Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Indian History MCQ with Answer, Part - 2

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Which one is the Sacred texts of Jainism - জৈন ধৰ্মৰ পবিত্র গ্রন্থ কোনখন

  • Zend Avesta - জেও আভেস্টা
  • Agama - আগম
  • Tripitaka - ত্রিপিটক
  • Avesta - আভেষ্টা

 

Q. What was the first capital of Magadha - মগধৰ প্ৰথম ৰাজধানী কি আছিল

  • Patliputra - পাটলীপুত্র
  • Vaishali - বৈশালি
  • Girivaraja (Rajgriha) - গিৰিব্রিজ
  • Champa - চম্পা

 

Q. Bimbisara was murdered by - বিম্বিসাৰক কোনে হত্যা কৰিছিল

  • Wife - পত্নী
  • Brother - ভাতৃ
  • Son - পুত্র
  • Brother in law - খুলশালী

 

Q. Who took the title of Maharajadhiraj - মহাৰাজাধিৰাজ উপাধি কোনে লৈছিল

  • Sri Gupta - শ্রী গুপ্ত
  • Samudragupta - সমুদ্রগুপ্ত
  • Chandragupta I - প্রথম চন্দ্রগুপ্ত
  • Kumaragupta - কুমাৰগুপ্ত

 

Q. Guptas introduced gold coins and it was known as - গুপ্তসকলে প্রবর্তন কৰা সোণৰ মুদ্রা কি নামেৰে পৰিচিত

  • Rupaka - ৰূপক
  • Dinaras - ডিনাৰ
  • Tanka - টংকা
  • None of these - এটাও নহয়

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. What is the SI unit of Work - কামৰ SI একক কি

  • Newton - নিউটন
  • Watt - ৱাট
  • Joule - জুল
  • None of these- এটাও নহয়

 

Q. Which of the following mirrors does a dentist use - দন্ত চিকিৎসকে তলৰ কোনবিধ দাপোন ব্যবহাৰ কৰে

  • Convex mirror - উত্তল দাপোন
  • Plane mirror - সমতল দাপোন
  • Concave mirror - অবতল দাপোন
  • All of these - এই সকলোবোৰ

 

Q. Sound cannot travel through - তলৰ কোনটো বিকল্পৰ মাজেৰে শব্দ প্রতিবাহিত হ'ব নোৱাৰে

  • Air - বায়ু
  • Iron - লোহা
  • Vacuum - শূন্যতা
  • Water - পানী

 

Q. Buddha and Mahavira died during the reign of which king - বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল

  • Ajatashakra - অজাতশক্ৰ
  • Udayan - উদয়ন
  • Bimbisara - বিম্বিছাৰা
  • Manu - মনু

 

Q. Which king was the first to have an image of the Buddha engraved on a coin - সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্ত্তি মুদ্লাত খোদিত বা অংকিত কৰাইছিল

  • Ashoka - অশোক
  • Kanishka - কণিষ্ক
  • Harshavardhana - হৰ্ষবৰ্দ্ধন
  • Manu - মনু

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Kesari and Maratha Newspapers was published by - কেশৰী আৰু মাৰাঠা বাতৰি কাকত প্রকাশ কৰিছিল

  • Mahatma Gandhi - মহাত্মা গান্ধী
  • Bhau Mahajan - ভাউ মহাজন
  • Bal Gangadhar Tilak - বাল গংগাধৰ তিলক
  • Krishnarao Bhalekar - কৃষ্ণবাও ভালেকাৰ

 

Q. Who started the Home Rule League - হোম ৰুল লীগ কোনে আবস্ত কৰিছিল

  • Raja Ram Mohan Roy - ৰাজা বামমোহন ৰয়
  • P.S. Mehta - বি পি মেহতা
  • S.N. Bannerjee - এছ এন বেনার্জী
  • Annie Besant - এনি বেছান্ট

 

Q. The INC was formed in - আই এন চি গঠন হৈছিল

  • 1880
  • 1884
  • 1882
  • 1885

 

Q. Who presided over the first Buddhist council (conference) - প্রথম বৌদ্ধ পৰিষদত (সন্মিলনত) কোনে সভাপতিত্ব কৰিছিল

  • Maha Kaspa - মহা কাছপা
  • Magaliputa tisa - মগালিপুতা টিছা
  • Omnipresent - সৰ্ব্বকামী
  • Ashoka - অশোক

 

Q. Who was the first to introduce gold coins - প্রথমে কোনে সোণৰ মুদ্ৰা প্ৰচলন কৰে

  • The Kushans - কুশানসকলে
  • The Indo-Greeks - ইন্দোগ্ৰীকসকলে
  • The Shakas - শকসকলে
  • The Parthians - পাৰ্থিয়ানসকলে

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. The Chinese traveler came to India during the reign of Huyen Tsang Kar - চীনা পৰিৱাজক হিউয়েন ছাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল

  • Chandragupta - - চন্দ্ৰগুপ্ত - ১
  • Particles - কণিষ্ক
  • Ashoka - অশোক
  • Harshavardhana - হৰ্ষবৰ্দ্ধন

 

Q. Rusting of iron is a - লোহাত মামৰে ধৰা প্ৰক্ৰিয়াটো হ'ল

  • Physical change - ভৌতিক পৰিৱর্তন
  • Chemical change - ৰাসায়নিক পৰিবৰ্তন
  • All of these - এই সকলোবোৰ
  • Both A and B

 

Q. Which of the following is not a vector quantity - তলৰ কোনটো ভেক্টৰ একক নহয়

  • Speed - গতি
  • Velocity - বেগ
  • Displacement - বিচ্যুতি
  • Acceleration - ত্বৰণ

 

Q. What is the SI unit of force - বলৰ SI একক কি

  • W
  • J
  • N
  • Kgm

 

Q. Who killed Dhanananda, the last king of the Nanda dynasty - নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল

  • Mahapadmananda - মহাপদ্মানন্দ
  • Ashoka - অশোক
  • Alexander - আলেকজেণ্ডাৰ
  • Chandragupta - চন্দ্ৰগুপ্ত

 

Q. Founded the Mauryan dynasty - মৌৰ্য বংশ প্রতিষ্ঠা কৰিছিল

  • Chandragupta II - দ্বিতীয় চন্দ্ৰগুপ্ত
  • Unborn enemies - অজাতশত্ৰু
  • Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
  • Ashoka - অশোক

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Chandragupta was the Greek general defeated by Maurya - চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰা গ্ৰীক সেনাপতিগৰাকী আছিল

  • Minanda - মিনান্দাৰ
  • Seleucus - চেল্যুকচ
  • Philip - ফিলিপ
  • Alexander - আলেকজেণ্ডাৰ

 

Q. He was the greatest king of the Mauryan dynasty - মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল

  • Point essence - বিন্দুসাৰ
  • Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
  • Mahamati Ashoka - মহামতি অশোক
  • Brihadratha - বৃহদ্ৰথ

 

Q. He was the Mauryan emperor who fought the Battle of Kalinga - কলিংগ যুদ্ধ কৰা মৌৰ্য সভ্ৰাটগৰাকী আছিল

  • Ashoka - অশোক
  • Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
  • Point essence - বিন্দুসাৰ
  • Jalouk - জলৌক

 

Q. Who was the first ruler of the Das dynasty - 'দাস' বংশৰ প্ৰথমজন শাসক কোন আছিল

  • Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
  • Iltutmish - ইলতুৎমিছ
  • Balban - বলবন
  • Razia - ৰাজিয়া

 

Q. Who was the first Muslim ruler of Delhi - দিল্লীৰ প্ৰথমজন মুছলিম শাসক কোন

  • Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
  • Iltutmish - ইলতুৎমিছ
  • Balban - বলবন
  • Razia - ৰাজিয়া

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Who passed the Vernacular Press Act - ভার্নেকুলাৰ প্ৰেছ আইন কাৰ দ্বাৰা গৃহীত হৈছিল

  • James Augustus Hicky - জেমছ অগাষ্টাছ হিক্কী
  • Lord Lytton - লর্ড লিটন
  • Lord Ripon - লর্ড বিপন
  • Dadabhai Naoroji - দাদাভাই নৌবজী

 

Q. Who was known as Martin Luther of Hinduism - হিন্দু ধৰ্মৰ মার্টিন লুথাৰ নামেৰে কাক জনা যায়

  • Ram Mohan Rai - ৰাম মোহন ৰায়
  • Dayanand Saraswati - দয়ানন্দ সৰস্বতী
  • Ravindra Nath Tagore - ৰবীন্দ্ৰ নাথ ঠাকুৰ
  • Mahatma Gandhi - মহাত্মা গান্ধী

 

Q. Who was known as the father of Local Self Government - স্থানীয় স্বশাসন ব্যৱস্থাৰ পিতৃ হিচাপে কোনগৰাকী ব্যক্তিক জনা যায়

  • Lord Wellesley - লর্ড বেলছলি
  • Lord Canning - লর্ড কেনিং
  • Lord William Bentick - লর্ড উইলিয়াম বেন্টিক
  • Lord Ripon - লর্ড ৰিপন

 

Q. Who was the last Sultan of the Toglak dynasty - টোগলক বংশৰ শেষৰঞ্জন চুলতান কোন আছিল

  • Muhammad Shah Toglak - মহম্মদ শাহ টোগল
  • Turquoise - ফিৰোজ
  • Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
  • Nassarat Shah - নাছাৰত শাহ

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved