Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 13

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 13

 

1. ভাষা শিক্ষণৰ শ্ৰেণীকোঠাত চবিত্র বৰূপায়ণ (Role Play) এটা অত্যাবশ্যকীয় অংশ হোৱা উঠিত। কাৰণ (Dem 2019)

  • ই ছাত্র - ছাত্রীক মুকলিকৈ কথা পতাৰ সুযোগ প্রদান কৰে
  • ই হৈছে শ্রেণীকোঠা ব্যৱস্থাপনাৰ এটা ফলপ্রসু কৌশল
  • ই ছাত্র - ছাত্রীক কাহিনী এটা কণ্ঠস্থ কৰাত সহায় কৰে
  • ই ছাত্র - ছাত্রীক ভাষাৰ অর্থপূর্ণ ভাব বিনিময়ৰ ক্ষেত্রত সফলতা প্রদান কৰে

 

2. পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোবা (Going beyond the textbook) মানে হৈছে (Dem 2019)

  • পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিকন সামগ্ৰীৰ যোগান ধৰা
  • পাঠ্যপুথিক গুরুত্ব নিদি তাৰ বাহিৰলৈ যোবা
  • জ্ঞান পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে
  • পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্র-ছাত্রীৰ ওপৰত অতিৰিক্ত বোজা আৰোপ নকৰা

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. মনোযোগৰ দুটা দিশৰ এটা হ'ল ইতিবাচক আৰু আনটো হ'ল

  • বস্তুবাচক
  • অর্থবাচক
  • নেতিবাচক
  • নির্ণায়ক

4. শিক্ষাদানৰ পর্যায়বোৰ হ'ল

  • সংখ্যাত ২
  • সংখ্যাত ৩
  • সংখ্যাত ৪
  • সংখ্যাত ৫

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. মেকডোনাল্ড'ৰ শিক্ষাদানৰ ধাৰণাত সোমাই লোৱা উপাদান হ'ল

  • পাঠ্যক্রম আৰু শিক্ষার্থী
  • পাঠ্যক্রম আৰু শিক্ষাদান
  • পাঠ্যক্রম আৰু শিক্ষণ
  • পাঠ্যক্রম আৰু নির্দেশনা

 

6. তলব কোনটো প্রাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ (Dem 2019)

  • ব্যাকৰণৰ জ্ঞান
  • ভাষা সমৃদ্ধ পাবিপার্শ্বিকতা
  • ভাষাৰ পাঠ্যপুথি
  • শিশুব মূল্যায়ন

 

7. শিক্ষামূলক উদ্দেশ্যাৱলীৰ বৰ্গীকৰণ মূলত

  • এক প্রকাৰৰ নীতিৰ ওপৰত নিৰ্ভৰশীল
  • দুই প্রকাৰৰ নীতিৰ ওপৰত নিৰ্ভৰশীল
  • তিনি প্রকাৰৰ নীতিৰ ওপৰত নিৰ্ভৰশীল
  • চাৰি প্ৰকাৰৰ নীতিৰ ওপত নিৰ্ভৰশীল
 

8. শিকাৰুৱে ভাষা এটা শিকোঁতে ভাষাটো সুকীয়া উচ্চৰণৰ ধৰণবোৰৰ বাবে ক'বলৈ আত্মাবিশ্বাসব অভাৱ অনুভৱ কৰে। এই সমস্যাটোৰ সমাধান হ'ল

  • শ্রেণীকোঠাত মৌখিক যোগাযোগ হোৱাকৈ বা কথাবার্তাৰ পৰিবেশ সৃষ্টি হোৱাকৈ খেল - ধেমালিৰ জৰিয়তে শিকোৱা
  • বিশেষজ্ঞৰ ওচৰত বাক - চিকিৎসাৰ ব্যৱস্থা কৰোৱা
  • ভুল হোৱাৰ লগে লগেই শুধবোৱা
  • শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিয়া

 

9. ভাষা শিক্ষণৰ আৰম্ভণিতে প্রাখমিক ধ্বনি আক তাৰ মিশ্রবৰূপ সমূহতকৈ সৰল বাক্যহে শিকোৱা হয়। ই সূচায় যে (Dem 2019)

  • যোগাযোগ সম্পূর্ণ বাক্যৰ ওপৰত নির্ভৰশীল
  • ভাষা আহৰণৰ ক্ষেত্ৰত উচ্চাৰণৰ কোনো গুৰুত্ব নাই
  • ভাষা শিকনৰ ক্ষেত্ৰত ব্যাকৰণ আৰু উচ্চাবণ দুয়োটাৰে গুৰুত্ব সমান
  • যোগাযোগৰ বাবে ব্যাকৰণ এক শক্তিশালী ভেটি স্বৰূপ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

10. শিক্ষাদান প্রক্রিয়াটোক উন্নতিশীল প্রক্রিয়া বুলি ধৰা হয় কাৰণ ই সম্বন্ধিত হয়

  • এগৰাকী শিক্ষকৰ আত্মাৰ বিকাশৰ লগত
  • শিশু সকলৰ আচৰণৰ আকাংক্ষিত উন্নতি সাধনত
  • মানৱ আহিলাৰ উন্নতি সাধনৰ লগত
  • অনুষ্ঠানৰ উন্নতি সাধনৰ লগত

 

11. ভাষা - বিকাশক প্রভাবিত কৰা কাৰকটো হৈছে (Dec 2018)

  • স্বাস্থ্য
  • বুদ্ধিমত্তা
  • ব্যক্তিবিশেষে পার্থক্য বা অসমানতা
  • ওপৰৰ আটাইকেইটা

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

12. মাতৃভাষাকেন্দ্রিক বহুভাষিকতা মানে হৈছে (Dem 2019)

  • কেৱল মাতৃভাষাৰ শিকন
  • মাতৃভাষাৰ মাধ্যমেদি শিকন
  • প্রথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পর্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়
  • একাধিক ভাষা আৰু বিদেশী ভাষা মাতৃভাষা বৰূপে শিকন

 

13. বিদ্যালয়ত ভাষা শিক্ষনৰ নীতিক কোৱা হয় (Dem 2019)

  • বহুভাষিক শিক্ষা
  • শিক্ষাৰ ভাষা
  • মাতৃভাষাকেন্দ্রিক বহুভাষিকতা
  • ত্রিভাষা সূত্র

 

14. গভীৰ শ্রবণে (Intensive listening) শ্রবণৰ ক্ষেত্রত সূচায় (Dem 2019)

  • মনোযোগ (attention)
  • ধৈর্য (patience)
  • শৃংখলাবদ্ধতা (discipline)
  • উত্তৰণ (Improvement)

 

15. মানসিক সামর্থ্যসমূহে সামৰি লয়

  • মনোযোগ আৰু আগ্রহ অনুভূতি
  • গতিশীলতা
  • মনোদৈহিক সামর্থ্যসমূহ
  • স্মৃতি, যুক্তি, চিন্তন আৰু সৃষ্টিশীলতা

 

16. গজনে'ৰ শ্রেণীকৰণ মতে শিক্ষণ অৱস্থাসমূহৰ সৰলতম ধৰণ হ'ল

  • সংকেত শিক্ষণ
  • নীতি শিক্ষণ
  • ধাৰণাৰ শিক্ষণ
  • ওপৰৰ তিনিওটা

 

17. নির্ণয় শিক্ষাদানৰ মৌলিক লক্ষ্য হ'ল

  • শিকাৰুসকলৰ মাজত অনুকৰণৰ উদ্যম বিকশিত কৰা
  • শিক্ষার্থীসকলৰ বিষয় সম্বন্ধীয় আঁসোৱাহসমূহ চিনাক্ত কৰা
  • শিক্ষার্থীসকলক অভিজ্ঞ কৰি তোলা
  • শিক্ষার্থীৰ দুৰ্বলতাসমূহক উন্নত কৰা

 

 18. অষ্টম শ্ৰেণীৰ শিক্ষক এগৰাকীয়ে তেঁওৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰত শক্তিৰ সঞ্চয় বিষয়ত এখন পত্রিকা প্ৰস্তুত কৰিবলৈ দিছে। এই প্রদত্ত কার্যটো হ'ব (Aug 2023)

  • প্রশ্নবোধকত
  • সদর্থক ধাতুৰূপত
  • তুলনামূলক
  • অতীত কালৰ

 

19. তলৰ কোনটো প্রাথমিক স্তৰত গ্রন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয় (Jan 2024)
গ্রন্থাগাৰক মাত্র গ্রন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে, বৰং-

  • শিক্ষার্থীক শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰি
  • কিতাপৰ সৈতে ব্যস্ত ৰাখিব পৰা সক্রিয় বাতাবৰণ হিচাপে ভাবিব পাৰি
  • শিক্ষক আৰু অন্যান্য জেষ্ঠ্যসকল গ্রন্থাগাৰৰ পঠন অভ্যাসৰ আদর্শ হ'ব পাৰে
  • পাঠ্যপুথিৰ সবর পঠন গ্রন্থাগাৰতে ভালদৰে কৰিব পাৰি

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

20. বর্ণবোধ আয়ত্তকৰণৰ বাবে তলৰ কোনটো প্রযোজ্য (Jan 2024)

  • ধ্বনিজ্ঞান আৰু সাৱলীলতা
  • বিসংকেতিকৰণ আৰু বোধজ্ঞান
  • বর্ণ চিনাক্তকৰণ আৰু গঢ় চিনাক্তকৰণ
  • নিখুঁটতা আৰু ধ্বনি বোধজ্ঞান

 

21. উক্তি (A) : প্রাথমিক পর্যায়ত পঠন আৰু লিখন দক্ষতাই সমালোচনাত্মক বা সুবিবেচক চিন্তনত সহায় কৰে (Aug 2023)

যুক্তি (R) : সমালোচনাত্মক বা সুবিবেচক চিন্তন হৈছে পঠন আৰু লিখন দক্ষতাৰে এক উপদক্ষতা

ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ

  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) শুদ্ধ, (R) অশুদ্ধ

 

22. তলৰ কোনটো শিক্ষাগ্রহণৰ বৈশিষ্ট্য নহয়

  • শিক্ষাগ্রহণ উদ্দেশ্যপূর্ণ
  • শিক্ষাগ্রহণ দুৰ্বলীৰ বাবে কঠিন প্রক্রিয়া
  • শিক্ষাগ্রহণ বিকাশ প্রক্রিয়া
  • শিক্ষাগ্রহণ সমাযোজন প্রক্রিয়া

 

23. অভিজ্ঞতাৰ মাধ্যমত এজনৰ আচৰণ শিক্ষণে সংশোধন কৰে বুলি কৈছে

  • গেছল্টে
  • গেইটচে
  • স্কীমেনে
  • হেনৰি গেৰেটে

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. শৈক্ষিক উদ্দেশ্যৰ প্রজ্ঞাত্মক ক্ষেত্র, আনুভূতিক ক্ষেত্র, মনোদৈহিক ক্ষেত্ৰৰ ধাৰণা প্রকাশ কৰিছিল

  • বি. এছ ব্লুম
  • জন ডিউ
  • থ'র্ণভাইক
  • পেভলভ

 

25. শিক্ষাদানৰ পৰ্যায় হ'ল

  • প্রাক-প্রস্তুতিৰ অৱস্থা
  • পাৰস্পৰিক ক্রিয়াৰ অৱস্থা
  • উত্তৰ শিক্ষাদান প্রস্তুতিৰ অৱস্থা
  • ওপৰৰ তিনিওটা

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

26. অপৰাধ শব্দটোৰ সৰল আৰু সাধাৰণ অর্থ হৈছে

  • ভাল সম্পদ নষ্ট কৰা
  • বন্ধুৰ লগত সংঘাতত লিপ্ত হেবা
  • সমনীয়াৰ পৰা আঁতৰি থকা
  • দোষ কৰা, জগৰ লগোৱা, কুবর্মত লিপ্ত হেবা ইত্তাদি

 

27. যিকোনো শিক্ষাব্যবস্থাৰ কেন্দ্রবিন্দু হ'ল

  • অভিভাৱক
  • ৰাষ্ট্র
  • শিক্ষক
  • শিক্ষার্থী

 

28. ১২ - ১৪ বছৰলৈ আগতীয়া কৈশোৰ কাল আৰু ১৪ - ১৮ বছৰলৈ শেহতীয়া কৈশোৰ কাল - এই ধাৰণা আগবঢ়াইছে

  • পেভলভে
  • ৰুছোৱে
  • স্কিনাৰে
  • ৰাইবার্ণে

 

29. তলৰ কার্যটিক কি বোলা হয়
শিক্ষকে নিজৰ ধৰণেৰে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষার্থীসকলে গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটো নিজৰ ধৰণেৰে লিখি উলিয়াইছে (Dem 2019)

  • শ্রুতলিপি (Dictation)
  • ব্যাকৰণ শ্রুতলিপি (Grammar Dictation) 
  • পুন:লেখন কার্য
  • পাৰস্পৰিক শ্রুতলিপি (Mutual Dictation)

 

30. সাধাৰণতে প্রথম ভাষা বিকাশ মানে হৈছে (Dem 2019)

  • শিকন
  • আহৰণ
  • বিকাশ
  • বোধ
Previous ......      12      13      14       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved