Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Economics MCQ with Answer, Part - 3

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Where is the Arabic language training college - আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে

  • In Shilchar - শিলচৰত
  • In Tezpur - তেজপুৰত
  • In Dergaon - দেৰগাঁৱত
  • In Rangia - ৰঙিয়াত

 

Q. Where in Assam is there a fisheries college - অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে

  • In Rahat, Nagaon - নগাঁৱৰ ৰহাত
  • In Rangia, Kamrup - কামৰূপৰ ৰঙিয়াত
  • At Dergaon, Golaghat - গোলাঘাটৰ দেৰগাঁৱত
  • At Vidyapur, Nalbari - নলবাৰীৰ বিদ্যাপুৰত

 

Q. Where is the College of Home Science located in Assam - গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে

  • In Nagaon - নগাঁৱত
  • In Guwahati - গুৱাহাটীত
  • In Jorhat - যোৰহাটত
  • In Nalbari - নলবাৰীত

 

Q. The salaries and other expenses of the judges and maintenance of the state high courts are charged from - ন্যায়াধীশসকলৰ দৰমহা আৰু অন্যান্য খৰচ আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ ৰক্ষণাবেক্ষণৰ বাবে প্রয়োজনীয় ধন ক'ৰ পৰা লোৱা হয়

  • Consolidated Fund of India - ভাৰতৰ একত্রিত পুঁজি
  • Consolidated Fund of State - ৰাজ্যৰ একত্রিত পুঁজি
  • Contingency fund - আকস্মিক পুঁজি
  • Public Account - ৰাজহুবা একাউন্ট

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Assam is famous due to ................ - অসম .................. ৰ কাৰণে বিখ্যাত

  • Tea - অসম চাহ
  • Bear - অসম ভালুক
  • Both A and B - A আৰু B দুয়োটা
  • Silk - অসম ৰেচম

 

Q. What is the women helpline number of Assam - অসনৰ মহিলাসকলৰ বাবে হেল্পলাইন নম্বৰ কি

  • 108
  • 100
  • 181
  • 118

 

Q. If the president wants to resign, he/she should address his/her resignation letter to the - যদি ৰাষ্ট্রপতিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ পদত্যাগ পত্র কাৰ ওচৰলৈ প্রেৰণ কৰিব

  • Parliament - সংসদ
  • Prime Minister - প্রধানমন্ত্রী
  • Vice President - উপ-ৰাষ্ট্রপতি
  • Chief Justice of India - ভাৰতৰ মুখ্য ন্যায়াধীশ

 

Q. Where in Assam is there a gas power plant - অসমৰ কোন ঠাইত গেছবিদ্যুৎ প্ৰকল্প আছে

  • In Amgur - আমগুৰিত
  • In Jamuguri - জামুগুৰিত
  • In Duliajan - দুলিয়াজানত
  • In Kathalguri - কঠালগুৰিত

 

Q. Where is the Central Institute of Technology in Assam - চেন্ট্ৰেল ইনষ্টিটিউট অব্‌ টেকন’ল’জি অসমৰ কোন ঠাইত আছে

  • In Lakhimpur - লখিমপুৰত
  • In Kokrajhar - কোকৰাঝাৰত
  • In Guwahati - গুৱাহাটীত
  • In Shilchar - শিলচৰত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Where is the Forest Research Center located in Assam - অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত

  • In Nagaon - নগাঁৱত
  • In Guwahati - গুৱাহাটীত
  • In Jorhat - যোৰহাটত
  • In Nalbari - নলবাৰীত

 

Q. Where is the Srimanta Sankardeva Kalakshetra located - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত

  • In Kaliabar, Nagaon - নগাঁৱৰ কলিয়াবৰত
  • In Panjabari, Guwahati - গুৱাহাটীৰ পাঞ্জাবাৰীত
  • In Majuli, Jorhat - যোৰহাটৰ মাজুলীত
  • Nalbari Dhamadhama - নলবাৰীৰ ধমধমাত

 

Q. Where in Assam is there an engineering college - অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে

  • In Guwahati and Jorhat - গুৱাহাটী আৰু যোৰহাটত
  • In Dibrugarh and Shilchar - ডিব্ৰুগড় আৰু শিলচৰত
  • In Tezpur and Nagaon - তেজপুৰ আৰু নগাঁৱত
  • In Shivsagar and Bangagaon - শিৱসাগৰ আৰু বঙাইগাঁৱত

 

Q. Where is the Assam State Film Studio - অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ’ কোন ঠাইত আছে

  • At Maligaon, Guwahati - গুৱাহাটীৰ মালিগাঁৱত
  • At Kahilipara, Guwahati - গুৱাহাটীৰ কাহিলীপাৰাত
  • At Panjabari, Guwahati - গুৱাহাটীৰ পাঞ্জাবাৰীত
  • At Belthala, Guwahati - গুৱাহাটীৰ বেলতলাত

 

Q. Who presented the first Assam Budget in 1948, in Independent India - 1948 চনত, স্বাধীন ভাৰতত কোনে প্রথম অসম বাজেট দাখিল কৰিছিল

  • Bishnu Ram Medhi - বিষ্ণু ৰাম মেধি
  • RK Shanmugham Chetty - আৰ কে শনমুঘম চেট্টী
  • Gopinath Bordoloi - গোপীনাথ বৰদলৈ
  • Muhammad Saadulla - মহম্মদ চাদুল্লা

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. The oldest sugar mills of Assam are located in which place - অসমৰ আটাইতকৈ পুৰণি চেনিকলবোৰ কোন ঠাইত অবস্থিত

  • Barua Bamungaon - বৰুৱা বামুণগাঁও
  • Baruahnagar - বৰুৱানগৰ
  • Rangapara - ৰঙাপাৰা
  • None of these - এটাও নহয়

 

Q. World's biggest dry fish market is located in - বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত

  • Jagiroad - জাগীৰোড
  • Guwahati - গুৱাহাটী
  • Nambor - নামবৰ
  • Nagaon - নগাঁও

 

Q. Which country is the biggest exporter of asafoetida (hing) to India - ভাৰতলৈ কোন দেশে সর্বাধিক পৰিমাণৰ হিং বপ্তানি কবে

  • Spain -স্পেইন
  • C Mexico - মেক্সিকো
  • Afghanistan - আফগানিস্তান
  • Russia - ৰাছিয়া

 

Q. God's Own Country is the tagline for tourism of which state of India - শ্বৰৰ নিজৰ দেশ ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ মূলমন্ত্র

  • Karnataka - কর্ণাটক
  • Rajasthan - ৰাজস্থান
  • 8. Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ
  • Kerala - কেৰেলা

 

Q. Which state is the North Eastern Police Academy located in - উত্তৰ-পূব পুলিচ একাডেমী কোনখন ৰাজ্যত অবস্থিত

  • Assam - অসম
  • Meghalaya - মেঘালয়
  • Arunachal Pradesh - অৰুণাচল প্রদেশ
  • Manipur - মণিপুৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Where in Assam is there a military school - অসমৰ কোন ঠাইত সৈনিক স্কুল আছে

  • At Jalukbari, Guwahati - গুৱাহাটীৰ জালুকবাৰীত
  • At Dergaon, Golaghat - গোলাঘাটৰ দেৰগাঁৱত
  • In Marnai, Goalpara - গোৱালপাৰাৰ মৰনৈত
  • At Patharkandi, Karimganj - কৰিমগঞ্জৰ পাথাৰকান্দিত

 

Q. Where in Assam is there a Central University - অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে

  • In Nagaon - নগাঁৱত
  • In Guwahati - গুৱাহাটীত
  • In Jorhat - যোৰহাটত
  • In Tezpur - তেজপুৰত

 

Q. Where is the Basic Training College in Assam - অসমৰ কোন ঠাইত বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় আছে

  • In Odalguri - ওদালগুৰিত
  • In Dergaon - দেৰগাঁৱত
  • In Rangia - ৰঙিয়াত
  • In Dudhanai - দুধনৈত

 

Q. Where is the international airport in Assam - অসমৰ কোন ঠাইত আন্তৰ্জাতিক বিমান বন্দৰ আছে

  • Borjhar (Guwahati) - বৰঝাৰ (গুৱাহাটী)
  • Mohanbari (Dibrugarh) - মোহনবাৰী (ডিব্ৰুগড়)
  • Ghoramari (Tezpur) - ঘোঁৰামাৰী (তেজপুৰ)
  • Kumbhir Gram (Shilchar) - কুম্ভীৰ গ্ৰাম (শিলচৰ)

 

Q. Where is the North East Frontier Railway Headquarters located - উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়টো ক’ত অৱস্থিত

  • In Lamding, Nagaon - নগাঁৱৰ লামডিঙত
  • In Rangia, Kamrup - কামৰূপৰ ৰঙিয়াত
  • In Abhayapuri, Bangalore - বঙাইগাঁৱৰ অভয়াপুৰিত
  • At Maligaon, Guwahati - গুৱাহাটীৰ মালিগাঁৱত

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Where in Assam is there a waterfall - অসমৰ কোন ঠাইত জলপ্ৰপাত আছে

  • Bilasipara in Dhubri and Muslimpur in Bagsa - ধুবুৰীৰ বিলাসীপাৰাত আৰু বাগছাৰ মুছলপুৰত
  • Dhakuakhana in Lakhimpur and Sonari in Sibsagar - লখিমপুৰত ঢকুৱাখনাত আৰু শিৱসাগৰৰ সোণাৰীত
  • At Chapanla in Nagaon and Fatashil in Golaghat - নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত
  • Gohpur in Sonitpur and Badarpur in Hailakandi - শোণিতপুৰৰ গহপুৰ আৰু হাইলাকান্দিৰ বদৰপুৰত

 

Q. Where is the pharmaceutical manufacturing factory located in Assam - ওঁষধ প্রস্তুত কাৰখানা অসমৰ কোন ঠাইত আছে

  • In Lakhimpur - লখিমপুৰত
  • In Kokrabar - কোকৰাবাৰত
  • In Guwahati - গুৱাহাটীত
  • In Shilchar - শিলচৰত

 

Q. Mission Bhumiputra is related to - তলৰ কোনটো বিকল্পৰ সৈতে মিছন ভূমিপুত্রৰ সম্পর্ক আছে

  • Issuing of caste certificates - জাতিগত প্রমাণ পত্র প্রদান কৰা
  • Survey of land - মাটিৰ জৰীপ
  • Health insurance - স্বাস্থ্য বীমা
  • Agricultural improvement - কৃষি কার্যৰ উন্নতি

 

Q. Pradhan Mantri Jan Dhan India scheme is related to - প্রধানমন্ত্রী জন ধন আঁচনি, ভাৰত তলৰ কোনটো বিকল্পৰ সৈতে জড়িত

  • Financial inclusion - আর্থিক অন্তর্ভুক্তি
  • Provides loan - ঋণ প্রদান
  • Provides agricultural land - কৃষিভূমি প্রদান
  • Provides drugs - ঔষধব যোগান

 

Q. Which form of Democracy is followed in India - ভাৰতত গণতন্ত্ৰৰ কোনটো ৰূপ পালন কৰা হয়

  • Representative Democracy - প্রতিনিধি গণতন্ত্র
  • Presidential Democracy - ৰাষ্ট্রপতিৰ গণতন্ত্র
  • Parliamentary Democracy - সংসদীয় গণতন্ত্র
  • Participatory Democracy - অংশগ্রহণমূলক গণতন্ত্র

 

Q. By which name is the river Brahmaputra known after it joins the river Ganga in Bangladesh - বাংলাদেশৰ গংগা নদীৰ লগত সংযুক্ত হৈ ব্রহ্মপুত্র নদী কোন নামেৰে জনা যায়

  • Lohit - লোহিত
  • Hooghly - হুগলি
  • Padma - পদ্ম
  • Siang - ছিয়াং

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved