Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

বাস্তৱ সংখ্যা : অনুশীলনী 1.1 - উদাহৰণ

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

NCERT Solutions Class 10 Maths Chapters

Make Questions

Q. দেখুওৱা যে যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখাই 6q, বা 6q+ 2, বা 6q+4 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা।

Soln :

Let,

a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3

ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ

a = 6q + r, 0 ≤ r < 6 

r = 0, 1, 2, 3, 4, 5

a = 6q + 0, ই যুগ্ম

a = 6q + 1, ই অযুগ্ম

a = 6q + 2, ই যুগ্ম

a = 6q + 3, ই অযুগ্ম

a = 6q + 4, ই যুগ্ম

a = 6q + 5, ই অযুগ্ম

.'. যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখাই 6q, বা 6q + 2, বা 6q + 4 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা


 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. দেখুওৱা যে যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখাই 4q, বা 6q+ 2 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা।

Soln :

Let,

a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 4

a = 4q + r, 0 ≤ r < 4

r = 0, 1, 2, 3

r = 0 হ'লে a = 4q + 0, ই যুগ্ম

r = 1 হ'লে a = 4q + 1, ই অযুগ্ম

r = 2 হ'লে a = 4q + 2, ই যুগ্ম

r = 3 হ'লে a = 4q + 3, ই অযুগ্ম

.'. যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখাই 4q, বা 4q + 2 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা


উদাহৰণ 1. ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ.সা.উ. উলিওৱা

a) 455 আৰু 42

Soln:

ইউক্লিডৰ কলনবিধি মতে

455 > 42

455 =42 x 10 + 35

42 = 35 x 1 + 7

35 = 7 x 5 + 0

গ.সা.উ. (455 আৰু 42) = 7

 

NCERT Solutions for Class 10 Mathematics in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

b) ইউক্লিডৰ কলনবিধি প্ৰযোগ কৰি 4052 আৰু 12576 ৰ গ.সা.উ. উলিওৱা

Soln:

ইউক্লিডৰ কলনবিধি মতে

12576 > 4052

12576 = 4052 x 3 + 420

4052 = 420 x 9 + 272

420 = 272 x 1 + 148

148 = 124 x 1 + 24

124 = 24 x 5 + 4

24 = 4 x 6 + 0

গ.সা.উ. (12576 আৰু 4052) = 4


উদাহৰণ 2. দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখা 2q আৰ্হিৰ আৰু  প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখাই 2q + 1 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা।

Let,

a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 2

ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ

a = 2q + r, 0 ≤ r < 2

r = 0, 1

r = 0 হ'লে, a = 6q + 0, ই যুগ্ম

r = 1 হ'লে, a = 6q + 1, ই অযুগ্ম

.'. প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখা 2q আৰ্হিৰ আৰু  প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখাই 2q + 1 আৰ্হিৰ


উদাহৰণ 3. দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখাই 4q+ 1, বা 6q+ 3 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা।

Soln :

Let,

a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 4

a = 4q + r, 0 ≤ r < 4

r = 0, 1, 2, 3

r = 0 হ'লে a = 4q + 0, ই যুগ্ম

r = 1 হ'লে a = 4q + 1, ই অযুগ্ম

r = 2 হ'লে a = 4q + 2, ই যুগ্ম

r = 3 হ'লে a = 4q + 3, ই অযুগ্ম

.'. যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখাই 4q + 1, বা 4q + 3 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা

 

NCERT Solutions for Class 10 Mathematics in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

উদাহৰণ 4 : এজন মিঠাই বেপাৰীৰ 420 টা কাজু বৰফি আৰু 130 টা বাদাম বৰফি আছে। তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্রতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে। এই উদ্দেশ্যৰে থাকবোৰ সজাব খুজিলে প্রতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব ?

Soln:

420 আৰু 130 ৰ গ.সা.উ. য়েই হব থাকৰ সংখ্যা

420 > 130

420 = 130 x 3 + 30

130 = 30 x 4 + 10

30 = 10 x 3 + 0

গ.সা.উ.  = 10

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved