| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q. Which of the following items is not subject to GST - তলৰ কোনবিধ সামগ্রী GST ৰ অধীনত নাই
Q. Which constitutional amendment is made to benefit the GST analyst - GST বিশ্লেষক গ=হীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয়
Q. Which of the following is not a public sector bank - তলৰ কোনটো ৰাজহুৱা খণ্ডৰ বেংক নহয়
Q. In September 2012, he was the first Indian to be appointed as the Chief Economist of the World Bank - ২০১২ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ মূখ্য অর্থনীতিবিদ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল
Q. From which year was the Right to Education Act implemented in India 8- কিমান চনৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন কার্যকৰী কৰা হৈছিল
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. The formula provided by Pradhan Mantri Awas Yojana has been subsidized - প্ৰধানমন্ত্ৰী আৱাস যোজনাই প্ৰদান কৰা সুত্ৰৰ ৰাজসাহায্য হৈছে
Q. Which bank has launched travel cards in India - কোনটো বেংকে ভাৰতত ভ্ৰমণ কার্ড মুকলি কৰিছে
Q. Arundhati Bhattacharya was the first woman Chairman of which bank - অৰুন্ধতী ভট্টাচার্য কোন বেংকৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ
Q. The Ministry of Finance regulates which of the following - বিত্ত মন্ত্ৰালয়ে তলৰ কোনটো নিয়ন্ত্ৰণ কৰে
Q. What is the largest public sector enterprise in India - ভাৰতৰ সবাতোকৈ ব=হৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. India's first sea air service was inaugurated in which state - ভাৰতৰ প্ৰথম সামুদ্রিক বিমান সেৱা কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে
Q. GST is determined by which body in India - GST ভাৰতৰ কোনটো সংস্থাই নিৰ্ধাৰণ কৰে
Q. Which is the first country to officially accept Bitcoin as legal tender - বিটকইনক (Bitcoin) আইনী ধন হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম দেশ কোনখন
Q. What is the name of the new digital currency explored by the British United Kingdom - ব্ৰিটিছ যুক্তৰাষ্ট্ৰই অন্বেষণ কৰা নতুন ডিজিটেল মুদ্ৰাৰ নাম কি
Q. Which company has declared that it is in favor of adopting a global minimum tax on corporate profits - কোনটো প্রতিষ্ঠানে ঘোষণা কৰিছে যে কৰ্পোৰে লাভৰ ওপৰত গোলকীয় ন্যূনতম কৰ গ্ৰহণৰ তেওঁলোক পক্ষপাতী
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. Central Board of Secondary Education (CBSE) has launched financial literacy courses for students in collaboration with which institution - কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) কোনটো প্ৰতিষ্ঠানৰ সহযোগত শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় সাক্ষৰতাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে
Q. What is the mandatory procedure for refilling cash in ATMs as per Reserve Bank of India guidelines - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এ টি এমত নগদ ধন পুনৰ ভৰোৱাৰ বাধ্যতামূলক পদ্ধতি কি
Q. Which private sector bank has recently launched WhatsApp banking facility - শেহতীয়াকৈ কোনটো ব্যক্তিগত খণ্ডৰ বেংকে শেহতীয়াকৈ হোৱাটছএপ বেংকিং সুবিধা মুকলি কৰিছে
Q. Which state topped the NITI Aayog's list of sustainable development in - ২০২১ চনত নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ তালিকাত কোনখন ৰাজ্য শীৰ্ষস্থানত আছিল
Q. India has not implemented free trade agreements with which country - কোন দেশৰ সৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই
ADRE (Study Materials)
| Grade III | Grade IV |
Q. What is the rate of service tax in India - ভাৰতত সেৱা কৰৰ হাৰ কিমান
Q. Employees who join the service after the National Pay Scheme will not get benefits directly - ৰাষ্ট্ৰীয় পেখন আঁচনি অনুসৰি ৰ পিছত চাকৰিত যোগদান কৰা কৰ্মচাৰীয়ে পোনৰ সুবিধা নাপাব
Q. Which Five Year Plan did not attempt to build a socialist economy in India - কোনটো পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতত সমাজতান্ত্রিক অর্থনীতি গঠনৰ চেষ্টা কৰা নাছিল
Q. The First Five Year Plan gave priority - প্রথম পঞ্চবার্ষিক পৰিকল্পনাই অগ্ৰাধিকাৰ দিছিল
Q. Which of the following banks is the largest bank in the world in terms of assets - তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববহৎ ৰেকে
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. What is the tax percentage for Swachh Bharat ৮৭-স্বচ্ছ ভাৰতৰ বাবে কৰৰ শতাংশ কিমান
Q. Where is the headquarters of the Reserve Bank located - নিম্নলিখিত ক'ত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অবস্থিত
Q. In which state can emergency financial crisis measures not be enforced - কোনখন ৰাজ্যত জৰুৰীকালীন অর্থ সংকট ব্যবস্থা বলবৎ কৰিব নোৱাৰি
Q. What is the position of India in milk production - দুগ্ধ উৎপাদনত ভাৰতৰ স্থান কিমান
Q. Which state of India has the largest number of cement factories - সর্বাধিক চিমেণ্ট ফেক্টৰী ভাৰতৰ কোন ৰাজ্যত আছে
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved