Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Polity MCQ with Answer, Part - 3

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. In which year was the first High Court of Assam (Guwahati High Court) established -অসমৰ প্রথম উচ্চ ন্যায়ালয় (গুৱাহাটী হাইকোৰ্ট) কিমান চনত স্থাপিত হয়

  • In 1948 - ১৯৪৮ চনত
  • In 1950 - ১৯৫০ চনত
  • In 1955 - ১৯৫৫ চনত
  • In 1960 - ১৯৬০ চনত

 

Q. Appoints vice-chancellors of universities - বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে

  • The Chief Minister - মুখ্য মন্ত্ৰীয়ে
  • The Governor - ৰাজ্যপালে
  • The Prime Minister - প্ৰধান মন্ত্ৰীয়ে
  • The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে

 

Q. Who appoints the judges of the High Court - উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে

  • The Governor - ৰাজ্যপালে
  • The Chief Minister - মুখ্য মন্ত্ৰীয়ে
  • The President shall - ৰাষ্ট্ৰপতিয়ে
  • The Prime Minister - প্রধান সন্ত্ৰীয়ে

 

Q. Who is vested with the power to convene, dissolve and adjourn sessions of the Legislative Assembly - বিধান সভাৰ অধিবেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে

  • The President - ৰাষ্ট্ৰপতিৰ
  • Governor's - ৰাজ্যপালৰ
  • The Chief Minister - মুখ্যমন্ত্ৰীৰ
  • The Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষৰ

 

Q. The animal Sangai is found in - ছাংঘাই ক'ত পোৱা যায়

  • Keibul Lamjao National Park - কেইবুল লামজাও ৰাষ্ট্রীয় উদ্যান
  • Kaziranga National Park - কাজিৰঙা বাস্ত্রীয় উদ্যান
  • Namdapha National Park - নামদাফ বাষ্ট্রীয় উদ্যান
  • Nokrek National Park - নোক্রেক ৰাষ্ট্রীয় উদ্যান

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Who won the Whitley Award, also known as the Green Oscar for the efforts protecting the Greater Adjutant Stork - তলৰ কোনগৰাকী ব্যক্তিয়ে গ্রীণ অস্কাৰ বুলি জনাজাত হুইটলী বঁটা গ্রেটাৰ এডজুটেন্ট উর্কক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাৰ বাবে লাভ কৰিছিল

  • Purnima Devi Barman - পূর্ণিমা দেবী বর্মন
  • Birubala Rabha - বিৰুবালা ৰাভা
  • Jadav Payeng - জাদৱ পায়েং
  • Rohit Choudhury - ৰোহিত চৌধুৰী

 

Q. Which one of the following pairs (Schedule-Subjects) is not correctly matched - তলৰ কোনযোৰৰ (অনুসূচী-বিষয়) সঠিকভাবে মিল নাই

  • Third Schedule: Forms of Oaths or Affirmations - তৃতীয় অনুসূচী: শপত বা দৃঢ়তাৰ বৰূপ
  • Tenth Schedule: Provisions as to disqualification on ground of defection - দশম অনুসূচী: দল পৰিবৰ্তনৰ ভিত্তিত অযোগ্য ঘোষণাৰ বিধান
  • Eight Schedule: Language - অষ্টম অনুসূচী: ভাষা
  • Ninth Schedule: Allocation of seats in the Council of states - নৱম অনুসূচী: বাজ্য পৰিষদত আসন আবন্টন

 

Q. The Indian Constitution is divided into ................. parts - ভাৰতীয় সংবিধান ......................... অংশত বিভক্ত

  • 16
  • 24
  • 22
  • 25

 

Q. Which of the following Entry is subject of Concurrent List - তলৰ কোনটো বিকল্প সমান্তৰাল তালিকাৰ বিষয়

  • Population control and family planning - জনসংখ্যা নিয়ন্ত্রণ আৰু পৰিয়াল পৰিকল্পনা
  • Public health and sanitation - জনস্বাস্থ্য আৰু অনাময় ব্যবস্থা
  • Per-person Tax - প্রতিজন ব্যক্তিৰ কৰ
  • Treasure Travel - ট্রেজাৰ ট্রেভেল

 

Q. Who is the Head of State Administration -ৰাজ্যিক প্ৰশাসনৰ মুৰবী কোন

  • Governor - ৰাজ্যপাল
  • The Chief Minister - মুখ্য মন্ত্ৰী
  • The Commissioner - আয়ুক্ত
  • The Chief Justice of the Court - ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Who appoints the Governor -ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে

  • The Vice-President - উপৰাষ্ট্পতিয়ে
  • The Chief Minister - মুখ্য মন্ত্ৰীয়ে
  • The President - ৰাষ্ট্ৰপতিয়ে
  • The Prime Minister - প্রধান মন্ত্ৰীয়ে

 

Q. Which act provided the establishment of a public service commission in India - কোনখন আইনে ভাৰতত জনসেবা আয়োগ গঠনৰ ব্যৱস্থা কৰিছিল

  • Government of India Act 1857 - ভাৰত চৰকাৰৰ আইন, 1857
  • Government of India Act 1909 - ভাৰত চৰকাৰৰ আইন, 1909
  • Government of India Act 1919 - ভাৰত চৰকাৰ আইন, 1919
  • Government of India Act 1935. - ভাৰত চৰকাৰ আইন, 1935

 

Q. In which year Lord Canning established the portfolio system - কোন বছৰত লর্ড কেনিতে পর্টফলিঅ ব্যৱস্থা স্থাপন কৰিছিল

  • 1858
  • 1861
  • 1859
  • 1862

 

Q. The term of the Chief Minister is over -মুখ্যমন্ত্ৰীৰ কাৰ্যকাল হল

  • 4 years - ৪ বছৰ
  • 5 years - ৫ বছৰ
  • 6 years - ৬ বছৰ
  • 10 years - ১০ বছৰ

 

Q. The term of the Council of Ministers is over -মন্ত্ৰী পৰিষদৰ কাৰ্যকাল হ’ল

  • 4 years - ৪ বছৰ
  • 6 years - ৬ বছৰ
  • 5 years - ৫ বছৰ
  • 10 years - ১০ বছৰ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. The Chief Minister is appointed by the Governor of the Constitution -মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে সংবিধানৰ

  • Section 164(1) - ১৬৪ (১) নং অনুচ্ছেদমূতে
  • In accordance with Article 165(1) - ১৬৫ (১) নং অনুচ্ছেদমতে
  • In accordance with Article 163(1) - ১৬৩ (১) নং অনুচ্ছেদমতে
  • In accordance with Article 155(1) - ১৫৫ (১) নং অনুচ্ছেদমতে

 

Q. Which one amongst the following mobile theatre (Bhryamyaman) groups is the oldest - তলৰ কোনখন ভ্রাম্যমাণ থিয়েটাৰ আটাইতকৈ পুৰণি

  • Natraj Theatre - নটৰাজ থিয়েটাৰ
  • Bhagyadevi Theatre - ভাগ্যদেবী থিয়েটাৰ
  • Kohinoor Theatre - কহিনুৰ থিয়েটাৰ
  • Awahon Theatre - আবাহন থিয়েটাৰ

 

Q. The first Assamese writer to receive the Jnanpith Award was - জ্ঞানপীঠ বঁটা বিজয়ী প্রথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল

  • Mamoni Roisom Goswami - মামণি ৰয়ছম গোস্বামী
  • Bhabendra Nath Saikia - ভবেন্দ্র নাথ শইকীয়া
  • Yese Dorje Thongsi - য়েছে দৰজে ঠংচি
  • Birendra Kumar Bhattacharya - বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য

 

Q. He chaired the meeting of the State Cabinet -ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে

  • The Prime Minister - প্রধানমন্ত্ৰীয়ে
  • The President shall - ৰাষ্ট্ৰপতিয়ে
  • The Chief Minister - মুখ্যমন্ত্ৰীয়ে
  • The Governor - ৰাজ্যপালে

 

Q. Which one of the following is not true about Fundamental Rights - মৌলিক অধিকাৰৰ বিষয়ে তলৰ কোনটো উক্তি সত্য নহয়

  • Fundamental Rights are justiciable in nature - মৌলিক অধিকাৰ ন্যায়সংগত প্ৰকৃতিৰ
  • Fundamental rights in our constitution are more elaborated than the USA's Fundamental rights - আমাৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহ আমেৰিকাৰ মৌলিক অধিকাৰতকৈ অধিক বিশদ
  • Fundamental rights are meant to promote the idea of social and economic democracy - মৌলিক অধিকাৰৰ উদ্দেশ্য হৈছে সামাজিক আৰু অর্থনৈতিক গণতন্ত্ৰৰ ধাৰণাটোক প্ৰসাৰিত কৰা
  • Fundamental rights are essential for the overall development (material, intellectual, moral, and spiritual) of individuals - ব্যক্তিৰ সামগ্রিক বিকাশৰ বাবে (বস্তুগত, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক)

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Which of the following is the soul of the Constitution - তলৰ কোনটো বিকল্পক সংবিধানৰ আত্মা হিচাপে জনা যায়

  • Fundamental rights
  • DPSP
  • Article 32
  • Article 50

 

Q. The Chief Minister and other Ministers should take oath before taking office -মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্রহণ কৰিব লাগে

  • To the President - ৰাষ্ট্ৰপতিৰ ওচৰত
  • To the Prime Minister - প্রধান মন্ত্ৰীৰ ওচৰত
  • To the High Court - উচ্চ ন্যায়ালয়ৰ ওচৰত
  • To the Governor - ৰাজ্যপালৰ ওচৰত

 

Q. What is the minimum number of members of the Assembly -বিধান সভাৰ নিম্নতম সদস্য সংখ্যা কিমান হ’ব লাগে

  • 40 people - ৪০ জন
  • 60 people - ৬০ জন
  • 80 people - ৮০ জন
  • 50 people - ৫০ জন

 

Q. The Right to property has been eliminated from the list of Fundamental Rights by which Amendment Act - কোনখন সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছে

  • 44th Ammendment Act - 44 তম্ সংশোধনী আইন
  • 73rd Amendment Act - 73 তম্ সংশোধনী আইন
  • 46th Amendment Act - 46 তম্ সংশোধনী আইন
  • 82nd Ammendment Act - 82 তম্ সংশোধনী আইন

 

Q. Which of the following article state that no discrimination can be done on the basis on race, caste, sex and place of birth - তলৰ কোনটো প্রবন্ধত উল্লেখ আছে যে জাতি, বর্ণ, লিংগ আৰু জন্মস্থানৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য কৰিব নোৱাৰিব

  • Article 18
  • Article 15
  • article 17
  • Article 16

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Which part of the constitution is called the Magna Carta of India - সংবিধানৰ কোনটো অংশক ভাৰতৰ প্রধান দলিল (মেগনা কার্টা) বুলি কোৱা হয়

  • Part II
  • Part IV
  • Part III
  • Part IV-A

 

Q. What is the maximum number of members of the Assembly -বিধান সভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ’ব লাগে

  • 500 people - ৫০০ জন
  • 600 people - ৬০০ জন
  • 126 people - ১২৬ জন
  • 300 people - ৩০০ জন

 

Q. How many voters does an Assembly constituency usually consist of -সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধান সভাৰ একোটা সমষ্টি গঠিত হয়

  • 65,000 people - ৬৫,০০০ জন
  • 70,000 people - ৭০,০০০ জন
  • 75,000 people - ৭৫,০০০ জন
  • 80,000 people - ৮০,০০০ জন

 

Q. Which one of the following determiner that the Indian Constitution is Federal - তলৰ কোনটো কাৰণত ভাৰতীয় সংবিধান যুক্তৰাষ্ট্রীয় (ফেডাবেল) সংবিধান

  • An Independent Judiciary - এটা স্বতন্ত্র ন্যায়পালিকা
  • A written and rigid Constitution - লিখিত আৰু কঠোর সংবিধান
  • Vesting of residuary powers with the centre - কেন্দ্রৰ হাতত অবশিষ্ট ক্ষমতা প্রদান
  • Distribution of powers between the centre and state - কেন্দ্র আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ

 

Q. Who was the Chairman of the Drafting Committee of the Constitution - সংবিধানৰ খচৰা প্রস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল

  • Dr. Rajendra Prasad - ড° ৰাজেন্দ্র প্রসাদ
  • Subhash Chandra Bose - সুভাষ চন্দ্র বসু
  • Dr. B.R. Ambedhkar - ড. বি আৰ আম্বেধকাৰ
  • Jawaharlal Nehru -জবাহৰলাল নেহৰু

 

Q. What is the minimum age of members of the State Legislative Assembly - ৰাজ্যিক বিধান সভাৰ সদস্যৰ ন্যুনতম বয়স কিমান হ’ব লাগে

  • 40 years - ৪০ বছৰ
  • 35 years - ৩৫ বছৰ
  • 30 years - ৩০ বছৰ
  • 25 years - ২৫ বছৰ

 

Q. Who runs the Assembly -বিধান সভা কোনে পৰিচালনা কৰে

  • The Governor - ৰাজ্যপালে
  • The Chief - মুখ্য
  • The Chairman - অধ্যক্ষই
  • The Council of Ministers - মন্ত্ৰী পৰিষদে

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved