Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 10

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET January 2024 : Assamese, Paper 1

1. মনোবিজ্ঞান হ'ল

  • শৰীৰ বিজ্ঞান
  • মানসিক বিকাৰগ্ৰস্তৰ বিজ্ঞান
  • মানসিক চিকিৎসা
  • আচৰণৰ বিজ্ঞান

 

2. এগৰাকী শিক্ষকে তেওঁৰ ছাত্র - ছাত্রীসকলৰ শিকন - ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্রশ্ন প্রস্তুত কৰিছে। তেওঁ এটা পেৰাগ্রাফৰ অন্তৰ্ভূক্ত বাক্যসমূহৰ পৰা প্ৰতি পাঁচ নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু ছাত্র - ছাত্রীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটোক কি বুলি কোৱা হয় (Dem 2019)

  • পঠন বোধ (Reading Comprehension)
  • শব্দভাণ্ডাৰ পৰীক্ষণ (Vocabulary testing)
  • খালী ঠাই পূৰণ কৰা (Fill in the blanks)
  • ক্ল'জ টেষ্ট

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. সাহিত্যক ভাষাৰ পাঠ্যক্রমত অন্তর্ভুক্তিকৰণৰ ক্ষেত্রত তলব কোনটো কম গুৰুত্বপূর্ণ (Dem 2019)

  • ই মাত্র শ্রৱণ আৰু কথন দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে
  • ই এক প্রমাণসিদ্ধ সমল
  • ই ছাত্র - ছাত্রীক আন সংস্কৃতি সম্পর্কে জ্ঞান লাভত সহায় কৰে
  • ই ছাত্র - ছাত্রীক ব্যক্তিগত সহাৰি প্রদানত সহায় কৰে

 

4. NCF-2005 ব নির্দেশাবলীত তলৰ কোনটো অন্তর্ভুক্ত নহয় (Dem 2019)

  • বিদ্যালয়ৰ বাহিৰত জীৱনৰ সৈতে জ্ঞানৰ সম্পর্ক স্থাপন কৰা
  • পুনৰাবৃত্ত প্রক্রিয়াৰ (rote method) পৰা শিকনক আঁতৰাই অনাটো নিশ্চিত কৰা
  • পাঠ্যক্রম পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে
  • পৰীক্ষা অধিক নমনীয় আৰু শ্রেণীকোঠাৰ জীৱনৰ সৈতে সংহত (integrated) কৰা

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ভাষা কুশলতা তথা দক্ষতা সন্দর্ভত তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় (Dec 2018)

  • ভাষা কুশলতা তথা দক্ষতা বৃদ্ধিৰ কাৰণে অনুশীলনতকৈ ভাষাৰ নীতিবোৰ অধিক গুৰুত্বপূর্ণ
  • শিশুৱে কেৱল, শ্ৰৱণ কথন - পঠন - লিখন, এইটো ক্রমতে শিকে
  • বিদ্যালয়ত পঠন আৰু লিখন দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া উচিত
  • ভাষাৰ চাৰিওটা দক্ষতা ইটোৰ লগত সিটো সম্পর্কিত

 

6. শিক্ষাদানৰ নিৰাময় কর্ম সম্পাদন হয়

  • পুনৰ উৎপাদন প্রক্রিয়া সংগঠিত কৰিবলৈ
  • শিক্ষাদান কৌশল অধিকভাৱে ব্যৱহাৰিক কৰাৰ বাবে
  • A আৰু B দুয়োটা
  • ওপৰৰ এটাও নহয়

 

7. শিক্ষাদান প্রক্রিয়াৰ পৰিৱর্তনীয় মূল কাম হ'ল

  • চিনাক্তকৰণ
  • মূল্যায়ন
  • উপশমন বা প্ৰতিকাৰক
  • ওপৰৰ তিনিওটা

 

8. সংযোগবাদ শিক্ষণৰ উদ্ভাবক হ'ল

  • থর্ণডাইক
  • ফ্রয়েড
  • গেইটচ
  • আর্নেষ্ট জনচ

 

9. যিটো ভাষাৰ ব্যাকৰণ শিশুরে নাজানে, সেই ভাষাটোকে সিহঁতে সোনকালে শিকে।” এই কথাষাৰ কোনে কৈছিল (Dec 2018)

  • মহর্ষি পতঞ্জলি
  • লর্ড চুইট
  • লর্ড মেকালে
  • জাঁ পীয়াযে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

10. শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতিটো হ'ল

  • প্রদর্শনমূলক পদ্ধতি
  • আলোচনা পদ্ধতি
  • প্রকল্প পদ্ধতি
  • বক্তৃতা পদ্ধতি

 

11. তলৰ কোনটো শৈক্ষিক ক্ষেত্রত সামৰি লোৱা ক্ষেত্র নহয়

  • বোধ
  • প্রৱণতা
  • জ্ঞান
  • বিশ্লেষণ

 

12. তলৰ কোনটো শিক্ষাদান প্রক্রিয়াৰ স্বাধীন পৰিৱর্তনশীল উপাদান

  • পাঠ্যক্রম
  • শিক্ষার্থী
  • অভিভাৱক
  • শিক্ষক

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

13. শিক্ষাদান এটা প্রক্রিয়া যিয়ে শিক্ষকৰ জন্ম দিয়ে - উক্তিটো দিছে

  • স্কীনাৰ
  • উডৱর্থ
  • স্মিথ
  • ড্ৰেভাৰ

 

14. পুনর্বসন শব্দটো মূলত প্রখ্যাত আমেৰিকান মনোবিজ্ঞানী বি এফ স্কিনাৰৰ

  • শিক্ষণ প্রণালীত ব্যৱহাৰ নোহোৱা শিশুকেন্দ্রিক এক বিৰল পদ্ধতি
  • জটিল শিকণ - শিক্ষণ পদ্ধতি, য'ত উপযুক্ত শিক্ষকৰ গুৰুত্ব নিম্নস্তৰৰ
  • একপ্রকাৰৰ শিক্ষানীতিৰ লগত জড়িত প্রযুক্তি
  • অপাবেন্ট কণ্ডিচনিং সম্পর্কীয় ধাৰণাত ব্যবহাৰ হোৱা শব্দ

 

15. জন ডিউই জড়িত আছিল আমেৰিকাৰ

  • অর্থনৈতিক জগতখনৰ লগত
  • প্রয়োগবাদী চিন্তাৰ জগতখনৰ লগত
  • সাম্রাজ্যবাদী জগতখনৰ লগত
  • দৰিদ্র শ্রেণীৰ জগতখনৰ লগত

 

16. তলৰ কোনটো ব্যক্তিত্ব নির্ধাৰণকাৰী বংশগতিৰ উপাদান নহয়

  • গণমাধ্যম
  • বুদ্ধি
  • লিংগ পার্থক্য
  • শাৰীৰিক গঠন

 

17. শিক্ষাদান হ'ব পাৰে

  • নিদান পদ্ধতি
  • উপশমিত পদ্ধতি
  • জোখমাপৰ উৎপাদন
  • ওপৰৰ তিনিওটা

 

18. ভাষাৰ সন্দৰ্ভত বচনাত্মক ধবণৰ পৰীক্ষাৰ সুবিধা তলত দিয়া কোনটো (Dec 2018)

  • ই শিশু এটাৰ চিন্তাক শংখলাবদ্ধ কবি লিখিত ভাষাত প্রকাশ কৰাৰ ক্ষমতা মূল্যায়নত সহায় কৰে
  • ই ছাত্র - ছাত্রীৰ পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্ন শিকাত সহায় কৰে
  • ছাত্র - ছাত্রীসকলে পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্নৰহে প্রস্তুতি কৰিব লাগে কাৰণে সময় ৰাহি হয়
  • ই এনে পৰীক্ষাই সমগ্র পাঠ্যক্রম সামৰি লয়

 

19. নির্দেশনা আক শিক্ষাদানৰ মাজত কোনটো দিশত সাদৃশ্য প্রদর্শিত হয়

  • পুনৰ উৎপাদন, পুনৰ প্ৰয়োগ আৰু সূচীৰ মাজত
  • কিতাপ আৰু অর্থনীতিৰ মাজত
  • সূচীপত্র আৰু ভিত্তি দুয়োটাত
  • ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতি আৰু ভুটানৰ শিক্ষা পদ্ধতিৰ মাজত

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

20. এগৰাকী শিক্ষকে উৎপাদন পদ্ধতিৰ (Product Approach) দৃষ্টিৰে লিখন কার্য সূচনা কৰিবলৈ যাওঁতে তলৰ কোনটো ব্যবহাৰ কৰিব নালাগে (Dem 2019)

  • মস্তিষ্ক মন্থন
  • টোকা শ্রুতলিপি দিয়া
  • খচৰা লিখন
  • আর্হি কাকত পৰীক্ষণ

 

21. যেতিয়া এটি শিশুক এটা নির্ভাবিত বিষয়ক লৈ এটা চুটি কবিতা লিখিবলৈ দিয়া হয় তেতিয়া তেওঁ ব্যবহাৰ কৰে (Dem 2019)

  • সৃজনীমূলক চিন্তা
  • সহমর্মী চিন্তা
  • সহানুভূতিসম্পন্ন চিন্তা
  • সাংস্কৃতিক চিন্তা

 

22. কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্রক্রিয়াটোক কোৱা হয় (Dem 2019)

  • শৰীৰৰ ভাষা (Body language)
  • কথন কৌশল (Mechanics of Speaking)
  • ভাষাৰ কার্যকাৰিতা (Language Function)
  • ভাষাৰ ব্যৱহাৰ (Language in Use)

 

23. 'কাহিনী কথন' (story telling) ক কি ক্ষেত্রত এটা শিক্ষণ আহিলা হিচাপে প্রয়োগ কৰা হয় (Dem 2019)

  • শিক্ষার্থীক শ্রৱণ কার্যত জড়িত কৰিবলৈ
  • শিক্ষার্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ
  • ভাষা আৰু বর্ণবোধ দক্ষতা (Literacy Skill) বিকাশ সাধিবলৈ
  • শ্রেণীকোঠাত শৃংখলাবদ্ধতা বর্তাই ৰাখিবলৈ

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. অপৰাধমূলক আচৰণ সাধাৰণতে অধিক প্রদর্শন হয়

  • ল'ৰাৰ
  • ছোৱালীৰ
  • ল'ৰা - ছোৱালী উভয়ৰ
  • ওপৰৰ এটাও নহয়

 

25. মনোবিশ্লেষণ পদ্ধতিৰ প্ৰৱৰ্তক হ'ল

  • এৰিষ্টটল
  • চিগমাণ্ড ফ্রয়েড
  • পেষ্টালজী
  • উইলিয়াম মেকভূগেল

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

26. আৱেগ প্ৰৱণতাৰ মাত্রা বৃদ্ধি হয়

  • কেঁচুৱা অৱস্থাত
  • বাল্যকালত
  • কৈশোৰ কালত
  • প্রাপ্তবয়স্ক হোৱাৰ পাছত

 

27. Emile গ্ৰন্থৰ ৰচক কোন

  • ৰুছো
  • ফ্রৱেল
  • পেভলভ
  • মণ্টেচৰী

 

28. ৰুছোৰ মতে আগতীয়া কৈশোৰ কাল আৰু শেহতীয়া কৈশোৰ কালৰ বয়সৰ সীমা

  • আগতীয়া কৈশোৰ কাল : ১২ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৫ বছৰৰ পৰা ২০ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ১০ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ৮ বছৰৰ পৰা ১৬ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৬ বছৰৰ পৰা ২৪ বছৰ বয়সলৈ
  • আগতীয়া কৈশোৰ কাল : ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ, শেহতীয়া কৈশোৰ কাল : ১৯ বছৰৰ পৰা ২১ বছৰ বয়সলৈ

 

29. ছাত্র-ছাত্রীৰ লিখন দক্ষতাৰ মূল্যায়ন কৰোঁতে শিক্ষকে তলৰ কোনটোত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে (July 2019)

  • ফুলাম ভাষাৰ ব্যৱহাৰ
  • শুদ্ধ বানান
  • ব্যাকৰণগতভাবে শুদ্ধ বাক্য গাঁঠনি
  • ভাব তথা ধাৰণাৰ প্রকাশ

 

30. এটা শিক্ষা পদ্ধতিত শিক্ষকে নিজৰ সৈতে চাৰিগৰাকী শিক্ষার্থীক লৈ এটা সহযোগিতামূলক শিবন গোট গঠন কৰিলে। তেওঁলোকন মাজত পাঠ্যপুথিৰ পৃষ্ঠাৰ বিষয়ে আলোচনা আৰম্ভ হ'ল আৰু সমীপ্যসূচক অগ্রগতিৰ এক ক্ষেত্র তৈয়াৰ হ'ল, য'ত ৰচনা পড়ন দক্ষতা বৃদ্ধি পালে। এই পদ্ধতিটো হৈছে (Jan 2024)

  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • গঠনমূলক অভিগমন
  • পাৰস্পৰিক শিক্ষণ
  • আর্হি পঠন
Previous ......      9      10      11       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved