Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Economics MCQ with Answer, Part - 1

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. What is the GDP of Assam (estimated 2023-24) - অসমৰ জি ডি পি (GDP) কি (আনুমানিক ২০২৩-২৪)

  • 5.5 lakh crore - ৫.৫ লাখ কোটি
  • 2.74 lakh crore - ২.৭৪ লাখ কোটি
  • 4.39 lakh crore - ৪.৩৯ লাখ কোটি
  • 3.74 lakh crore - ৩-৭৪ লাখ কোটি

 

Q. What is the GDP of Assam (Estimated 2023-24) - অসমৰ জি ডি পি (GDP) ক্রম কি (আনুমানিক ২০২৩-২৪)

  • The tenth - দশম
  • Seventeen - সোতৰ
  • Nineth - নৱম
  • Sixteen - ষোল্ল

 

Q. What is the order of unemployment in Assam - অসমৰ নিবনুৱাৰ ক্ৰম কি

  • 5.8% - ৫.৮%
  • 8.6% - ৮.৬%
  • 9.9 - ৯.৯
  • 11.7% - ১১.৭%

 

Q. Who prepared the first budget of independent India - স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে প্ৰস্তুত কৰিছিল

  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • R K Sanmuyam Chetri - আৰ কে সনমুযাম চেত্রী
  • Gopinath Bardoli - গোপীনাথ বৰদলৈ
  • Mohammad Chanullah - মহম্মদ চানুল্লা

 

Q. When was the Assam Finance Corporation established - অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল

  • In 1952 - ১৯৫২ চনত
  • In 1953 - ১৯৫৩ চনত
  • In 1954 - ১৯৫৪ চনত
  • In 1955 - ১৯৫৫ চনত

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. What was the main objective of establishing the Assam Finance Corporation - অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি আছিল

  • Provision of financial assistance to the Government - চৰকাৰক বিত্তীয় সাহায্য প্রদান
  • Provision of financial assistance to Small and Medium Enterprises - ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
  • Provision of financial assistance to large enterprises - বৃহৎ উদ্যোগসমূহক বিত সাহায্য প্রদান
  • To provide loans to State banks - ৰাজ্যৰ বেংকসমূহক ঋণ প্রদান কৰা

 

Q. Per capita Income of a country is derived from ................ - এখন দেশব জনমূৰি আয় ...................... ভিত্তিত নির্ধাৰণ কৰা হয়

  • Population - জনসংখ্যা
  • None of these - এটাও নহয়
  • National Income and population both - ৰাষ্ট্রীয় আয় আৰু জনসংখ্যা উভয়কে ধৰি
  • National Income - ৰাষ্ট্রীয় আয়

 

Q. The term National income refers to the - ৰাষ্ট্ৰীয় আয় শব্দটোৰ তাৎপর্য হৈছে

  • Total unemployment - মুঠ নিবনুৱাৰ হাৰ
  • Total employment - মুঠ নিয়োগ
  • Global employment - বিশ্বব্যাপী নিয়োগ
  • Local employment - স্থানীয় নিয়োগ

 

Q. Who was the first tea farmer of Assam - অসমৰ প্ৰথম চাহ খেতিয়কজন কোন

  • Maniram Dewan - মণিৰাম দেৱান
  • Pioli Baroua - পিয়লি বৰুৱা
  • Maniklal Barwa - মাণিকলাল বৰৱা
  • Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

Q. Assam produces the total velvet yarn production in India - ভাৰতবৰ্ষৰ মুঠ মুগা সুতা উৎপাদনৰ অসমে উৎপাদন কৰে

  • More than 56% - ৫৬% তকৈ অধিক
  • More than 77% - ৭৭% তকৈ অধিক
  • More than 89% - ৮৯% তকৈ অধিক
  • More than 97% - ৯৭% তকৈ অধিক

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. When was the first Tea Company formed in Assam - অসমত পোনপ্ৰথমবাৰৰ বাবে চাহ কোম্পানী কেতিয়া গঠন হয়

  • In 1933 - ১৯৩৩ চনত
  • In 1939 - ১৯৩৯ চনত
  • In 1943 - ১৯৪৩ চনত
  • In 1949 - ১৯৪৯ চনত

 

Q. The total number of tea plantations in Assam at present is as follows - অসমত বর্তমানে থকা মুঠ চাহ বাগিচাৰ সংখ্যা হ'ল

  • Less than 701 - ৭০১ নতকৈ কম
  • 800 copies - ৮০০ খন
  • More than 800 - ৮০০ খনতকৈ বেছি
  • About 50% - প্রায় ৫০%

 

Q. Fiscal policies are measures taken by - বিত্তীয় নীতি ৰ দ্বাৰা গ্ৰহণ কৰা ব্যৱস্থা

  • RBI
  • Commercial bank - বাণিজ্যিক বেংক
  • Government - চৰকাৰ
  • None of the above - এটাও নহয়

 

Q. What is the SI unit of heat - তাপৰ SI একক কি

  • Calorie - কেলৰি
  • Centigrade - চেন্টিগ্রেড
  • Joule - জুল
  • Hertz - হার্ট

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. The transfer of heat from hotter body to colder body is called - গৰম বস্তুৰ পৰা পৰা ঠাণ্ডা বস্তুলৈ তাপৰ স্থানান্তৰক কি বোলে

  • Conduction - পৰিবহন
  • Convection - সংবহন
  • Induction - আৰোহণ
  • None of these - এটাও নহয়

 

Q. The normal temperature of human body is - মানুহৰ শৰীৰৰ স্বাভাবিক উষ্ণতা হ'ল

  • 250C
  • 400C
  • 370C
  • 300

 

Q. Money supply ................... when inflation rises in the economy - ধনৰ যোগান ............... অর্থনীতিত মুদ্রাস্ফীতি বৃদ্ধি পায়

  • No change - অপৰিৱর্তিত থাকিলে
  • Increase - বৃদ্ধি হ'লে
  • Decrease - হ্রাস পালে
  • None of these - এটাও নহয়

 

Q. Which of the following is the first bank of India - তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক

  • Punjab National Bank - পঞ্জাৱ নেচনেল বেংক
  • Bank of Hindustan - বেংক অব হিন্দুস্তান
  • General Bank of India - জেনেৰেল বেংক অৱ ইন্ডিয়া
  • State Bank of India - ষ্টেট বেংক অৱ ইণ্ডিয়া

 

Q. It is the oldest oil producing state in India - ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে

  • Nagaland - নাগালেণ্ড
  • West Bengal - পশ্চিমবংগ
  • Assam - অসম
  • Bihar - বিহাৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Policy announced by the Government of India in 2007 for the industrial development of the North East - উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে ২০০৭ চনত ঘোষণা কৰা নীতি

  • North-Pun Entrepreneurs - উত্তৰ-পুন উদ্যোগি
  • North East Industrial - উত্তৰ-পূব ঔদ্যোগিক
  • North East Industrial Investment Promotion Policy - উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি
  • None of the above - ওপৰৰ এটাও নহয়

 

Q. What is the annual growth target of the 11th Plan of Assam - অসমৰ একাদশ পৰিকল্পনাৰ বাৰ্ষিক বৃদ্ধিৰ লক্ষ্য কিমান

  • 5.5% per annum - বছৰি ৫.৫%
  • 6.5% per annum - বছৰি ৬.৫%
  • 7.5% per annum - বছৰি ৭.৫%
  • 8.5% per annum - বছৰি ৮.৫%

 

Q. Where is the world's first Tea Research Center located - বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্রটো ক'ত অৱস্থিত

  • Toklai, Jorhat district - যোৰহাট জিলাৰ টোকলাইত
  • In Narayanpur, Lakhimpur district - লখিমপুৰ জিলাৰ নাৰায়ণপুৰত
  • Dhamadhama in Nalbari district - নলবাৰী জিলাৰ ধমধমাত
  • Amoni in Nagaon district - নগাঁও জিলাৰ আমনিত

 

Q. 16. Which of the following is a specialised bank in India - তলৰ কোনটো ভাৰতৰ বিশেষ বেংক

  • State Bank of India - ষ্টেট বেংক অৱ ইন্ডিয়া
  • Punjab National Bank - পঞ্জাৱ নেচনেল বেংক
  • National Bank for Agriculture and Rural Development (NABARD) - ৰাষ্ট্রীয় কৃষি আৰু গ্রাম্য উন্নয়ন বেংক (নাবার্ড)
  • Oriental Bank of Commerce - অৰিয়েন্টেল বেংক অব কমার্চ

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. What is the unit of pressure - চাপৰ একক কি

  • Pascal - পাস্কেল
  • Wat - ৱাট
  • Erg-আর্গ
  • Joule জুল

 

Q. The SI unit of velocity is - বেগৰ SI একক হ'ল

  • m/sec
  • km/sec
  • m/sec2C
  • None of these - এটাও নহয়

 

Q. Which scientist gave laws of motion - কোনজন বিজ্ঞানীয়ে গতিসূত্র উদ্ভাবন কৰিছিল

  • Galileo Galilei - গেলিলিও গেলিলি
  • Albert Einstein - এলবার্ট আইনস্টাইন
  • Sir Issac Newton - ছাৰ আইজাক নিউটন
  • None of these - এটাও নহয়

 

Q. Which of the following is the first bank to introduce mobile banking in India - তলৰ কোনটো ভাৰতত মোবাইল বেংকিং ব্যবস্থা প্ৰৱৰ্তন কৰা প্রথম বেংক

  • HDFC Bank
  • Axis Bank
  • ICICI Bank
  • State Bank of India

 

Q. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়

  • In 1961 - ১৯৬১ চনত
  • In the 1960s - ১৯৬০ চনত
  • In 1955 - ১৯৫৫ চনত
  • In the 1950s - ১৯৫০ চনত

 

Q. When was the Tea Auction Center established in Guwahati - গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্র স্থাপিত হয়

  • In 1970 - ১৯৭০ চনত
  • In 1972 - ১৯৭২ চনত
  • In 1974 - ১৯৭৪ চনত
  • In 1975 - ১৯৭৫ চনত

 

Q. Who was the first Assamese Director of the Reserve Bank of India - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন

  • Jant Madhav - জান্ত মাধব
  • Parvati Prasad Goswami - পার্বতী প্রসাদ গোস্বামী
  • Ganesh Fukan - গণেশ ফুকন
  • None of the above - ওপৰৰ এজনো নহয়

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved