| Join Now | |
| Join Now | |
| Telegram | Join Now |
দশম শ্ৰেণী গণিত - পৰিসংখ্যা
এই পাঠ্যাংশ SCERT Class 10 Mathematics বইৰ অধ্যায় 14 : পৰিসংখ্যা বিষয়ক চমু বিৱৰণ আৰু সমস্যাসমূহৰ সমাধানসমূহ লৈ কেন্দ্ৰিত। পৰিসংখ্যা অধ্যায়ৰ গুৰুত্বপূৰ্ণ অনুশীলনীসমূহৰ অন্যতম, য’ত ছাত্ৰ-ছাত্ৰীয়ে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু গাণিতিক মাধ্য় (mean), মধ্যমা (median), আৰু বহুলক (mode) আদিৰ ওপৰত গভীৰ জ্ঞান লাভ কৰে। এই অনুশীলনীৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা সম্পৰ্কীয় ধাৰণা স্পষ্ট কৰা আৰু তথ্যানুসন্ধানমূলক দক্ষতা উন্নত কৰা। অধ্যায় 14 ৰ সমস্যাবোৰ বিশেষকৈ তথ্যৰ ফ্রিকুৱেঞ্চি টেবুল নিৰ্ণয়, গড় গণনা আৰু তথ্য বিশ্লেষণৰ ওপৰত আধাৰিত।

1. সংঘবদ্ধ তথ্যৰ মাধ্য (Mean of Grouped Data)
য'ত ধৰা হৈছে যে শ্রেণীএটাৰ বাৰংবাৰতা ইয়াৰ মধ্যবিন্দুত কেন্দ্রীভূত হয়, ইয়াক কোৱা হয় শ্রেণীসূচক।

| শ্ৰেণী সূচক(xi) | = |
শ্ৰেণীৰ উচ্চ সীমা + নিম্ন সীমা 2
|
| মাধ্য | = |
∑fixi ∑fi
|
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
2. সংঘবদ্ধ তথ্যৰ বহুলক (Mode of Grouped Data)
| বহুলক | = | l | + | ( |
f1 + f0 2f1 - f0 - f2
|
) × h |

য'ত
l = শ্ৰেণীৰ নিম্নসীমা (f1 বাৰংবাৰতাৰ শ্ৰেণীৰ অন্তৰাল নিম্নসীমাটো)
h = শ্রেণী অন্তৰালৰ দৈর্ঘ্য
f1 = শ্ৰেণীৰ বাৰংবাৰতা ( বাৰংবাৰতাৰ আটাইতকৈ ডাঙৰ সংখ্যা )
f0 = পূর্ববর্তী শ্ৰেণীৰ বাৰংবাৰতা (f1 বাৰংবাৰতা ৰ ওপৰৰ সংখ্যাটো)
f2 = পৰবৰ্তী শ্ৰেণীৰ বাৰংবাৰতা (f1 ৰ তলৰৰ সংখ্যাটো)
শ্রেণী অন্তৰালৰ দৈর্ঘ্য (h) = শ্ৰেণীৰ উচ্চ সীমা - নিম্ন সীমা
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
3 . সংঘবদ্ধ তথ্যৰ মধ্যমা (Median of Grouped Data)
| মধ্যমা | = | l | + | ( |
n/2 - cf f
|
) × h |
NCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G.Science | S.Science | Adv. Maths |
| Geography | E.Grammar | অ. ব্যাকৰণ |
| IT(Computer) |
||

l = শ্ৰেণীৰ নিম্ন সীমা (f বাৰংবাৰতাৰ শ্ৰেণীৰ অন্তৰাল নিম্নসীমাটো)
cf = শ্ৰেণীৰ পূৰ্ববর্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা (f বাৰংবাৰতা ৰ ওপৰৰ সংখ্যা কেইটাৰ যোগফল)
n = বাৰংবাৰতাৰ মুঠ সংখ্যা
f = শ্ৰেণীৰ বাৰংবাৰতা ( বাৰংবাৰতাৰ আটাইতকৈ ডাঙৰ সংখ্যা )
h = শ্রেণী দৈর্ঘ্য
শ্রেণী অন্তৰালৰ দৈর্ঘ্য (h) = শ্ৰেণীৰ উচ্চ সীমা - নিম্ন সীমা
3 × মধ্যমা = বহুলক + 2 × মাধ্য
| পৰিসংখ্যা : অনুশীলনী | |||
| 14.1 | 14.2 | 14.3 | 14.4 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Assam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved