Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Cricket GK MCQ with Answer, Part - 3

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

Cricket General Knowledge MCQ Question

    Cricket is not just a game; it’s a passion for millions. Whether you’re a die-hard fan or just someone preparing for the ADRE Grade 3 exams, brushing up on your Cricket General Knowledge (GK) is essential. In this post, we’ve compiled a list of Cricket GK Multiple Choice Questions (MCQs) with answers to help you prepare effectively. This is Part - 3 of the series, and it covers some of the most important cricket-related questions that could be useful for your exam.

 

 

Q. Which country is the champion of the 2023 Hockey World Cup - ২০২৩ চনৰ হকী বিশ্বকাপত কোন দেশে চেম্পিয়ন হৈছে

  • India - ভাৰত
  • Germany - জাৰ্মানী
  • Belgium - বেলজিয়াম
  • England - ইংলেণ্ড

 

Q. The 2020 Tokyo Olympics bronze medalist Lavlina Bargohai achieved this feat in which sport - ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইয়ে কোনবিধ খেলত এই কৃতিত্ব অর্জন কৰে

  • Badminton - বেডমিন্টন
  • The race - দৌৰ
  • Wrestling - মল্লযুঁজ
  • Not one - এটাও নহয়

 

Q. Neeraj Chopra, who won the gold medal in the 2020 Tokyo Olympics, achieved this feat in which sport - ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি স্বৰ্ণপদক অৰ্জন কৰা নীৰজ চোপ্ৰাই কোনবিধ খেলত এই কৃতিত্ব অর্জন কৰে

  • Badminton - বেডমিণ্টন
  • Wrestling - মল্লযুঁজ
  • Javelin throw - জেভলিন থ্রো
  • Wrestling - মল্লযুঁজ

 

Q. Who is the Indian wrestler who won the bronze medal in the 2020 Talkies Olympics - ২০২০ বৰ্ষৰ টকিজ' অলিম্পিকত অংশগ্ৰহণ কৰি মল্লযুঁজত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন

  • Ravi Kumar Dahiya - ৰবি কুমাৰ দহিয়া
  • Bajrang Punia - বজৰং পুনিয়া
  • Neeraj Chopra - নীৰজ চোপ্ৰা
  • Meerabai Chanu - মীৰাবাঈ চানু

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Who is the Indian athlete who won the bronze medal in badminton at the 2020 Tokyo Olympics - ২০২০ বৰ্ষৰ টকিঅʼ অলিম্পিকত অংশগ্রহণ কৰি বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন

  • P D Sindhu - পি - ডি - সিন্ধু
  • Bajrang Punia - বজৰং পুনিয়া
  • Meerabai - মীৰাবাঈ
  • Neeraj Chopra - নীৰজ চোপ্ৰা

 

Q. Lovlina Borgohain win the Major Dhyan Chand Khel Ratna Award in 2021 in which sport - লাভলিনা বৰগোহাঁইয়ে 2021 চনত কোন খেলত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰে

  • Weightlifting - ভাবোত্তোলন
  • Cricket - ক্রিকেট
  • Boxing - বক্সিং
  • Tennis - টেনিছ

 

Q. Which female Indian boxer won the bronze medal in the Tokyo Olympics 2020 - টকিঅ' অলিম্পিক 2020 ত কোনগৰাকী ভাৰতীয় বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল

  • Lovlina Borgohain - লাভলীনা বৰগোহাঁই
  • Pwilao Basumatary - পৰিলাও বসুমতাৰী
  • Jamuna Boro - যমুনা বড়ো
  • Ankushita Boro - অংকুশিতা বড়ো

 

Q. In what year did the Ranji Trophy start - কিমান চনৰ পৰা ৰঞ্জী ট্ৰফী খেল আৰম্ভ হয়

  • Since 1932 - ১৯৩২ চনৰ পৰা
  • From 1934 onwards - ১৯৩৪ চনৰ পৰা
  • Since 1944 - ১৯৪৪ চনৰ পৰা
  • Since 1956 - ১৯৫৬ চনৰ পৰা

 

Q. When was the first Women's Cricket Association established - প্রথম মহিলা ক্রিকেট এছোচিয়েচন কেতিয়া স্থাপন কৰা হয়

  • 1926 in India - ১৯২৬ চনত ভাৰতত
  • In 1926 in England - ১৯২৬ চনত ইংলেণ্ডত
  • None of the above - ওপৰৰ এটাও নহয়
  • In 1926 in Australia - ১৯২৬ চনত অষ্ট্ৰেলিয়াত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Who is the first Indian cricketer to score a 300 - ত্ৰিশতক কৰা ভাৰতৰ প্ৰথম ক্ৰিকেটাৰ কোন

  • Azaharuddin - আজাহৰউদ্দিন
  • Rahul Dravid - ৰাহুল দ্রাবিড়
  • Virender Sehwag - বীৰেন্দ্ৰ ছেহৱাগ
  • Sachin Tendulkan - শচীন তেণ্ডুলকান

 

Q. Who is the highest wicket taker in Test cricket - টেষ্ট ক্রিকেটত সর্বাধিক উইকেট দখলকাৰী কোন

  • Muthiah Muralidhar - মুথিয়া মুৰুলীধৰ
  • Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
  • Shahid Afridi - শাহিদ আফ্রিডি
  • Anil Kumble - অনিল কুম্বলে

 

Q. Who is the first Indian to be invited to officiate a World Cup football tournament - বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সৰ্বপ্ৰথম ভাৰতীয়জন কোন

  • Yadav Burma - যাদৱ বাৰ্মা
  • Kamaleshwar Shankar - কমলেশ্বৰ শংকৰ
  • Jane Austin - জেন অষ্টিন
  • Ken Astle - কেন এষ্টল

 

Q. Who is the first Indian player to play for any foreign football club - কোনো বিদেশী ফুটবল ক্লাবত খেলা প্রথম ভাৰতীয় খেলুবৈ কোন

  • Sunil Jhingan - সুনীল ঝিংগান
  • Sunil Chhetri - সুনীল ছেত্রী
  • Baichung Bhutia - বাইচুং ভূটীয়া
  • Durga Boro - দুর্গা বড়ো

 

Q. Who was the first champion of the first Kabaddi World Cup - প্রথম কাবাডী বিশ্বকাপৰ চেম্পিয়ন কোন আছিল

  • Bangladesh - বাংলাদেশ
  • India - ভাৰত
  • Iran - ইৰাণ
  • South Korea- দক্ষিণ কোৰিয়া

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. How many times did India win the ODI Cricket World Cup Champion title - বর্তমানলৈ ভাৰতে কিমানবাৰ এদিনীয়া ক্রিকেট বিশ্বকাপ'ৰ খিতাপ দখল কৰিছে

  • One
  • Three
  • Two
  • Four

 

Q. Who is the first bowler to score a hat-trick in World Cup cricket - বিশ্বকাপ ক্রিকেটত হেটট্ৰিক কৰা প্ৰথমজন বলাৰ কোন

  • Kapil Dev - কপিল দেৱ
  • Chetan Sharma - চেতন শর্মা
  • Sourav Ganguly - সৌৰভ গাংগুলী
  • Srikant - শ্রীকান্ত

 

Q. The Who is called 'Bradman' in Indian cricket - ভাৰতীয় ক্রিকেটত কাক 'ব্ৰেডমেন' বুলি কোৱা হয়

  • Kapil Dev - কপিল দেৱ
  • Sunil Gavaskar - সুনীল গাভাস্কাৰ
  • Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
  • Srikant - শ্রীকান্ত

 

Q. Which Indian cricketer has won the Player of the Century award - কোনজন ভাৰতীয় ক্রিকেটাৰে শতিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে

  • Kapil Dev - কপিল দেৱ
  • Chetan Sharma - চেতন শর্মা
  • Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
  • Srikant - শ্রীকান্ত

 

Q. Who is the Indian athlete who won two consecutive Olympic medals - দুখন অলিম্পিকত একেৰাহে মেডেল দখল কৰা ভাৰতীয় খেলুৱৈজন কোন

  • Jayant Talukda - জয়ন্ত তালুকদা
  • Marycombe - মেৰীকম
  • Sushil Kumar - সুশীল কুমাৰ
  • Abhinav Bindra - অভিনৱ বিন্দ্ৰা

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. In the inauguration of Sachin Tendulkar statue in mumbai (Wankhede Stadium) the world cup match played between - শচীন তেন্ডুলকাৰৰ মূৰ্ত্তি উদ্বোধনী অনুষ্ঠানৰ দিনা রাংখেড়ে স্টেডিয়ামত বিশ্বকাপৰ খেলখন কোন কোন দলৰ মাজত হৈছিল

  • India vs Austriali - ভাৰত বনাম অষ্ট্ৰেলিয়া
  • india vs south Africa - ভাৰত বনাম দক্ষিণ আফ্রিকা
  • India and Sri Lanka - ভাৰত আৰু শ্রীলংকা
  • India vs Bangladesh - ভাৰত বনাম বাংলাদেশ

 

Q. Who is the Indian athlete who won the gold medal in the individual category in the Olympics - অলিম্পিকত ব্যক্তিগত শাখাত স্বর্ণপদক পোৱা ভাৰতীয় খেলুৱৈজন কোন

  • Sushil Kumar - সুশীল কুমাৰ
  • Abhinav Bindra - অভিনৱ বিন্দ্রা
  • China Nehwal - চাইনা নেহৱাল
  • Marycombe - মেৰীকম

 

Q. What competition did Mary Kom win before winning an Olympic medal - মেৰীকমে অলিম্পিক মেডেল পোৱাৰ আগতে কি প্রতিযোগিতাত চেম্পিয়ন হৈছিল

  • World Champion
  • Commonwealth Game
  • Asian
  • Fifa

 

Q. Ahatguri is famous for which sport - আহতগুৰি কোন খেলৰ বাবে বিখ্যাত

  • Hen Fight - কুকুৰা যুঁজ
  • Buffalo Fight - ম'হ যুঁজ
  • Elephant Fight - হাতী যুঁজ
  • Egg Fight - কণী খুঁজ

 

Q. The first Ranji Trophy match held in Assam - অসমৰ কোন ঠাইত প্রথমখন ৰঞ্জী ট্রফী খেল অনুষ্ঠিত হৈছিল

  • Tezpur - তেজপুৰ
  • Guwahati - গুৱাহাটী
  • Jorhat - যোৰহাট
  • Dibrugarh - ডিব্রুগড়

 

Q. What is the name of the youngest boxer who represented India - ভাৰতক প্রতিনিধিত্ব কৰা কনিষ্ঠ বক্সাৰগৰাকীৰ নাম কি

  • Jiten Kumar - জিতেন কুমাৰ
  • Pradeep Changwan - প্রদীপ চাংৱান
  • Shiva Thapa - শিৱ থাপা
  • Devendra Kumar - দেৱেন্দ্ৰ কুমাৰ

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. What is the name of the fastest runner in the world today - বর্তমান সময়ত পৃথিৱীৰ আটাইতকৈ বেগী দৌৰবিদজনৰ নাম কি

  • Usain Walter - উছেইন ৱাল্ট
  • Michael Flaps - মাইকল ফ্লেপছ
  • Ben Johnson - বেন জনছন
  • Amit Punia - অমিত পুনিয়া

 

Q. The Duck Worth Lewis Method is involved in which game - ডার্ক বৰ্থ লুইছ মেথদ (Duck Worth Lewis Method) কোন খেলত জড়িত

  • Badminton - বেডমিন্টন
  • Cricket - ক্রিকেট
  • Football - ফুটবল
  • Tennis - টেনিছ

 

Q. Which sport is the Indian Premier League associated with - ইণ্ডিয়ান প্রিমিয়াৰ লীগ কোনবিধ খেলৰ লগত জড়িত

  • Elephant - হতী
  • Badminton - বেডমিন্টন
  • Cricket - ক্রিকেট
  • Football - ফুটবল

 

Q. Which country has won the most World Cup football titles - কোনখন দেশে সর্বাধিকবাৰ বিশ্বকাপ ফুটবল খিতাপ দখল কৰিছে

  • Brazil - ব্রাজিল
  • Germany - জার্মানী
  • France - ফ্রান্স
  • Argentina - আর্জেন্টিনা

 

Q. What is the name of the richest cricket organization in the world at present - বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ ধনী ক্রিকেট সংস্থাটোৰ নাম কি

  • ICC
  • BCCI
  • CA
  • PCB

 

Previous 1      2      3      4      5 Next

 

Conclusion

     These Cricket GK questions are designed to enhance your knowledge and prepare you for the ADRE Grade 3 examination. Keep practicing with these MCQs, and stay tuned for Part - 3, where we will cover more cricket-related questions. Remember, consistent practice is key to success! Good luck with your exam preparation!

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved