| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q. How often is the Finance Commission constituted - কিমান বছৰৰ মূৰে মূৰে বিত্ত আয়োগ গঠিত হয়
Q. Who presided over the formation of the Assam Rayat Sangha -‘অসম ৰায়ত সংঘ’ কাৰ সভাপতিত্বত গঠিত হয়
Q. When was the 'Jorhat Sarbajan Sabha' born - ‘যোৰহাট সাৰ্বজনিক সভা’ৰ জন্ম কেতিয়া হৈছিল
Q. Who was the first President of India - ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন
Q. First Prime Minister of India - ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. The President shall serve for two terms, ie twice - দুটা কাৰ্যকালৰ বাবে অৰ্থাৎ দুবাৰকৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাষ্ট্ৰপতি গৰাকী
Q. How many articles of the Constitution provide for the appointment of the Governor - ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে
Q. When was the Assam Provincial Congress Committee formed - অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল
Q. According to which amendment to the Constitution of India, the new name of Orissa was changed to Orissa - ভাৰতীয় সংবিধানৰ কোন সংশোধনী অনুসৰি উৰিষ্যাৰ নতুন নাম ওড়িশা কৰা হয়
Q. The Schedule not mentioned in the Constitution with respect to the distribution of powers between the Central and State Governments is - কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ ক্ষেত্ৰত সংবিধানত উল্লেখ নথকা সূচীখন হ'ল
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. In which year did Meghalaya, formerly part of Greater Assam, secede from Assam and become a full-fledged state - পূৰ্বে বৃহত্তৰ অসমৰ লগত থকা মেঘালয়ে কিমান চনত অসমৰ পৰা আঁতৰি পূৰ্ণাংগ ৰাজ্যৰ মৰ্য্যদা পায়
Q. Sikkim became part of India under which amendment to the Constitution of India - ভাৰতীয় সংবিধানৰ কিমানতম সংশৌধনী অনুসৰি চিক্কিম ভাৰতৰ অৰ্ত্তভুক্ত হয়
Q. Which of the following functions cannot be performed by the President of India - ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তলৰ কোনটো কাৰ্য কৰিব নোৱাৰে
Q. Which amendment to the Constitution raised the age of universal suffrage in India to 18 years instead of the previous 21 years - সংবিধানৰ কিমানতম সংশোধনী মতে ভাৰতৰ সাৰ্বজনীন ভোটাধিকাৰৰ বয়স পূৰ্বৰ ২১ বছৰৰ পৰিৱৰ্তে ১৮ বছৰলৈ হাস কৰা হয়
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. What is the first (1 October 1953) state of India to be formed on the basis of language - ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ সৰ্বপ্ৰথম (১৯৫৩ চনৰ ১ অক্টোবৰ) ৰাজ্যখন কি
Q. In which Article of the Constitution the word 'Cabinet' is mentioned or contained - ‘Cabinet’ শব্দটো সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ বা সন্নিবিষ্ট আছে
Q. Who was the first Vice-Speaker of the Lok Sabha - লোকসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষ কোন আছিল
Q. First woman Speaker of the Lok Sabha - লোকসভাৰ প্রথম গৰাকী মহিলা অধ্যক্ষ
Q. First woman President of India - ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি
ADRE (Study Materials)
| Grade III | Grade IV |
Q. Zero Hour of Parliament begins - সংসদৰ 'শূন্যকাল' (Zero Hour) আৰম্ভ হয়
Q. In 1956, Andhra Pradesh was recognized as a new state. Which of the following was the capital of Andhra Pradesh in its earlier stage - 1956 চনত অন্ধ্ৰপ্ৰদেশে নতুন ৰাজ্যৰ স্বীকৃতি লাভ কৰে। ইয়াৰ আগৰ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী তলৰ কোনখন আছিল
Q. Which of the following persons was the Finance Minister of the Interim Govt in 1946-1947 - তলৰ কোনগৰাকী ব্যক্তি 1946-1947 চনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ (Interim Govt-) বিত্তমন্ত্ৰী আছিল
Q. First Law Minister of India - ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰী
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. Which of the following Presidents of India served as the Principal Secretary of the Non-Aligned Movement - তলৰ কৌনগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গোষ্ঠী নিৰপেক্ষ আন্দোলন (Non-Aligned Movement) প্রধান সচিবৰ পদত অধিষ্ঠিত হৈছিল
Q. Which of the following is not a person who holds the post of Deputy Prime Minister of India - তলৰ কোনগৰাকী ব্যক্তি ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি নহয়
Q. Who was the first President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল
Q. The Indian National Congress was established - ভাৰতীয় জাতীয় কংগ্ৰেছপ্ৰতিষ্ঠা হৈছিল
Q. First woman President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী
Q. Non-cooperation movement begins - অসহযোগ আন্দোলন আৰম্ভ হয়
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved