Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Geography MCQ with Answer, Part - 4

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Which of the following Bihu dances in Assam is performed by women only - অসমৰ তলৰ কোনটো বিহু নৃত্যত কেবল মহিলাসকলেহে নৃত্য কৰে

  • Faat Bihu - ফাট বিহু
  • Mukoli Bihu - মুকলি বিহু
  • Jeng Bihu - জেং বিহু
  • Husori - চৰি

 

Q. There are several types of roads in the road transport system of Assam - অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেইপ্ৰকাৰৰ পথ আছে

  • Seven types - সাত প্রকাৰৰ
  • There are six types - ছয় প্রকাৰৰ
  • There are five types - পাঁচ প্রকাৰৰ
  • There are four types - চাৰি প্রকাৰৰ

 

Q. What percentage of India's total water resources is irrigated by Assam - ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ মৃষ্টি কৰিছে

  • About 22 per cent - প্রায় ২২ শতাংশ
  • About 30 per cent - প্রায় ৩০ শতাংশ
  • About 32 per cent - প্রায় ৩২ শতাংশ
  • About 42 per cent - প্ৰায় ৪২ শতাংশ

 

Q. The length of the navigable waterway of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈঘ্য

  • 871 km - ৮৭১ কি:মি
  • 891 km - ৮৯১ কি:মি
  • 890 km - ৮৯০ কি:মি
  • 897 km - ৮৯৭ কিমি

 

Q. The length of the navigable waterway in Barak - বৰাকৰ নাব্য জলপথটোৰ দৈঘ্য

  • 271 km - ২৭১ কিমি
  • 261 km - ২৬১ কিমি
  • 155 km - ১৫৫ কিমি
  • 121 km - ১২১ কিমি

 

Q. Who celebrate Chap char kut festival - চাপ চৰ কুট উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে

  • Meghalaya - মেঘালয়
  • Tripura - ত্রিপুৰা
  • Mizoram - মিজোৰাম
  • Manipur - মণিপুৰ

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. The Navya Waterway was recognized by the Government of India in 2013 as the country's sixth national waterway - ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো

  • Navigable waterways of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ
  • Navigable waterways of Barak - বৰাকৰ নাব্য জলপথ
  • Navigable waterways of the Shovansiri - শোৱণশিৰিৰ নাব্য জলপথ
  • Not one - এটাও নহয়

 

Q. Which of the following districts in Assam has the highest population - অসমৰ তলৰ কোনখন জিলাৰ জনসংখ্যা সর্বাধিক

  • Dhubri - ধুবুৰী
  • Nagaon - নগাঁও
  • Kamrup - কামৰূপ
  • Barpeta - বৰপেটা

 

Q. Assam share international border with which of the following countries - অসমে তলত উল্লেখ কৰা কোনবোৰ দেশৰ আন্তর্জাতিক সীমাৰেখা স্পর্শ কৰে

  • Myanmar, Bhutan and Bangladesh - ম্যানমাৰ, ভূটান আৰু বাংলাদেশ
  • Bhutan and Bangladesh - ভুটান আৰু বাংলাদেশ
  • China, Myanmar, Bhutan and Bangladesh - চীন, ম্যানমাৰ, ভূটান আৰু বাংলাদেশ
  • Myanmar and Bangladesh - ম্যানমাৰ আৰু বাংলাদেশ

 

Q. The Navya Waterway was recognized by the Government of India in 1988 as the second national waterway in the country - ভাৰত চৰকাৰে ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো

  • Navigable waterways of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ
  • Navigable waterways of Barak - বৰাকৰ নাব্য জলপথ
  • Navigable waterways of the Shovansiri - শোৱণশিৰিৰ নাব্য জলপথ
  • Navigable waterways of the Ganges - গংগাৰ নাব্য জলপথ

 

Q. According to the 2009-10 data, ----percent of the total land area of Assam is cultivated - ২০০৯-১০ চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ ----শতাংশ মাটিত খেতি কৰা হৈছে

  • About 33 per cent - প্রায় ৩৩ শতাংশ
  • About 35 per cent - প্ৰায় ৩৫ শতাংশ
  • About 40 per cent - প্রায় ৪০ শতাংশ
  • About 45 per cent - প্রায় ৪৫ শতাংশ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. According to the 2011 State Forest Report of India, forest covers —— per cent of the total land area of Assam - ভাৰতৰ ৰাজ্যিক বন প্রতিবেদনৰ ২০১১ চনৰ তথ্য মতে, অসমৰ মুঠ মাটিকালিৰ —— শতাংশ বনাঞ্চল আছে

  • About 34 per cent - প্ৰায় ৩৪ শতাংশ
  • About 80 per cent - প্রায় 8০ শতাংশ
  • About 47 per cent - প্রায় ৪৭ শতাংশ
  • About 51 per cent - প্রায় ৫১ শতাংশ

 

Q. The famous painting 'Satyam Shivam Sundaram' was prepared by - বিখ্যাত চিত্র সত্যম শিবম সুন্দৰম কাৰ সৃষ্টি

  • Nandkishore Sharma - নন্দকিশোৰ শর্মা
  • Vishwanath Mehta - বিশ্বনাথ মেহতা
  • Shobha Singh - শোভা সিং
  • Shiv Nandan Nautiyal - শিৱ নন্দন নৌতিয়াল

 

Q. Kathakall is a dance of the following Indian states - কথাকলী তলত উল্লেখ কৰা কোনখন ভাবতীয় ৰাজ্যৰ নৃত্য

  • Andhra pradesh - অন্ধ্র প্রদেশ
  • Tamil nadu- তামিলনাডু
  • Kerala - কেৰেলা
  • Tripura - ত্রিপুৰা

 

Q. About 70 per cent of the total paddy area in Assam is cultivated with ------------------- - অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত ------------------- খেতি কৰা হয়

  • Rice cultivation - শালি ধানৰ খেতি
  • Cultivation of oilseed rice - আহু ধানৰ খেতি
  • Cultivation of Boro rice - বড়ো ধানৰ খেতি
  • Not one - এটাও নহয়

 

Q. Policy announced by the Government of India in 2007 for the industrial development of the North East -------------------- - উত্তৰ-পূৰ্বাঞ্চলৰ ওঁদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে ২০০৭ চনত ঘোষণা কৰা নীতি --------------------

  • North East Industrial Growth Policy - উত্তৰ-পূব ওঁদ্যোগিক বৃদ্ধি নীতি
  • North East Industrial Investment Promotion Policy - উত্তৰ-পূব ওঁদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি
  • North East Industrial Finance Corporation - উত্তৰ-পূব ওঁদ্যোগিক বিত্ত নিগম
  • Not one - এটাও নহয়

 

Q. Assam produces --------------- per cent of the total ari production in India - ভাৰতৰ মুঠ এৰি উৎপাদনৰ অসমত উৎপাদন হয় --------------- শতাংশ

  • About 38 per cent - প্রায় ৩৮ শতাংশ
  • About 60 per cent - প্রায় ৬০ শতাংশ
  • About 55 per cent - প্রায় ৫৫ শতাংশ
  • About 65 per cent - প্রায় ৬৫ শতাংশ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. What is the highest peak of Karbi hill - কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো কি

  • Singhason peak - সিংঘাসন শৃংগ
  • Danbukosu peak - ডানবুকোছু শৃংগ
  • Laikei peak - লাইকেই শৃংগ
  • Mahadev peak - মহাদেৱ শৃংগ

 

Q. Assam has a common boundary with how many Indian states - ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ এক উমৈহতীয়া সীমা আছে

  • 5
  • 9
  • 7
  • 4

 

Q. Which town is also known as the Manchester of Assam - কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয়

  • Digboi - ডিগবৈ
  • Jorhat - যোৰহাট
  • Nagaon - নগাঁও
  • Sualkuchi - শুবালকুছি

 

Q. Assam produces the total velvet yarn production in India - ভাৰতবৰ্ষৰ মুঠ মুগা সূতা উৎপাদনৰ অসমে উৎপাদন কৰে

  • More than 56 per cent - ৫৬ শতাংশতকৈও অধিক
  • More than 77 per cent - ৭৭ শতাংশতকৈও অধিক
  • More than 89 per cent - ৮৯ শতাংশতকৈও অধিক
  • More than 97 per cent - ৯৭ শতাংশতকৈও অধিক

 

Q. Bihan Mela is an annual festival celebrated by the Kondh tribe in which state বিহান মেলা কোনখন ৰাজ্যত কোদ্ধ জনগোষ্ঠীয়ে পালন কৰা বার্ষিক উৎসৱ

  • Madhya Pradesh - মধ্য প্রদেশ
  • Jharkhand - ঝাৰখণ্ড
  • Odisha - উৰিষ্যা
  • West Bengal - পশ্চিম বংগ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. In which of the following festivals are boat races a special feature - তলৰ কোনটো উৎসৱৰ নাও দৌৰ এটা বিশেষ বৈশিষ্ট্য

  • Pongal - পোংগল
  • Rongali Bihu - ৰঙালী বিহু
  • Onam - ওনম
  • Navratri - নবৰাত্রী

 

Q. The state produces more than half of India's total tea production - ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন

  • West Bengal - পশ্চিমবংগ
  • Assam - অসম
  • Tamil Nadu - তামিলনাডু
  • Not one - এটাও নহয়

 

Q. It is the oldest oil field in India - ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ

  • Digboi - ডিগবৈ
  • Bombay - বোম্বে
  • Barauni - বাৰাউনি
  • Duliajan - দুলীয়াজান

 

Q. It is the most widely cultivated paddy in Assam - অসমত বিস্বৃতভাৱে কৰা ধান খেতিবিধ হ’ল

  • ASU rice - আছু ধান
  • Rice - শালি ধান
  • Boro rice - বড়ো ধান
  • Not one - এটাও নহয়

 

Q. How many NHs pass through Assam - অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে

  • 12 - ১২টা
  • 15 pcs - ১৫ টা
  • 17 pieces - ১৭টা
  • 18 - ১৮টা

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. The name of the state that connects the North East of India to the Indian subcontinent - ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰত ভূ-খণ্ডৰ সংযোগ কৰা ৰাজ্যখনৰ নাম হ’ল

  • Mizoram - মিজোৰাম
  • Tripura - ত্ৰিপুৰা
  • Assam - অসম
  • Arunachal Pradesh - অৰুণাচল প্রৰদেশ

 

Q. Which forest is single-handedly planted by Jadav Payeng - জাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি

  • Barnadi forest - বৰনদী অৰণ্য
  • Barail forest - বৰাইল অৰণ্য
  • Molai forest - ম'লাই অৰণ্য
  • Dihing forest দিহিং অৰণ্য

 

Q. When did Kaziranga inscribed as a UNESCO World Heritage site - কাজিৰঙাক কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল

  • 1988
  • 1981
  • 1985
  • 1991

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved