Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ত্ৰিকোণমিতিৰ পৰিচয়

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now
 
NCERT Solutions Class 10 Maths Chapters

অনুশীলনী - 8.1

ত্ৰিকোণমিতিক অনুপাত (Trigonometric Ratios)

 

আমি আজি 'sine' ৰ ব্যৱহাৰ যিদৰে কৰোঁ ইয়াৰ ধাৰণা 500 খৃষ্টাব্দত ৰচিত আর্যাভটব 'আর্য্যভটীয়'ত পোৱা যায়। আৰ্য্যভটই জ্যা এডালৰ আধাৰ বাবে 'অর্ধর্ষ জ্যা' (Ardha - jya) শব্দটো ব্যৱহাৰ কৰিছিল আৰু কালক্ৰমত ইয়েই চমুকৈ 'জ্যা' বা 'জিৱা' (Jya or Jiva) হ'ল। যেতিয়া আর্য্যভটীয় আৰবী ভাষালৈ অনুবাদ কৰা হৈছিল তেতিয়া তাত 'জিৱা' শব্দটো ৰখা হৈছিল। কিন্তু এই আৰবী সংস্কৰণটো লেটিন ভাষালৈ অনুবাদ কৰোতে 'জিৱা (Jiva)ক 'sinus' হিচাপে অনুবাদ কৰা হৈছিল। অতি সোনকালেই এই 'sinus' শব্দটো, চমুকৈ sine, ইউৰোপৰ গণিতিক পাঠ্যপুথিত প্রচলিত হ'বলৈ ধৰিলে। জ্যোতির্বিজ্ঞানৰ ইংৰাজ প্ৰফেছৰ এডমাণ্ড গুন্টাৰে (1581-1626) চমুকৈ লিখা 'sin' চিহ্নটো প্রথমে ব্যৱহাৰ কৰিছিল। 

cosine আৰু tangent শব্দ দুটাৰ উদ্ভৱ যথেষ্ট পিছৰ। পূৰক কোণৰ Sine গণনাৰ প্রয়োজনত cosine ফলনৰ উদ্ভৱ হৈছিল। আৰ্য্যভটই ইয়াক 'কোটি জ্যা' (kotijya) নাম দিছিল। এডমান্ড গুন্টাৰে 'cosinus' নামটো পোনতে ব্যৱহাৰ কৰিছিল। 1674 চনত ইংৰাজ গণিতজ্ঞ ছাৰ জ'নাছ মোৰে ইয়াৰ চমুরূপ 'cos' চিহ্নটো প্রথমে ব্যৱহাৰ কৰিছিল।

  • Sine of Angle A = sinA
  • Cosine of Angle A = cosA
  • Tangent of Angle A = tanA
  • Cosecant of Angle A = cosecA
  • Secant of Angle A = secA

 

ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ হ'লে আৰু ∠A কোণৰ বাবে

 

 

 

ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ হ'লে আৰু ∠A কোণৰ বাবে

 

 

 

 

 


 

Youtube Channel List

 

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

অনুশীলনী - 8.2

 

∠A 0o 30o 45o 60o 90o
0 1
1 0
   0  1  সংজ্ঞাবদ্ধ নহয়
সংজ্ঞাবদ্ধ নহয় 2 1
1 2 সংজ্ঞাবদ্ধ নহয়
সংজ্ঞাবদ্ধ নহয় 1 0

 


 

অনুশীলনী - 8.3

 

পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত

দুটা কোণক পূৰক কোণ বুলি কোৱা হয় যেতিয়া সিহঁতৰ যোগফল 90° হয়। ABC সমকোণী ত্রিভুজৰ যদি B কোণ সমকোণ

 

 

 


 

 

অনুশীলনী - 8.4

 

 

 

 

 

 

 

 

 

 


 

Assam TET ফালৰ পৰা দশম শ্ৰেণীৰ বিষয়বোৰ আৰু অসমীয়া মাধ্যমত

 

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved