Prepare for CTET 14 December 2024 with Assamese Paper 2! Access previous year’s questions, official answer key, and expert solutions. Enhance your preparation with comprehensive resources tailored for Assamese language teaching aspirants.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

CTET Assamese : Paper 2
Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Chapter | Click Here |
CTET 14 December 2024 : Assamese, Paper 2
106. 'সামগ্রীৰ নির্ভৰযোগ্যতা' (Authenticity of Material) মানে হৈছে -
107. তলৰ কোনটো 'গ্রহণ দক্ষতা' (Receptive skill)
108. পঞ্চম শ্রেণীৰ ছাত্রী অপণাই বুজে যে শ্রৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'ৰ প্রতিটো ধ্বনি, শব্দ আৰু তাৰ পাছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্দ্ধাৰণ কৰা। শিকাৰুগৰাকীয়ে শ্রৱণৰ ক্ষেত্ৰত কি দৃষ্টিভংগী বা কৌশলত বিশ্বাস কৰে

109. ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে বিদেশী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়।
110. বৃত্তিৰ বাবে বিদেশলৈ যোৱা বহুতো ভাৰতীয়ই নতুন ঠাইৰ ভাষাটো শিকি লয়। এই ধৰণৰ প্রণোদিতকৰণক কোৱা হয়
111. তলত কিছুমান মন্তব্যৰ এটা পাঠ দিয়া হৈছে। এইটো কোন ধৰণৰ ভাষা ৰেজিষ্টাৰৰ অন্তর্ভুক্ত সেয়া চিনাক্ত কৰা।
"ভাৰতীয় সংবিধানে সকলো মানুহকে সমান বুলি স্বীকৃতি দিছে। ইয়াৰ অর্থ হ'ল যে জাতি, ধর্ম, লিংগ, জনজাতি, শৈক্ষিক আৰু অর্থনৈতিক পচ্ছাদপট নির্বিশেষে সকলো সমান। ইয়াৰ মানে এইটো ক'ব নোৱাৰিব যে বৈষম্য একেবাৰে নাই। কিন্তু এই কথা মানিব লাগিব যে অন্ততঃ গণতান্ত্রিক ভাৰতত সকলোৰে সমতাৰ আদর্শক স্বীকৃতি প্রদান কৰা হৈছে।"
113. তলৰ কোনটো কার্য সমন্বিত শিকন দক্ষতা (integrated learning skills) ক পোষকতা কৰে ?
113. তলৰ কোনটো কার্য সমন্বিত শিকন দক্ষতা (integrated learning skills) ক পোষকতা কৰে<br>A. এটা উপভাষাৰ বক্তাই একেটা ভাষাৰ আন এটা উপভাষাৰ বক্তাৰ বক্তব্য বুজি পায়।<br>
B. উপভাষা ডাঙৰ শ্ৰেণী আৰু ভাষা এটা সৰু শ্রেণী।<br>
C. কেতিয়াবা একেটা ভাষাৰ বিভিন্ন সামাজিক শ্রেণীয়ে সুকীয়া উপভাষা কয়।<br>
D. অঞ্চল অনুপাতে উপভাষাৰ ৰূপভেদ থাকে
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
114. তলৰ কোনটোৱে 'ভাষাৰ বিষয়ে জনা' (Knowing about language) সূচায়
115. ষষ্ঠ শ্রেণীৰ এগৰাকী শিক্ষকে শিক্ষার্থীসকলে পঢ়িব লগা পাঠ এটাৰ সৈতে সম্পর্কযুক্ত পূর্বৰ জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত এটা প্রস্তুতি পর্ব চলাবলৈ কয়। কিন্তু তেওঁ পাঠটো পঢ়োৱাৰ পূর্বে শিক্ষার্থীসকলক গল্পটোৰ সচিত্র বিৱৰণসমূহত চকু দিবলৈ ক'লে। তেওঁ শিক্ষার্থীসকলে কি কৰাটো বিচাৰিছিল।
116. তলৰ কোনটো ধ্রুপদী ভাষা নহয়।
117. শিকাৰুৱে কি শিকিছে তাৰ ধাৰাবাহিক তথ্য লিপিবন্ধকৰণ হৈছে
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
118. তলৰ কৌশলটোক ব্যাকৰণ শিকনৰ ক্ষেত্রত কি বুলি জনা যায়
প্রসংগ অনুসৰি ভাষাৰ উপকৰণসমূহ পৰিচায়কৰণ, শিকাৰুক ভাষাৰ উপকৰণসমূহ পর্যবেক্ষণ কৰিবলৈ দিয়া, এইবোৰক বাস্তৱ জীৱনত প্রয়োগ কৰা আৰু ৰূপসমূহ উদ্ধাৰ কৰি শিকাৰুৰ মনোযোগ আকর্ষণ কৰা।
119. ভাষা শিক্ষণত 'প্রণালীবদ্ধ পাৰদর্শিতা' (systemic competence) মানে কি
120. ষষ্ঠ শ্রেণীৰ শিক্ষক এগৰাকীয়ে তলৰ কামটো কথন অভ্যাসৰ বাবে কৰিবলৈ দিলে।
"মৰুভূমি আৰু ইয়াৰ বতৰৰ অৱস্থাৰ বিষয়ে পাঁচটা বাক্য কোৱা।"
ই এটা উত্তম কার্য হয় নে নহয় ? তোমাৰ মন্তব্যৰ লগতে কাৰণ সূচাবলৈ তলৰ বিকল্প এটা চিনাক্ত কৰাঁ।
Mock Tests of CTET Assamese, Paper II
Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 2 | Test - 1 |
| CTET Assamese, Paper 2 | Test - 2 |
| CTET Assamese, Paper 2 | Test - 3 |
| CTET Assamese, Paper 2 | Test - 4 |
| CTET Assamese, Paper 2 | Test - 5 |
| CTET Assamese, Paper 2 | More Test |
136. কৃপা আৰু কৰণ যমজ ভাতৃ আৰু দুয়ো মণিপুৰীৰ এটা উপভাষা কয়। অৱশ্যে দুয়োৰে কথন সুকীয়া। উপভাষাটো কোৱাৰ ক্ষেত্রত তেওঁলোকৰ ব্যক্তিগত ধৰণটোক কি বুলি জনা যায়
137. অদিতীয়ে স্বৰূপ ভূতকাল কি জানে। কিন্তু তাৰ প্ৰয়োগ কৰিব নাজানে। তেওঁ কি জ্ঞান অৱলম্বন কৰিছে
138. শিকাৰুৱে ভাষাই এটা প্রণালী হিচাপে কাম কৰে বুলি বুজে আৰু প্রয়োগ কৰে। ই হৈছে
139. সপ্তম শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষার্থীসকলে এটা গল্পত উল্লেখিত সম্প্রদায়ৰ মানুহৰ অভিব্যক্ত ক্ষমতা আৰু পৰিচয় সম্পর্কে বুজিব পৰাকৈ গল্পটো পঢ়াটো বিচাৰে। শিক্ষকগৰাকীয়ে শিকাৰুসকলৰ মাজত কিহৰ পোষকতা কৰিব বিচাৰে

140. অশ্বীনে জন্মগতভাৱে ওড়িয়া ভাষা জানে আৰু পাছত ইংৰাজী আৰু হিন্দী শিকিছে। এই কথাটোৰ আধাৰত তলৰ কোনটো মন্তব্য শুদ্ধ নহয়।
141. কাৰণিক প্রণোদিতকৰণ (Instrumental motivation) তেতিয়া হয়, যেতিয়া
142. তলৰ কথাখিনি পঢ়ি ই কোন ভাষা ৰেজিষ্টাৰৰ অন্তর্ভুক্ত হ'ব চিনাক্ত কৰাঁ।
বিপ্লৱৰ পাছত, হঠাতে ইয়াক পৰিবৰ্তন কৰিব পৰা গ'ল। ইউৰোপ আৰু এছিয়াৰ বিভিন্ন অঞ্চলকে ধৰি পৃথিবীৰ বিভিন্ন প্রান্তন ব্যক্তিৰ অধিকাৰ তথা সমাজৰ ক্ষমতা কাৰ হাতত ন্য়স্ত হৈ আছে সেই বিষয়ে আলোচনা হ'বলৈ আৰম্ভ কৰিলে। ভাৰতবৰ্ষত বাজ ৰামমোহন ৰায় আৰু ডিৰাজিঅ'ই ফৰাচী বিপ্লবৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰিলে। উপনিৱেশবোৰত এই ঘটনাক্রমে সমাজ পৰিৱর্তনৰ বাবে এই ধাৰণাবোৰ ব্যৱহাৰৰ বাট মুকলি কৰিলে।
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
143. অষ্টম শ্রেণীৰ শিক্ষক সুভাষে দুঃখ কবি ক'লে- "ভাষা মূল্যায়নে সাধাৰণতে গ্রহণ দক্ষতা (Receptive skill) ক গুৰুত্ব নিদিয়ে।" গ্রহণ দক্ষতা কি ?
144. শ্রৱণৰ অধোমুখী অভিগমে (Top down approach) সামনি লয়
145. ৰাষ্ট্রীয় শিক্ষা নীতি 2020 অনুসৰি ধ্রুপদী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো কথা প্রযোজ্য হয়?
146. ভাষাৰ শ্রেণীত এটা প্রকল্পৰ আর্হি প্রস্তুতকৰণ আৰু ৰূপায়ণৰ ক্ষেত্রত বিভিন্ন জবসমূহ হৈছে-
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
147. তলৰ কোনটো ভাষাৰ ক্ষেত্রত শুদ্ধ নহয়।
148. এগৰাকী শিক্ষার্থীৰ সবলতা আৰু দুর্বলতাবোৰ পৰীক্ষা কৰা পদ্ধতিক কোৱা হয়
149. ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক কি মর্যাদা দিছে ?
150. সপ্তম শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে এগয়াকী ব্যক্তিৰ বিষয়ে লিখিবলৈ দিব বিচাৰিলে। তেওঁ শ্রেণীৰ বাহিৰলৈ গ'ল আৰু এগৰাকী হকাৰক তেওঁৰ বাস্কেটটোৰে সৈতে শ্রেণীলৈ লৈ আনিলে। তেওঁ হকাৰগৰাকীক সাত মিনিটৰ বাবে শ্রেণীত থাকিবলৈ ক'লে আৰু শিক্ষার্থীসকলক যোৰ পাতি তেওঁৰ বিষয়ে বর্ণনা কৰিবলৈ অনুৰোধ কৰিলে। ইয়াত হকাৰগৰাকীক তুমি কি বুলি ক'বা ?
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved