Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Geography MCQ with Answer, Part - 5

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. In which year Kaziranga National Park became a Tiger reserve - কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হয়

  • 2006
  • 2008
  • 2007
  • 2009

 

Q. It is said to be the gateway to the Northeast - উউত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়

  • Assam - অসমক
  • Tripura - ত্ৰিপুৰক
  • Arunachal Pradesh - অৰুণাচল প্ৰদেশক
  • Mizoram - মিজোৰামক

 

Q. India covers 2.4 per cent of the total area of Atika - ভাৰতৰৰ মুঠ আটিকালিৰ ২.৪ শতাংশ আগুৰি আছে

  • Meghalaya - মেঘালয়
  • Assam - অসম
  • Mizoram - মিজোৰাম
  • The State of Tripura - ত্ৰিপুৰা ৰাজ্য

 

Q. Pongal is the festival of which State - পোংগল' কোনখন ৰাজ্যৰ উৎসৱ

  • Tamil Nadu - তামিলনাডু
  • Andhra Pradesh - অন্ধ্র প্রদেশ
  • Kerala - কেৰেলা
  • Maharashtra - মহাৰাষ্ট্র

 

Q. In which year the Sangeet Natak Academy recognized Sattriya as a classical dance - কোন বছৰত সংগীত নাটক একাডেমীয়ে স্ত্রীয়াক শাস্ত্রীয় নৃত্য হিচাপে স্বীকৃতি প্রদান কৰিছিল

  • 2005
  • 2012
  • 2000
  • 2016

 

Q. What is the average distance of Sun from the Earth? (পৃথিৱীৰ পৰা সূৰ্য্যৰ গড় দূৰত্বকিমান?)

  • 14.95 crore km (১৪.৯৫ কোটি কিলোমিটাব)
  • 14.96 crore km (১৪.৯৬ কোটি কিলোমিটাৰ)
  • 14.90 crore km (১৪.৯০ কোটি কিলোমিটাৰ)
  • 14.91 crore km (১৪.৯১ কোটি কিলোমিটাৰ)

 

Q. What part of the Earth is covered by land (পৃথিৱীৰ উপৰিভাগৰ কিমান ভাগ স্থলেৰে আবৃত)

  • 29% (২৯ শতাংশ)
  • 28% (২৮ শতাংশ)
  • 30% (৩০ শতাংশ)
  • 27% (২৯ শতাংশ)

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. Which is the largest south bank tributary of Brahmaputra -ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন

  • Dikhow দিখৌ
  • Jhanji - জাঁজী
  • Kapili - কপিলী
  • Dhanshiri - ধনশিৰি

 

Q. Which of the following is a headstream of Brahmaputra river - তলৰ কোনটো ব্ৰহ্মপুত্র নদীৰ মুখ্য ধাৰা

  • Dikhou - দিখৌ
  • Dihang - দিহাং
  • Kameng - কামেং
  • Dishang - দিছাং

 

Q. What is the world's coldest place (পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি)

  • Vostok Station (ভোছষ্টক ষ্টেচন)
  • Snag, Yukon Territory (শেক, ইউকন টেবিটবি)
  • North Ice, Greenland (নর্ট আইছ, গ্রিলেও)
  • Oymyakon, Russia (অয়োমাইকন, বাছিয়া)

 

Q. Which of the following planet has 14 satelitte (তলৰ কোনটো গ্রহৰ উপগ্রহ চৈধ্যটা)

  • Neptune (নেপচুন)
  • Mars (মঙ্গল)
  • Uranus (ইউবেনাচ)
  • Saturn (শনি)

 

Q. What is the brightest star of the space (মহাকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্রটো কি)

  • Proxima centauri (প্রক্সিমা চেন্টাউৰী)
  • Sun (সূর্য্য)
  • Cirius (চিৰিয়াছ)
  • Alpha centauri (আলফা চেন্টাউৰী)

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. Which of the following two planets do not have any satellite (তলৰ কোন দুটা গ্রহব উপগ্রহ নাই)

  • Venus and Mars (শুক্র আৰু মঙ্গল)
  • Marcury and Mars (বুধ আৰু মঙ্গল)
  • Mercury and Venus (বুধ আৰু শুক্র)
  • Venus and Neptune (শুক্র আৰু নেপচুন)

 

Q. North Cachar Hill is known for - উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে জনাজাত

  • Graphite - গ্রেফাইট
  • Rock salt - শিলৰ নিমখ
  • Limestone - চুণশিল
  • Coal - কয়লা

 

Q. Pani Dihing Birds Sanctuary is located in which of the following districts of Assam - পানী দিহিং চৰাই অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত

  • Jorhat - যোৰহাট
  • Sivsagar - শিৱসাগৰ
  • Golaghat - গোলাঘাট
  • Dhemaji - ধেমাজি

 

Q. Which of the following planet is nearest to the Earth (তলৰ কোনটো গ্রহ পৃথিৱীৰ আটাইতকৈ ওচৰতে আছে)

  • Jupiter (বৃহস্পতি)
  • Venus (শুক্র)
  • Marcury (বুধ)
  • Mars (মঙ্গল)

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. Which of the following planet has four satellite as discovered by Galilleo (মহান বিজ্ঞানী গেলিলিওবে তলৰ কোনটো গ্রহব উপগ্রহ চাবিটা আবিষ্কাৰ কৰিছিল)

  • Saturn (শনি)
  • Jupiter (বৃহস্পতি)
  • Neptune (নেপচুন)
  • Uranus (ইউবেনাছ)

 

Q. In which month is the distance between Earth and the Sun less (সূর্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বছৰৰ কোন মাহত কম হয়)

  • January (জানুৱাৰী)
  • June (জুন)
  • March (মার্চ)
  • September (ছেপ্তেম্বৰ)

 

Q. Where is Tirupati Balaji (Tirumala Venkateswara Temple) present - তিৰুপতি বালাজী (তিৰুমালা ভেংকটেশ্বৰ মন্দিৰ) ক'ত উপস্থিত

  • Chittor, Andhra Pradesh - চিত্তোৰ, অন্ধ্র প্রদেশ
  • Vishakapatnam, Andhra Pradesh - বিশাকপট্রনম, অন্ধ্র প্রদেশ
  • Kolkata, West Bengal - কলকাতা, পশ্চিম বংগ
  • Cuttack, Odisha - কটক, উৰিষ্যা

 

Q. Mundeshwari Temple is located in which district of Bihar - মুণ্ডেশ্বৰী মন্দিৰ বিহাৰৰ কোনখন জিলাত অবস্থিত

  • Sitamarhi - সীতামহি
  • Gaya - গয়া
  • Kaimur - কৈমূৰ
  • Bhagalpur - ভাগলপুৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. What is the shortest day of the year (বছৰব আটাইতকৈ চুটি দিন কোনটো)

  • 1st January (১ জানুৱাৰী)
  • 23rd September (২৩ ছেপ্তেম্বর)
  • 21st March (২১ মার্চ)
  • 22nd December (২২ ডিচেম্বৰ)

 

Q. What is the longest day of the year (বছৰৰ আটাইতকৈ দীঘল দিন কোনটো)

  • 25th December (২৫ ডিচেম্বৰ)
  • 21st June (২১ জুন)
  • 21st March (২১ মার্চ)
  • 23rd September (২৩ ছেপ্তেম্বৰ)

 

Q. The Patkai Bum range makes boundary between - পাটকাইৰ ওখ অঞ্চলে কাৰ কাৰ মাজত সীমা নির্ধাৰণ কৰে

  • India and Bhutan - ভাৰত আৰু ভূটান
  • India and Bangladesh - ভাৰত আৰু বাংলাদেশ
  • India and Nepal - ভাৰত আৰু নেপাল
  • India and Myanmar - ভাৰত আৰু ম্যানমাৰ

 

Q. The largest tributary of the Brhamaputra river is - ব্রহ্মপুত্র নদীৰ সর্ববৃহৎ উপনৈখন হ'ল

  • Lohit - লোহিত
  • Kollong - কলং
  • Subansiri - সুৱনশিৰি
  • Manas - মানস

 

Q. Nameri National park is located in which of the following districts of Assam - নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ তলৰ কোনখন জিলাত অবস্থিত

  • Sonitpur - শোণিতপুৰ
  • Jorhat - যোৰহাট
  • Sivasagar - শিৱসাগৰ
  • Karbi Anglong - কার্বি আংলং

 

Q. To the East of Europe is ------------- (ইউৰোপৰ পূবফালে ------------- অবস্থিত)

  • Africa continent (আফ্রিকা মহাদেশ)
  • Atlantic Ocean (আটলান্টিক মহাসাগৰ)
  • Asia continent (এছিয়া মহাদেশ)
  • North Ocean (উত্তৰ মহাসাগৰ)

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. The Kalahari desert is in ----------- (কালাহাবী মরুভূমি আছে --------------)

  • North America (উত্তৰ আমেৰিকা)
  • Africa (আফ্রিকা)
  • South America (দক্ষিণ আমেৰিকা)
  • Europe (ইউৰোপ)

 

Q. ------------ is the largest gas present in the atmosphere ( ---------- হৈছে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছ)

  • Nitrogen (নাই'জেন)
  • Oxygen (অক্সিজেন)
  • Carbon di oxide (কার্বন ডাই অক্সাইড)
  • Methene (মিথেন)

 

Q. Where is ozone layer located (অ'জন স্তৰ ক'ত অৱস্থিত)

  • Troposphere (ট্র'পস্ফিয়াৰ)
  • Stratosphere (স্ট্রেট স্ফিয়াৰ)
  • Mesosphere (মেছ'স্ফিয়াৰ)
  • Thermosphere (থার্মস্ফিয়াৰ)

 

Q. Which organisation reconstituted in 1959 started exploring oil and natural gas in Assam - 1959 চনত পুনৰ গঠন হোৱা কোনটো সংগঠনে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল

  • Assam Oil Company - অসম অইল কোম্পানী
  • Oil India Limited - অইল ইণ্ডিয়া লিমিটেড
  • Oil and Natural Gas Commission - তেল আৰু প্রাকৃতিক গেছ আয়োগ
  • Oil and Natural Gas Corporation - তেল আৰু প্রাকৃতিক গেছ নিগম

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved