Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Indian Polity MCQ with Answer, Part - 3

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. At which Congress session did the Congress declare 'Swaraj' as its goal - কোনখন কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ’লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে

  • At the 1885 Bombay Session - ১৮৮৫ চনৰ বোম্বাই অধিৱেশনত
  • In the 1906 Calcutta Session - ১৯০৬ চনৰ কলিকতা অধিৱেশনত
  • At the 1907 Surat session - ১৯০৭ চনৰ চুৰাট অধিৱেশনত
  • In the Nagpur session of 1920 - ১৯২০ চনৰ নাগপুৰ অধিৱেশনত

 

Q. ............................In which session of the Congress was the demand for 'Purn Swaraj' or independence for India and the proposal of 'Lawless Movement' - কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতৰ বাবে ‘পূৰ্ণ স্বৰাজ’ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে ‘আইন অমান্য আন্দোলন’ৰ প্ৰস্তাৱ লোৱা হৈছিল

  • At the 1922 Gaya session - ১৯২২ চনৰ গয়া অধিৱেশনত
  • At the 1927 Madras Session - ১৯২৭ চনৰ মাদ্ৰাজ অধিৱেশনত
  • At the Lahore session of 1929 - ১৯২৯ চনৰ লাহোৰ অধিৱেশনত
  • At the 1920 Nagpur session - ১৯২০ চনৰ নাগপুৰ অধিৱেশনত

 

Q. Who were the Governors General of India during the Lawless Movement - আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন কোন আছিল

  • Lord Reading - Lord Lytton - লৰ্ড ৰিডিং - লৰ্ড লিটন
  • Lord Irwin - Lord Willingdon - লৰ্ড আৰউইন - লৰ্ড উইলিংডন
  • Lord Hardinges - Lord Samsford - লৰ্ড হাৰ্ডিংচ - লৰ্ড চেমচ্ফ'ৰ্ড
  • Lord Minto - Lord Mountbatten - লৰ্ড মিণ্টো - লৰ্ড মাউণ্ট বেটেন

 

Q. Who was the Governor General of India during the Quit India Movement - ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল

  • Lord Willingdon - লৰ্ড উইলিংডন
  • Lord Reading - লৰ্ড ৰিডিং
  • Lord Linlithgow - লৰ্ড লিনলিথগো
  • Lord Mountbatten - লৰ্ড মাউণ্ট বেটেন

 

Q. Cunningham Circular was issued - কানিংহাম চাৰ্কুলাৰ জাৰি হৈছিল

  • April 14, - ১৯৩০ চনৰ ১৪ এপ্ৰিল
  • 6 May - ১৯৩০ চনৰ ৬ মে
  • May 19, 1930 - ১৯৩০ চনৰ ১৯ মে
  • 19 June - ১৯৩০ চনৰ ১৯ জুন

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. In which year did the rule of the British East India Company end in India - কোন চনত ভাৰতত ব্ৰিটিছইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল

  • In 1857 AD - ১৮৫৭ খ্ৰীঃত
  • In 1858 - ১৮৫৮ খ্ৰীঃত
  • In 1861 AD - ১৮৬১ খ্ৰীঃত
  • In 1847 AD - ১৮৪৭ খ্ৰীঃত

 

Q. In which year was the capital of India shifted from Kolkata to Delhi - কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়

  • On 12 April - ১৯১০ চনৰ ১২ এপ্ৰিলত
  • On 12 April 1912 - ১৯১২ চনৰ ১২ এপ্রিলত
  • On 15 April - ১৯১৪ চনৰ ১৫ এপ্ৰিলত
  • On April 18, 1917 - ১৯১৭ চনৰ ১৮ এপ্ৰিলত

 

Q. Who is the father of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন

  • Mahatma Gandhi - মহাত্মা গান্ধী
  • Annie Bechant - এনি বেচান্ত
  • Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
  • Alan Octavian Hume - এলান অক্টেভিয়ান হিউম

 

Q. When did the Bengal Breakdown Movement take place - বংগ ভংগ আন্দোলন কেতিয়া হৈছিল

  • In 1902 - ১৯০২ চনত
  • In 1903 - ১৯০৩ চনত
  • In 1905 - ১৯০৫ চনত
  • In 1907 - ১৯০৭ চনত

 

Q. In what year did the Sepoy Mutiny begin - চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হয়

  • In 1757 - ১৭৫৭ চনত
  • In 1657 - ১৬৫৭ চনত
  • In 1847 - ১৮৪৭ চনত
  • In 1857 - ১৮৫৭ চনত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Who was the first martyr of the Sepoy Mutiny of - ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন

  • Bhagat Singh - ভগত সিং
  • Tirat Singh - টিৰত সিং
  • Mangal Pandey - মংগল পাণ্ডে
  • Subhash Bose - সুভাষ বসু

 

Q. Who led the first non-Congress Coalition Government in Assam - অসমত প্ৰথমখন অ-কংগ্ৰেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল

  • Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
  • Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
  • Rose Barbara - গোলাপ বৰবৰা
  • Syed Muhammad Sadullah - চৈয়দ মহম্মদ ছাদুল্লা

 

Q. In which year was the first non-Congress (Janata Dal) government of Assam formed - অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল

  • In 1947 - ১৯৪৭ চনত
  • In 1978 - ১৯৭৮ চনত
  • In the 1980s - ১৯৮০ চনত
  • In 1985 - ১৯৮৫ চনত

 

Q. Who was the Chief Minister of the first non-Congress government in Assam - অসমত প্ৰথমখন অ-কংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল

  • Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
  • Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
  • Gulap Barbara - গোলাপ বৰবৰা
  • Prafulla Kumar Mahanta - প্ৰফুল্ল কুমাৰ মহন্ত

 

Q. Which state has the largest number of seats in the Rajya Sabha (31) - ৰাজ্যসভাৰ সৰ্বাধিক আসন (31 খন) কোনখন ৰাজ্যৰ

  • Bihar - বিহাৰ
  • Tamil Nadu - তামিলনাডু
  • Rajasthan - ৰাজস্থান
  • Uttar Pradesh - উত্তৰ প্ৰদেশ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Year in which the Congress lost power at the Center for the first time - কেন্দ্ৰত প্ৰথমবাৰলৈ কংগ্ৰেছদলে শাসন গাদী হেৰুওৱাৰ বৰ্ষটো

  • 1967 - ১৯৬৭ চন
  • 1977 - ১৯৭৭ চন
  • 1989 - ১৯৮৯ চন
  • 1991 - ১৯৯১ চন

 

Q. Which of the following is not included in the State Schedule under the Constitution - তলৰ কোনটো বিষয় সংবিধানৰ অন্তৰ্গত ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত নহয়

  • Police - আৰক্ষী
  • Prisons - কাৰাগাৰ
  • Law and Order - আইন শৃংখলা
  • Crimes Act - অপৰাধ অধিনিযম

 

Q. How many states in India have bicameral legislatures - ভাৰতৰ কিমানখন ৰাজ্যত দ্বিসদনযুক্ত বিধানসভা আছে

  • Five - পাঁচখন
  • Six - ছয়খন
  • Four - চাৰিখন
  • Three - তিনিখন

 

Q. How many times has the Preamble of the Constitution of India been amended so far - ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা বৰ্তমানলৈকে কিমানবাৰ সংশোধন কৰা হৈছে

  • Once - এবাৰ
  • Twice - দুবাৰ
  • Three times - তিনিবাৰ
  • Not once has it been amended - এবাৰো সংশৌধন হোৱা নাই

 

Q. The person who served as the Prime Minister of India for the shortest period (13 days) in the parliamentary history of India - ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসত আটাইতকৈ কম সময়ৰ (১৩ দিন) বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ব্যক্তিগৰাকী

  • Chowdhury Charan Singh - চৌধুৰী চৰণ সিং
  • VP Singh - ভি পি সিং
  • Atal Bihari Vajpayee - অটল বিহাৰী বাজপেয়ী
  • Lal Bahadur Shastra - লালবাহাদুৰ শাস্ত্ৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. The Prime Minister who never visits Parliament - সংসদলৈ এবাৰো নোযোৱা প্ৰধানমন্ত্ৰী গৰাকী

  • Gulzarilal Nanda - গুলজাৰীলাল নন্দা
  • Chowdhury Charan Singh - চৌধুৰী চৰণ সিং
  • Lal Bahadur Shastri - লাল বাহাদুৰ শাস্ত্ৰী
  • Not one - এজনো নহয়

 

Q. First Speaker of the Lok Sabha of India - ভাৰতৰ লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ

  • G V Mavalankar - জি ভি মাৱালংকাৰ
  • M A Iyengar - এম এ আয়েংগাৰ
  • Balaram Zakhar - বলৰাম জাখাৰ
  • GMC Balayogi - জি এম চি বালাযোগী

 

Q. In which year was the Communist Party of India formed - ভাৰতীয় কমিউনিষ্ট পাৰ্টি কোন চনত গঠন কৰা হয়

  • In 1921 - ১৯২১ চনত
  • In 1923 - ১৯২৩ চনত
  • In 1925 - ১৯২৫ চনত
  • In the 1930s - ১৯৩০ চনত

 

Q. When was the Communist Party of India (Marxist) formed - ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মার্ক্সবাদী) কেতিয়া গঠিত হৈছিল

  • In the 1950s - ১৯৫০ চনত
  • In 1955 - ১৯৫৫ চনত
  • In 1959 - ১৯৫৯ চনত
  • In 1964 - ১৯৬৪ চনত

 

Q. In which year was the Bharatiya Janata Party formed - কোন চনত ভাৰতীয় জনতা পাৰ্টি গঠিত হয়

  • In 1984 - ১৯৮৪ চনত
  • In 1982 - ১৯৮২ চনত
  • In 1980 - ১৯৮০ চনত
  • In 1978 - ১৯৭৮ চনত

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Which person organized the 'Goddar' group in the United States - কোনগৰাকী ব্যক্তিয়ে আমেৰিকাত ‘গড্ডৰ’ দল সংগঠিত কৰিছিল

  • Muhammad Ali Jinnah - মহম্মদ আলি জিন্না
  • Raja Mahendra Pratap - ৰাজা মহেন্দ্ৰ প্ৰতাপ
  • Lala Hardayal - লালা হৰদয়াল
  • Abdul Kalam Azad - আব্দুল কালাম আজাদ

 

Q. The person not associated with the Home - Rule movement - হোম - ৰুল আন্দোলনৰ লগত জড়িত নথকা ব্যক্তিজন

  • Subhash Chandra Bose - সুভাষ চন্দ্ৰ বসু
  • Annie Bechant - এনি বেচান্ত
  • Child - Gangadhar Tilak - বাল - গংগাধৰ তিলক
  • BP Wadia - বি পি ৱাড়িয়া A. Subhash Chandra Bose

 

Q. Was the main instigator of the all-party meeting held in Delhi in February - 1928 চনৰ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত সৰ্বদলীয় সভাখনৰ মূল উদ্যোক্তা আছিল

  • Swaraj Dal - স্বৰাজ দল
  • Muslim Leal - মুছলীম লীল
  • National Congress - জাতীয় কংগ্ৰেছ
  • Not one - এটাও নহয় C. National Congress

 

Q. The Congress party was declared 'illegal' - কংগ্ৰেছ দলটোক 'বে - আইনী' বুলি ঘোষণা কৰা হয়

  • During World War I - প্রথম বিশ্বযুদ্ধৰ সময়ত
  • Upon withdrawal of the Simon Commission - চাইমন কমিছন প্ৰত্যাহাৰৰ সময়ত
  • For not participating in the first round table - প্রথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ নকৰাৰ বাবে
  • Due to the spread of lawless movements - আইন অমান্য আন্দোলন বিয়পি পৰাৰ বাবে

 

Q. First woman Chief Minister of India - ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী

  • Mayawati - মায়াৱতী
  • Mamata Banerjee - মমতা বেনাজী
  • Sarojini Naidu - সৰোজিনী নাইডু
  • Sucheta Kripalini - সুচেতা কৃপালিনী

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved