| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q. Who was the first person in pre-independent India to calculate the country's national income (in 1b64) - প্ৰাক স্বাধীন কালৰ ভাৰতত সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ (১b৬৪ চনৰ) হিচাপ কৰিছিল
Q. After independence in August 1949, the National Income Commitee was first formed in India. Which of the following persons was not involved in this National Income Committee - স্বাধীনতাৰ পাছত অৰ্থাৎ ১৯৪৯ চনৰ আগষ্ট মাহত ভাৰতবৰ্ষত প্রথমে ৰাষ্ট্ৰীয় আয় সমিতি (National Income Commitee) গঠন কৰা হয়। এই ৰাষ্ট্ৰীয় আয় সমিতিত তলৰ কোনজন ব্যক্তি জড়িত নাছিল
Q. Method of determining india's national income - ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণ কৰা পদ্ধতি
Q. In the post-independence period, India officially calculated its first national income - স্বাধীনোত্তৰকালত ভাৰতবৰ্ষত চৰকাৰীভাৱে প্রথম ৰাষ্ট্ৰীয় আয় গণনা কৰিছিল
Q. Currently calculates national income in India - বৰ্তমান ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰে
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. Earns most of India's national income - ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ অধিকাংশ উপাৰ্জন কৰে
Q. Which of the following assets is more important than the rest in india's economy - ভাৰতবৰ্ষৰ অৰ্থনীতিত তলৰ কোনবিধ সম্পদৰ গুৰুত্বতা বাকীকেইটাৰ তুলনাত বেছি
Q. India ranks sixth in the world in the production of which of the following products - সম্প্ৰতিতলৰ কোনবিধ দ্রব্য উৎপাদনত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিছে
Q. India currently ranks in the world in the production of mica or balichanda - সম্প্ৰতি মাইকা বা বালিছন্দা উৎপাদনত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰত
Q. Which of the following sectors does the Government collect or extract the maximum income from - চৰকাৰে তলৰ কোনটো খণ্ডৰপৰা সৰ্বাধিক আয় সংগ্ৰহ বা আহৰণ কৰে
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. Which of the following industrial policies is called the 'Economic Constitution of India' - তলৰ কোনটো উদ্যোগিক নীতিক “ভাৰতৰ অৰ্থনৈতিক সংবিধান” আখ্যা দিয়া হয়
Q. What is the current number of enterprises in the field of industry in India which have been awarded 'Navaratna' - ভাৰতৰ উদ্যোগৰ ক্ষেত্ৰত ‘নৱৰত্ন’ৰে বিভূষিত উদ্যোগৰ সংখ্যা সম্প্ৰতি কিমান
Q. The five industries in India which have been called 'Maharatna' in terms of industry are - উদ্যোগৰ ক্ষেত্ৰত ‘মহাৰত্ন’ আখ্যা পোৱা ভাৰতৰ পাঁচটা উদ্যোগ হ’ল
Q. Which of the following committees is related to 'Industrial Policy' - ‘উদ্যোগিক নীতিৰ’ লগত তলৰ কোনখন কমিটি সম্পৰ্কিত
Q. The Committee dealing with the issue of 'Non- Investment' -অ - বিনিয়োগ বিষয়ত জড়িত কমিটিখন
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. Which of the following products in India currently occupies the number one position - সম্প্ৰতি ভাৰতৰ তলৰ কোনটো দ্রব্য উৎপাদনে এক নম্বৰ স্থান দখল কৰিছে
Q. The person associated with the Memorandum of Understanding (MOU) - বুজাবুজি চুক্তি ‘Memorandum of Understanding’ (MOU) ৰ লগত সম্পৰ্কিত ব্যক্তিজন
Q. Which position in the world is India currently occupying in the production of sugar - চেনি উৎপাদনত ভাৰতে সম্প্ৰতি বিশ্বৰ কোনটো স্থান দখল কৰিছে
Q. India's second largest agro-based industry - ভাৰতৰ কৃষিভিত্তিক দ্বিতীয় বৃহৎ উদ্যোগ
Q. Which of the following is not the cause of unemployment problem - নিবনুৱা সমস্যাৰ কাৰণৰ ভিতৰত তলৰ কোনটো নহয়
ADRE (Study Materials)
| Grade III | Grade IV |
Q. Which of the following industries or sectors has the highest employment of women in India - ভাৰতবৰ্ষত তলৰ কোনটো উদ্যোগত বা খণ্ডত মহিলাৰ কৰ্মসংস্থান সকলোতকৈ বেছি
Q. The largest industry in India is - ভাৰতৰ বৃহত্তম উদ্যোগটো হল
Q. India is the second largest in the world in terms of production and storage of which of the following products - তলৰ কোনবিধ দ্রব্য উৎপাদন তথা ৰণ্ডানিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয়
Q. The North - Eastern Council was constituted - উত্তৰ - পূব পৰিষদ গঠন কৰা হৈছিল
Q. The total population of the world ----------- lives in economically backward areas - পৃথিৱীৰ মুঠ জনসংখ্যাৰ - - - - - - - - - বসবাস কৰে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ অঞ্চলত
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. Which of the following states has gold mines - তলৰ কোনখন ৰাজ্যত সোণৰ খনি আছে
Q. If the total national income of the country is divided by the total population, the average income obtained against each person is called ------------ - দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে, প্রতিজন লোকৰ বিপৰীতে পোৱা গড় আয়কে ------------ বোলে
Q. In which year was the Planning Commission of India constituted - ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন হৈছিল
Q. Which of the following tax rates is not applicable under GST - তলৰ কোনটো কৰ হাৰ GST ৰ অধীনত প্ৰযোজ্য নহয়
Q. Who is the Chairman of the GST Council - GST পৰিষদৰ অধ্যক্ষ কোন (2023)
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved