Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Indian Polity MCQ with Answer, Part - 4

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Which Speaker of the Lok Sabha of India died during his tenure - ভাৰতৰ কোনগৰাকী লোকসভাৰ অধ্যক্ষৰ কাৰ্যকালত দেহাৱসান ঘটিছিল

  • M A Iyengar - এম এ আয়েংগাৰ
  • Balaram Zakhar - বলৰাম জাখাৰ
  • G M C Balayogi - জি এম চি বালাযোগী
  • G V Mawalankar - জি ভি মাৱালাংকাৰ

 

Q. Who is the Chairman of the NITI Aayog 278- নিটি আয়োগৰ অধ্যক্ষ কোন

  • The Minister of Finance - বিত্ত মন্ত্ৰী
  • Chief Ministers of the States - ৰাজ্য মুখ্যমন্ত্ৰী সকল
  • Prime Minister - প্রধানমন্ত্ৰী
  • The President - ৰাষ্ট্ৰপতি

 

Q. Name of the first woman to hold the office of Governor - ৰাজ্যপাল পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলাৰ নাম

  • Sucheta Kripalini - সুচেতা কৃপালিনী
  • Vijayalakshmi Pandit - বিজয়লক্ষ্মী পণ্ডিত
  • Padmaja Naidu - পদ্মজা নাইডু
  • Sarojini Naidu - সৰোজিনী নাইডু

 

Q. Which of the following states has the largest number of Assembly seats in India - তলৰ কোনখন ৰাজ্যত ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক বিধানসভাৰ আসন আছে

  • Madhya Pradesh - মধ্যপ্ৰদেশ
  • Maharashtra - মহাৰাষ্ট
  • West Bengal - পশ্চিমবংগ
  • Uttar Pradesh - উত্তৰ প্রদেশ

 

Q. First person from the North East to serve as Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি

  • Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমদ
  • Full Aghathitogh Changma - পূৰ্ণ অঘথিটোঘ চাংমা
  • Hem Baroua - হেম বৰুৱা
  • Devkant Baroua - দেৱকান্ত বৰুৱা

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Which Vice-President died during his tenure - কোনগৰাকী উপ-ৰাষ্ট্ৰপতি কাৰ্যকালতে দেহাৱসান ঘটিছিল

  • Krishna Kant - কৃষ্ণ কান্ত
  • Zakir Hussain - জাকিৰ হুচেইন
  • Sarvapalli Radhakrishnan - সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • Fakruddin Ali Ahmed - ফকৰুদ্দিন আলি আহমদ

 

Q. Which of the following is not a nationally recognized party - তলৰ কোনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দল নহয়

  • BPF - বি পি এফ
  • Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছ
  • Bharatiya Janata Party - ভাৰতীয় জনতা দল
  • Janata Dal - জনতা দল

 

Q. The largest Lok Sabha constituency in India by area - পৰিসৰ অৰ্থাৎ মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ লোকসভাৰ সমষ্টিটো

  • Lakhimpur - লখিমপুৰ
  • Kaliabar - কলিয়াবৰ
  • Patiala - পাটিয়ালা
  • Ladakh - লাডাখ

 

Q. In which year was the Assam Association formed - ‘আসাম এছ'চিয়েচন’ কোন চনত গঠন হয়

  • In 1902 - ১৯০২ চনত
  • In 1903 - ১৯০৩ চনত
  • In 1904 - ১৯০৪ চনত
  • In 1905 - ১৯০৫ চনত

 

Q. Which of the following Bills must be passed separately by a special majority of both Houses of Parliament - তলৰ কোনখন বিল সংসদৰ দুয়ো সদনৰে বেলেগ বেলেগকৈ বিশেষ সংখ্যা গৰিষ্ঠতাৰ ভিত্তিত অনুমোদিত হ’ব লাগিব

  • Finance Bill - বিত্ত বিল
  • Ordinary Bills - সাধাৰণ বিল
  • Constitution Amendment Bill - সংবিধান সংশোধনী বিল
  • Not one - এটাও নহয়

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Which state of India has the highest number of seats reserved for Scheduled Tribes - ভাৰতৰ কোনখন ৰাজ্যত অনুসূচীত জনজাতিৰ বাবে সৰ্বাধিক সংখ্যক আসন সংৰক্ষিত আছে

  • Uttar Pradesh - উত্তৰ প্ৰদেশ
  • Madhya Pradesh - মধ্য প্ৰদেশ
  • Bihar - বিহাৰ
  • Jharkhand - ঝাৰখণ্ড

 

Q. How many members of the Indian Parliament make up the floor of the House - ভাৰতীয় সংসদৰ কিমানসংখ্যক সদস্যৰে সদনৰ থূল গঠিত হয়

  • One-twelfth of the total number of members of the House - সদনৰ মুঠ সদস্যৰ বাৰ ভাগৰ এভাগ
  • One-sixth of the total number of members of the House - সদনৰ মুঠ সদস্যৰ ছভাগৰ ভাগৰ এভাগ
  • One-tenth of the total membership of the House - সদনৰ মুঠ সদস্যৰ দহ ভাগৰ এভাগ
  • two-thirds of the total number of members of the House - সদনৰ মুঠ সদস্যৰ তিনি ভাগৰ দুভাগ

 

Q. The largest committee in Parliament is - সংসদৰ আটাইতকৈ ডাঙৰ কমিটীখন হ’ল

  • Performance Committee - কৰ্মনিৰ্ধাৰণ কমিটি
  • Public Accounts Committee - ৰাজহুৱা হিচাপৰক্ষণ কমিটী
  • Audit Committee - হিচাপকৰণ সমিতি
  • Not one - এটাও নহয়

 

Q. May introduce government bills - চৰকাৰী বিল উত্থাপন কৰিব পাৰে

  • A Minister of either House of Parliament - সংসদৰ যিকোনো এখন সদনৰ মন্ত্ৰীয়ে
  • Any Minister of Parliament - সংসদৰ যিকোনো মন্ত্ৰীয়ে
  • The President shall - ৰাষ্ট্ৰপতিয়ে
  • Only the Minister of Finance - কেৱল বিত্তমন্ত্ৰীয়ে

Q. The Jan Lokpal Bill relates to which of the following issues in India - 'জন লোকপাল বিল' ভাৰতবৰ্ষত তলৰ কোনটো বিষয়ৰ লগত জড়িত

  • Against corruption - দুৰ্নীতিৰ বিৰুদ্ধে
  • Constitutional Defenders - সাংবিধানিক ৰক্ষাকৰ্ছ
  • More responsibility to the administration - প্ৰশাসনক অধিক দায়িত্বঅৰ্পন
  • Not one - এটাও নহয়

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Who has called the Preamble the key to the Constitution - প্ৰস্তাবনাক কোনে সংবিধানৰ মূল চাবি - কাঠী বুলি অভিহিত কৰিছে

  • K M Munshi - কে এম মুন্সী
  • B R Ambedkar - বি আৰ আম্বেদকাৰ
  • Ardest Barker - আৰ্দেষ্ট বার্কাৰ
  • DD Bose - ডি ডি বসু

 

Q. 'The Preamble is the Zodiac of Sovereignty, Democracy, and Republic' — said the saying - 'প্রস্তাৱনা হৈছে সাৰ্বভৌমত্ব, গণতন্ত আৰু প্রজাতন্ত্ৰৰ ৰাশিফল' — কথাষাৰ কৈছিল

  • K M Munshi - কে এম মুন্সী
  • Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
  • DD Bose - ডি ডি বসু
  • B R  Ambedkar - বি আৰ আম্বেদকাৰ

 

Q. Right to Information for Indians - তথ্য জনাৰ অধিকাৰ ভাৰতবাসীৰ বাবে

  • Jurisdiction - ন্যায়িক অধিকাৰ
  • Fundamental Rights - মৌলিক অধিকাৰ
  • Constitutional Rights - সাংবিধান অধিকাৰ
  • Not one - এটাও নহয়

 

Q. Which of the following rights under the Constitution of India is a human right and fundamental right - ভাৰতীয় সংবিধানৰ তলৰ কোনটো অধিকাৰ মানৱ অধিকাৰ তথা মৌলিক অধিকাৰৰ অন্তৰ্গত

  • The right to build a house - ঘৰ বনোৱাৰ অধিকাৰ
  • Right of Information - তথ্যজনাৰ অধিকাৰ
  • Right to Education - শিক্ষাৰ অধিকাৰ
  • Right to work - কাম কৰাৰ অধিকাৰ

 

Q. Which part of the Constitution contains or contains details about citizenship - সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ বিষয়ে সবিশেষ উল্লেখ বা সন্নিবিষ্ট আছে

  • Part I - প্রথম অংশ
  • Second - দ্বিতীয়
  • Third - তৃতীয়
  • Fourth - চতুৰ্থ

 

Q. Which amendment to the Constitution recognizes Meghalaya as a full-fledged state - সংবিধানৰ কিমানতম সংশোধনী মতে মেঘালয়ে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে

  • According to the Seventeenth Amendment of - 1964 চনৰ সপ্তদশ সংশোধনী মতে
  • 1966 According to the Twenty-ninth Amendment - 1966 উনবিংশতিতম সংশোধনী মতে
  • 1969 According to the Twenty-second Amendment - 1969 দ্বাবিংশতিতম সংশোধনী মতে
  • 1971 According to the Twenty-fourth Amendment - 1971 চতুৰ্বিংশতিতম সংশোধনী মতে

 

Q. Who is the Chief Law Officer of the Government of India - ভাৰত চৰকাৰৰ মুখ্য আইন বিষয়া কোন

  • The Chief Justice of the Supreme Court - উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
  • Attorney General of India - এটৰ্নী জেনেৰেল অব্‌ ইণ্ডিয়া
  • The President - ৰাষ্ট্ৰপতি
  • The Minister of Law - আইনমন্ত্ৰী

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Which two of the following states have the same capital and the same High Court - তলৰ কোন দুখন ৰাজ্যৰ একে ঠাইতে ৰাজধানী থকাৰ উপৰি উচ্চ ন্যায়ালয়ো একেখন

  • Jammu - Kashmir and Haryana - জন্মু - কাশ্মীৰ আৰু হাৰিয়ানা
  • Punjab and Haryana - পঞ্জাৱ আৰু হাৰিয়ানা
  • Himachal Pradesh and Punjab - হিমাচল প্ৰদেশ আৰু পঞ্জাৱ
  • Himachal Pradesh and Haryana - হিমাচল প্রদেশ আৰু হাৰিয়ানা

 

Q. In which year did the Sino-Indian War take place - চীন - ভাৰতৰ যুদ্ধ কিমান চনত হয়

  • In 1957 - ১৯৫৭ চনত
  • In 1955 - ১৯৫৫ চনত
  • In the 1960s - ১৯৬০ চনত
  • In 1962 - ১৯৬২ চনত

 

Q. Who is the first woman Vice-Speaker of the Assam Legislative Assembly - অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষাগৰাকী কোন

  • Renupama Rajkhowa - ৰেণুপমা ৰাজখোৱা
  • Baneli Khangmen - বনেলি খংমেন
  • Pranati Fukan - প্রণতি ফুকন
  • Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী

 

Q. Who was the first woman minister of Assam - অসম প্রথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল

  • Hemprabha Shaikia - হেমপ্ৰভা শইকীয়া
  • Bonelli Khangmen - বনেলি খংমেন
  • Mavis Dann - মেভিচ ড্যান
  • Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Who is the first woman Judge of Guwahati High Court - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী কোন

  • Rupam Kurmi - ৰূপম কুৰ্মী
  • Mavis Dann - মেভিচ ড্যান
  • Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
  • Mira Sharma - মীৰা শৰ্মা

 

Q. Who was the first Governor of independent Assam - স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল

  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • Sir Saleh Muhammad Akbar Hydari - ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী
  • Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ

 

Q. Who was the first Chief Minister of Assam - অসমৰ প্রথম মুখ্যমন্ত্ৰীগৰাকী কোন

  • Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
  • Tarun Ram Fukan - তৰুণৰাম ফুকন
  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ

 

Q. Who was the first Chief Minister of Assam before independence - স্বাধীনতাৰ আগৰ অসমৰ প্রথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল

  • Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
  • Tarun Ram Fukan - তৰুণৰাম ফুকন
  • Syed Sir Muhammad Sadullah - চৈয়দ ছাৰ মহম্মদ ছাদুল্লা
  • Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved