Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Polity MCQ with Answer, Part - 2

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Who among the following was the chairperson of the Provincial Constitution Committee of the Constituent Assembly - তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনগৰাকী আছিল সংবিধান সভাৰ প্রাদেশিক সংবিধান সমিতিৰ অধ্যক্ষ

  • Sardar Vallabhbhai Patel - চর্দাৰ বল্লভভাই পেটেল
  • BN Rao - বি এন ৰাও
  • MK Gandhi - এম কে গান্ধী
  • J.B kripalani - জে বি কুপলানী

 

Q. Who gave the statement that the constituent assembly represented only one major community in India - সংবিধান সভাই ভাৰতত মাত্র এটা ডাঙৰ সম্প্রদায়'ক প্রতিনিধিত্ব কৰে বুলি কোনে বক্তব্য দিছিল

  • Naziruddin Ahmed - নাজিকদ্দিন আহমেদ
  • Granville Austin - গ্রেনভিল অষ্টিন
  • Lord Viscount Simon - লর্ড ভিছকাউন্ট চাইমন
  • Winston Churchill - উইন্সটন চার্চিল

 

Q. Ali-Aal-Ligang is an agri-based festival celebrated by the - কাৰ দ্বাৰা কৃষিভিত্তিক উৎসর আলি-আই-লুগাং পালন কৰা হয়

  • Bodo - বড়ো
  • Rabha - ৰাভা
  • Ahom - আহোম
  • Mishing - মিছিং

 

Q. Local Self-Government in Assam is divided into several parts - অসমৰ স্থানীয় স্বায়ত্ত শাসনক কেইটা ভাগত ভাগ কৰা হৈছে

  • 3 - ৩ টা
  • 2 - ২ টা
  • 4 - ৪ টা
  • 5 - ৫ টা

 

Q. The name of the person from Assam who participated in the 'Dandi Yatra' is as follows - 'দাণ্ডী যাত্রা'ত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম হ'ল

  • Chandradhar Baroua - চন্দ্ৰধৰ বৰুৱা
  • Liladhar Baroua - লীলাধৰ বৰুৱা
  • Conkalal Baroua - কনকলাল বৰুৱা
  • Karunakanta Baroua - কৰুণাকান্ত বৰুৱা

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. In which year was the first Janata Dal government formed in Assam - কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল

  • In 1980 - ১৯৮০ চনত
  • In 1987 - ১৯৮৭ চনত
  • In 1978 - ১৯৭৮ চনত
  • In 1982 - ১৯৮২ চনত

 

Q. What is the name of the first Chief Minister of the Janata Dal - ভাসনস্ত চৰকা কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি

  • Arup Barbara - অৰূপ বৰবৰা
  • Sharat Chandra Singh - শৰৎ চন্দ্র সিংহ
  • Golap Baroua - গোলাপ বৰুৱা
  • Bimala Prasad Chaliha - বিমলাপ্রসাদ চলিহা

 

Q. What is the name of the first woman Vice-Speaker of the Assam Assembly - অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষগৰাকীৰ নাম কি

  • Anwara Timur - আনোৱাৰা টাইমূৰ
  • Baneli Khangmen - বনেলি খংমেন
  • Guchibrarta Roy Chowdhury - গুচিব্ৰৰতা ৰায়চৌধুৰী
  • Renuka - ৰেণুকা

 

Q. Which article is talks about comptroller and auditor general - কোনটো অনুচ্ছেদত নিয়ন্ত্রক আৰু মহানিৰীক্ষকৰ কথা কোৱা হৈছে

  • 148
  • 133
  • 158
  • 154

 

Q. Which article empowered the President to constitute a GST Council by an order - কোনটো অনুচ্ছেদে ৰাষ্ট্রপতিক আদেশৰ জৰিয়তে জি এছ টি পৰিষদ গঠনৰ ক্ষমতা প্রদান কৰিছিল

  • 269
  • 268
  • 279A
  • 270

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. The judges of Supreme Court were appointed by - উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্রদান কৰে

  • President - ৰাষ্ট্রপতি
  • Vice president - উপ ৰাষ্ট্রপতি
  • Governor - ৰাজ্যপাল
  • Prime minister - প্রধানমন্ত্রী

 

Q. Which of the following is/are the World Heritage Sites declared by the UNESCO - তলৰ কোনটো ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা বিশ্ব ঐতিহ্য ক্ষেত্র

  • Kaziranga National Park - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  • Majuli - মাজুলী
  • Manas National Park - মানস ৰাষ্ট্রীয় উদ্যান
  • Both A and C - A আৰু C দুয়োটা

 

Q. Which one of the following dance forms is recognised as a National Dance - তলৰ কোনটো নৃত্যক ৰাষ্ট্রীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে

  • Bhangra - ভাংৰা
  • Kathakall - কথাকলী
  • Lavani - লাবনী
  • Dandiya - দাণ্ডিয়া

 

Q. Which Assamese person was the first President of the National Congress - কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল

  • Navkant Baroua - নৱকান্ত বৰুৱা
  • Devkant Baroua - দেৱকান্ত বৰুৱা
  • Bhubaneswar Kalita - ভূবনেশ্বৰ কলিতা
  • Not one - এটাও নহয়

 

Q. The Who was the Prime Minister of India during the Assam Accord - অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল

  • Jawaharlal Nehru - জৱাহৰলাল নেহৰু
  • Indira Gandhi - ইন্দিৰা গান্ধী
  • Rajiv Gandhi - ৰাজীৱ গান্ধী
  • Manmohan Singh - মনমোহন সিং

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. In which year was the Assam Provincial Congress Committee formed - অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল

  • On June 2, - ১৯২০ চনৰ ২ জুনত
  • On 5th June 1921 - ১৯২১ চনৰ ৫ জুনত
  • June 22, 1898 - ১৮৯৮ চনৰ ২২ জুনত
  • June 28, 1881 - ১৮৮১ চনৰ ২৮ জুনত

 

Q. Who is the person who participated from Gandhi’s ‘Dandi TAS Assam who violated the Loan Act - লোণ আইন ভংগ কৰা গান্ধীৰ ‘দাণ্ডী TAS অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন

  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Maniram Dewan - মণিৰাম দেৱান
  • Tarun Ram Fukan - তৰুণৰাম ফুকন
  • Liladhar Baroua - লীলাধৰ বৰুৱা

 

Q. Which part of the Indian constitution deals with the Government in the States - ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে

  • Part IV - চতুর্থ খণ্ড
  • Part V - পঞ্চম খণ্ড
  • Part VI - ষষ্ঠ খণ্ড
  • Part IX - নৱম খণ্ড

 

Q. Which of the Indian Constitution's given Article has the right to education incorporated as fundamental rights - ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তর্ভুক্ত কৰা হৈছে

  • Article 15
  • Article 21A
  • Article 21
  • Article 23

 

Q. Which of the given Articles of the Indian Constitution empowers the President to grant pardons to any person - ভাৰতীয় সংবিধানব কোনটো অনুচ্ছেদে ৰাষ্ট্রপতিক কোনো ব্যক্তিক ক্ষমাদান কৰাৰ ক্ষমতা প্রদান কৰে

  • Article 41
  • Article 27
  • Article 72
  • Article 91

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Which of the given schedule of the Indian constitution is included the gram- panchayats - ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত গ্রাম-পঞ্চায়ত অন্তর্ভুক্ত কৰা হৈছে

  • Schedule 11
  • Schedule 10
  • Schedule 13
  • Schedule 12

 

Q. Who led the first non-Congress Coalition Government in Assam - অসমত প্ৰথমখন অ-কংগ্ৰেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল

  • Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
  • Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
  • Rose Barbara - গোলাপ বৰবৰা
  • Syed Muhammad Sadullah - চৈয়দ মহম্মদ ছাদুল্লা

 

Q. In which year was the first non-Congress (Janata Dal) government of Assam formed - অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল

  • In 1947 - ১৯৪৭ চনত
  • In 1978 - ১৯৭৮ চনত
  • In 1980 - ১৯৮০ চনত
  • In 1985 - ১৯৮৫ চনত

 

Q. Which of the following famous Assamese politicians held the post of President of Assam Sahitya Sabha in addition to his contribution to Assamese language and literature -তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল

  • Devkant Baroua - দেৱকান্ত বৰুৱা
  • Hem Baroua - হেম বৰুৱা
  • Nabin Chandra Bardoli - নবীনচন্দ্ৰ বৰদলৈ
  • None of the above - ওপৰৰ এজনো নহয়

 

Q. The earth revolves round the Sun and it causes - পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকাৰ ফলত তলৰ কোনটো পৰিঘটনা সংঘটিত হয়

  • Difference in longitude and time - দ্রাঘিমাংশ আৰু সময়ৰ পাৰ্থক্য
  • Change of Seasons - ঋতুৰ পৰিবর্তন
  • Formation of Day and Night - দিন আৰু ৰাতিৰ গঠন
  • None of these - এটাও নহয়

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Where do the rivers Bhagirathi and Alakananda join to form the Ganga - ভাগীবথী আৰু অলাকানন্দ নদীয়ে কোন ঠাইত মিলিত হৈ গংগা গঠন কৰে

  • Gangotri - গংগোত্রী
  • Rudraprayag - ৰুদ্রপ্রয়াগ
  • Devprayag - দেবপ্রয়াগ
  • Karmaprayag - কর্মপ্রয়াগ

 

Q. Who were the first Indian to join the Viceroy's legislative Council - ভাইচৰয়ৰ বিধান পৰিষদত যোগদান কৰা প্ৰথম ভাৰতীয় কোন

  • Raja of Banaras - বেনাৰসৰ ৰজা
  • Sir Dinkar Rao - ছাৰ নিকাৰ ৰাও
  • Maharaja of Patiyala - পটিয়ালাৰ মহাৰাজ
  • All of the above - ওপৰৰ সকলোবোৰ

 

Q. Namki is the first woman minister of the tea community of Assam -অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি

  • Rupam Kurmi - ৰূপম কুৰ্মী
  • Lakshi Orang - লক্ষী ওৰাং
  • Damayanti velvet - দময়ন্তী মুগা
  • Sadhni Karmakar - সাধনী কৰ্মকাৰ

 

Q. The capital city of Assam was established at Dispur (Guwahati) in - অসমৰ ৰাজধানী দিছপুৰ (গুৱাহাটী)ত কোন চনত স্থাপন কৰা হৈছিল

  • 1973
  • 1975
  • 1971
  • 1978

 

Q. Who was the first member of the Cabinet of Assam -অসমৰ প্রথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল

  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমদ
  • Hem Barumba - হেম বৰুন্বা
  • Suren Buragohain - সুৰেন বুঢ়াগোহাঞি

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved