Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Jan 2024 : Assamese, Paper 1

    Download CTET January 2024 Paper 1 Assamese Language Question Paper with Official Answer Key. Get authentic CTET Assamese Paper 1 Solutions PDF. Latest updates and direct link available here!

 

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Study Materials Click Here

 

 

CTET January 2024 : Assamese, Paper 1

PART - IV

Language - I : Assamese


পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।

 
106. তলৰ বাক্যটোৰ ক্ষেত্ৰত নিম্নোক্ত কোনটো শুদ্ধ নহয়
পদ্য, গীত আৰু আবৃত্তি কৰা শিশুৰ ................ ৰ বাবে গ্রহণীয় পন্থা
(1) শব্দভাণ্ডাৰ সমৃদ্ধ কৰা
(2) উচ্চাৰণৰ অভ্যাস
(3) শব্দ আৰু বাক্য গাঁথনি মনত ৰখা
(4) বাক্যৰ অভিব্যক্তি আৰু লয় উন্নত কৰা
 
 
107. তলৰ কোনটো প্রাথমিক স্তৰত গ্রন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয়
গ্রন্থাগাৰক মাত্র গ্রন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে, বৰং-
(1) শিক্ষার্থীক শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰি
(2) কিতাপৰ সৈতে ব্যস্ত ৰাখিব পৰা সক্রিয় বাতাবৰণ হিচাপে ভাবিব পাৰি
(3) শিক্ষক আৰু অন্যান্য জেষ্ঠ্যসকল গ্রন্থাগাৰৰ পঠন অভ্যাসৰ আদর্শ হ'ব পাৰে
(4) পাঠ্যপুথিৰ সবৰ পঠন গ্রন্থাগাৰতে ভালদৰে কৰিব পাৰি

 

CTET 2025 Paper 1 PDF Download

SL Subjects Language Paper Links
1 CDP Click
2 Mathematics Click
3 EVS Click
 
4 English Language - 1 Click
Language - 2 Click
 
5 Hindi Language - 1 Click
Language - 2 Click
 
6 Assamese Language - 1 Click
Language - 2 Click
 
7 Bengali Language - 1 Click
Language - 2 Click

 

 
108. বর্ণবোধ আয়ত্তকৰণৰ বাবে তলৰ কোনটো প্রযোজ্য
(1) ধ্বনিজ্ঞান আৰু সাৱলীলতা
(2) বিসংকেতিকৰণ আৰু বোধজ্ঞান
(3) বর্ণ চিনাক্তকৰণ আৰু গঢ় চিনাক্তকৰণ
(4) নিখুঁটতা আৰু ধ্বনি বোধজ্ঞান
 
 
109. তলৰ কোনটো কার্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্রত প্রযোজ্য নহয়
(1) যথার্থ যোগাযোগ উপস্থাপন
(2) ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা
(3) যোগাযোগৰ বাবে অভ্যাস কৰোৱা
(4) নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিক্ষা
 
 
110. বর্ণ আৰু উচ্চাৰণৰ সম্পর্কক গুৰুত্ব প্রদান কৰি বর্ণবোধ কৰোৱা পদ্ধতিটো হৈছে
(1) সামগ্রিক ভাষা অভিগম (Whole language approach)
(2) ব্যাকৰণ অনুবাদ
(3) পৰিস্থিতিগত অভিগম (Situational approach)
(4) ধ্বনিসংক্রান্তীয় নির্দেশ
 

 

111. তৃতীয় শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষার্থীসকলক নিজৰ সংগীসকলৰ সামর্থ্য পৰীক্ষা কৰিবৰ বাবে 'Can' ব্যৱহাৰ কৰি (যেনে - Can you swim ?) পাঁচটাকৈ প্রশ্ন কৰিবলৈ দিলে। এই ধৰণৰ কার্য হৈছে
(1) মৌখিক সাৱলীলতাৰ পৰীক্ষা
(2) মুক্ত কথন
(3) নিয়ন্ত্রিত মৌখিক পৰীক্ষা
(4) নিষ্ক্রিয় শ্রৱণ
 
 
112. তৃতীয় শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শ্রেণীকোঠাত এটা 'পঠন স্থান' (reading corner) প্রতিষ্ঠা কৰিব বিচাৰিলে, ইয়াৰ বাবে শিশুৰ গ্রন্থ বাচনি কৰাৰ ক্ষেত্ৰত তলৰ কোনটো প্রশ্ন প্রথমতেই প্রাসংগিক হ'ব
(1) লেখকগৰাকী শিশু উপযোগী গ্রন্থ ৰচনাৰ ক্ষেত্রত সম্মানীয় আৰু প্রতিষ্ঠিত লেখ হয়নে ?
(2) কিতাপবোৰ শ্রেণীটোৰ ছাত্র - ছাত্রীসকলৰ ব্যক্তিগত পঠন স্তৰৰ হয়নে ?
(3) কিতাপবোৰে তৃতীয় মানৰ পাঠ্যসূচীৰ লক্ষ্যসমূহ পূৰণত সহায় কৰিবনে ?
(4) এই কিতাপবোৰ একাধিক শিক্ষণ প্রসংগত ব্যৱহাৰ কৰিব পৰা যাবনে ?
 
 
113. শিকাৰুৰ বাস্তৱ জীবনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি ভাষাৰ ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত তলৰ কোনটো অভিগম/পদ্ধতি প্রয়োগ কৰা হয়
(1) স্বাভাৱিক অভিগম (Natural approach)
(2) যোগাযোগমূলক অভিগম
(3) প্রত্যক্ষ পদ্ধতি
(4) শ্রব্যভাষিক পদ্ধতি
 
 
114. এগৰাকী শিক্ষকে শিক্ষার্থী সকলক নিজৰ বহীবোৰ পাৰস্পৰিকভাবে সলাই লৈ ইজনক সিজনৰ কামবোৰ পৰীক্ষা কৰিবলৈ দিছে। এই কার্যৰ উদ্দেশ্য হৈছে
(1) বিস্তৃত পঠন অভ্যাস গঢ়া
(2) গঠনৰ নিয়ন্ত্রিত অভ্যাস কৰোৱা
(3) নতুন শব্দভাণ্ডাৰ ব্যৱহাৰৰ অভ্যাস কৰা
(4) সহপাঠী - শুদ্ধকৰণৰ অভ্যাস কৰোৱা

 

অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class

YouTube : Assam TET Academy

 

CTET 2025 Paper 2 PDF Download

SL Subjects Language Paper Links
1 CDP Click
2 Mathematics & Science Click
3 Social Studies Click
 
4 English Language - 1 Click
Language - 2 Click
 
5 Hindi Language - 1 Click
Language - 2 Click
 
6 Assamese Language - 1 Click
Language - 2 Click
 
7 Bengali Language - 1 Click
Language - 2 Click

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

115. প্রাথমিক স্তৰত শিশুসকল শিকাৰ ক্ষেত্ৰত অধিক নিয়োজিত হয়, যেতিয়া
(1) শিক্ষকৰ লগে লগে পদ্য মাতে
(2) তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্রিয় ব্যৱহাৰ কৰে
(3) তেওঁলোকে নোটবোকত বর্ণ ট্রেচিং কৰে বা লিখে
(4) সূক্ষ্ম অংগ সঞ্চালন দক্ষতা (fine motor skill) তে মাত্র গুৰুত্ব দিয়া হয়
 
 
116. পঞ্চম শ্রেণীৰ ছাত্র এগৰাকীয়ে কৈছে  - 'মই মোৰ কর্মটিক শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূর্বে শেষবাৰৰ বাবে ভালকৈ পৰীক্ষা কৰি লৈছোঁ' -  ছাত্ৰগৰাকীয়ে লিখনৰ কোনটো স্তৰত কাম কৰিছে
(1) খচৰা লিখন
(2) পুনঃখচৰা লিখন
(3) আর্হি কাকত পঠন
(4) সহপাঠী মূল্যায়ন
 
 
117. কোনটো পদ্ধতি/অভিগমে শিক্ষার্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে
(1) স্বাভাৱিক অভিগম (Natural approach)
(2) যোগাযোগমূলক অভিগম (Communicative approach)
(3) প্রত্যক্ষ পদ্ধতি (Direct method)
(4) শ্রব্যভাষিক পদ্ধতি (Audio-lingual method)

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Dec 2024 Click Here
CTET PYQ Click Here

 

118. এগৰাকী শিক্ষকে দ্বিতীয় শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে শিক্ষণ শিকন সঁজুলি সংগ্রহ কৰাৰ পৰিকল্পনা কৰিলে । তলৰ কোনটো শিক্ষণ শিকন সঁজুলি সংগ্ৰহৰ সঠিক প্রক্রিয়া নহয়
(1) নির্বাচিত সঁজুলিসমূহ শিক্ষার্থীৰ বয়স অনুপাতে আকর্ষণীয় আৰু নিৰাপদ হ'ব লাগে
(2) নির্বাচিত সঁজুলিবোৰ শিশুৱে উৎসুক্যসহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে
(3) নির্বাচিত সঁজুলিবোৰ স্থানীয়ভাৱে নির্মিত বা থিতাতে পাব পৰা হ'ব লাগে যাতে সেইবোৰ ততালিকে সলাই ল'ব পাৰি
(4) নির্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্রস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিচলতা আঁতৰাবলৈ সামান্য খহতা হ'ব লাগে
 
 
119. (National Curriculum Framework) অত ৰূপৰেখা প্রস্তুত কৰা মতে শিশুৰ দক্ষতা আহৰণৰ বাবে এক সামগ্রিক, আদৰনীয় আৰু আনন্দদায়ক বাতাবৰণ প্ৰস্তুত কৰিব পৰা যায়
(1) তীব্ৰ গৰমত বাহিৰৰ কার্যাবলী নকৰাই ভিতৰুৱা কার্যত ব্যস্ত ৰাখি
(2) শিক্ষার্থীৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি
(3) বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষার্থীৰ কৰ্মক প্ৰদৰ্শন কৰি
(4) শ্রেণীকোঠাটো ৰং বিৰঙেৰে সজাই এটা বর্ণময় পাৰিপার্শ্বিকতা সৃষ্টি কৰা
 
 
120. তলৰ কোনটো নীতি প্রাথমিক স্তৰৰ (Foundation stage) পাঠ্যপুথি প্রস্তুতকৰণৰ নীতি নহয়
(1) পাঠ্যসূচী নীতি (Curriculum principle)
(2) উপস্থাপন নীতি (Presentation principle)
(3) অপৰিবর্তনীয় নীতি (Concrete principle)
(4) কাৰিকৰী নীতি (Technology principle)

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

PART - V

Language - II : Assamese


পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।

 
136. প্রাথমিক স্তৰত মূল্যায়নৰ আহিলা আৰু প্রক্রিয়াসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে
(1) বিতং পৰীক্ষণ (Explicit Tests) আৰু পৰীক্ষাবোৰ শিক্ষার্থীৰ বাবে যথার্থ হয়
(2) ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্রসাৰণত পৰিণত হয়
(3) শ্রেণীকোঠাৰ সামগ্রিক প্রদর্শনৰ আধাৰত শিক্ষার্থীৰ অগ্রগতি ব্যাখ্যা আৰু পৰীক্ষা কৰিব পৰা যায়
(4) শিক্ষকে যাতে সকলো শিক্ষার্থীক মূল্যায়ন কৰিবলৈ একেটাই পদ্ধতি ব্যবহাৰ কৰিব পাৰে
 
 
137. শিশুৰ বোধজনিত অগ্রগতি আৰু ভাষা
(1) উদ্দীপক সঁহাৰি আৰু অনুকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কৰ সৈতে জড়িত
(2) মানে বুজিব লাগে যে, এগৰাকী জন্ম হৈছে ভাষা পাৰদর্শিতা প্রদর্শনৰ এটা আহিলাৰ সৈতে
(3) প্রগতিব কোনো সম্পর্ক নাই।
(4) শিশু এটা ডাঙৰ দীঘল হোৱা সমাজ এখনৰ সংস্কৃতি আৰু গোষ্ঠীসমূহৰ সৈতে নিকট সম্পর্কযুক্ত
 
 
138. এজনে দ্বিতীয় ভাষা ভালকৈ শিকিব পাৰে
(1) য'ত ব্যাকৰণত অধিক মনোনিবেশ কৰিব পাৰি আৰু শিক্ষকৰ সহায় লাভ কৰা যায়
(2) নিজৰ সমাজৰ নিজা ভাষা কওঁতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি
(3) শ্রব্যভাষিক পদ্ধতি হিচাপে সংলাপ পুনৰোক্তি আৰু অভ্যাস কৰি
(4) লক্ষ্যভাষাৰ কথন পাঠ্যক্রম এটা গ্রহণ কৰি

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

139. ভাষা শিকন হৈছে এক বিস্তৃত প্রক্রিয়া, যিটো জন্মৰ লগে লগে আৰম্ভ হয় আৰু গোটেই জীৱন জুৰি চলি থাকে - এই অভিমতটোৰ সৈতে তুমি একমত নে একমত নহয়
(1) মই একমত
(2) মই আংশিকভাৱে একমত
(3) মই একমত নহয়
(4) মই আংশিকভাৱে একমত নহয়
 
 
140. ছপা গ্রন্থৰ উপৰিও শ্রব্যগ্রন্থ আৰু কৌশল দক্ষতা বৃদ্ধিৰ গ্রন্থসমূহ শ্রেণীকোঠাৰ পাঠদানৰ অংশ হোৱা উচিত। কাৰণ
(1) ই শ্রেণীটোক বৈবিষ্য প্রদান কৰে আৰু শিশুৱে বৈবিধ্য ভাল পায়
(2) ই শিক্ষকক মূল্যায়নৰ বাবে বিভিন্ন গ্রন্থ ব্যৱহাৰ কৰাৰ স্বতন্ত্রতা প্রদান কৰে
(3) বিভিন্ন স্তৰৰ শিক্ষার্থীৰ বাবে কিতাপ সহজলভ্য হৈ পৰে
(4) এই কিতাপবোৰে শিক্ষকৰ বাবে অতিৰিক্ত বোজাৰ সৃষ্টি নকৰে
 
 
141. এগৰাকী শিক্ষকে পঞ্চম শ্রেণীৰ শিক্ষার্থীক এটা গল্প খৰতকীয়াকৈ পঢ়িবলৈ দি তাৰ চাৰিখন ছবি শৃংখলাবদ্ধ ৰূপত সজাবলৈ দিলে। এই কার্যৰ উদ্দেশ্য হৈছে
(1) ছবিৰ কার্ড সজাবলৈ দিয়া
(2) সাৰ গ্ৰহণৰ বাবে পঢ়িবলৈ দিয়া
(3) নির্ধাৰিত তথ্যৰ বাবে পঢ়িবলৈ দিয়া
(4) গল্পটোৰ নতুন আৰু জটিল শব্দবোৰ পুনৰালোচনা কৰা

 

 

142. এটা নির্দিষ্ট উদ্দেশ্য নিহীত পঠন কার্যত শিক্ষার্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ পঢ়িবলৈ দিয়া হৈছে। ই হৈছে
(1) ঐকান্তিক পঠন (Intensive Reading)
(2) আনন্দদায়ক পঠন (Pleasure Reading)
(3) বিস্তৃত পঠন (Extensive Reading) 
(4) নির্দেশিত পঠন (Guided Reading)
 
 
143. শিশু এটাই শিক্ষকে প্রদান কৰা বাক্যৰ আধাৰত বাক্যবোৰ পুনৰোক্তি কৰি কৰি ভাষাটোৰ গঠন সম্পর্কে শিকিবলৈ চেষ্টা কৰিছে। তেওঁলোকে খণ্ডবাক্যবোৰ মনত ৰাখে আৰু অনুশীলনীবোৰ সঠিকভাৱে কৰিলে শিক্ষকৰ পৰা যোগাত্মক উৎসাহ লাভ কৰিছে। শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰিছে
(1) শ্রব্যভাষিক পদ্ধতি
(2) যোগাযোগমূলক অভিগম
(3) সামগ্রিক ভৌতিক সহাৰি (Total physical response)
(4) গঠনাত্মক অভিগম
 
 
144. শিশুৱে ব্যাকৰণৰ নিয়ম আৰু শব্দভাণ্ডাৰ মুখস্থ কৰিছে আৰু বেছিভাগ কামেই নিজৰ মাতৃভাষাত সম্পন্ন কৰিছে। ভাষা শিক্ষাৰ এই শ্রেণীটোত শিক্ষকে অৱলম্বন কৰা পদ্ধতিটো
(1) প্রত্যক্ষ পদ্ধতি (Direct Method)
(2) যোগাযোগমূলক শিক্ষণ
(3) স্বাভাৱিক অভিগম (Natural Approach)
(4) ব্যাকৰণ অনুবাদ

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

145. যদি এটি শিশুৱে তেওঁৰ চৌদিশৰ পাৰিপার্শ্বিকতাত দুটা ভাষা সমানে কৈ থকা শুনে, তেন্তে এই দুটা ভাষাৰ সৈতে পৰিচয়ে
(1) শিশুটিক অসুবিধাত পেলাব
(2) কোনো পার্থক্য নাৰাখে
(3) শিশুটিৰ বাবে সুবিধাৰ সৃষ্টি কৰিব
(4) বুজাত দ্বিধাৰ সৃষ্টি কৰিব
 
 
146. পঠন শিকনৰ ক্ষেত্ৰত এটা ডাঙৰ প্রত্যাহ্বান হৈছে মটিভেচন আৰু ভাল শিশু সাহিত্যৰ সন্ধান কৰাটো। এই প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ
(1) শিক্ষকে শিক্ষার্থীক দৈনিক এখন কিতাপ পঢ়িবলৈ অনুপ্রাণিত কৰিব লাগে
(2) অভিভাবকক ঘৰতে এটা সৰু পুথিভঁৰাল স্থাপন কৰিবলৈ উৎসাহ যোগাব লাগে
(3) শিশুক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকক পঠনৰ প্রতি আকৃষ্ট কৰিবলৈ সহজতে পোৱা শিশুসাহিত্যৰ সহায় ল'ব লাগে
(4) বিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলক কিতাপৰ প্রতি আগ্রহ বঢ়াবৰ বাবে গ্রন্থমেলালৈ লৈ যাব লাগে
 
 
147. প্রাথমিক স্তৰত পঠন দক্ষতা মূল্যায়নৰ বাবে শিক্ষকে অধিক মনোনিবেশ কৰিব লাগে
(1) বর্ণমালাৰ আখৰবোৰ চিনাক্ত কৰা
(2) যতি চিনবোৰৰ ব্যৱহাৰ
(3) সঠিক গতিত পঢ়া
(4) বুজি লৈ পঢ়া

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

148. এটা ভাল কথন অভ্যাস হৈছে সেইটো, য'ত
(1) শিক্ষকে অধিক ব্যাখ্যা আগবঢ়ায়
(2) শিকাৰুৱে অধিক মাত্রাত শুনে
(3) শিশুৱে অধিক কথা পাতে
(4) মুকলিকৈ কথা কোৱা শিক্ষার্থীয়ে অধিক কথা কয়
 
 
149. এটা পাঠ আৰম্ভ কৰাৰ পূৰ্বে শিক্ষকে শিক্ষার্থীসকলক কেইবাটাও গোটত ভাগ কৰি দিলে আৰু তেওঁলোকে পঢ়া এটা বাতৰিকাকতৰ বাতৰিৰ বিষয়ে আলোচনা কৰিবলৈ দিলে। এই ধৰণৰ কথন অভ্যাস হৈছে
(1) সাৱলীল কথন অভ্যাস
(2) নির্দেশিত কথন অভ্যাস
(3) নিয়ন্ত্রিত কথন অভ্যাস
(4) সক্রিয় শ্রৱণ
 
 
150. সামগ্রিক ভাষা অভিগমন (Whole language approach) হৈছে
(1) অর্থ কেন্দ্রিক
(2) দক্ষতা কেন্দ্রিক
(3) শব্দ মিশ্রণ (blending sounds)
(4) ধ্বনি আৰু প্রতীকৰ সম্পর্ক অনুমান কৰা (infusing a sound-symbol relationship)

 

CTET Previous Year Question Papers for Assamese Paper
June - 2011 Jan - 2012 Nov - 2012
July - 2013 Feb - 2014 Sep - 2014
Feb - 2015 Sep - 2015 Jan - 2016
Feb - 2016 Sep - 2016 Dec - 2018
Dec - 2019 July - 2019 Jan - 2021
Dec - 2022 Jan - 2022 Aug - 2023
Jan - 2023 Jan - 2024  July - 2024
Dec - 2024

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Study Materials

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class - 10
Asaam TET-GT Assam TET-PGT Class - 12

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved