Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

পৰিসংখ্যা : অনুশীলনী 14.2

FaceBook Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

দশম শ্ৰেণী গণিত - পৰিসংখ্যা

  এই পাঠ্যাংশ SCERT Class 10 Mathematics বইৰ অধ্যায় 14 : পৰিসংখ্যা বিষয়ক চমু বিৱৰণ আৰু সমস্যাসমূহৰ সমাধানসমূহ লৈ কেন্দ্ৰিত। অনুশীলনী - 14.2 পৰিসংখ্যা অধ্যায়ৰ গুৰুত্বপূৰ্ণ অনুশীলনীসমূহৰ অন্যতম, য’ত ছাত্ৰ-ছাত্ৰীয়ে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু গাণিতিক মাধ্য় (mean), মধ্যমা (median), আৰু বহুলক (mode) আদিৰ ওপৰত গভীৰ জ্ঞান লাভ কৰে।  এই অনুশীলনীৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা সম্পৰ্কীয় ধাৰণা স্পষ্ট কৰা আৰু তথ্যানুসন্ধানমূলক দক্ষতা উন্নত কৰা। অনুশীলনী - 14.2 ৰ সমস্যাবোৰ বিশেষকৈ তথ্যৰ ফ্রিকুৱেঞ্চি টেবুল নিৰ্ণয়, গড় গণনা আৰু তথ্য বিশ্লেষণৰ ওপৰত আধাৰিত।

 

 

সংঘবদ্ধ তথ্যৰ বহুলক (Mode of Grouped Data)

বহুলক = l + (
   f1 + f0     2f1 - f0 - f2
) × h

 

য'ত
l = শ্ৰেণীৰ নিম্নসীমা (f1 বাৰংবাৰতাৰ শ্ৰেণীৰ অন্তৰাল নিম্নসীমাটো)
h = শ্রেণী অন্তৰালৰ দৈর্ঘ্য
f1 = শ্ৰেণীৰ বাৰংবাৰতা ( বাৰংবাৰতাৰ আটাইতকৈ ডাঙৰ সংখ্যা )
f0 = পূর্ববর্তী শ্ৰেণীৰ বাৰংবাৰতা (f1 বাৰংবাৰতা ৰ ওপৰৰ সংখ্যাটো)
f2 = পৰবৰ্তী শ্ৰেণীৰ বাৰংবাৰতা (f1 ৰ তলৰৰ সংখ্যাটো)
শ্রেণী অন্তৰালৰ দৈর্ঘ্য (h) = শ্ৰেণীৰ উচ্চ সীমা - নিম্ন সীমা

 

NCERT Solutions Class 10 Maths Chapters and Solutions
 
HSLC Final প্ৰশ্নকাকত (সাধাৰণ গণিত)
  HSLC Question Paper - 2016
HSLC Question Paper - 2017
HSLC Question Paper - 2018
HSLC Question Paper - 2019
HSLC Question Paper - 2020
HSLC Question Paper - 2021
HSLC Question Paper - 2022
HSLC Question Paper - 2023
HSLC Question Paper - 2024
HSLC Question Paper - Coming Soon
 
0. পুনৰালোচনা
  MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী : R - 1
অনুশীলনী : R - 2
অনুশীলনী : R - 3
অনুশীলনী : R - 4
অনুশীলনী : R - 5
 
1. বাস্তৱ সংখ্যা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 1.1
অনুশীলনী 1.2
অনুশীলনী 1.3
অনুশীলনী 1.4
 
2. বহুপদ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 2.1
অনুশীলনী 2.2
অনুশীলনী 2.3
 
 
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 3.1
অনুশীলনী 3.2
অনুশীলনী 3.3
অনুশীলনী 3.4
অনুশীলনী 3.5
অনুশীলনী 3.6
 
4. দ্বিঘাত সমীকৰণ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 4.1
অনুশীলনী 4.2
অনুশীলনী 4.3
অনুশীলনী 4.4
 
5. সমান্তৰ প্ৰগতি
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 5.1
অনুশীলনী 5.2
অনুশীলনী 5.3
 
6. ত্ৰিভুজ
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 6.1
অনুশীলনী 6.2
অনুশীলনী 6.3
অনুশীলনী 6.4
অনুশীলনী 6.5
 
7. স্থানাংক জ্যামিতি নিয়ম
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 7.1
অনুশীলনী 7.2
অনুশীলনী 7.3
 
8. ত্ৰিকোণমিতিৰ পৰিচয় নিয়ম
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 8.1
অনুশীলনী 8.2
অনুশীলনী 8.3
অনুশীলনী 8.4
 
10. বৃত্ত
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 10.1
অনুশীলনী 10.2
 
11. অংকন
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 11.1
অনুশীলনী 11.2
 
12. বৃত্ত সম্বন্ধীয় কালি
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 12.1
অনুশীলনী 12.2
 
13. পৃষ্ঠকালি আৰু আয়তন
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 13.1
অনুশীলনী 13.2
অনুশীলনী 13.3
অনুশীলনী 13.4
 
14. পৰিসংখ্যা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 14.1
অনুশীলনী 14.2
অনুশীলনী 14.3
অনুশীলনী 14.4
 
15. সম্ভাৱিতা
  নিয়ম
MCQ প্ৰশ্নকাকত
PYQ Question paper
অনুশীলনী 15.1

 

 

পৰিসংখ্যা : অনুশীলনী 14.2

1. এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল

বয়স (বছৰ) ৰোগীৰ সংখ্যা
5 - 15 6
15 - 25 11
25 - 35 21
35 - 45 23
45 - 55 1
55 - 65 5

ওপৰত দিয়া তথ্যৰ মাধ্য আৰু বহুলক উলিওৱা। দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপর্য ব্যাখ্যা কৰা।

Solution : 

বহুলক

f1 = 23
f0 = 21
f2 = 1
l = 35
h = 10 (15 - 5)

 
বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 35 + (
   23 - 21 2 × 23 - 21 - 1 
) × 10
  = 35 + (
   2 46 - 22  
) × 10
  = 35 +  
   20    24  
 
  = 35 +   0.83  
  =  35.83 বছৰ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

2. তলৰ তথ্যসমূহে 225 টা বৈদ্যুতিক উপাদানৰ পৰ্য্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ুস (ঘণ্টাত) নিৰূপণ কৰে।

আয়ুস (ঘণ্টাত) বাৰংবাৰৰ্তা
0 - 20 10
20 - 40 35
40 - 60 52
60 - 80 61
80 - 100 38
100 - 120 29

উপাদানসমূহৰ বহুলক আয়ুস নির্ণয় কৰা।

Solution :

f1 = 61
f0 = 52
f2 = 38
l = 60
h = 20 (20 - 0)

 
বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 60 + (
   61 - 52 2 × 61 - 52 - 38 
) × 20
  = 60 + (
 9 122 - 90  
) × 20
  = 60 +  
   180    32  
 
  = 60 +   5.625  
  =  65.625 ঘণ্টা

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

3. এখন গাঁৱৰ 200 টা পৰিয়ালৰ মাহেকীয়া ঘৰুৱা খৰচ তলৰ তালিকাত সন্নিবিষ্ট কৰা হৈছে। পৰিয়ালকেইটাৰ মাহেকীয়া খৰচৰ বহুলক নিৰ্ণয় কৰা। মাহেকীয়া খৰচৰ মাধ্যও নিৰ্ণয় কৰা।

খৰচ (টকাত) পৰিয়ালৰ সংখ্যা
1000 - 1500 24
1500 - 2000 40
2000 - 2500 33
2500 - 3000 28
3000 - 3500 30
3500 - 4000 22
4000 - 4500 16
4500 - 5000 7

Solution :

f1 = 40
f0 = 24
f2 = 33
l = 1500
h = 500 (1500 - 1000)

 
বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 1500 + (
   40 - 24 2 × 40 - 24 - 33 
) × 500
  = 1500 + (
 16 80 - 57  
) × 500
  = 1500 +  
    8000    23  
 
  = 1500 +   347.82  
  =  1847.82 

মাহেকীয়া খৰচৰ বহুলক = 1847.82 টকা

 

 

4. তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজাৰ উচ্চতৰ মাধ্যমিক বিধ্যালয়ত শিক্ষক-ছাত্ৰৰ অনুপাত নির্ণয় কৰিছে। এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা। দুয়োটা মাপৰ তাৎপৰ্য্য লিখা।

এজন শিক্ষকৰ বিপৰীতে ছাত্ৰৰ সংখ্যা ৰাজ্যৰ সংখ্যা
15 - 20 3
20 - 25 8
25 - 30 9
30 - 35 10
35 - 40 3
40 - 45 0
45 - 50 0
50 - 55 2

Solution :

f1 = 10
f0 = 9
f2 = 3
l = 30
h = 5 (20 - 15)

 
বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 30 + (
   10 - 9 2 × 10 - 9 - 3 
) × 5
  = 30 + (
   1 20 - 12  
) × 5
  = 30 +  
   5    8  
 
  = 30 +   0.625  
  =  30.625

 

5. বিশ্বৰ কেইজনমান শীর্ষ পৰ্য্যায়ৰ ক্রিকেটাৰে আন্তঃ ৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত সন্নিবিষ্ট কৰি দেখুওৱা হ'ল

ৰানৰ সংখ্যা বেটমেনৰ সংখ্যা
3000 - 4000 4
4000 - 5000 18
5000 - 6000 9
6000 - 7000 7
7000 - 8000 6
8000 - 9000 3
9000 - 10000 1
10000 - 11000 1

তথ্যৰ বহুলক উলিওৱা।

Solution :

f1 = 18
f0 = 4
f2 = 9
l = 4000
h = 1000 (4000 - 3000)

 
বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 4000 + (
   18 - 4 2 × 18 - 4 - 9 
) × 1000
  = 4000 + (
   14 36 - 13  
) × 1000
  = 4000 +  
   14000    23 
 
  = 4000 +   608.69  
  =  4608.69

বহুলক = 4608.69 ৰান

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

6. এজন ছাত্রই 3 মিনিটৰ মূৰে মূৰে এটা ৰাস্তাৰ কোনো এটা ঠাইৰ মাজেৰে পাৰ হোৱা গাড়ীৰ সংখ্যা লিখি ৰাখি কার্যটো 100 বাৰ সমাপন কৰি তলৰ তালিকাত উপস্থাপন কৰিলে তথ্যৰ বহুলক নির্ণয় কৰা

গাড়ীৰ সংখ্যা বাৰংবাৰতা
0 - 10 7
10 - 20 14
20 - 30 13
30 - 40 12
40 - 50 20
50 - 60 11
60 - 70 15
70 - 80 8

Solution :

f1 = 20
f0 = 12
f2 = 11
l = 40
h = 10 (10 - 0)

বহুলক = l + (
   f- f0     2f1 - f0 - f2
) × h
  = 40 + (
   20 - 12 2 × 20 - 12 - 11 
) × 10
  = 40 + (
8 40 - 23  
) × 10
  = 40 +  
   80    17  
 
  = 40 +   4.705  
  =  44.705

বহুলক = 44.705 খন গাড়ী

 

পৰিসংখ্যা : অনুশীলনী
14.1 14.2 14.3 14.4

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved