| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q. Chloroplast is found in - ক্ল'ৰ'প্লাষ্ট পোৱা যায়
Q. The power house of cell is called - কোষৰ শক্তিকেন্দ্র হ'ল
Q. Which of the following animals is recognized as the National Animal of India - তলৰ কোনবিধ জন্তু ভাৰতৰ ৰাষ্ট্ৰীয় জস্তু হিচাপে স্বীকৃত
Q. On which days do the equinox happen in India - ভাৰতত কোনবোৰ দিনত 'বিষুব' কেতিয়া সংঘটিত হয়
Q. The tropic of cancer passes through all of the following except - তলৰ কোন ঠাইৰ মাজেৰে কৰ্কটৰেখা পাৰ হোৱা নাই
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. Name of the national river of India - ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম
Q. Which of the following trees is recognized as a National Tree - তলৰ কোনজোপা গছে ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে
Q. Before 1947, there were two types of states in India - the provinces and the ............... - স্বাধীনতাৰ পূর্বে ভাৰতত প্রদেশ আৰু .................. দুই ধৰণৰ ৰাজ্য আছিল
Q. In which ocean Gulf of Mannar is situated - মান্নাৰ উপসাগৰ কোন মহাসাগৰত অৱস্থিত
Q. ............. is separated from India by a narrow channel of sea formed by the Palk Strait and the Gulf of Mannar - পক প্রণালী আৰু মান্নাৰ উপসাগৰৰ দ্বাৰা নিৰ্মিত সংকীর্ণ নলাই ভাৰতক ................. ৰ সৈতে পৃথক কৰে
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. The bird is recognized as a national bird - ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃত চৰাইবিধ
Q. The largest island in the world - পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব -দ্বীপ
Q. The most famous Marina Beach is located on which of the following coastal plain - আটাইতকৈ বিখ্যাত মেৰিনা বিচ তলৰ কোন উপকূলীয় সমভূমিত অবস্থিত
Q. In India, how many States share the coastline - ভাৰতৰ কিমানখন ৰাজ্যত উপকূলীয় অঞ্চল আছে
Q. What is the largest population of Assam in India - জনসংখ্যাৰ দিশৰপৰা অসমে ভাৰত কিমানতম স্থান দখল কৰিছে
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. Name of the largest sanctuary in India - ভাৰতৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম
Q. Which of the following cities is not a city on the banks of the river Ganges - তলৰ কোনখন চহৰ,গংগা নদীৰ পাৰত অৱস্থিত চহৰ নহয়
Q. Which one of the following water bodies separates Andaman and the Nicobar - তলৰ কোনটো জলভাগে আন্দামান আৰু নিকোবৰক পৃথক কৰে
Q. Which is the only continent through which the tropic of cancer, equator and the tropic of Capricorn passes - কোনখন মহাদেশৰ মাজেৰে কৰ্কটৰেখা, বিষুৱৰেখা আৰু মকৰক্রান্তীয় ৰেখা পাৰ হৈ গৈছে
Q. What is the name of the mountain that divides Manipur and Nagaland - মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰা পাহাৰটোৰ নাম কি
ADRE (Study Materials)
| Grade III | Grade IV |
Q. What is the name of the lake with the highest amount of salt in the water - পানীত সৰ্বাধিক পৰিমাণে লোণ থকা (অতিকে লুণীয়া) হ্ৰদটোৰ নাম কি
Q. Which two of the following states produce the majority (over 60 per cent) of the total coal production in the country - দেশৰ মুঠ কয়লা উৎপাদনৰ সৰহভাগ (60 শতাংশৰো অধিক) তলৰ কোন দুখন ৰাজ্যত উৎপাদন হয়
Q. Which of the following plants have no flowers - তলৰ কোনবিধ উদ্ভিদৰ ফুল নাই
Q. Which forests are also referred to as Monsoon Forests - কোনবোৰ অৰণ্যক মৌচুমী অভয়াৰণ্য বুলিও কোৱা হয়
Q. On which day of the year is the Forest Festival celebrated in our country - বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয়
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. Which of the following country does not share boundary with India - তলৰ কোনখন দেশে ভাৰতৰ সীমা স্পর্শ নকৰে
Q. Which States of India have a common border with Myanmar - ভাৰতৰ কোনবোৰ ৰাজ্যৰ ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমা আছে
Q. Bare of the greenhouse effect - সেউজ গৃহ প্ৰভাৱৰ বাৰে
Q. Where is the largest amount of clean water available - আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায়
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved