| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
অনুশীলনী - 8.1
Chapter 8 - ত্ৰিকোণমিতিৰ পৰিচয়
ত্ৰিকোণমিতিক অনুপাত
Youtube Channel List
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ হ'লে আৰু ∠A কোণৰ বাবে


ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ হ'লে আৰু ∠A কোণৰ বাবে


![]()
![]()
![]()
![]()
![]()
অনুশীলনী 8.1 ৰ উদাহৰণ সমাধানবোৰ
1. যদি tanA = 4/3 তেন্তে A কোণৰ আন ত্ৰিকোণমিতিক অনুপাত বোৰ উলিওৱা |
Soln :
Let, ABC এটা সমকোণী ত্ৰিভুজ য'ত ∠B = 90o

![]()
![]()
ABC সমকোণী ত্ৰিভুজৰ পৰা
![]()
![]()
![]()
![]()
![]()
![]()
![]()
![]()
![]()
![]()
2. যদি ∠B আৰু ∠Q সূক্ষ্ম কোণদুটা এনে ধৰণৰ যে sinB = sinQ তেন্তে প্ৰমাণ কৰা যে ∠B = ∠Q
Soln :
Let, ABC আৰু PQR দুটা সমকোণী ত্ৰিভুজ

ABC সমকোণী ত্ৰিভুজৰ পৰা
PQR সমকোণী ত্ৰিভুজৰ পৰা
অনুশীলনী 8.1 ৰ উদাহৰণবোৰ পাব
অনুশীলনী 8.1
1. ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB = 24 cm, BC = 7 cm হ'লে তলত দিয়াবিলাক উলিওৱা
Soln : Given
AB = 24 cm, BC = 7 cm

ABC সমকোণী ত্ৰিভুজৰ পৰা
3. যদি sinA = 3/4 তেন্তে cosA আৰু tanA উলিওৱা
Soln :
Let, ABC এটা সমকোণী ত্ৰিভুজ য'ত ∠B = 90o

ABC ত্ৰিভুজৰ পৰা
4. দিয়া আছে যে,15 cotA = 8 তেন্তে cosA আৰু tanA উলিওৱা
5. দিয়া আছে যে, secθ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা
6. যদি ∠A আৰু ∠B সূক্ষ্মকোণ হয় যাতে cosA = cosB তেন্তে দেখুওৱা যে ∠A = ∠B
Soln :
Let, ABC এটা সমকোণী ত্ৰিভুজ য'ত ∠C = 90o

Given,
7. যদি cotθ = 7/8 তেন্তে মান উলিওৱা
8. যদি 3 cotA = 4 তেন্তে হবনে নহয়। পৰীক্ষা কৰা
9. ΔABC ৰ B কোণ সমকোণ | যদি tanA = 1/√3 তেন্তে তলৰ মান বিলাক উলিওৱা
10. ΔPQR ৰ Q কোণ সমকোণ আৰু PR + QR = 25cm আৰু PQ = 5cm. sinP, cosP আৰু tanP ৰ মান উলিওৱা।
11. তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। তোমাৰ উত্তৰৰ যথার্থতা উল্লেখ কৰা
i. tanA ৰ মান সদায় 1 তকৈ সৰু।
ii. A কোণৰ কোনো মানৰ বাবে secA = 12/5
iii. 'cosecant of angle A' ৰ সংক্ষিপ্ত ৰূপ হিচাপে cosA ব্যৱহাৰ কৰা হয়।
iv. cot আৰু A ৰ পূৰণফল হ'ল cotA.
v. কোনো এটা কোণ 'θ' ৰ বাবে sinθ = 4/3
অনুশীলনী 8.1 ৰ উদাহৰণবোৰ পাব
YouTube - Assam TET Academy
Chapter 8 - ত্ৰিকোণমিতিৰ পৰিচয়
Assam TET ফালৰ পৰা দশম শ্ৰেণীৰ বিষয়বোৰ আৰু অসমীয়া মাধ্যমত
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved