| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
Cricket General Knowledge MCQ Question
Cricket is not just a game; it’s a passion for millions. Whether you’re a die-hard fan or just someone preparing for the ADRE Grade 3 exams, brushing up on your Cricket General Knowledge (GK) is essential. In this post, we’ve compiled a list of Cricket GK Multiple Choice Questions (MCQs) with answers to help you prepare effectively. This is Part - 2 of the series, and it covers some of the most important cricket-related questions that could be useful for your exam.

Q. Who is the Assamese athlete who won a medal in the Olympics - অলিম্পিকত অংশগ্রহণ কৰি পদক অৰ্জনেৰে অসমৰ ক্ৰীড়া জগতক গৌৰৱাম্বিত কৰা অসমীয়া খেলুৱৈাৰা কোন
Q. What sport is the Bardoli Trophy associated with - বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত
Q. What is the Ranji Trophy associated with - ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত
Q. Mohammad Ali, who is recognized as the greatest player of all time, is involved in sports - সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি দিয়া মহম্মদ আলি কি খেলৰ লগত জড়িত
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. Which of the following persons from Assam has not received the Arjuna Award - তলৰ কোনগৰাকী অসমৰ ব্যক্তিয়ে 'অর্জুন বঁটা' লাভ কৰা নাই
Q. What is the final winner of the 2019 World Cup in England - ২০১৯ কৰ্মত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত বিজয়ী দলটো কি
Q. Who was named Man of the Series at the 2019 World Cup in England - ২০১৯ বৰ্ষত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ 'মেন অৱ দ্য চিৰিজ' সম্মান লাভ কৰা খেলুৱৈগৰাকী কোন
Q. Who is the first woman in the world to win a 4,000 km cycle race - ৪,০০০ কিলোমিটাৰ চাইকেল ৰেচত বিজয়ী হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা কোন
Q. Who is the first Indian disabled swimmer in Asia to swim across the Cartalina Channel in the United States - এছিয়াৰ প্ৰথমগৰাকী দিব্যাংগ সাঁতোৰবিদ হিচাপে আমেৰিকাৰ কাৰ্টালিনা চেনেল সাঁতুৰি পাৰ হোৱা ভাৰতীয় খেলুৱৈগৰাকী কোন
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. Who is the first Indian to win the World Title in Motor Sports - 'ৱৰ্ল্ড টাইটল ইন মটৰ স্পৰ্টছ' খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন
Q. Which of the following world record holders retired from his playing career on 12 August - তলৰ কোনজন বিশ্বৰ অভিলেখ গঢ়া ক্রীড়াবিদে ২০১৭ চনৰ ১২ আগষ্টত তেওঁৰ খেলা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে
Q. Who has been awarded the Best Athlete Award by the International Association of Athletics Federations for - ২০১৬ চনৰ বাবে এথলেটিক্স ফেডাৰেচনৰ আন্তৰ্জাতিক এছচিয়েচনে কাক সর্বশ্রেষ্ঠ এথলেট' পুৰস্কাৰ প্ৰদান কৰা হৈছে
Q. Who won the gold medal for India in the javelin throw event at the Tokyo Olympics 2020 - টকিঅ' অলিম্পিক 2020ত জেভলিন গ্র' ইভেন্টত ভাৰতৰ হৈ কোনে স্বর্ণ পদক লাভ কৰা খেলুবৈগৰাকী কোন
Q. P. V. Sindhu related to which game - পি ভি সিন্ধু কি খেলৰ সৈতে জড়িত
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. The Indian athlete has been awarded the East Bengal Football Club's highest honour, the 'Bharat Gaurav - ইষ্ট বেংগল ফুটবল ক্লাবৰ সৰ্বোচ্চ সম্মান 'ভাৰত গৌৰৱ, ২০১৭' লাভ কৰা ভাৰতীয় ক্রীড়াবিদগৰাকীৰ
Q. Who is the only tennis player in the world to have competed in seven Olympics - সাতখনকৈ অলিম্পিকত অবতীর্ণ হোৱা বিশ্বৰ একমাত্র টেনিছ খেলুৱৈজন কোন
Q. What is the name of the first female athlete in India to receive the civilian honor Padma Shri at a very young age (21 years) - অতি কম বয়সতে (২১ বছৰ) অসামৰিক সম্মান পদ্মশ্ৰী লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈৰ নাম কি
Q. Who is the first Indian female wrestler to compete in World Wrestling Entertanment (WWC) - প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্ল যুঁজাৰু যিয়ে World Wrestling Entertanment (WWC) প্রতিযোগিতাত অংশ গ্রহণকাৰী তেওঁৰ নাম কি
Q. Who is the Indian athlete who climbed the world's highest peak Mount Everest for the fifth time (on 21 May 2017) - বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট পঞ্চমবাৰকৈ আৰোহণ (২০১৭ চনৰ ২১ মে’ত ) কৰি ৰেকৰ্ড গড়া ভাৰতীয় ক্রীড়াবিদগৰাকী কোন
ADRE (Study Materials)
| Grade III | Grade IV |
Q. Who is the second highest ODI run-scorer (188 runs) in women's cricket - বিশ্বৰ মহিলা ক্রিকেটৰ এদিনীয়া আন্তৰ্জাতিক খেলৰ দ্বিতীয় সৰ্বাধিক ৰান (১৮৮ ৰান) সংগ্ৰহকাৰী খেলুৱৈগৰাকী ভাৰতৰ, তেওঁ কোন
Q. The country that won the 2022 World Cup - বিশ্বকাপ ফুটবল ২০২২-ত চেম্পিয়নৰ খিতাপ দখল কৰা দেশ
Q. He won the Golden Boot for scoring the most goals in the 2022 World Cup - বিশ্বকাপ ফুটবল ২০২২-ত সর্বাধিক গল কৰাৰ বাবে 'গোল্ডেন বুট' পুৰস্কাৰ লাভ কৰে
Q. Canada, Mexico and which country will host the 2026 World Cup - ২০২৬ চনত বিশ্বকাপ ফুটবল কানাডা, মেক্সিকো আৰু কোনখন দেশত অনুষ্ঠিত হ'ব
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. It will be the country with the most medals at the 2022 Commonwealth Games - ২০২২ চনৰ কমনৱেলথ গেমছত সর্বাধিক পদক জয়ী দেশখন হ’ব
Q. Where has the first National Sports University of our country been established recently - আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয় অলপতে ক'ত স্থাপন কৰা হৈছে
Q. Who will be awarded the Major Dhyan Chandra Khel Award in - ২০২২ চনত মেজৰ ধ্যানচন্দ্ৰ খেলৰ পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে
Q. The first player from Assam to participate in Olympic Games - অলিম্পিক গেমছত অংশগ্রহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন
Q. Who is nicknamed as Dhing Express - কাক ধিং এক্সপ্রেছ বুলিও জনা যায়
Q. In which sport does Sharath Kamal Ashant participate - শৰথ কমল অশান্তই কোনবিধ খেলত অংশগ্ৰহণ কৰে
Q. Who has recently been appointed as the coach of the Indian national hockey team (men) - ভাৰতৰ ৰাষ্ট্ৰীয় হকী দল (পুৰুষ)ৰ প্ৰশিক্ষক হিচাপে অলপতে কাক নিয়োগ কৰা হৈছে
| Previous | 1 2 3 4 5 | Next |
Conclusion
These Cricket GK questions are designed to enhance your knowledge and prepare you for the ADRE Grade 3 examination. Keep practicing with these MCQs, and stay tuned for Part - 2, where we will cover more cricket-related questions. Remember, consistent practice is key to success! Good luck with your exam preparation!
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved