Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Polity MCQ with Answer, Part - 1

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q.In which year was the main Assembly of post-independence Assam formed - স্বৰাজোত্তৰ অসমৰ প্ৰধান বিধানসভা কিমান চনত গঠিত হৈছিল

  • In 1953 - ১৯৫৩ চনত
  • In 1954 - ১৯৫৪ চনত
  • In 1952 - ১৯৫২ চনত
  • In 1955 - ১৯৫৫ চনত

 

Q.Which act was empower the discussion of the budget in the legislative councils - কোনখন অধিনিয়মে বিধানপৰিষদত বাজেট চর্চা শক্তিশালী কৰে

  • The Indian Council Act of 1861 - 1861 চনৰ ভাৰতীয় পৰিষদ আইন
  • Government of India Act 1858 - 1858 চনৰ ভাৰত চৰকাৰ আইন
  • 1892 The Indian Council Act 1892 - ভাৰতীয় পৰিষদ আইন, 1892
  • Government of India Act 1909 - ভাৰত চৰকাৰ আইন, 1909

 

Q.Who was the first Indian to join the Viceroy's Executive Council - ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথম ভাৰতীয় কোন

  • Sir Dinkar Rao - ছাৰ দিনকৰ ৰাও
  • Maharaja of Patiyala - পাটিয়ালাৰ মহাৰাজ
  • Raja of Banaras - বেনাৰসৰ মহাৰাজ
  • Satyendra Prasad Sinha - সত্যেন্দ্র প্রসাদ সিনহা

 

Q. How many MPs are elected to the Lok Sabha from Assam - দেশৰ লোকসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নির্বাচিত হয়

  • 16 people - ১৬ জন
  • 14 people - ১৪ জন
  • 15 people - ১৫ জন
  • 12 people - ১২ জন

 

Q. How many MPs are elected from Assam to the Rajya Sabha of the country - দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানজন সাংসদ নির্বাচিত হয়

  • 5 people - ৫ জন
  • 7 people - ৭ জন
  • 8 people - ৮ জন
  • 9 people - ৯ জন

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Who among the following was the Constitutional Advisor to the Constituent Assembly - তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনগৰাকী আছিল সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা

  • HN Kunzuru - এইচ এন কুনজুক
  • VN Menon - ডি এন ফোন
  • BN Rao - বি এন ৰাও
  • J.B kripalani - জে বি কুপলানী

 

Q. What is the name of the first assembly constituency of Assam - অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি

  • Nalbari - নলবাৰী
  • Jorhat - যোৰহাট
  • Rotabari - ৰটাবাৰী
  • Shadia - শদিয়া

 

Q. In which year was Presidential rule introduced for the first time in Assam - অসমত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল

  • In 1979 - ১৯৭৯ চনত
  • In 1990 - ১৯৯০ চনত
  • In 1995 - ১৯৯৫ চনত
  • In 1974 - ১৯৭৪ চনত

 

Q. In which year was Presidential rule imposed in Assam for the second time - অসমত দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল

  • In 1985 - ১৯৮৫ চনত
  • In 1990 - ১৯৯০ চনত
  • In 1992 - ১৯৯২ চনত
  • In 1982 - ১৯৮২ চনত

 

Q. Constituent Assembly was constituted under the scheme formulated by the Cabinet Mission Plan on which date - কোন তাৰিখে কেবিনেট মিছনৰ প্লেনে প্রণয়ন কৰা আঁচনিৰ অধীনত সংবিধান সভাৰ গঠন কৰা হৈছিল

  • November 1945 - নবেম্বৰ, 1945
  • November 1946 - নবেম্বব, 1946
  • December 1946 - ডিচেম্বৰ, 1946
  • December 1945 - ডিচেম্বৰ, 1945

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Which was not a member of the Constituent Assembly - তলৰ কোনজন সংবিধান সভাৰ সদস্য নাছিল

  • Dr. Rajendra Prasad - ড° ৰাজেন্দ্র প্রসাদ
  • Lachit Barphukan - লাচিত বৰফুকন
  • HC Mukherjee - এইচ চি মুখার্জী
  • Dr. Sachchidanad Sinha - ড. সচিদানন্দ সিনহা

 

Q. Who was the first Assamese Governor of Assam (Tamil Nadu, 1958) - অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে (তামিলনাডু, ১৯৫৮ চনত) কাৰ্যনিৰ্বাহ কৰিছিল

  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
  • Hitesh Shaikia - হিতেশ্বৰ শ‍ইকীয়া
  • Bimala Prasad Chaliha - বিমলা প্রসাদ চলিহা

 

Q. Which of the following famous Assamese politicians held the post of President of the Assam Sahitya Sabha in addition to his contribution to the Assamese language and literature - তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰি অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল

  • Hem Baroua - হেম বৰুৱা
  • Nabin Chandra Bardoli - নবীনচন্দ্ৰ বৰদলৈ
  • Devkant Baroua - দেৱকান্ত বৰুৱা
  • None of the above - ওপৰৰ এটাও নহয়

 

Q. Which acid is found in bee sting - মৌমাখিৰ দংশনত কোনটো এচিড পোৱা যায়

  • Citric acid - চাইট্রিক এচিড
  • Tartaric acid - টাটৰিক এচিড
  • Formic acid - ফ'র্মিক এচিড
  • Nitric acid - নাইট্রিক এচিড

 

Q. Which one of the following will turn blue litmus red - তলৰ কোনটো বিকল্পই নীলা লিটমাছক ৰঙা কৰে

  • Lime water - চূণৰ পানী
  • Vinegar - ভিনেগাৰ
  • Baking soda solution - বেকিং ছ'ডাৰ দ্ৰৱ
  • Washing soda solution - বাশ্বিং ছ'ডাৰ দ্রৱ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Two independent states of India and Pakistan was formed by ........................ - ভাৰত আৰু পাকিস্তানৰ দুখন স্বাধীন ৰাষ্ট্র গঠন হৈছিল ......................... ত

  • The shimla Conference - শিমলা সম্মিলন
  • The Crrips mission - ক্রিপছ মিছন
  • The Cabinet mission plan - কেবিনেট মিছন
  • The India independence act - ভাৰত স্বাধীনতা আইন

 

Q. Which of the following persons is not a person who has served as Chief Minister twice - তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্রী পদত অধিষ্ঠিত ব্যক্তি নহয়

  • Prafulla Kumar Mahanta - প্ৰফুল্ল কুমাৰ মহন্ত
  • Keshav Chandra Gogoi - কেশৱ চন্দ্ৰ গগৈ
  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Hitesh Shaikia - হিতেশ্বৰ শইকীয়া

 

Q. When was the Assam Accord signed - অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

  • 1979 August 25 - ১৯৭৯ চনৰ ২৫ আগষ্ট
  • 1989 August 20, - ১৯৮৯ চনৰ ২০ আগষ্ট
  • 1990 August 12, - ১৯৯০ চনৰ ১২ আগষ্ট
  • 1985 August 15 - ১৯৮৫ চনৰ ১৫ আগষ্ট

 

Q. The authorisation for the withdrawal of funds from the Consolidated Fund of India must come from - ভাৰতৰ সঞ্চিত পুঁজিৰ পৰা ধন উলিওৱাৰ অনুমোদন

  • The President of India - ভাৰতৰ ৰাষ্ট্রপতি
  • The Parliament of India - ভাৰতৰ সংসদ
  • The Prime Minister of India - ভাৰতৰ প্রধানমন্ত্রী
  • The Union Finance Minister কেন্দ্রীয় বিত্তমন্ত্রী

 

Q. Who presides over a joint sitting - কোনে যৌথ বৈঠকৰ সভাপতিত্ব কৰে

  • Speaker of the lok sabha - লোকসভাৰ অধ্যক্ষ
  • Chairperson of the Rajya sabha - ৰাজ্যসভাৰ অধ্যক্ষ
  • Vice President - উপ-ৰাষ্ট্রপতি
  • Chief justice of india - ভাৰতৰ মুখ্য ন্যায়াধীশ

 

Q. Who was the first martyr of the freedom movement of Assam - অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল

  • Maniram Dewan - মণিৰাম দেৱান
  • Piyli Fukan - পিয়লি ফুকন
  • Kankalta - কনকলতা
  • Kushal Konwar - কুশল কোঁৱৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. In which year have additional powers been delegated to the Karbi Anglong and North Kachar Autonomous Councils - কিমান চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্ত শাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে

  • 1990 - ১৯৯০ চন
  • 1993 - ১৯৯৩ চন
  • 1995 - ১৯৯৫ চন
  • 1999 - ১৯৯৯ চন

 

Q. The office of Governor General of india was created by - তলৰ কোনখন অধিনিয়মৰ অন্তর্গত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ কাৰ্যালয় গঠন কৰা হৈছিল

  • Government of India Act, 1935 - ভাৰত চৰকাৰব আইন, 1935
  • Charter Act, 1813 - চনদ আইন, 1813
  • Charter Act, 1833 - চনদ আইন, 1833
  • Governor of India Act, 1858 - গৱৰ্ণৰ অব ইণ্ডিয়া এক্ট, 1858

 

Q. In Which year, did the Indian National Congress (INC) for the first time demand a Constituent Assembly - কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্রেছ (INC)-এ প্রথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল

  • 1934
  • 1936
  • 1935
  • 1937

 

Q. How many seats are reserved for women in municipal corporations - পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ থাকে

  • 30 - ৩০ খন
  • 15 - ১৫ খন
  • 20 - ২০ খন
  • 10 - ১০ খন

 

Q. How many members can the government nominate to a city committee - এখন নগৰ সমিতিলৈ চৰকাৰে কিমান সদস্য মনোনীত কৰিব পাৰে

  • 3 - ৩
  • 2 - ২
  • 5 - ৫
  • 4 - ৪

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Who elects the President of India - ভাৰতৰ ৰাষ্ট্রপতি কোনে নির্বাচন কৰে

  • Members of Lok Sabha-লোকসভাৰ সদস্য
  • Members of Rajya Sabha - ৰাজ্যসভাৰ সদস্য
  • Members of Legislative Assemblies - বিধানসভাৰ সদস্য
  • All of the above - ওপৰৰ সকলোবোৰ

 

Q. On whose suggestion, the President appoints the Governor of a state - কাৰ পৰামৰ্শত ৰাষ্ট্রপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে

  • Chief Election Commissioner - মুখ্য নির্বাচন আয়ুক্ত
  • Chief Minister of that state - সেই ৰাজ্যৰ মুখ্যমন্ত্রী
  • Prime Minister - প্রধানমন্ত্রী
  • Vice President - উপ ৰাষ্ট্রপতি

 

Q. The Assam Public Service Commission was constituted under which of the following article of the Constitution of India - ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদৰ অধীনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল

  • Article 315 - 323
  • Article 156 - 158
  • Article 215 - 315
  • Article 256 - 315

 

Q. In which year was Nagaland added to the Guwahati High Court - গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল

  • In 1972 - ১৯৭২ চনত
  • In 1956 - ১৯৫৬ চনত
  • In 1980 - ১৯৮০ চনত
  • In 1963 - ১৯৬৩ চনত

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved