Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Dec 2018 : Assamese, Paper 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET December 2018 : Assamese, Paper 2

 

Language - I : Assamese


 

91. ভাষাৰ শিক্ষণত পিছ পৰি থকা ছাত্র-ছাত্রীৰ কাৰণে আটাইতকৈ উত্তম নির্দেশাত্মক শিক্ষণ কৌশল হৈছে

  • ব্যক্তিগত বা এককভাবে পঢ়োৱা
  • গোটত সমূহীয়াকৈ পঢ়োৱা
  • সমপর্যায়ৰ ছাত্র - ছাত্রীক গোট কৰি পঢ়োৱা
  • ওপৰৰ আটাইকেইটা

 

92. ভাষা শিক্ষণৰ বস্তুনিষ্ঠ মূল্যায়ন কেনেধৰণৰ হোৱাটো প্রয়োজনীয়

  • বস্তুনিষ্ঠ আৰু সমালোচনাত্মক
  • বোধ সম্যক আৰু আচৰণাত্মক
  • বিশ্বাসযোগ্য আৰু বৈধ
  • ওপৰৰ আটাইকেইটা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

93. তলত দিয়া কোনটো ভাষা শিক্ষাৰ উদ্দেশ্য নহয়

  • চিন্তাৰ অভিব্যক্তি
  • ভাষাৰ বোধ
  • লিখন দক্ষতা
  • সৃজনশীলতা


94. ভাষা কুশলতা তথা দক্ষতা সন্দর্ভত তলত দিয়া কোনটো উক্তি শুদ্ধ নহয়

  • ভাষা কুশলতা তথা দক্ষতা বৃদ্ধিৰ কাৰণে অনুশীলনতকৈ ভাষাৰ নীতিবোৰ অধিক গুৰুত্বপূর্ণ
  • শিশুৱে কেৱল, শ্ৰৱণ কথন - পঠন - লিখন, এইটো ক্রমতে শিকে
  • বিদ্যালয়ত পঠন আৰু লিখন দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া উচিত
  • ভাষাৰ চাৰিওটা দক্ষতা ইটোৰ লগত সিটো সম্পর্কিত

 

95. "যিটো ভাষাৰ ব্যাকৰণ শিশুরে নাজানে, সেই ভাষাটোকে সিহঁতে সোনকালে শিকে।” এই কথাষাৰ কোনে কৈছিল

  • মহর্ষি পতঞ্জলি
  • লর্ড চুইট
  • লর্ড মেকালে
  • জ্যাঁ পিয়াজে

 

96. শ্রেণীকোঠাত পঢ়ুৱাৰ সময়ত ছাত্র - ছাত্রীয়ে ভাষা সন্দর্ভত কঠিন প্রশ্ন আৰু সংশয়ৰ অৱতাৰণা কৰিছে। এনে পৰিস্থিতিত তুমি কি কৰিবা

  • তুমি প্রস্তুত হৈ যাবা আৰু ছাত্র - ছাত্রীসকলৰ সংশয় দূৰ কৰি সিহঁতৰ প্ৰশ্নবোৰৰ উত্তৰ লগে লগেই দি দিবা
  • ছাত্র-ছাত্রীসকলৰ সংশয় আৰু প্রশ্নসমূহ টুকি ৰাখি পাছ দিনা সেইবোৰৰ উত্তৰ দিবা
  • ছাত্র-ছাত্রীসকলক কিতাপৰ পৰা পঢ়ি ল'বলৈ কৈ সিহঁতৰ সংশয় আৰু প্ৰশ্নবোৰ পাছত তোমাৰ সৈতে আলোচনা কৰিবলৈ ক'বা
  • অনুশাসন বর্তাই ৰাখিবৰ কাৰণে এনেদৰে সংশয় প্রকাশ কৰা আৰু কঠিন প্রশ্ন কৰা ছাত্র-ছাত্রীক ভর্ৎসনা কৰিবা


97. মুখস্থ কৰি কৰি পৰীক্ষাৰ কাৰণে পঢ়া ছাত্র-ছাত্রীৰ কি ক্ষতি হয়

  • সিহঁতৰ বুদ্ধিমত্তাৰ বিকাশ নহয়
  • সিহঁতে আত্মবিশ্বাস হেৰুৱায়
  • শ্ৰেণীকোঠাৰ শিক্ষণৰ পৰা সিহঁত বাদ পৰি ৰয়
  • সিহঁতে শ্রেণীকোঠাত সমুচিত মনোযোগ দিব নোৱাবে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

98. ভাষা শিক্ষণত আগমনাত্মক পদ্ধতি (inductive method)-ৰ এটা সুবিধা হৈছে

  • ছাত্র - ছাত্রীয়ে হ'মৱৰ্ক কৰিবলগীয়া নহয়
  • ছাত্ৰ - ছাত্ৰীৰ মাজত মুখস্থ কৰাৰ অভ্যাস গড় নলয়
  • শ্রেণীকোঠাত অনুশাসন বর্তি থাকে
  • ছাত্র - ছাত্রীয়ে কম সময়তে বেছি কথা শিকিব পাৰে

 

99. কোনধৰণৰ অভিব্যক্তি আৰু মত প্ৰকাশৰ কাৰণে ভাষা আটাইতকৈ উৎকৃষ্ট মাধ্যম

  • প্ৰচাৰ - প্ৰসাৰ
  • সংগ্রহ
  • বিনিময় তথা আদান - প্রদান
  • ওপৰৰ আটাইকেইটা


100. ভাৰতীয় শিশু এটাই কি ভাষা শিকাটো প্রয়োজনীয়

  • মাতৃভাষা
  • মাতৃভাষা আৰু এটা আঞ্চলিক ভাষা
  • মাতৃভাষা আৰু ইংৰাজী
  • যি কোনো তিনিটা ভাষা

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

101. সামগ্রিক বা সমাবেশী শ্রেণীকোঠা (inclusive classroom) এটাত ভাষা শিক্ষণৰ এটা প্রত্যাহ্বান হৈছে

  • ভাষা শিকনৰ উপযুক্ত পৰিৱেশ ৰচনাত অপাৰগতা
  • উপযুক্ত শিকন সামগ্রীৰ অভাৱ
  • ছাত্র - ছাত্রীসকলৰ যোগ্যতাৰ অসমতা
  • ছাত্র - ছাত্রীসকলৰ ৰাপ বা ৰুচিৰ অসমানতা


102. তলত উল্লেখ কৰা কোনটো মাতৃভাষা শিক্ষণৰ জ্ঞানৰ উদ্দেশ্য নহয়

  • ভাষাৰ উপাদানৰ পর্যাপ্ত জ্ঞান লাভ কৰা
  • বিষয়বস্তুৰ জ্ঞান লাভ কৰা
  • উচ্চাৰণৰ জ্ঞান লাভ কৰা
  • ভাষাটোত বিভিন্ন ধৰণৰ লিখনৰ জ্ঞান লাভ কৰা


103. তলত উল্লেখ কৰা কোনটো এটা শিক্ষণ পদ্ধতি

  • চয়ন পদ্ধতি
  • ৰাপ বা ৰুচি পদ্ধতি
  • অনুপ্ৰেৰণা পদ্ধতি
  • ওপৰৰ আটাইকেইটা

 

104. ভাষা শিক্ষণত শ্রব্য-দৃশ্য সামগ্রীসমূহ কিহৰ কাৰণে ব্যবহৃত হয়

  • উচ্চাৰণ শুধৰাবলৈ
  • লেখা শুধৰাবলৈ
  • পঠন শুধৰাবলৈ
  • ওপৰৰ এটাও নহয়


105. বিধানমূলক বা উপচাৰাত্মক শিক্ষণ পদ্ধতিয়ে

  • সমস্যা চিহ্নিত কৰাৰ জটিলতাৰ স্তৰ বৃদ্ধি কৰে
  • সমস্যা দূৰ কৰাত কৃতকার্য কৰি তোলে
  • সমস্যাবোৰ সানমিহলি ৰূপত পৰিবেশন কৰে
  • সমস্যাবোৰৰ কাৰণে ভাষা নীতি বা ভাষা সিদ্ধান্তৰ জ্ঞান প্রদান কৰে

 

121. সামগ্রিক বা সমাবেশী শ্রেণী (inclusive class) এটাত শিশুবোৰে সাধাৰণতে কিহত ভুল কৰে

  • পঠনত
  • লিখনত
  • কথনত
  • ওপৰৰ আটাইকেইটাত

 

Language - II : Assamese


 

122. "ব্যাকৰণ আচৰণাত্মক (behavioural) আৰু তাত্ত্বিক বা সৈদ্ধান্তিক (theoretical) দুয়োটাই হয়।" এই উক্তিটো তুমি কিমানদূৰ সমর্থন কৰা

  • সম্পূর্ণৰূপে
  • আংশিকভাবে
  • সমর্থন নকৰোঁ
  • সমর্থন থাকিবও পাৰে, নাথাকিবও পাৰে

 

123. উচ্চ - প্রাথমিক বিদ্যালয়ৰ ওপৰত শ্ৰেণীৰ অথবা মাধ্যমিক স্তৰৰ ছাত্র - ছাত্রীৰ মাজত ভাষাৰ প্ৰতি আগ্রহ জন্মাবৰ কাৰণে কি কৰাটো প্রয়োজনীয়

  • ছাত্র - ছাত্রীক কিতাপ পঢ়িবলৈ দিয়া
  • যিমান পাৰি সিমান মৌখিকভাৱে ব্যাখ্যা কৰা
  • বেছিকৈ শ্রুতলিপি দিয়া
  • ছাত্ৰ - ছাত্ৰীৰ ব্যাকৰণৰ জ্ঞান বৃদ্ধি কৰা


124. মৌখিক প্রস্তুতিকৰণ বা পৰিবেশনৰ কাৰণে তলৰ কোনটো পদ্ধতি উপযুক্ত নহয়

  • কণ্ঠ/স্বৰ প্ৰস্তুতিকৰণ
  • কবিতা আবৃত্তি
  • মুখামুখি প্রস্তুতিকৰণ
  • চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

125. "মানুহৰ বোধ অর্জন প্ৰক্ৰিয়াটোৰ বিকাশৰ কাৰণে মাতৃভাষা মাতৃদুগ্ধৰ সমানেই গুৰুত্বপূর্ণ।” এই উক্তিটো কাৰ

  • বাজর্ষি টগুন
  • ৰায়বার্ন
  • মহাত্মা গান্ধী
  • বিবেকানন্দ

 

126. ছাত্র - ছাত্রীসকলক সিহঁতৰ ভালকৈ দখল নথকা ভাষা এটাৰ মাধ্যমেৰে যদি শিক্ষাদান কৰা হয়, তেনেহ'লে

  • প্রকৃত মনোযোগ সম্ভৱ নহ'ব
  • ছাত্র-ছাত্রীব নুবুজাকৈ মুখস্থ কৰা অভ্যাস গঢ় ল'ব
  • অধ্যয়নৰ প্ৰতি ৰুচি হেৰুৱাৰ
  • ওপৰৰ আটাইকেইটা


127. ভাষা শিক্ষণত আভ্যন্তৰীকৰণ (internaliza- tion)-ৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশ হৈছে

  • শ্রৱণ আৰু পঠন
  • কেৱল শ্ৰৱণ
  • কেৱল পঠন
  • কেৱল লিখন

 

128. ভাষা শিক্ষণত শিকন-সামগ্রীৰ (learning material) আটাইতকৈ গুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে

  • কম সময়তে অধিক জ্ঞানৰ যোগান ধৰা
  • শিকন - সামগ্রীৰ কঠিন স্থানবোৰ উপযুক্ত ব্যাখ্যা কৰা
  • পাঠৰ প্রতি শিক্ষার্থীৰ মনোযোগ আকর্ষণ কৰা
  • শিকাওঁতে শিক্ষকৰ কষ্ট হ্রাস কৰা


129. "মেধাবী ছাত্র-ছাত্রীৰ উচ্চাৰণ আৰু শব্দ-সম্ভাব বেছি ভাল হয়।" কথাষাৰ কোনে কৈছিল

  • টার্মান
  • ফিশ্বাব
  • থাম্বা
  • ওপৰৰ আটাইকেইজনে

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

130. শব্দ এটাৰ অৰ্থ স্পষ্ট কৰি দিয়াতকৈ বেছি ভাল পদ্ধতিটো হৈছে

  • শব্দটো ব্যাখ্যা কৰা
  • অভিধান খুলি চোৱা
  • শব্দটো ব্যাক্যত ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক তাব অর্থ নিজেই অনুমান কৰি লোৱাৰ সুযোগ দিয়া
  • ভাষা শিকনৰ জৰিয়তে শব্দটোৰ অর্থ স্পষ্ট কৰি দি


131. ছপা পাঠ্যপুথি ব্যৱহাৰ নকৰাকৈয়ে দ্বিতীয় ভাষা এটা শিকাত তলৰ কোনটো সহায়ক হয়

  • প্রাকৃতিক পদ্ধতি (Natural approach)
  • ভাষা নিমজ্জন (language immersion)
  • ব্যাকৰণ অনুবাদ পদ্ধতি
  • পৰিস্থিতিগত পদ্ধতি (situational approach)

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

132. ত্রুটিপূর্ণ পঠন অভ্যাসৰ এটা কাৰক হৈছে

  • বহুভাষিকতা
  • দ্বিভাষিকতা
  • শ্রেণীকোঠাত বেছি ছাত্র-ছাত্রীৰ ভিৰ
  • পঢ়ি যাওঁতে তর্জনী আঙুলিটো ব্যৱহাৰ কবি শাৰীবোৰত চকু ফুৰোৱা


133. নিম্নলিখিত কোনটো শিক্ষণ-শিকন জটিলতাক শব্দজ্ঞান পদ্ধতি (পুৰণি পদ্ধতি)ৰে সমাধান কৰা হয় 

  • বাক্য গঠনৰ ক্ৰমত সহায়
  • শুদ্ধ উচ্চাৰণ
  • ছাত্র - ছাত্রীযে ব্যাখ্যা কৰাৰ জটিলতাৰ সন্মুখীন নহয়
  • ওপৰৰ আটাইকেইটা

 

134. তলত দিয়া কোনটো কৌশল উদ্দেশ্যৰ সৈতে সম্পর্কিত নহয়

  • পঠন
  • লিখন
  • শ্রবণ
  • ভাষাত ৰূপ


135. ভাষা - বিকাশক প্রভাবিত কৰা কাৰকটো হৈছে

  • স্বাস্থ্য
  • বুদ্ধিমত্তা
  • ব্যক্তিবিশেষে পার্থক্য বা অসমানতা
  • ওপৰৰ আটাইকেইটা

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved