Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Economics MCQ with Answer, Part - 2

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Where is the second largest oil refinery in the world in Assam - বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে

  • In Numaligarh - নুমলীগড়ত
  • In Tezpur - তেজপুৰত
  • In Guwahati - গুৱাহাটীত
  • Digboi - ডিগবৈত

 

Q. What percentage of the total crude oil produced in India does Assam account for - ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে

  • 35% - ৩৫%
  • 75% - ৭৫.০০%
  • 50% - ৫০.০০%
  • 25% - ২৫.০০%

 

Q. Where is the headquarters of the world bank - বিশ্ব বেংকৰ মুখ্য কার্যালয় ক'ত

  • Geneva - জেনেভা
  • Paris - পেবিছ
  • Washington - বাশিংটন ডি চি
  • New work - নিউবর্ক

 

Q. WWF stand for - WWFৰ সম্পূর্ণ রূপ হ'ল

  • Widow Welfare Fund
  • World Wildlife Fund
  • World Wide Fund for Nature
  • None of these এটাও নহয়

 

Q. Where is the headquarters of world trade organisation located - বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত

  • Geneva - জেনেভা
  • Paris- পেৰিছ
  • New work- নিউবর্ক
  • Washington dc - বাম্বিংটন ডি চি

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. In which year did demonetization start in India - কিমান চনত ভাৰতত বিমুদ্ৰাকৰণ আৰম্ভ হৈছিল

  • In the 1900s - ১৯০০ চনত
  • In 2020 - ২০২০ চনত
  • In 2016 - ২০১৬ চনত
  • In 1916 - ১৯১৬ চনত

 

Q. What is the position of Assam in crude oil production in India - ভাৰতত খাৰুৱা তেলৰ উৎপাদনত অসমৰ স্থান কিমান

  • Second - দ্বিতীয়
  • Third- তৃতীয়
  • Fourth - চতুৰ্থ
  • Fifth - পঞ্চম

 

Q. What did the Assamese merchants collect from the Mughal merchants in exchange for velvet cloth during the Ahom era - আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ পৰা পাটমুগাৰ কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল

  • Gold - সোণ
  • Kharbarand - খাৰবাৰন্দ
  • Salt - নিমখ
  • Jaggery - গুড়

 

Q. During the reign of which Ahom king was the first silver coin minted - কোনজন আহোম স্বৰ্গদেউৰ দিনত প্রথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল

  • Chuklenmu Garhwal Raja - চুক্লেনমুং গড়গঞা ৰজা
  • Rudra Singh - ৰুদ্ৰ সিংহ
  • Chakradhar Singh - চক্ৰধ্বজ সিংহ
  • None of the above - ওপৰৰ এটাও নহয়

 

Q. What is the name of the district of Assam which is recognized as the best quality orange in India in terms of aroma, taste, juice etc - গোন্ধ, স্বাদ, ৰস আদি বৈশিষ্ট্যৰ দিশৰপৰা উন্নতমানৰ সুমথিৰা ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি

  • Shonitpur - শোণিতপুৰ
  • Tinsukia - তিনিচুকীয়া
  • Karbi Anglong - কাৰ্বিআংলং
  • Jorhat - যোৰহাট

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. In which five-year plan India opted for a mixed economy - কোনখন পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতে মিশ্রিত অর্থনীতিৰ পথ বাছি লৈছিল

  • First- প্রথম
  • Third - তৃতীয়
  • Second - দ্বিতীয়
  • Fourth - চতুর্থ

 

Q. The Planning Commission of India was constituted in the year - ভাৰতৰ পৰিকল্পনা আয়োগ গঠন হোৱা বছৰটো হৈছে

  • 1942
  • 1950
  • 1947
  • 1955

 

Q. Which planet is made up of thick white and yellowish clouds of sulfuric acid - কোনটো ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া বঙৰ ভাবৰেৰে গঠিত গ্রহ

  • Uranus - ইউৰেনাছ
  • Neptune - নেপচুন
  • Venus - শুক্র
  • Mars - মংগল গ্রহ

 

Q. What is the true meaning of Secular - ধর্ম নিৰপেক্ষতাৰ প্রকৃত অর্থ কি

  • All religions are equal in the eyes of the government - চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান
  • Special importance to a religion related to minorities - সংখ্যালঘুৰ সৈতে জড়িত ধর্ম এটাৰ বাবে বিশেষ গুরুত্ব
  • One religion is promoted by the government - এটা ধর্ম চৰকাৰে প্ৰচাৰ কৰে
  • None of these এটাও নহয়

 

Q. Which programme given the slogan of Garibi Hatao - কোনটো কার্যপ্রণালীয়ে গৰিবি হাটাও (দৰিদ্রতা দূৰীকৰণ) ৰ শ্লোগান দিয়ে

  • 7th five year plan - সপ্তম পঞ্চবার্ষিক পৰিকল্পনা
  • 3rd five year plan - তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা
  • 6th five year plan - ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা
  • 5th five year plan - পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Which of the following is one of the best districts of Assam in the production of jackfruit or pineapple - মাটি কঁঠাল বা আনাৰস উৎপাদনত অসমৰ শ্ৰেষ্ঠ জিলাকেইখনৰ তলৰ কোনখন নহয়

  • Kachar - কাছাৰ
  • Karbi Anglong - কাৰ্বিআংলং
  • Kachar - কাছাৰ
  • Hailakandi - হাইলাকান্দি

 

Q. What proportion of the total working manpower of Assam is involved or employed in the tea industry (as on 2002-03) - অসমৰ মুঠ কৰ্মৰত জনশক্তিৰ কিমান অংশ চাহ উদ্যোগৰ (২০০২-০৩ চন অনুসৰি) লগত জড়িত বা নিযুক্ত

  • 5.82% - ৫.৮২%
  • 6.22% - ৬.২২%
  • 6.32% - ৬.৩২%
  • 7.05% - ৭.০৫%

 

Q. Where in Assam is there a railway engine repair factory - অসমৰ কোন ঠাইত ৰে’ল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে

  • In Gauripur - গৌৰীপুৰত
  • In Nagaon - নগাঁৱত
  • In Bangalore - বঙাইগাঁৱত
  • In Jagiroad - জাগীৰোডত

 

Q. How many NHs pass through Assam - অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে

  • 12 - ১২ টা
  • 15 - ১৫টা
  • 17 pieces - ১৭ টা
  • 18 pieces - ১৮ টা

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. What is the name of the longest distance National Highway passing through Assam - অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাই পথটোৰ নাম কি

  • NH 37 - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
  • NH-31 - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
  • NH-39 - ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ
  • NH-32 - ৩২ নংৰাষ্ট্ৰীয় ঘাইপথ

 

Q. The Grey revolution is related to ................... - ধূসৰ বিপ্লব ................. ৰ সৈতে জড়িত

  • Fertiliser Production - সাৰ উৎপাদন
  • Potato Production - আলু উৎপাদন
  • Fruit Production ফল উৎপাদন
  • Meat Production মাংস উৎপাদন

 

Q. Who is considered as father of White Revolution in India - ভাৰতত শ্বেত বিপ্লবৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়

  • S. Swaminathan - এছ স্বামীনাথন
  • Sam Pitroda - ছেম পিট্র'ডা
  • Varghese Kurien - ভার্গিজ কুৰিয়ান
  • Hiralal Chaudhuri - হীৰালাল চৌধুৰী

 

Q. Blue Revolution' related to - নীলা বিপ্লৱ'ৰ সৈতে জড়িত

  • Milk Production - গাখীৰ উৎপাদন
  • Fish production - মৎস্য উৎপাদন
  • Flower Production - ফুল উৎপাদন
  • Fruit production - ফলৰ উৎপাদন

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Who is the first Law and Justice Minister of Independent India - স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্রী কোন

  • Vallabhbhai Patel - বল্লভভাই পেটেল
  • Rajagopalachari - চি ৰাজগোপালাচাৰী
  • Maulana Abul Kalam Azad - মৌলানা আবুল কালাম আজাদ
  • BR Ambedkar - বি আৰ আম্বেদকাৰ

 

Q. The Durand Line forms the dividing border between - ডুৰণ্ড ৰেখাই কাৰ কাৰ মাজত বিভাজনৰ সীমা গঠন কৰে

  • Pakistan and Afghanistan - পাকিস্তান আৰু আফগানিস্তান
  • Pakistan and India - পাকিস্তান আৰু ভাৰত
  • India and Burma (Myanmar) - ভাৰত আৰু বার্মা (ম্যানমাৰ)
  • India and Bangladesh ভাৰত আৰু বাংলাদেশ

 

Q. When did the Government of Assam first introduce the ‘State Transport’ system - অসম চৰকাৰে প্রথম কেতিয়া ‘ৰাজ্যিক পৰিবহন’ (State Transport) ব্যৱস্থা শুভাৰম্ভ কৰে

  • In 1948 - ১৯৪৮ চনত
  • In 1949 - ১৯৪৯ চনত
  • In 1951 - ১৯৫১ চনত
  • In 1952 - ১৯৫২ চনত

 

Q. What is the length of the historical Gohai Kamal Ali - এঁতিহাসিক গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান

  • 460 km - ৪৬০ কিঃমিঃ
  • 560 km - ৫৬০ কিঃমিঃ
  • 660 km - ৬৬০ কিঃমিঃ
  • 760 km - ৭৬০ কিঃমিঃ

 

Q. What is the length of Dhodar Ali - ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান

  • About 185 km - প্ৰায় ১৮৫ কিলোমিটাৰ
  • About 190 km - প্রায় ১৯০ কিলোমিটাৰ
  • About 195 km - প্ৰায় ১৯৫ কিলোমিটাৰ
  • About 205 km - প্রায় ২০৫ কিলোমিটাৰ

 

Q. Where is the Police Training College located in Assam - আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে

  • In Shilchar - শিলচৰত
  • In Tezpur - তেজপুৰত
  • In Dergaon - দেৰগাঁৱত
  • In Guwahati - গুৱাহাটীত

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved