Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 7

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 7

1. ভাৰতবৰ্ষৰ চৰকাৰী শিক্ষাৰ পাঠ্যক্রম প্রস্তুত কৰা সংস্থাটো হ'ল

  • NCERT
  • NCTE
  • HRMS
  • CBSE

 

2. ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ

  • স্বকীয় বৈশিষ্ট্য
  • সুপ্ত বৈশিষ্ট্য
  • সক্রিয় বৈশিষ্ট্য
  • নিষ্ক্রিয় বৈশিষ্ট্য

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. তলৰ কোনটো ব্যক্তিত্বৰ পৰিবেশীয় উপাদান

  • আবেগ
  • পৰিয়াল
  • স্নায়বিক গঠন
  • জৈৱ ৰাসায়নিক অৱস্থ

 

4. শিশুৰ ব্যক্তিত্বই বিকাশ লাভ কৰে

  • অন্ধকাৰ সমাজত
  • দুর্গম অঞ্চলত
  • বিদেশত
  • আপোন গৃহত

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ভাষা আহৰণৰ সামাজিক আদান-প্রদান সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে (Jan 2021)

  • সামান্য বেছি স্তৰৰ জটিলতাৰ বোধগম্য input-ৰ সৈতে শিকাৰুক পৰিচয় কৰোৱা প্রয়োজনীয়
  • পাঠ্যতালিকাৰ বর্হিভূত বা অতিক্রমি ভাষাত গুৰুত্ব দিলে ভাষা শিকিব পৰা যায়
  • শিকাৰুৱে অনুকৰণ আৰু বাৰম্বাৰ অতিৰিক্ত ব্যৱহাৰৰ দ্বাৰা সুদৃঢ়ীকৰণৰ সুযোগ পালে ভাষা শিকিব পাৰে
  • আনৰ সৈতে অর্থোদ্ধাৰ আৰু আলোচনাৰ সুবিধা পালে ভাষা শিকাকরে ভাষা শিকিব পাৰে

 

6. এক উপদক্ষতা হিচাপে অনুমান (prediction) তলত দিয়া কোনটোৰ সৈতে জৰিত (Jan 2021)

  • খচৰা প্ৰস্তুতকৰণ
  • সাৰাংশকৰণ
  • টোকা তৈয়াৰ কৰা
  • পঠন
 

7. শিক্ষার্থীয়ে যেতিয়া ভাল চাকৰি পোৱাৰ উদ্দেশ্যৰে ভাষা এটা শিকে, তেতিয়া ভাষাটো শিকাৰ প্ৰেৰণা হয় (Jan 2021)

  • অন্তর্নিহিত বা আন্তৰিক (intrinsic)
  • বাহ্য (extrinsic)
  • চাকৰিকেন্দ্রিক
  • অহংভাৱকেন্দ্রিক

 

8. লিখন দক্ষতা বৃদ্ধিৰ কাৰণে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (July 2019)

  • ভাল হাতৰ আখৰ
  • শুদ্ধ বানান
  • নির্দেশ অনুসৰণ কৰি আৰু সঁজুলি ব্যৱহাৰ কৰি লিখা
  • নিজৰ অভিজ্ঞতা, ধাৰণা আৰু আদর্শ আদি প্রকাশ কৰি লিখা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. সামজিকভাবে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আক লগতে মনোৰঞ্জনৰ কাৰণে পাঠ পড়া কার্যটো হৈছে (July 2019)

  • সঘন তথা পুংখানুপুংখ পঠন
  • বিস্তৃত পঠন
  • পূর্ব পঠন
  • উত্তৰ পঠন

 

10. মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত কৰিছিল

  • হান্টাৰ আয়োগে
  • বার্ষা আয়োগে
  • কোঠাৰ আয়োগে
  • ভাৰতীয় শিক্ষা আয়োগে

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

11. শিক্ষকে ছাত্র - ছাত্রীসকলক কিছুমান গোটত ভাগ। কৰি দিছে। এটা গোটে তেঁওলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাঁচোটাকৈ প্রশ্নোত্তৰ কৰিছে আৰু একেধৰনে আন এটা গোটৰ সৈতে প্রশ্নোত্তৰবোৰ সালসলনি কৰিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ (Aug 2023)

  • সহপাঠী মূল্যায়ন
  • স্ব-মূল্যায়ন
  • গঠন মূল্যায়ন
  • ফীডবেক

 

12. তলত উল্লেখ কৰা প্রশ্নবোৰৰ ভিতৰত শিক্ষকে সোধা কোনটো প্রশ্নই বা কার্যই শ্রেণীত বহুভাষিকতা উৎসাহিত কৰে (Jan 2021)

  • বেলুন কিমান ওপৰলৈ উৰিব পাৰে
  • শাক-পাচলিবোৰ নাম তোমাৰ নিজৰ ভাষাত লিখা
  • তোমাৰ পোহনীয়া জীৱ-জন্তু আছেনে
  • তুমি আখৰবোৰ লিখিলানে

 

13. শিক্ষণৰ প্রধান নীতি হ'ল

  • অনুশীলনৰ নীতি
  • প্রস্তুতিৰ নীতি
  • ফলাফলৰ নীতি
  • ওপৰৰ আটাইবোৰ

 

14. শিক্ষাৰ লক্ষ্য কিহে স্থিৰ কৰে

  • বুৰঞ্জীয়ে
  • দর্শনে
  • শিক্ষকে
  • অভিভাবকে

 

15. শিশুৰ সৃজনী শক্তিৰ বিকাশ হয়

  • বাল্যকালত
  • উত্তৰ বাল্যকালত
  • পূর্ব বাল্যকালত
  • কৈশোৰকালত

 

16. এগৰাকী শিক্ষকে শ্রেণীকোঠালৈ ছোৱালীক পঢ়োৰা, ছোৱালীক বচোৱা” বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে আৰু ছাত্র-ছাত্রী বোৰক সেইখন মনোযোগেৰে লক্ষ্য কৰি বিষয়টোত এটা সৰু দফা লিখিবলৈ দিছে। ভাষাৰ শিক্ষকগৰাকীয়ে ব্যবহাৰ কৰা এই পোষ্টাৰখন হৈছে (Jan 2021)

  • বিশ্বাসযোগ্য (authentic) সামগ্রী
  • সংহত (integrated) সামগ্রী
  • বৈধ সামগ্রী
  • পেলনীয়া সামগ্রী

 

17. ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়া
  • পাঠ্যপুথিৰ পাঠবোৰৰ শেষত দিয়া পাঠ - অনুশীলনবোৰ কৰা
  • সঠিকতা আৰু অনর্গলতা বৃদ্ধি কৰা
  • কম দামী অথবা বিনামূলীয়া শিক্ষন সামগ্রী ব্যৱহাৰ কৰা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

18. এগৰাকী শিক্ষকে শ্রেণীকোঠাত কিছুমান পৰিস্থিতিৰ অভিনয় কৰিবলৈ দি ছাত্র-ছাত্রীৰ মাজত কথোপকথন তথা আদান-প্রদান কৰাইছে। তাৰ পাছত শিক্ষক গৰাকীয়ে তাৰ মাজৰ পৰা কিছুমান প্রাসংগিক সূত্র বাচি উলিয়াই সেইবোৰ অনুশীলন কৰিবলৈ দিছে। এইক্ষেত্রত শিক্ষকগৰাকীয়ে তলৰ কোনটো শিকাইছে (July 2019)

  • নিদানমূলক বা উপচাৰাত্মক ব্যাকৰণ শিক্ষা
  • একাকীত্বত ব্যাকৰণ শিক্ষা
  • প্রসংগ অনুসৰি ব্যাকৰণ শিক্ষা
  • নিগমনাত্মক পদ্ধতি বা বিযোগ পদ্ধতি

 

19. তলৰ কোনটো মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল লক্ষ্য নহয়

  • অনুকম্পামূলক
  • প্রতিবোধমূলক
  • সংৰক্ষণমূলক
  • প্রতিকাৰমূলক

 

20. শিক্ষার্থীৰ শ্রবণ-দক্ষতা (Listening Skills) জুখিব পাৰি (Dem 2019)

  • তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসনৰ যোগেদি
  • কাহিনী কথন আৰু বোধ ভিত্তিক (Comprehension based) প্রশ্ন উত্থাপন কৰি
  • নিৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্রদান কৰি
  • শিক্ষামূলক ভ্রমণলৈ নিয়া।

 

21. আধুনিক মনোবিজ্ঞানভিত্তিক শিক্ষাক কোৱা হয়

  • শিশুকেন্দ্রিক শিক্ষা
  • শিক্ষার্থীকেন্দ্রিক শিক্ষা
  • অভিভাবককেন্দ্রিক শিক্ষা
  • বিদ্যালয়কেন্দ্রিক শিক্ষক

 

22. বিকাশৰ সন্ধিক্ষণৰ এক স্বৰূপ হ'ল

  • বাল্যকাল
  • বয়ঃসন্ধিকাল
  • প্রাপ্তবয়স্ক কাল
  • ওপৰৰ এটাও নহয়

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

23. শিক্ষা মনোবিজ্ঞানে এজন ব্যক্তিৰ জন্মৰ পৰা বৃদ্ধ বয়সলৈ শিক্ষা গ্রহণৰ অভিজ্ঞতাবোৰৰ বর্ণনা আৰু ব্যাখ্যা কৰে - এই ধাৰণা হ'ল

  • Skinner আৰু Crow-এ
  • Aliee Crow আৰু E. A. Peel-এ
  • Lister Crow আৰু Aliee Crow-এ
  • E. A. Portal-এ

 

24. এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষকে এটা পাঠ বা কাহিনী শিক্ষার্থীসকলক দিলে আৰু ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিবলৈ দিলে। শিক্ষকগৰাকী শিক্ষার্থীসকলৰ মনত কিহৰ বিকাশ ঘটাব বিচাৰিছিল (Jan 2024)

  • জটিল স্বাক্ষৰ দক্ষতা (Critical literacy skills)
  • সমীক্ষাত্মক শিকন কৌশল
  • জটিল ভাষা বিকাশ
  • উচ্চস্তৰীয় ভাষা দক্ষতা

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. ব্যাকৰণৰ শিক্ষণ-শিকনৰ ব্যৱস্থাগত জ্ঞান (Procedural knowledge) হৈছে (Jan 2024)

  • কিদৰে ব্যাকৰণৰ প্রশ্নোত্তৰ কৰা হৈছে
  • বৈয়াকৰণিক উপকৰণসমূহৰ বিষয়ে জনা
  • ব্যাকৰণৰ নিয়মসমূহৰ জ্ঞান আহৰণ কৰা
  • ভাষা আৰু ইয়াৰ সংস্কৃতিৰ সম্পর্কে জ্ঞাত হোৱা

 

26. শব্দশৃংখলে (Crossword puzzle) তলব কোনটোৰ বিকাশত সহায় কৰে (Dem 2019)

  • শ্রবণ দক্ষতা
  • লিখন দক্ষতা
  • শব্দভাণ্ডাৰ
  • সাহিত্যিক অর্থ (Literary Meaning)

 

27. তলৰ কোনটো কালত কিশোৰ - কিশোৰীসকলৰ নৈতিক চেতনা অধিক শক্তিশালী হয়

  • শৈশৱ কালত
  • বাল্যকালত
  • কৈশোৰ কালত
  • প্রাপ্তবয়স্ক কালত

 

28. বিষয়বস্তুৰ উপৰিও শিক্ষকে

  • অভিভাবকৰ প্রয়োজনীয়তাক জনা উচিত
  • শিক্ষার্থীক জনা উচিত
  • সমাজক জনা উচিত
  • নিজক জনা উচিত

 

29. শিশুৰ আচৰণসমূহ অপৰাধমূলক হোৱাৰ ক্ষেত্ৰত

  • উচিত শিক্ষাই অৰিহণা যোগায়
  • শিক্ষাহীনতাই অৰিহণা যোগায়
  • পৰিৱেশে অৰিহণা যোগায়
  • ওপৰৰ কেইওটা

 

30. কোনখন গ্রন্থত এৰিষ্টটলে মনোবিজ্ঞানক এক পৃথক বিজ্ঞান হিচাপে উল্লেখ কৰিছে

  • De Anima
  • Emile
  • Psychologia
  • Poetics
Previous ......      6      7      8       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved