Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam History MCQ with Answer, Part - 5

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Who organized Mrityu Bahini in Assam - অসমত মৃত্যু বাহিনীৰ গুৰি ধৰোতাগৰাকী কোন আছিল

  • Kanaklata Baruah - কনকলতা বৰুৱা
  • Mukunda Kakati - মুকুন্দ কাকতি
  • Pushpalata Das - পুষ্পলতা দাস
  • Mahatma Gandhi - মহাত্মা গান্ধী

 

Q. Who was the greatest king of the Burman dynasty - বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল

  • Bhaskar Burman - ভাস্কৰ বৰ্মন
  • Pushya Burman - পুষ্য বর্মন
  • Harshavardhan - হর্ষবর্ধন
  • Evening - সন্ধ্যা

 

Q. Who was given the title of 'Shiromani' by Durlabh Narayan - দুৰ্লভ নাৰায়ণে 'শিৰোমণি' উপাধি কাক দিছিল

  • Kusumbar - কুসুম্বৰ
  • Chandibar - চণ্ডিবৰ
  • Roop Singh - ৰূপ সিং
  • Madhavadeo - মাধৱদেৱ

 

Q. State Animal of Manipur is - মণিপুৰৰ ৰাজ্যিক প্রাণী হ'ল

  • Snow leopard - তুষাৰ নাহৰফুটুকী
  • Sangai - চাংগাই
  • Red panda - ৰঙা পাণ্ডা
  • One-horned rhinoceros - এক শিভীয়া গড়

 

Q. Rumtek Monastery is located in - কমটেক মঠটো ক'ত অৱস্থিত

  • Arunachal Pradesh - অৰুণাচল প্রদেশ
  • Sikkim - ছিকিম
  • Meghalaya - মেঘালয়
  • None of these - এটাও নহয়

 

Q. State capital of Manipur - মণিপুৰ ৰাজ্যৰ ৰাজধানী

  • Dispur - দিছপুৰ
  • Itanagar - ইটানগৰ
  • Imphal - ইম্ফল
  • None of these - এটাও নহয়

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Where did Arimathea establish his capital - আৰিমত্তই কোন ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল

  • Rajgarh - ৰাজগড়
  • Vaidyagarh - বৈদ্যগড়
  • Arimattha - আৰিমত্ত
  • Pushya Burman - পুষ্য বর্মন

 

Q. Who was the minister of King Nilambar - ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল

  • Pushya Burman - পুষ্য বর্মন
  • Manohar - মনোহৰ
  • Sachipatra - শচিপাত্র
  • Vidyap - বিদ্যাপ

 

Q. What is the name of the Indian mission sent by ISRO to study the Sun- ইছৰোবে সূৰ্য্যৰ অধ্যয়নৰ বাবে পঠোৱা ভাৰতীয় মিছন বা প্রকল্পটোৰ নাম কি

  • Aditya-1 - আদিত্য-1
  • Surya Mission - সূর্য্য মিছন
  • Aditya-L1 - আদিত্য-L1
  • Bhaskar-1 - ভাস্কৰ-1

 

Q. India's oldest domestic Asiatic elephant died in Assam. What the name of the elephant was- অসমত মৃত্যু হোৱা ভাৰতৰ আটাইতকৈ পুৰণি ঘৰচীয়া এছিয়াটিক হাতীটোৰ নাম কি আছিল

  • Bijuli Prasad - বিজুলী প্রসাদ
  • B. Harihar - হৰিহৰ
  • Shiva prasad - শিৱ প্রসাদ
  • Rama prasad- ৰাম প্রসাদ

 

Q. Khelo India Women's League has been renamed as - খেলো ইণ্ডিয়া মহিলা লীগৰ নাম সলনি কৰি কি নাম দিয়া হৈছে

  • Jagrati Mahila League - জাগ্রতী মহিলা লীগ
  • Asmita Mahila League - অস্মিতা মহিলা লীগ
  • Kiran Mahila League - কিৰণ মহিলা লীগ
  • Beti Mahila League - বেটি মহিলা লীগ

 

Q. Which country has won the FIFA Women's World Cup 2023 title-ফিফা মহিলা বিশ্বকাপ 2023ৰ খিতাপ কোনখন দেশে দখল কৰিছে

  • Argentina - আর্জেন্টিনা
  • Brazil - ব্রাজিল
  • England - ইংলেণ্ড
  • Spain - স্পেইন

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Who moved the capital from Kamrup Nagar to Komtapur - কামৰূপ নগৰৰ পৰা কোনে কমতাপুৰলৈ ৰাজধানী তুলি নিছিল

  • Evening - সন্ধ্যা
  • Bhaskar Burman - ভাস্কৰ বৰ্মন
  • Arimattha - আৰিমত্ত
  • Pushya Burman - পুষ্য বর্মন

 

Q. What is the population per sq. km in Arunachal Pradesh - অৰুণাচল প্রদেশত প্রতি বর্গ কিলোমিটাৰ জনসংখ্যাৰ হাৰ কিমান

  • 10 per sq. km
  • 17 per sq. km
  • 11 per sq. km
  • 21 per sq. km

 

Q. In which year was The Mizoram Accord signed - কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল

  • 1975
  • 1976
  • 1986
  • 1985

 

Q. The 'Pichla Paria' battle took place between ------- - 'পিচলা পৰিয়া' ৰণ সংঘটিত হৈছিল ------- ৰ মাজত

  • Ahom-Kachari - আহোম-কছাৰী
  • Chutiya-Ahom - চুতীয়-আহোম
  • Koch-Ahom - কোচ-আহোম
  • Khasi-Kachari - খাচী-কছাৰী

 

Q. Who decorated Gohai Kamal Ali - গোহাঁই কমল আলি কোনে সজাইছিল

  • Naranarayan - নৰনাৰায়ণ
  • Rudra Singh - ৰুদ্ৰ সিংহ
  • Gadadhar Singh - গদাধৰ সিংহ
  • Rajeshwar Singh - ৰাজেশ্বৰ সিংহ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Who was the First President of the first session of Asom Chatra Sanmilan - অসম ছাত্র সম্মিলনৰ প্ৰথম অধিবেশনৰ প্ৰথমগৰাকী সভাপতি কোন আছিল

  • Lakshminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱা
  • Jagannath Baruah - জগন্নাথ বৰুৱা
  • Chandrakumar Agrawala - চন্দ্ৰকুমাৰ আগৰৱালা
  • Manik Chandra Barua - মাণিক চন্দ্র বৰুৱা

 

Q. First President of Assam Sahitya Sabha - অসম সাহিত্য সভাৰ প্ৰথম সভাপতি

  • Padmadhar Gohain Barua - পদ্মধৰ গোহাঁই বৰুৱা
  • Kuladhar Chaliha - কুলধৰ চলিহা
  • Dr. Surjya Hazarika - ড° সূর্য্য হাজৰিকা
  • Chandradhar Barua - চন্দ্ৰধৰ বৰুৱা

 

Q. Who was the President of the Swaraj Party in Assam - অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল

  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • Gopinath Bordoloi - গোপীনাথ বৰদলৈ
  • Lakshminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱা
  • Tarun Ram Phukan - তৰুণ ৰাম ফুকন

 

Q. Where did Chukapha first establish his capital - চুকাফাই প্রথমে ক'ত ৰাজধানী পাতিছিল

  • In Rangpur - ৰংপুৰত
  • In Charaideo - চৰাইদেউত
  • In Shivsagar - শিৱসাগৰত
  • In speech - বকতাত

 

Q. Who established his kingdom on the banks of the Kundil River - কুণ্ডিল নদীৰ পাৰত কোনে ৰাজ্য স্থাপন কৰিছিল

  • Banasura - বাণাসুৰ
  • Bhishma - ভীষ্মক
  • Narakasura - নৰকাসুৰ
  • Child care - শিশুপাল

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Name the Chief Minister of Assam at the time of independence of the country - দেশৰ স্বাধীনতাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল

  • Maulavi Saddula - মৌলবী চাদুলা
  • Gopinath Bordolai - গোপীনাথ বৰদলৈ
  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • Bimal Prasad Chaliha-বিমলা প্রসাদ চলিহা

 

Q. Veer Samriti - The Second World War Cemetry is located at - দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিসৌধ বীৰ স্মৃতি কোন ঠাইত অৱস্থিত

  • Mokakchung - মোকাকচুং
  • Kohima - কোহিমা
  • Itanagar - ইটানগৰ
  • Umrei - উমৰাই

 

Q. Dhon Ali and Anka Ali were built during the reign of which king - ধোনৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল

  • In the days of Rudra Singh - ৰুদ্ৰ সিংহৰ দিনত
  • In the days of Shiva Singh - শিৱ সিংহৰ দিনত
  • In the days of Gadadhar Singh - গদাধৰ সিংহৰ দিনত
  • Days of Pratap Singh - প্ৰতাপ সিংহৰ দিন

 

Q. What is the name of the GST Invoice Scheme launched by the Government of India recently - ভাৰত চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা জি এছ টি চালান আঁচনিৰ নাম কি

  • Mera Bill Mera Haque - মেৰা বিল মেৰা হক
  • Mera Bill Mera Adhikaar - মেৰা বিল মেৰা অধিকাৰ
  • Mera Bill Pahale - মেৰা বিল পহলে
  • None of these - এটাও নহয়

 

Q. Who gave Lokpriya title to Gopinath Bordoloi - গোপীনাথ বৰদলৈক কোনে লোকপ্রিয় উপাধি প্রদান কৰিছিল

  • Jayram Das Doulatram - জয়ৰাম দাস দৌলতৰাম
  • Sarvepalli Radhakrishnan - সর্বপল্লী ৰাধাকৃষ্ণন
  • Jawaharlal Nehru - জবাহৰলাল নেহৰু
  • Tarun Ram Phukan - তৰুণ ৰাম ফুকন

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Which one is the first assamese film to get the National Award - ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি কোনখন

  • Jaymoti - জয়মতী
  • Piyoli Phukon - পিয়লি ফুকন
  • Halodhiya Charaye Bao Dhan Khai - হলধীয়া চৰাইয়ে বাও ধান খায়
  • Bhaity - ভাইটি

 

Q. Who was the first Ahom king to assume the title of Swargadeo - স্বৰ্গদেউ উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল

  • Chudangpha - চুদাঙফা
  • Suchenpha - চুচেনফা
  • Chukapha - চুকাফা
  • Chuhungmung - চুহুংমূং

 

Q. Which Ahom king built the Jaisagar Pond and Jaidaul - কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল

  • Shiva Singh - শিৱ সিংহই
  • Rajeshwar Singh - ৰাজেশ্বৰ সিংহই
  • The drunken Singh - প্রমত্ত সিংহই
  • Rudra Singhi - ৰুদ্ৰ সিংহই

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved