| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q. Which amendment to the Constitution raises the age of voting from 21 to 18 years - সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ ২১ বছৰৰ পৰা ১৮ বছৰ কৰা হয়
Q. The minimum age of the Governor of a State must be - এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স হ'ব লাগিব
Q. Which parliamentary constituency does the current Speaker of the Lok Sabha Om Bilai represent - বর্তমান লোকসভাৰ অধ্যক্ষ ওম বিলাই, কোন সংসদীয় সমষ্টিক প্রতিনিধিত্ব কৰে
Q. The first two states in India to establish Panchayati Raj in - ১৯৫৬ চনত পঞ্চায়তীৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য দুখন
Q. Census of India is conducted every ---------------- year - ভাৰতৰ লোকপিয়ল প্রতি ---------------- বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়
Q. The Vice-President of India is elected by which special elected group - ভাৰতৰ উপৰাষ্ট্ৰপতিক কোনখন বিশেষ নির্বাচিত গোটৰ দ্বাৰা নিৰ্বাচন কৰা হয়
Q. Which tree branch appears on the United Nations flag - ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায়
Q. How many years does an advocate have to practice in the High Court to be appointed as a Supreme Court judge - উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগে
Q. How many years does the Chief Election Commissioner of India hold office - ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তই কাৰ্যভাৰ কিমান বছৰৰ বাবে গ্ৰহণ কৰে
Q. The term of office of each Panchayat is five years - প্রতিখন পঞ্চায়তৰ কাৰ্যকাল পৰা পাঁচ বছৰ কৰা হয়
Q. Who is the Supreme Commander of the Armed Forces in India - ভাৰতত সশস্ত্র বাহিনীৰ সৰ্বাধিনায়ক (Supreme Commander of the Armed Forces) কোন
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. The term of office of a member of the Rajya Sabha is - ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হৈছে
Q. Who decides whether a bill is a finance bill or not - বিধেয়ক এখন বিত্ত বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত লয়
Q. If the Speaker of the Lok Sabha wants to resign before the expiry of his term, who does he give his resignation letter to - লোকসভাৰ অধ্যক্ষই তেওঁৰ কাৰ্যকাল উকলি যোৱাৰ আগতেই পদত্যাগ কৰিব বিচাৰে, তেন্তে তেওঁ কাক পদত্যাগ পত্র দিয়ে
Q. According to the Constitution of India, there is the right to property - ভাৰতৰ সংবিধান অনুসৰি সম্পত্তিৰ অধিকাৰ হৈছে
Q. Who prepared the first draft Constitution of India - ভাৰতৰ প্ৰথম খচৰা সংবিধান কোনে প্ৰস্তুত কৰিছিল
Q. Who was the Chairman of the Draft Committee of the Constituent Assembly - সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল
Q. What is the Upper House known as in the Parliament of India - ভাৰতৰ সংসদত উচ্চ সদনক কি বুলি জনা যায়
Q. In which year was the Indian Independence Act passed by the British Parliament - কিমান চনত ভাৰতীয় স্বাধীনতা আইন ব্ৰিটিছ সংসদৰ দ্বাৰা গৃহীত কৰা হয়
Q. Which constitutional article prescribes the provision of National Commission for Scheduled Castes and Scheduled Tribes - কোনটো সাংবিধানিক অনুচ্ছেদত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে
Q. Which of the following countries has introduced dual citizenship - তলৰ কোনখন দেশে দ্বৈত নাগৰিকত্বৰ প্ৰবৰ্তন কৰিছে
Q. What is the second most spoken language in India after Hindi - ভাৰতত হিন্দীৰ পিছতে সৰ্বাধিক কথিত ভাষাটো কি
Q. When are the fundamental rights of the Constitution of India suspended - কেতিয়া ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ নিলম্বন কৰা হয়
Q. The first political party in India - ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল
Q. The Indian National Congress was born - ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল
Q. It was the first organization to enter the international arena as a defender of human rights in the modern world - আধুনিক বিশ্বত মানৱ অধিকাৰৰ ৰক্ষক হিচাপে আন্তৰ্জাতিক স্তৰত ভুমুকি মৰা প্ৰথমটো সংস্থা হ'ল
Q. Who is the person who has held the seat of Vice President since 11 August 2017 - ১১ আগষ্ট ২০১৭ চনৰ পৰা বৰ্তমানলৈ উপ-ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰ ব্যক্তিগৰাকী কোন
Q. What is the number of union territories in India - ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান
Q. The Union Territories of India at present - ভাৰতত সম্প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন
Q. What is the main sign of citizenship of India - ভাৰতৰ নাগৰিকত্বৰ প্ৰধান লক্ষণ কি
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved