| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |

Q.In which of the following States does the Monsoon arrive first - তলৰ কোনখন ৰাজ্যত প্রথমে বাৰিষাৰ প্ৰভাৰ পৰে
Q.The term Monsoon is originated from - ভাষাৰ পৰা মনচুন শব্দৰ উৎপত্তি হৈছে
Q.What percentage of the total land area of the world is occupied by India - পৃথিৱীৰ মুঠ ভূ - ভাগৰ ভাৰতবৰ্ষই কিমান শতাংশ অধিকাৰ কৰিছে
Q.The group of stars arranged in a definite pattern is called - নির্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটক কি বুলি কোৱা হয়
Q.The largest planet in our solar system - সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্রহ কোনটো
Q.India is the largest country in the world by land area - মাটিকালি হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিবীৰ ভিতৰত
Q.Total area of India - ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ পৰিমাণ
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q.What is the length of India from north to south - ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ দৈৰ্ঘ্য কিমান
Q.India is lying entirely in the .............. hemisphere - ভাৰত সম্পূৰ্ণৰূপে কোন গোলার্ধত অবস্থিত
Q.The ............... divides India into almost two equal parts - তলৰ কোনটো বিকল্পই ভাৰতক প্রায় সমানে দুটা ভাগত বিভক্ত কৰে
Q.What is the total length of the coastline of India - ভাৰতবৰ্ষৰ উপকূলৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান
Q.Sunlight reaches the earth's surface through - সূর্যৰ পোহৰ কি পদ্ধতিৰে পৃথিবী পৃষ্ঠত উপনীত হয়
Q.The filament of the bulb is made up of which material - বাল্বৰ ফিলামেন্ট কোনটো পদার্থবে গঠিত
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q.The mean radius of the Earth is - পৃথিবীব গড় ব্যাসার্ধ হ'ল
Q.Which one of the following planets rotates clockwise - তলৰ কোনটো গ্রহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি থাকে
Q.What percentage of the total land area of India is covered by forests - ভাৰতবৰ্ষৰ মুঠ স্থলভাগৰ কিমান শতাংশ বনাঞ্চলৰ অন্তৰ্গত
Q.Indian Standard Time Which of the following is considered as local time - ভাৰতীয় মান (Indian Standard Time ) তলৰ কোনখন ঠাইত স্থানীয় সময় হিচাপে ধৰা হয়
Q.How much time is Indian Standard Time (IST) ahead or behind Greenwich Mean Time (GMT)- ভাৰতীয় মান সময় (IST) গ্ৰীনউইচ মান সময়তকৈ (GMT) কিমান সময় আগবঢ়া বা পিছপৰা
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q.Which of the following lines passes through India causing extreme heat in summer (eg Rajasthan) and extreme cold in winter (eg Kashmir) - তলৰ কোনডাল ৰেখা ভাৰতবৰ্ষৰ মাজেদি পাৰ হৈ যোৱাৰ ফলত গ্ৰীষ্মকালত অত্যন্ত গৰম (যেনে-ৰাজস্থান) আৰু শীতকালত ভীষণ শীত(যেনে-কাশ্মীৰ) অনুভৱ হয়
Q.Which of the following union territories is located in western coast in India - তলৰ কোনখন কেন্দ্রীয় শাসিত অঞ্চল ভাৰতৰ পশ্চিম উপকূলত অবস্থিত
Q.Which state boundary does not touch the international boundary - কোনখন ৰাজ্যৰ সীমাই আন্তর্জাতিক সীমা স্পর্শ নকৰে
Q.Which of the following lines divides India into two parts, North and South - তলৰ কোনডাল ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে
Q.Which of the following cities is located close to the Cancer Equinox - তলৰ কোনখন মহানগৰ কৰ্কট ক্ৰান্তি ৰেখাৰ নিচেই ওচৰতে অৱস্থিত
ADRE (Study Materials)
| Grade III | Grade IV |
Q.When molten rock comes out the surface of earth, it is known as - যেতিয়া গলিত শিল পৃথিৱীৰ পৃষ্ঠৰ পৰা ওলাই আহে, তেতিয়া ইয়াক কি বুলি জনা যায়
Q.How the Himalayas are formed - হিমালয় কেনেকৈ গঠন হৈছিল
Q.Lake Sambar is located near which of the following cities - সম্বৰ হ্ৰদটো তলৰ কোনখন মহানগৰৰ নিচেই কাষতে আছে
Q.What is the national flower of India - ভাৰতৰ ৰাষ্ট্ৰীয় ফুলবিধ কি
Q.The Earth rotates around its axis from - পৃথিবীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থাকে
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q.Which one of the following planets is the brightest - তলৰ কোনটো গ্রহ আটাইতকৈ উজ্জ্বল
Q.What is the national fruit of India - ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ কি
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved