শিকোৱা ভাষাটোৰ
  • বহুসংজ্ঞাবাহী (multisensory) ভাষা শিকন অভিজ্ঞতাৰ
  • দৈনন্দিন কথোপকথনৰ ভাষাটোৰ

 

15. এগৰাকী শিক্ষকে ছাত্র-ছাত্রীসকলক কিছুমান গোটত ভাগ কৰি দিছে আৰু 'হাতী'ৰ বিষয়ে পাঠ এটা পঢ়ওৱাৰ আগে আগে গোট বোৰৰ মাজত হাতীৰ বিষয়ে এটা কুইজ পাতিছে। শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে (Aug 2023)

  • বিষয একোটাৰ প্ৰতি ছাত্ৰ - ছাত্ৰীক আগ্রহী কৰি তোলা
  • সহপাঠীৰ ফীডবেক দিয়া/লোৱা
  • এটা পাঠ সমালোচনা লিখা
  • স্মৃতি পৰীক্ষা কৰা

 

16. আগ্রহ অর্থাৎ Interest শব্দটোৰ উৎপত্তি হৈছে

  • সংস্কৃতৰ পৰা
  • লেটিন ভাষাৰ পৰা
  • ফৰাচী ভাষাৰ পৰা
  • জার্মান ভাষাৰ পৰা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. লিংগেভেদে

  • আগ্রহ একে থাকে
  • আগ্রহ মার্জিত হয়
  • আগ্রহ উচ্চস্তৰৰ হয়
  • আগ্রহৰ বিভিন্নতা দেখা যায়

 

18. অনুকৰণ শিক্ষা পদ্ধতিৰ আবিষ্কাৰক আছিল

  • থ'র্ণডাইক
  • পেভলভ
  • স্কিনাৰ
  • গেছন্ট

 

19. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে উপচাৰাত্মক বা নিদানমূলক পৰীক্ষা (diagnostic test) ব্যৱহাৰ কৰা হয় (Aug 2023)

  • শিকাৰৱে পাঠ এটাৰ সাৰৰ্মম উলিয়াব পৰা ক্ষমতাৰ
  • শিকাৰুৰে নিজে কৰা ভুলবোৰ নিজে চিহ্নিত কৰিব পৰা ক্ষমতাৰ
  • সাফল্যৰ ক্ৰম অনুসৰি স্থানপ্রাপ্তসকলৰ মূল্যায়ন কৰাৰ কাৰণে
  • ভাষাৰ ক্ষেত্ৰত থকা শিকাৰুৰ সবল আৰু দুৰ্বল দিশবোৰৰ

 

20. ভাৰতীয় সংবিধানৰ ৮ম সূচী অনুসৰি কিমানটা ভাষা আছে (July 2019)

  • ১৬টা
  • ২০টা
  • ২২টা
  • ২৪টা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তানা শিকাৰ বোধার্জন প্রৰিপ্রেক্ষাই (Cognitive Perspective) তলৰ কোনটোত গুৰুত্ব দিয়ে (July 2019)

  • ভাষা শিকাৰ প্ৰক্ৰিয়াটোত ভুল হোৱাটো প্রক্রিয়াটোৰেই অংশ
  • ভাষা শিকাত অভ্যাস গঠন প্রক্রিয়াই সহায় কৰে
  • বাক্য মুখস্থ কৰাত শিক্ষকে গুৰুত্ব দিয়া উচিত
  • যিমান পৰি সোনকালে শিশু এটাৰ ভুলবোৰ শুধৰাই দিয়া উচিত। অন্যথা সেইবোৰ শিশুৰ মনত ৰৈ যায়

 

22. এগৰাকী শিক্ষার্থীয়ে বাতৰিকাকতৰ বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে। এইধৰণৰ পঠনক কোৱা হয় (Jan 2024)

  • সমীক্ষাত্মক পঠন (Critical Reading)
  • সাৰ - গ্রহণ (Skimming)
  • বীক্ষণ (Scanning)
  • পাঢ়ন দক্ষতা)

 

23. তলত দিয়া কোনটো শ্রেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে (Dec 2018)

  • শিক্ষকৰ সৈতে সমস্বৰে পাঠ্যপুথিৰ অন্তৰ্গত কাহিনী এটা পঢ়া
  • শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা
  • এককভাবে পদ্য মুখস্থ কৰি আবৃত্তি কৰা
  • প্রিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা

 

24. ভাষান্তৰকৰণ (Translanguaging) কি (Jan 2024)

  • ভাষা শিক্ষণ - শিকনৰ কালত এটা ভাষাৰ পৰা আন এটা ভাষালৈ গুচিযোৱাটোক
  • ভাষা কিদৰে সময়ৰ সোঁতত সলনি হৈ আহি আছে
  • একাধিক ভাষাক শ্রেণীকোয়ত পাঠদানৰ সমল হিচাপে ব্যবহাৰ কৰা এক শিক্ষণ কৌশল
  • বিদ্যালয়ত কিমানটা ভাষা শিকোৱা হ'ব সেই বিষয়ক শিক্ষা নীতিৰ ভাষা বিষয়ক আঁচনি

 

25. তলৰ কোনটো পদ্ধতি ভাষা ভালকৈ লিখাৰ ক্ষেত্রত প্রযোজ্য সম্পাদনা চূড়ান্তকৰণ  (Jan 2024)

  • মস্তিষ্ক মন্থন - ৰূপৰেখা প্রস্তুতকৰণ - খচৰা লিখন - পইন্টসমূহ লিখি উলিওৱা - সম্পাদনা - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - খচৰা লিখন - সম্পাদনা -  ৰূপৰেখা প্রস্তুতকৰণ - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - খচৰা লিখন - ৰূপৰেখা প্রস্তুতকৰণ - সম্পাদনা - চূড়ান্তকৰণ
  • মস্তিষ্ক মন্থন - পইন্টসমূহ লিখি উলিওৱা - ৰূপৰেখা প্রস্তুতকৰণ - খচৰা লিখন - সম্পাদনা - চূড়ান্তকৰণ

 

26. শিক্ষার্থীৰ ভাষা ব্যবহাৰৰ মূল্যায়ন কৰোতে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • চেক লিষ্ট
  • মূল্য মাপনী
  • পত্ৰাধাৰ বা প'র্টফলিঅ'
  • আদান-প্রদান তথা কথোপকথন

 

27. লিখন হৈছে এক ......., ........ নহয় (July 2019)

  • প্রক্রিয়া; ফচল
  • ফচল; প্রক্রিয়া
  • প্রক্রিয়া; হস্তাক্ষ অনুশীলন
  • হস্তাক্ষৰৰ অনুশীলন; প্রক্রিয়া

 

28. বর্ণ আৰু উচ্চাৰণৰ সম্পর্কক গুৰুত্ব প্রদান কৰি বর্ণবোধ কৰোৱা পদ্ধতিটো হৈছে (Jan 2024)

  • সামগ্রিক ভাষা অভিগম (Whole language approach)
  • ব্যাকৰণ অনুবাদ
  • পৰিস্থিতিগত অভিগম (Situational approach)
  • ধ্বনিসংক্রান্তীয় নির্দেশ

 

29. দলগত কার্যপ্রণালীত শিক্ষার্থীৰ জ্ঞানৰ পৰিসৰ

  • পৰিৱর্তন হয়
  • একে থাকে
  • বৃদ্ধি পায়
  • নিম্নগামী হয়

 

30. শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতি'ৰ ভিত্তি হ'ল

  • অনুশীলনৰ নীতি
  • প্রস্তুতিৰ নীতি
  • ফলাফলৰ নীতি
  • প্রয়োগৰ নীতি

 

Previous .......     9      10      11       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved