Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam History MCQ with Answer, Part - 4

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Which state has the highest population density in North East India according to 2011 census - 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূব ভাৰতব কোনখন ৰাজ্যত জনসংখ্যার ঘনত্ব সর্বাধিক

  • Tripura - ত্রিপুৰা
  • Mizoram - মিজোৰাম
  • Assam - অসম
  • Manipur - মণিপুৰ

 

Q. Which of the following gives the correct sequence of hills in the east-west direction - তলৰ কোনটো পূব-পশ্চিম দিশত পাহাৰৰ সঠিক ক্রম

  • Naga, Mikir, Khasi, Garo - নগা, মিকিৰ, খাচী, গাৰো
  • Garo, Khasi, Mikir, Naga - গাৰো, খাচী, মিকিৰ, নগা
  • Khasi, Garo, Naga, Mikir - খাচী, গাৰো, নগা, মিকিৰ
  • Mikir, Naga, Khasi, Garo - মিফিন, নগা, খাচী, গাৰো

 

Q. What was the name of the last battle between the Ahom and the Mughals(আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল

  • The Battle of Saraighat - শৰাইঘাটৰ ৰণ
  • Itakhuli Ran - ইটাখুলি ৰণ
  • The Battle of Ghiladhari Ghat - ঘিলাধাৰী ঘাটৰ ৰণ
  • The Battle of Pathrughat - পথৰুঘাটৰ ৰণ

 

Q. In which year did the Battle of Saraighat - শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল

  • In 1771
  • In 1671
  • In 1661
  • In 1871

 

Q. Who was the commander of the Mughal army at the Battle of Saraighat(শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল

  • Ram Singh - ৰাম সিংহ
  • Amar Singh - অমৰ সিংহ
  • Mir Jumla - মীৰজুমলা
  • Turbak - তুর্বক

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. In which place will be installed a bronze statue of Xahityarathi Lakshminath Bezbaruah - কোন স্থানত সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ প্রতিমূর্তি স্থাপন কৰা হ'ব

  • Guwahati - গুৱাহাটী
  • Dibrugarh - ডিব্রুগড়
  • Delhi - দিল্লী
  • Odisha - উৰিষ্যা

 

Q. Who becomes first Assamese swimmer to cross English Channel both ways - দুয়োপাৰৰ পৰা ইংলিচ চেনেল পাৰ হোৱা প্রথম অসমীয়া সাঁতোৰবিদ কোন

  • Jishu Hazarika - জিছু হাজৰিকা
  • Rimo Saha - ৰিমো সাহা
  • Elvis Ali Hazarika - এলভিছ আলী হাজৰিকা
  • Peter Boruah - পিটাৰ বৰুৱা

 

Q. Recently, which state introduced a free 'School Boat' service for School students - শেহতীয়াকৈ কোনখন ৰাজ্যই স্কুলীয়া ছাত্র- ছাত্রীসকলৰ বাবে বিনামূলীয়া 'স্কুল ব'ট' সেৱা প্রবর্তন কৰিছে

  • Assam - অসম
  • Tripura - ত্ৰিপুৰা
  • Meghalaya - মেঘালয়
  • Mizoram - মিজোৰাম

 

Q. In which year did Chukapha come to Assam(চুকাফা অসমলৈ কোন চনত আহিছিল

  • In 1225 AD
  • In 1328 AD
  • In 1253 AD
  • In 1228 AD

 

Q. Who was the first to recognize Assamese as a language of literature(কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে

  • Naranarayan - নৰনাৰায়ণ
  • Durlabh Naranarayan - দুর্লভ নৰনাৰায়ণ
  • Rudra Singhar - ৰুদ্ৰ সিংহাৰ
  • Govind Chandra - গোবিন্দ চন্দ্র)

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Whose reign is called the 'Golden Age' in the history of Assam(কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত 'সোণালী যুগ' বুলি কোৱা হয়

  • Chukapha - চুকাফা
  • Evening - সন্ধ্যা
  • Naranarayan(নৰনাৰায়ণ
  • Fanarayan(ফানাৰায়ণ )

 

Q. What is the name of the most powerful king of the Chutia kings(চুটিয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি

  • Birpal (বীৰপাল)
  • Ratnadhvaja Pal (ৰত্নধ্বজ পাল)
  • Dhir Narayan (ধীৰ নাৰায়ণ)
  • Sadhak Narayana - সাধক নাৰায়ণ

 

Q. Which National Park of Assam faces threat of 'heritage in danger' according to UNESCO WHC - UNESCO WHC অনুসৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান 'বিপদত পৰা ঐতিহ্য'ৰ ভাবুকিৰ সম্মুখীন হৈছে

  • Kaziranga NP - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  • Orang NP - ওৰাং ৰাষ্ট্ৰীয় উদ্যান
  • Manas NP - মানস ৰাষ্ট্ৰীয় উদ্যান
  • Nameri NP - নামেৰী ৰাষ্ট্ৰীয় উদ্যান

 

Q. Who was the first Chief Minister of Assam - অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল

  • Bishnuram Medhi - বিষ্ণুৰাম মেধি
  • Gopinath Bordoloi - গোপীনাথ বৰদলৈ
  • Tarun Ram Phukan - তৰুণ ৰাম ফুকন
  • Mahendra Mohan Choudhry - মহেন্দ্র মোহন চৌধুৰী

 

Q. Assam Accord Signed in - অসম চুক্তি স্বাক্ষৰিত হৈছিল

  • 1985
  • 1983
  • 1984
  • 1982

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. When was Gauhati University established - গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্রতিষ্ঠা হৈছিল

  • 1947
  • 1948
  • 1958
  • 1957

 

Q. Recently what amount of fund released by Central Govt. to Assam under SDRF - SDRFৰ অধীনত শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে কিমান পৰিমাণৰ পুঁজি মুকলি কৰি দিছে

  • Rs. 300.40 сг
  • Rs. 340,40 cr
  • Rs 350.30 Cr
  • Rs. 360.20 cr

 

Q. Under which scheme, foundation stone laid for redevelopment of 32 railway stations in Assam - কোনখন আঁচনিৰ অধীনত অসমৰ 32টা বেল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হৈছে

  • Vikalp Scheme - বিকল্প আঁচনি
  • Amrit Bharat Station Scheme - অমৃত ভাৰত ষ্টেচন আঁচনি
  • Rail Kaushal Vikas Yojana - ৰে'ল কৌশল বিকাশ যোজনা
  • Clone train scheme - ক্ল'ন ৰে'ল আঁচনি

 

Q. Which of the following places was the permanent capital of the Chutia(তলৰ কোনখন ঠাঁই চুটিয়াসকলৰ স্থায়ী ৰাজধানী আছিল

  • Maibang(মাইবং
  • Komtapur(কমতাপুৰ
  • Ratanpur - ৰতনপুৰ
  • Shadia - শদিয়া

 

Q. Who is the god worshiped by the Chutia - চুটিয়াসকলৰ উপাস্য দেৱতা কোন

  • Yama - যম
  • Kubera - কুবেৰ
  • Indra - ইন্দ্ৰ
  • Vishnu - বিষ্ণু

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Who was the first Assamese tea farmer - প্রথম অসমীয়া চাহ খেতিয়কজন কোন

  • Gomdhar Konwar - গোমধৰ কোঁৱৰ
  • Maniram Dewan - মণিৰাম দেৱান
  • Badan Barphukan - বদন বৰফুকন
  • Anandaram Dhekial Fukan - আনন্দৰাম ঢেকীয়াল ফুকন

 

Q. Who decorated the Kamakhya Temple - কামাখ্যা মন্দিৰ কোনে সজাইছিল

  • Bhagadatta - ভগদত্ত
  • Narakasura - নৰকাসুৰ
  • Ghatakasura - ঘটকাসুৰ
  • Naranarayan - নৰনাৰায়ণ

 

Q. Who created the term 'Barpatragohai' - 'বৰপাত্ৰগোহাঁই' পদ কোনে সৃষ্টি কৰিছিল

  • Chukapha - চুকাফা
  • Rudra Singh - ৰুদ্ৰ সিংহ
  • Chuhungmukh - চুহুংমুখ
  • Gadadhar Singh - গদাধৰ সিংহ

 

Q. When was the Treaty of Yandabu signed - ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল

  • In 1826 - ১৮২৬ চনত
  • In 1726 - ১৭২৬ চনত
  • In 1926 - ১৯২৬ চনত
  • In 1871 - ১৮৭১ চনত

 

Q. India's first post office near LoC has been inaugurated in which district of Jammu and Kashmir - আন্তৰাষ্ট্ৰীয় সীমাৰ নিকটতম প্ৰথমটো ডাকঘৰ জম্মু-কাশ্মীৰৰ কোনখন জিলাত উদ্বোধন কৰা হৈছে

  • Srinagar - শ্রীনগৰ
  • Gulmarg - গুলমার্গ
  • Sonamarg - সোনামার্গ
  • Kupwara - কুপৱাৰা

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Who has taken over as the chairman of the Central Board of Indirect Taxes and Customs - পৰোক্ষ কৰ আৰু শুল্ক কেন্দ্রীয় ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰা ব্যক্তিগৰাকী কোন

  • Sanjay Kumar Agarwal - সঞ্জয় কুমাৰ আগৰৱালা
  • Vivek Johri - বিবেক জোহৰী
  • Sanjay Sinha - সঞ্জয় সিনহা
  • none of these - এটাও নহয়

 

Q. BRICS Startup Forum will be launched by which country-ব্রিক্‌ছ ষ্টার্টআপ ফ'ৰাম কোনখন দেশে আৰম্ভ কৰিব

  • South Africa - দক্ষিণ আফ্রিকা
  • China - চীন
  • India - ভাৰত
  • Brazil - ব্রাজিল

 

Q. Who was the founder of the Koch dynasty - কোচ বংশৰ প্ৰতিষ্ঠাতা কোন

  • Shiva Singh - শিৱ সিংহ
  • Chilarai - চিলাৰায়
  • Bishb Singh - বিশ্ব সিংহ
  • Naranarayan - নৰনাৰাযণ

 

Q. What is the old name of Dimapur - ডিমাপুৰৰ পুৰণি নাম কি

  • Maibang - মাইবং
  • Hirimbapur - হিড়িম্বাপুৰ
  • Rangpur - ৰংপুৰ
  • Ratanpur - ৰতনপুৰ

 

Q. Kanaklata Baruah died in - কনকলতা বৰুৱাৰ মৃত্যু হয়

  • Quit India Movement - ভাৰত ত্যাগ আন্দোলনত
  • Swadeshi Movement - স্বদেশী আন্দোলনত
  • Non-Cooperation Movement - অসহযোগ আন্দোলনত
  • Civil Disobedience Movement - আইন অমান্য আন্দোলন

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved