Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Economics MCQ with Answer, Part - 5

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. When was the Assam Finance Corporation established - অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল

  • In 1952 - ১৯৫২ চনত
  • In 1953 - ১৯৫৩ চনত
  • In 1954 - ১৯৫৪ চনত
  • In 1955 - ১৯৫৫ চনত

 

Q. Who is the chairman of NITI Aayog - নীতি আয়োগৰ অধ্যক্ষ কোন

  • Prime Minister - প্রধানমন্ত্রী
  • President of India - ভাৰতৰ ৰাষ্ট্রপতি
  • Home Minister - গৃহমন্ত্রী
  • Finance Minister - বিত্তমন্ত্রী

 

Q. The Green revolution is related to .................. - সেউজ বিপ্লৱ ................ ৰ সৈতে জড়িত

  • Food Grain Production - খাদ্য শস্য উৎপাদন
  • Fruit Production - ফলৰ উৎপাদন
  • Potato Production - আলু উৎপাদন
  • Meat Production - খাদ্য শস্য উৎপাদন

 

Q. Who is considered as father of Yellow Revolution in India - ভাৰতত হালধীয়া বিপ্লবৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়

  • S. Swaminathan - এছ স্বামীনাথন
  • Sam Pitroda - ছেম পিটু'ডা
  • Hiralal Chaudhuri - হীৰালাল চৌধুৰী
  • Verghese Kurien - ভার্গিজ কুবিয়ান

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. When was the North East Development Finance Corporation established - উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল

  • In 1996 - ১৯৯৬ চনত
  • In the 1990s - ১৯৯০ চনত
  • In 1993 - ১৯৯৩ চনত
  • In 1999 - ১৯৯৯ চনত

 

Q. In which year was the North Eastern Council formed - উত্তৰ-পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল

  • In the 1970s - ১৯৭০ চনত
  • In 1971 - ১৯৭১ চনত
  • In 1973 - ১৯৭৩ চনত
  • In 1972 - ১৯৭২ চনত

 

Q. What does LAD stand for in MPLAD Scheme - এমপিএলএডি আঁচনিত এলএডিৰ অর্থ কি

  • Local Asset Development - স্থানীয় সম্পত্তি উন্নয়ন
  • Local Area Development - স্থানীয় এলেকাৰ উন্নয়ন
  • Leading Asset Development - অগ্রণী সম্পত্তি উন্নয়ন
  • Local Area Distribution - স্থানীয় অঞ্চলৰ বিতৰণ

 

Q. On whose birthday is Abhiruchi Sports Day celebrated in Assam - অসমত কাৰ জন্মদিনত অভিৰুচি ক্রীড়া দিবস পালন কৰা হয়

  • Bhogeswar Baruah - ভোগেশ্বৰ বৰুৱা
  • Hima Das - হিমা দাস
  • Monalisa Baruah (Mehta) - মনালিছা বৰুৱা(মেহতা)
  • Radha Govinda Baruah - বাধা গোবিন্দ বৰুৱা

 

Q. Which one of the following places connect Assam with Arunachal Pradesh - তলৰ কোনটো স্থানে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে

  • Dirak - ডিৰক
  • Baxirhat- বক্সিৰহাট
  • Dimapur - ডিমাপুৰ
  • Jorhat - যোৰহাট

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. What percentage of the total population of Assam is dependent on agriculture - অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল

  • 70% - ৭০%
  • 20% - ২০%
  • 90% - ৯০%
  • 80% - ৮০%

 

Q. Where is the High Court in Assam - অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে

  • In Guwahati - গুৱাহাটীত
  • In Jorhat - যোৰহাটত
  • In Dibrigarh - ডিব্ৰিগড়ত
  • In Diphu - ডিফুত

 

Q. Assam Rural Development Bank was established in which year - অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল

  • In 2005 - ২০০৫ চনত
  • In 2006 - ২০০৬ চনত
  • In 2007 - ২০০৭ চনত
  • In 2008 - ২০০৮ চনত

 

Q. In which year did the cooperative movement start in Assam - অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়

  • 1940 - ১৯৪০
  • 1904 - ১৯০৪
  • 1650 - ১৬৫০
  • 1651 - ১৬৫১

 

Q. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়

  • In 1961 - ১৯৬১ চনত
  • In the 1960s - ১৯৬০ চনত
  • In 1955 - ১৯৫৫ চনত
  • In the 1950s - ১৯৫০ চনত

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. When was the Bangalore Oil Refinery established - বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়

  • In 1970 - ১৯৭০ চনত
  • In 1980s - ১৯৮০ চনত
  • In 1962 - ১৯৬২ চনত
  • In 1960 - ১৯৬০ চনত

 

Q. When was the Numaligarh Oil Refinery established - নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়

  • In 1986 - ১৯৮৬ চনত
  • In 1988 - ১৯৮৮ চনত
  • In 1990 - ১৯৯০ চনত
  • In 1999 - ১৯৯৯ চনত

 

Q. The headquarters of food and Agriculture organisation located is in ................... - খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কার্যালয় ................... ত অবস্থিত

  • Washington - বাশিংটন
  • Paris - পেৰিছ
  • Rome - ৰোম
  • Madrid - মাদ্রিদ

 

Q. The headquarters of UN is located in .................. - ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় .................. ত অৱস্থিত

  • Madrid - মাদ্রিদ
  • New Work - নিউৰর্ক
  • Geneva - জেনেভা
  • Paris - পেৰিছ

 

Q. The first five-year plan of India started in ............................ - কোন চনত ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল

  • 1951
  • 1949
  • 1952
  • 1950

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. How much of the world's total tea production does Assam produce - বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ উৎপাদন কৰে

  • One-third - তিনি ভাগৰ এক অংশ
  • One part of two parts - দুই ভাগৰ এক অংশ
  • One-fifth - পাঁচ ভাগৰ এক অংশ
  • One-sixth - ছয় ভাগৰ এক অংশ

 

Q. Which dynasty of Delhi Sultanate ruled for the shortest time - দিল্লীৰ চুলতানী শাসন ব্যৱস্থাত কোনটো বংশই আটাইতকৈ কম সময়ৰ বাবে শাসন কৰিছিল

  • Khilji - খিলজী
  • Sayyid - চৈয়দ
  • Tughlaq - টোগলক
  • Lodi - লোডী

 

Q. Amir Khusrau was a famous poet in the court of - আমিৰ খুছৰৌ কাৰ দৰবাৰত এজন বিখ্যাত কবি আছিল

  • Akbar - আকবৰ
  • Ibrahim Lodhi ইব্রাহিম লোডী
  • Shahjahan - শাহজাহান
  • Alauddin Khilji - আলাউদ্দিন খিলজী

 

Q. What percentage of the total workforce in Assam is involved in the tea industry - অসমৰ মুঠ শ্রমিকৰ কিমানভাগ শ্রমিক চাহ উদ্যোগৰ লগত জড়িত

  • 17 per cent - ১৭ শতাংশ
  • 15 per cent - ১৫ শতাংশ
  • 20 per cent - ২০ শতাংশ
  • 30 per cent - ৩০ শতাংশ

 

Q. Which places in Assam have petrochemical projects - অসমৰ কোন কোন ঠাইত পেট্ৰ’কেমিকেল প্ৰকল্প আছে

  • Namrup, Bangalore - নামৰূপ, বঙাইগাঁও
  • Digboi, Nunmati - ডিগবৈ, নুনমাটি
  • Numaligarh, Shillong - নুমলীগড়, শিলচৰ
  • Jagiroad, Yogighopa - জাগীৰোড, যোগীঘোপা

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

 

Q. Which of the following places in Assam does not have a paper mill - তলত দিয়া অসমৰ কোন ঠাইত কাগজকল নাই

  • Yogighopa - যোগীঘোপা
  • Jagiroad - জাগীৰোড
  • Numaligarh - নুমলীগড়
  • Panchgram - পাঁচগ্রাম

 

Q. What was the main objective of establishing the Assam Finance Corporation - অসম বিত্ত নিগম স্থাপনৰ প্রধান উদ্দেশ্য কি আছিল

  • Financing the Government - চৰকাৰক বিত্তীয় সাহায্য প্ৰদান
  • Provision of financial assistance to Small and Medium Enterprises - ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
  • Provision of financial assistance to large enterprises - বৃহৎ উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
  • To provide loans to the banks of the State - ৰাজ্যৰ বেংকসমূহক ব৷ণ প্রদান কৰৰা

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved