| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 2
Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Chapter | Click Here |
CTET January 2021 : Assamese, Paper 2
Language - I : Assamese
106. প্রত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ
107. ত্রিভাষা সূত্র অনুসৰি তৃতীয় ভাষা
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
108. এগৰাকী শিক্ষকে শ্রেণীকোঠালৈ "ছোৱালীক পঢ়োৰা, ছোৱালীক বচোৱা” বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে আৰু ছাত্র-ছাত্রী বোৰক সেইখন মনোযোগেৰে লক্ষ্য কৰি বিষয়টোত এটা সৰু দফা লিখিবলৈ দিছে। ভাষাৰ শিক্ষকগৰাকীয়ে ব্যবহাৰ কৰা এই পোষ্টাৰখন হৈছে
109. অনর্গলতা (Fluency)-ৰ অর্থ হৈছে
110. পঠনৰ উর্দ্ধগামী (Bottom up) পদ্ধতিৰ ক্রমটো বাচি উলিওৱা
a. ধ্বনি
b. অক্ষৰ
c. বাক্য
d. শব্দ
e. আখৰ বা বর্ণ
111. ভাষা আহৰণৰ সামাজিক আদান-প্রদান সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
112. এক উপদক্ষতা হিচাপে অনুমান (prediction) তলত দিয়া কোনটোৰ সৈতে জৰিত
113. শিক্ষার্থীয়ে যেতিয়া ভাল চাকৰি পোৱাৰ উদ্দেশ্যৰে ভাষা এটা শিকে, তেতিয়া ভাষাটো শিকাৰ প্ৰেৰণা হয়
114. ভাষাৰ শ্ৰেণীকোঠা এটাত ছাত্র - ছাত্রীক তলত দিয়া কোনটোৰ সুবিধা দিয়াটো আটাইতকৈ গুৰুত্বপূর্ণ
Mock Tests of CTET Assamese, Paper II
Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 2 | Test - 1 |
| CTET Assamese, Paper 2 | Test - 2 |
| CTET Assamese, Paper 2 | Test - 3 |
| CTET Assamese, Paper 2 | Test - 4 |
| CTET Assamese, Paper 2 | Test - 5 |
| CTET Assamese, Paper 2 | More Test |
115. ভাষাৰ সমাবেশী বা সামগ্রিক শ্রেণী কোঠাত (inclusive classroom) এটাত পঢ়ুবাওতে শিক্ষকগৰাকীয়ে কি কৰা উচিত
116. ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূর্ণ
117. এজন সফল ভাষাৰ শিক্ষকে
118. অক্ষৰ-হুপাসমৃদ্ধ পৰিৱেশ ............ আৰু ................... ৰ অবিচ্ছেদ্য অংগ
119. "সমল হিচাপে বহুভাষিকতা" ৰ অৰ্থ হৈছে
120. অংকিত নামৰ দৃষ্টি প্রতিবন্ধী ছাত্র এজন তোমাৰ শ্রেণীকোঠত আছে। এগৰাকী ভাষাৰ শিক্ষক হিচাপে তুমি কি কৰিবা
Language - I : Assamese
136. পাঠ এটা সম্পূর্ণ কৰাৰ পাছত শিক্ষকে ছাত্র - ছাত্রীবোৰক পাঠটোত থকা বিভিন্ন ধৰণৰ বিশেষ্য পদবোৰ বাচি উলিয়াই দিয়া হোৱা বাকচৰ ভিতৰত (বর্গাকাৰ স্থানত) লিখিবলৈ দিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ
137. হৈছে শিশুবে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অবচেতন প্রক্রিয়া
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
138. শিক্ষক হিচাপে তুমি ছাত্র-ছাত্রীৰ মাজত পঠনৰ আগ্রহ কেনেদৰে বৃদ্ধি কৰিবা
139. তলত উল্লেখ কৰা কোনটোৱে ছাত্র - ছাত্রীব মাজত ভাষা শিকাৰ স্তৰৰ মূল্যায়ন কৰাত সহায় কৰে
140. বিষয়বস্তুৰ জ্ঞান আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কবি ছাত্র - ছাত্রীয়ে শুনা দফা এটাৰ বিশেষ অর্থ উদ্ধাৰ কৰিছে আৰু বার্তাটো গঠন কৰা বাক্য, বাক্যাংশ আৰু শব্দবোৰৰ অৰ্থ উদ্ধাৰ কৰিছে। শুনা দফাটোৰ অর্থোদ্ধাৰ বা অর্থানুমান কৰাৰ এই ধৰণ বা প্রক্রিয়াটো হৈছে
141. শিকাৰৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফীডবেক (feed back) দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্রসূ
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
142. পাঠ্যপুথি অতিক্রমি যোৱাৰ অৰ্থ হৈছে
143. ভাষাৰ পাঠ এটা পঢ়ুউবাৰ পাছত শিক্ষকে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰো পাঠৰ বিষয় কিছুমান ছাত্র-ছাত্রীক পঢ়িবলৈ দিছে। কাৰণ, বিষয়বোৰৰ ভাষাৰ পাঠটোৰ লগত সম্পর্ক আছে। এই পদ্ধতি বা অভিগম হৈছে
144. শিকাকৰ পঠন দক্ষতা বৃদ্ধিৰ আটাইতকৈ উত্তম উপায় হৈছে-
MCQs of CTET Assamese, Paper II
Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
145. ব্যাকৰণ শিক্ষাই বৃদ্ধি কৰে
146. ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্র - ছাত্রীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বর্ণনা কৰিবলৈ দিছে
147. লিখনৰ Process approach-এ তলব কোনটো ক্রম অনুসৰণ কৰে
a. সম্পাদনা
b. মস্তিষ্কমস্থন
c. আওৰোৱা
d. খচৰা প্ৰস্তুতকৰণ
148. এগৰাকী ভাষাৰ শিক্ষকে তেঁওৰ ছাত্র- ছাত্রীবোৰক নিজৰ নিজৰ পত্ৰাধাৰ বা পৰ্টফলিঅ'ত সিহঁতৰ পাঁচোটাকে আটাইতকৈ ভাল বস্তু ৰাখি বাকীবোৰ আঁতৰাই থ'বলৈ দিছে। তাৰ পাছত শিক্ষক গৰাকীয়ে সিহঁতৰ বাচনিৰ প্রতিক্রিয়া সুধিছে। এই প্রতিক্রিয়াটো হ'ব
149. তলত দিয়া সমলবোৰৰ ভিতৰত কোনটো প্ৰাৰম্ভিক স্তৰৰ ছাত্র-ছাত্রীক ভাষা শিকাওঁতে আটাইতকৈ গুৰুত্বপূর্ণ
150. ছাত্র-ছাত্রীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কার্য আটাইতকৈ কম গুৰুত্বপূর্ণ
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved