SCERT Class 10 Advanced Mathematics Chapter 'সংহতি' Exercise 1.1 Solution in Assamese Medium. Get step-by-step solutions and clear explanations to help students understand the concepts of congruence in their native language. Perfect for Assam Board exam preparation.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা। পাঠ্যক্ৰম আৰু পাঠ্যপুথি

SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।

সংহতি : অনুশীলনী - 1.1
1. সংহতি A = {x:x∈N আৰু x≤10) আৰু ф ৰ বাবে তলত দিয়া বিলাক নির্ণয় কৰা
(a) n(A) আৰু n(ф)
(b) n(A∪ф) আৰু n(A∩ф)
Solve.
A = {x:x∈N আৰু x ≤ 10}
= {1, 2, 3, 4, 5, 6, 7, 8, 9, 10}
(a) n(A) = 10
n(∅) = 0
(b) n(A∪∅) = 10
n(A∩∅) = 0
2. ধৰাহ'ল A আৰু B দুটা সংহতি আৰু U সিহঁতৰ সার্বিক সংহতি। যদি n(U) = 120, n(A) = 42, n(B)= 50 আৰু n(A∩B)= 21, তেন্তে তলত দিয়া কেইটা নির্ণয় কৰা
(i) n(A∪B), n(A-B), n(B-A) আৰু n(A'∩B')
(ii) n(Β'), n(A'), n(A∪B)'
(iii) n(P∪Q) আৰু (P∩Q), যদি P = A-B, Q = A∩B
(iv) U-(A∪B) সংহতিটোত কিমান মৌল আছে ?
Solve :
Given,
n(∪) = 120
n(A) = 42
n(B) = 50
n(A∩B) = 21
(i)
n(A∪B) = n(A) + n(B) - n(A∩B)
= 42 + 50 - 21
= 71
n(A-B) = n(A) - n(A∩B)
= 42 - 21
= 21
n(B-A) = n(B) - n(A∩B)
= 50 - 21
= 29
.
n(A/∩B/) = n(A∪B)/ (ডি মৰ্গানৰ বিধি)
= n(∪) - n(A∪B)
= 120 - 71
= 49
(ii) n(Β'), n(A'), n(A∪B)'
n(B/) = n(∪) - n(B)
= 120 - 50
= 70
n(A/) = n(∪) - n(A)
= 120 - 42
= 78
n(A∪B)/ = n(∪) - n(A∪B)
= 120 - 71
= 49
(iii) n(P∪Q) আৰু n(P∩Q), যদি P = A-B, Q = (A∩B)
n(P∪Q) = n[(A - B)∪(A ∩ B)]
= n(A)
= 42
n(P∩Q) = n[(A-B)∩(A∩B)]
= n[(A∩B/)∩(A∩B)]
= n[A∩(B/∩B)]
= n[A∩∅]
= n(∅)
= 0
(iv) U-(A∪B) সংহতিটোত কিমানটা মৌল আছে ?
U-(A∪B) = n(U)-n(A∪B)
= 120 - 71
= 49
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
3. যদি n(A∩B) = 36, n(А-В) = 25, n(B-A) = 20 তেন্তে n(A∪B), n(A) আৰু n(B) উলিওৱা।
Solve :
Given,
n(A∩B) = 36
n(A-B) = 25
n(B-A) = 20
n(A∪B) = n(A-B) + n(A∩B) + n(B-A)
= 25 + 36 + 20
= 81
n(A) = n(A-B) + n(A∩B)
= 25 + 36
= 61
n(B) = n(B-A) + n(A∩B)
= 20 + 36
= 56
4. ওপৰৰ 3নং প্রশ্নটোৰ সাপেক্ষে ভেনচিত্র আঁকি A∩B, A-B আৰু B-A সংহতি কেইটা চিহ্নিত কৰা আৰু তাৰ সহায়ত ইতিমধ্যে পোৱা উত্তৰৰ সত্যাপন কৰা।
Solve :
Given,
n(A∩B) = 36
n(A-B) = 25
n(B-A) = 20

n(A∪B) = 25 + 36 + 20 (ছাঁ দিয়া অংশ)
= 81, সত্যাপন কৰা হ'ল |
n(A) = A ৰ অন্তৰ্গত ছাঁ দিয়া অংশ
= 25 + 36
= 61, সত্যাপন কৰা হ'ল |
n(B) = B ৰ অন্তৰ্গত ছাঁ দিয়া অংশ
= 36 + 20
= 56, সত্যাপন কৰা হ'ল |

5. এটা শ্রেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55 জন শিক্ষার্থীয়ে গণিতত, 46 জন শিক্ষার্থীয়ে ইংৰাজীত আৰু 35 জন শিক্ষার্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীর্ণ হৈছে। যদি পৰীক্ষাত অৱতীর্ণ হোৱা শিক্ষার্থীৰ সংখ্যা 100 তেনে তলত দিয়া কেইটা নিৰ্ণয় কৰা -
(i) দুয়োটা বিষয়তে অনুত্তীর্ণ শিক্ষার্থীৰ শতকৰা হাৰ
(ii) একমাত্র গণিতত উত্তীর্ণ হোৱা শিক্ষার্থীৰ শতকৰা হাৰ
(iii) একমাত্র ইংৰাজীত উত্তীর্ণ হোৱা শিক্ষার্থীৰ শতকৰা হাৰ
Solve :
Let,
A = গণিত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি
B = ইংৰাজী উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি
(A∩B) = গণিত আৰু ইংৰাজী উভয়ে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি
n(A) = 55
n(B) = 46
n(A∩B) = 35
n(U) = 100
i. n(A∪B) = n(A) + n(B) - n(A∩B)
= 55 + 46 - 35
= 66
(A∪B)/ = n(U) - n(A∪B)
= 100 - 66
= 34
.'. দুয়োবিধ বিষয়ত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ হাৰ = 34%
ii. n(A-B) = n(A) - n(A∩B)
= 55 - 35
= 20
.'. একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ = 20%
iii. n(B-A) = n(B) - n(A∩B)
= 46 - 35
= 11
.'. একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ = 11%
6. এখন স্কুলৰ 550 গৰাকী শিক্ষার্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকীয়ে গাখীৰ, 300 গৰাকীয়ে চাহ আৰু 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুয়োটাই খায়। গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষার্থীৰ সংখ্যা নিৰ্ণয় কৰা।
Solve :
Let,
A = গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংহতি
B = চাহ খোৱা শিক্ষাৰ্থীৰ সংহতি
(A∩B) = গাখীৰ আৰু চাহ উভয়ে খোৱা শিক্ষাৰ্থীৰ সংহতি
n(A) = 175
n(B) = 300
n(A∩B) = 110
n(U) = 550
n(A∪B) = n(A) + n(B) - n(A∩B)
= 175 + 300 - 110
= 365
.'. গাখীৰ আৰু চাহ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা
= n(U) - n(A∪B)
= 550 - 365
= 185
7. অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কার্যালয় এটাৰ চাকৰিয়ালৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে তেওঁলোকৰ 80 জনে অসমীয়া, 70 জনে ইংৰাজী আৰু 50 জনে অসমীয়া আৰু ইংৰাজী দুয়োটাই কব পাৰে। জৰীপটোত অংশ লোবা প্রতিজন চাকৰিয়ালেই যদি অসমীয়া অথবা ইংৰাজী অথবা এই দুয়োটা ভাষাই কব পাৰে তেন্তে তলত দিয়া কেইটা নির্ণয় কৰা -
(i) জৰীপটোত অংশ লোৱা মুঠ চাকৰিয়ালৰ সংখ্যা কিমান
(ii) তেওঁলোকৰ কিমানজনে একমাত্র অসমীয়াহে ক'ব পাৰে
(iii) তেওঁলোকৰ কিমানজনে একমাত্র ইংৰাজীহে ক'ব পাৰে
Solve :
Let,
A = অসমীয়া ভাষা ক'ব পৰা চাকৰিয়ালৰ সংহতি
B = ইংৰাজী ভাষা ক'ব পৰা চাকৰিয়ালৰ সংহতি
(A∩B) = অসমীয়া আৰু ইংৰাজী দুয়োটা ক'ব পৰা চাকৰিয়ালৰ সংহতি
n(A) = 80
n(B) = 70
n(A∩B) = 50
i. n(A∪B) = n(A) + n(B) - n(A∩B)
= 80 + 70 - 50
= 100
ii. n(A-B) = n(A) - n(A∩B)
= 80 - 50
= 30
iii. n(B-A) = n(B) - n(A∩B)
= 70 - 50
= 20

8. 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায় আৰু 85 জনে কফি নেখায় কিন্তু চাহহে খায়। যদি সদস্যসকলৰ প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পানীয় সেৱন কৰে তেন্তে -
(i) কিমান জন সদস্যই কফি খায়
(ii) কিমান জনে চাহ নেখায় কিন্তু কফিহে খায়
Solve :
Let,
A = চাহ খোৱা সদস্যৰ সংহতি
B = কফি খোৱা সদস্যৰ সংহতি
A∩B = চাহ আৰু কফি দুয়োটাই খোৱা সদস্যৰ সংহতি
n(A∪B) = 250
n(A) = 130
n(A-B) = 85
.'. n(A-B) = n(A) - n(A∩B)
⇒ n(A∩B) = n(A) - n(A-B)
⇒ n(A∩B) = 130 - 85
⇒ n(A∩B) = 45
i. n(A∪B) = n(A) + n(B) - n(A∩B)
⇒ 250 = 130 + n(B) - 45
⇒ 250 - 85 = n(B)
⇒ n(B) = 165
.'. 165 জন সদস্যই কফি খায়
ii. n(B-A) = n(B) - n(A∩B)
= 165 - 45
= 120
.'. 120 জন সদস্যই একমাত্ৰ কফি খায়
9. 90 জন ছাত্র থকা এটা শ্ৰেণীৰ 60 জনে ভলীবল, 53 জনে বেডমিন্টন আৰু 35 জনে এই দুয়োটা খেলেই খেলে। তলত দিয়া কেইটা নির্ণয় কৰা -
(i) কিমান জনে এই দুয়োটা খেলৰ কোনো এটা খেলো নেখেলে ?
(ii) কিমানজনে মাত্র বেডমিন্টন খেলে, কিন্তু ভলীবল নেখেলে ?
(iii) কিমানজনে মাত্র ভলীবল খেলে, কিন্তু বেডমিন্টন নেখেলে ?
(iv) কিমানজনে এই দুয়োটাৰ অতি কমেও এটা খেল হ'লেও খেলে ?
Solve :
Let,
A = ভলীবল খেলা ছাত্ৰৰ সংহতি
B = বেডমিন্টন খেলা ছাত্ৰৰ সংহতি
A∩B = ভলীবল আৰু বেডমিন্টন দুয়োটা খেলা ছাত্ৰৰ সংহতি
n(A) = 60
n(B) = 53
n(A∩B) = 35
n(U) = 90
n(A∪B) = n(A) + n(B) - n(A∩B)
= 60 + 53 - 35
= 78
i. n(A/∩B/) = n(A∪B)/ (ডি মৰ্গানৰ বিধি)
= n(U) - n(A∪B)
= 90 - 78
= 12
.'. 12 জন ছাত্ৰই দুয়োটা খেলৰ এটা খেলো নেখেলে
ii. n(B-A) = n(B) - n(A∩B)
= 53 - 35
= 18
.'. 18 জন ছাত্ৰই মাত্ৰ বেডমিন্টন খেলে
iii. n(A-B) = n(A) - n(A∩B)
= 60 - 35
= 25
.'. 25 জন ছাত্ৰই মাত্ৰ ভলীবল খেলে
10. এখন নগৰৰ 1500 পৰিয়ালৰ মাজত চলোৱা এটা পিয়লৰ পৰা জনা গৈছে যে তাৰে 1263 পৰিয়ালত টিভি, 639 পৰিয়ালত ৰেডিঅ' আৰু 197 পৰিয়ালত টিভি আৰু ৰেডিঅ'ৰ কোনোটোৱেই নাই। সেই নগৰখনৰ
(i) কিমান পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে
(ii) কিমান পৰিয়ালত মাত্র টিভিহে আছে, কিন্তু ৰেডিঅ' নাই
(iii) কিমান পৰিয়ালত মাত্র বেডিঅ হে আছে, কিন্তু টিভি নাই
Solve :
Let,
A = টিভি থকা পৰিয়ালৰ সংহতি
B = ৰেডিঅ' থকা পৰিয়ালৰ সংহতি
n(A) = 1263
n(B) = 639
n(U) = 1500
n(A/∩B/) = 197
.'. n(A/∩B/) = n(U) - n(A∪B)
⇒ 194 = 1500 - n(A∪B)
⇒ n(A∪B) = 1500 - 194
⇒ n(A∪B) = 1303
i. n(A∩B) = n(A) + n(B) - n(A∪B)
= 1263 + 639 - 1303
= 1902 - 1303
= 599
.'. 559 টা পৰিয়ালত টিভি আৰু ৰেডিঅ' দুয়োটাই আছে
ii. n(A-B) = n(A) - n(A∩B)
= 1263 - 599
= 664
.'. 664 টা পৰিয়ালত মাত্র টিভিহে আছে,
iii. n(B-A) = n(B) - n(A∩B)
= 639 - 599
= 40
.'. 40 টা পৰিয়ালত মাত্র ৰেডিঅ হে আছে
11. এটা শ্ৰেণীৰ 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 76 গৰাকীয়ে গণিত, 81 গৰাকীয়ে পদার্থবিজ্ঞান আৰু 80 গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে। তদুপৰি 34 গৰাকীয়ে গণিত আৰু পদার্থবিজ্ঞান দুয়োটাই, 30 গৰাকীয়ে গণিত আৰু ৰসায়ন বিজ্ঞান দুয়োটাই, 33 গৰাকীয়ে পদার্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান দুয়োটাই অধ্যয়ন কৰে। যদি 18 গৰাকীয়ে এই তিনিওটা বিষয়েই অধ্যয়ন কৰে তেন্তে তলত দিয়া কেইটা নির্ণয় কৰা -
(i) কিমান গৰাকী শিক্ষার্থীয়ে একমাত্র পদার্থবিজ্ঞান অধ্যয়ন কৰে
(ii) কিমান গৰাকী শিক্ষার্থীয়ে একমাত্র ৰসায়নবিজ্ঞান অধ্যয়ন কৰে
(iii) কিমান গৰাকী শিক্ষার্থীয়ে একমাত্র গণিত অধ্যয়ন কৰে
(iv) কিমান গৰাকীয়ে গণিত আৰু পদার্থবিজ্ঞান অধ্যয়ন কৰে, কিন্তু ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰে
(v) কিমান গৰাকীয়ে পদার্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে, কিন্তু গণিত অধ্যয়ন নকৰে
(vi) কিমান গৰাকীয়ে ৰসায়নবিজ্ঞান আৰু গণিত অধ্যয়ন কৰে, কিন্তু পদার্থ বিজ্ঞান অধ্যয়ন নকৰে
(vii) কিমানজন শিক্ষার্থীয়ে এই তিনিটা বিষয়ৰ এটাও অধ্যয়ন নকৰে
Solve :
Let,
U =
M = গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
P = পদার্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
C = ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
n(U) = 180
n(M) = 76
n(P) = 81
n(C) = 80
n(M∩P) = 34
n(P∩C) = 33
n(M∩C) = 30
n(M∩P∩C) = 18
i. P∩M/∩C = একমাত্র পদার্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
n(P∩M/∩C/) = n[P∩(M/∩C/)]
= n[P∩(M∩C)/]
= n(P) - n[P∩(M∪C)]
= n(P) - n[(P∩M)∪(P∩C)]
= n(P) - [n(P∩M) + n(P∩C) - n(P∩M∩C)]
= 81 - [34 + 33 - 18]
= 81 - 49
= 32
.'. একমাত্র পদার্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্য়া = 32
ii. C∩M/∩P/ = একমাত্র পদার্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
n(C∩M/∩P/) = n[C∩(M/∩P/)]
= n[C∩(M∩P)/]
= n(C) - n[C∩(M∪P)]
= n(C) - n[(C∩M)∪(C∩P)]
= n(C) - [n(C∩M) + n(C∩P) - n(C∩M∩P)]
= 80 - [30 + 33 - 18]
= 80 - 45
= 35
.'. একমাত্র ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্য়া = 35
iii. M∩P/∩C/ = একমাত্র গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংহতি
n(M∩P/∩C/) = n[M∩(P/∩C/)]
= n[M∩(P∪C)/]
= n(M) - n[M∩(P∪C)]
= n(M) - n[(M∩P)∪(M∩C)]
= n(M) - [n(M∩P) + n(M∩C) - n(M∩P∩C)]
= 76 - [34 + 30 - 18]
= 76 - 46
= 30
.'. একমাত্র গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্য়া = 30
iv. M∩P∩C/ = গণিত আৰু পদার্থবিজ্ঞান অধ্যয়ন কৰা, কিন্তু ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্য়া
n[M∩P∩C/] = n(M∩P) - n(M∩P∩C)
= 34 - 18
= 16
v. P∩C∩M/ = পদার্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা, কিন্তু গণিত অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্য়া
n(P∩C∩M/) = n[(P∩C)∩M/]
= n(P∩C)- n(P∩C∩M)
= 33 - 18
= 15
vi. C∩M∩P/ = ৰসায়নবিজ্ঞান আৰু গণিত অধ্যয়ন কৰা, কিন্তু পদার্থ বিজ্ঞান অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্য়া
n(C∩M∩P/) = n[(C∩M)∩P/]
= n(C∩M) - n(C∩M∩P)
= 30 - 18
= 12
vii. M/∩P/∩C/ = এই তিনিটা বিষয়ৰ এটাও অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্য়া
n(M/∩P/∩C/) = n(M∪P∪C)/
= n(U) - n(M∪P∪C)
= n(U) - [n(M) + n(P) + n(C) - n(M∩P) - n(P∩C) - n(M∩C) + n(P∩M∩C)]
= 180 - [76 + 81 + 80 - 34 - 33 - 30 + 18]
= 180 - [255 - 97]
= 180 - 158
= 22
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved